Ubuntu-Linux-on-Virtual-Box/C2/Installing-VirtualBox-on-Ubuntu-Linux-OS/Assamese

From Script | Spoken-Tutorial
Revision as of 18:01, 25 July 2019 by Nancyvarkey (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 Installing VirtualBox on Ubuntu Linux OSৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি Ubuntu Linux 16.04 Operating Systemত ভাৰচুৱেল বক্স (VirtualBox) ইনষ্টল কৰিবলৈ শিকিম
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে  : Ubuntu Linux 16.04 OS,
00:25 ভাৰচুৱেল বক্স (VirtualBox) ভাৰ্চন 5.2,
00:29 gedit text editor ব্যৱ্হাৰ কৰি
00:32 তথাপি, আপুনি নিজৰ পচন্দৰ অন্য text editor ব্যৱ্হাৰ কৰিব পাৰে
00:37 আৰম্ভ কৰাৰ আগতে, আপুনি ইন্টাৰনেটৰ (Internet) সৈতে সংযুক্ত হৈ থকাতো নিশ্বিত কৰক
00:43 ভাৰচুৱেল বক্স (VirtualBox) কি হয়?

ভাৰচুৱেল বক্স (VirtualBox) হৈছে ভাৰচুৱেলাইজেচনৰ (Virtualization) বাবে এটা ফ্ৰি আৰু অ’পেন চৌৰ্চ চফতৱেৰ (open source software)

00:50 ই আমাক base machine i.e. (host)ত বহুতো OS ইনষ্টল আৰু ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে
00:57 base machine টো Windows, Linux বা MacOS হ’ব পাৰে
01:03 ভাৰচুৱেল বক্সত (VirtualBox) OS ইনষ্টল কৰিবলৈ, base machineত তলৰ কনফিগুৰেচন থাকিব লাগিব
01:11 i3 processor বা অধিক,
01:14 Ram 4GB বা অধিক,
01:17 Hard diskত ফ্ৰি স্পেচ 50GB বা অধিক আৰু
01:22 ভাৰচুৱেলাইজেচন (Virtualization ) BIOSত এনাব’ল হ’ব লাগিব
01:27 ই ভাৰচুৱেল বক্সএ (VirtualBox) সহজে কাম কৰাক নিশ্বিত কৰিব
01:32 যদি base machineUbuntu Linux OS আছে, তেন্তে ই তলৰ ভাৰ্চন সমূহৰ এটা হ’ব লাগিব:
01:40 Ubuntu Linux 14.04, Ubuntu Linux 16.04 বা Ubuntu Linux 18.04
01:50 আহক ইনষ্টল কৰিবলৈ আৰম্ভ কৰো
01:53 এই টিউট’ৰিয়েলটোত ব্যৱহৃত কমান্দ সমূহ প্লেয়াৰৰ তলত, ক’দ ফাইলচ (Code Files) লিংকত উপলদ্ধ
02:00 মই এই ফাইলটো মোৰ মেচিনত gedit text editorত খোলিছো
02:05 আৰু, প্ৰদৰ্শনৰ সময়ত কমান্দ সমূহ ক’পি-পেষ্ট কৰিবলৈ মই একেটা ফাইল ব্যৱ্হাৰ কৰিম
02:11 গুৰুত্বপূৰ্ণ ন’ত: ভাৰচুৱেল বক্স ইনষ্টল কৰাৰ আগতে, আমাৰ মেচিনত ভাৰচুৱেলাইজেচন এনাব’ল হৈ থকাটো নিশ্বিত কৰিব লাগিব
02:21 আহক ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে নে নাই চাওঁ
02:26 আপোনাৰ কীব’ৰ্দত Ctrl, Alt আৰু T কীজ একেলগে টিপি টাৰ্মিনেলটো (terminal) খোলক
02:35 এই কমান্দটো ক’দ ফাইলৰ (Code File) পৰা কপি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এক্সিকিউত কৰিবলৈ এন্টাৰ (Enter) টিপক
02:43 যদি আউতপুতত vmx flags আছে তেন্তে এই কম্পিউটাৰত ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে
02:50 যদি ই এনাব’ল নাই, অনুগ্ৰহ কৰি ইয়াক BIOS চেতিংগচত এনাব’ল কৰক
02:55 যিহেতু BIOS চেতিংগচ বেলেগ বেলেগ কম্পিউটাৰত ভিন্ন হয়, আমি ইয়াৰ এটা দেম’ (demo) দেখুৱাব নোৱাৰো
03:02 যদি আপুনি এজন কাৰিকৰি লোক নহয়, অনুগ্ৰহ কৰি ইয়াক এজন System Administrator ৰ সহায়ত কৰক
03:09 যদি BIOS ত ভাৰচুৱেলাইজেচন অপচনটো উপলদ্ধ নহয়, তেন্তে আমি সেই মেচিনত ভাৰচুৱেল বক্স ইনষ্টল কৰিব নোৱাৰো
03:17 মোৰ ক্ষেত্ৰত, ই ইতিমধ্যে এনাব’ল হৈ আছে
03:21 প্ৰথমে, আহক তলৰ কমান্দটোৰ সহায়ত base machine টো আপদেত কৰো
03:27 তাৰ বাবে, টাৰ্মিনেলত, লিখক: sudo <space> apt-get <space> update

এন্টাৰ (Enter) টিপক

03:38 আপোনাক system password টো দিবলৈ সুধিব পাৰে । পাচৱৰ্দটো লিখক আৰু এন্টাৰ (Enter) টিপক
03:46 এতিয়াৰ পৰা, এই ইনষ্টলেচনৰ সময়ত, যেতিয়াই বিচাৰে system password টো লিখিব আৰু এন্টাৰ (Enter) টিপিব
03:55 আহক ভাৰচুৱেল বক্স ইনষ্টল কৰো । এতিয়া আমি Ubuntu source listৰ লগত ভাৰচুৱেল বক্স repository যোগ কৰিব লাগিব
04:04 ইয়াক কৰিবলৈ, এই কমান্দটো কপি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক
04:11 পাছত, আমি apt sourceVirtualBox repository key টো যোগ কৰিব লাগিব
04:17 তাক কৰিবলৈ, এই কমান্দ দুটা এটা এটাকৈ কপি কৰক । সিহঁতক টাৰ্মিনেলত (terminal) পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক
04:32 এতিয়া, আমি repository list খন আপদেত কৰিব লাগিব
04:36 তাৰ বাবে, টাৰ্মিনেলত লিখক, sudo <space> apt-get <space> update

এন্টাৰ (Enter) টিপক

04:50 পাছত, লিখক: sudo space apt-get space install space virtualbox-5.2 আৰু এন্টাৰ (Enter) টিপক
05:04 টাৰ্মিনেলত (terminal) ইনষ্টল হ’ব লগীয়া পেকেজসমূহ দৰ্শিত হ’ব,
05:09 ইন্টাৰনেতৰ পৰা দাউনল’দ কৰিব লগা ফাইল চাইজ (file size) আৰু ইনষ্টলেচনৰ পাছত disk spaceৰ ব্যৱহাৰ
05:17 যেতিয়া সুধিব, “Do you want to continue?”, Y লিখক আৰু এন্টাৰ (Enter) টিপক
05:23 ইনষ্টলেচনটোৱে আপোনাৰ ইন্টাৰনেত স্পিদ অনুসৰি কিছু সময় ল’ব পাৰে
05:31 এতিয়া ইনষ্টলেচনটো সম্পূৰ্ণ হৈছে
05:34 এতিয়া, Dash home লৈ যাওঁক । চাৰ্চ বাৰত (search bar), Virtualbox লিখক
05:42 এতিয়া Oracle VM VirtualBox আইকনত দুবাৰ ক্লিক কৰক
05:47 ভাৰচুৱেল বক্স এপ্লিকেচনটো খোল খাইছে । ই সূচায় যে ইনষ্টলেচনটো সফল হৈছে
05:54 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ
05:59 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: ভাৰচুৱেলাইজেচনটো এনাব’ল হয়নে চাবলৈ আৰু Ubuntu Linux 16.04 OSত ভাৰচুৱেল বক্স (VirtualBox) ইনষ্টল কৰিবলৈ
06:11 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
06:27 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
06:31 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
06:35 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
06:47 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত আৰু ভিদিঅ’ NVLI আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Nancyvarkey