Ubuntu-Linux-on-Virtual-Box/C2/Installing-VirtualBox-on-Ubuntu-Linux-OS/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | Installing VirtualBox on Ubuntu Linux OSৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:09 | এই টিউট’ৰিয়েলটোত, আমি Ubuntu Linux 16.04 Operating Systemত ভাৰচুৱেল বক্স (VirtualBox) ইনষ্টল কৰিবলৈ শিকিম |
| 00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে : Ubuntu Linux 16.04 OS, |
| 00:25 | ভাৰচুৱেল বক্স (VirtualBox) ভাৰ্চন 5.2, |
| 00:29 | gedit text editor ব্যৱ্হাৰ কৰি |
| 00:32 | তথাপি, আপুনি নিজৰ পচন্দৰ অন্য text editor ব্যৱ্হাৰ কৰিব পাৰে |
| 00:37 | আৰম্ভ কৰাৰ আগতে, আপুনি ইন্টাৰনেটৰ (Internet) সৈতে সংযুক্ত হৈ থকাতো নিশ্বিত কৰক |
| 00:43 | ভাৰচুৱেল বক্স (VirtualBox) কি হয়?
ভাৰচুৱেল বক্স (VirtualBox) হৈছে ভাৰচুৱেলাইজেচনৰ (Virtualization) বাবে এটা ফ্ৰি আৰু অ’পেন চৌৰ্চ চফতৱেৰ (open source software) |
| 00:50 | ই আমাক base machine i.e. (host)ত বহুতো OS ইনষ্টল আৰু ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে |
| 00:57 | base machine টো Windows, Linux বা MacOS হ’ব পাৰে |
| 01:03 | ভাৰচুৱেল বক্সত (VirtualBox) OS ইনষ্টল কৰিবলৈ, base machineত তলৰ কনফিগুৰেচন থাকিব লাগিব |
| 01:11 | i3 processor বা অধিক, |
| 01:14 | Ram 4GB বা অধিক, |
| 01:17 | Hard diskত ফ্ৰি স্পেচ 50GB বা অধিক আৰু |
| 01:22 | ভাৰচুৱেলাইজেচন (Virtualization ) BIOSত এনাব’ল হ’ব লাগিব |
| 01:27 | ই ভাৰচুৱেল বক্সএ (VirtualBox) সহজে কাম কৰাক নিশ্বিত কৰিব |
| 01:32 | যদি base machineত Ubuntu Linux OS আছে, তেন্তে ই তলৰ ভাৰ্চন সমূহৰ এটা হ’ব লাগিব: |
| 01:40 | Ubuntu Linux 14.04, Ubuntu Linux 16.04 বা Ubuntu Linux 18.04 |
| 01:50 | আহক ইনষ্টল কৰিবলৈ আৰম্ভ কৰো |
| 01:53 | এই টিউট’ৰিয়েলটোত ব্যৱহৃত কমান্দ সমূহ প্লেয়াৰৰ তলত, ক’দ ফাইলচ (Code Files) লিংকত উপলদ্ধ |
| 02:00 | মই এই ফাইলটো মোৰ মেচিনত gedit text editorত খোলিছো |
| 02:05 | আৰু, প্ৰদৰ্শনৰ সময়ত কমান্দ সমূহ ক’পি-পেষ্ট কৰিবলৈ মই একেটা ফাইল ব্যৱ্হাৰ কৰিম |
| 02:11 | গুৰুত্বপূৰ্ণ ন’ত: ভাৰচুৱেল বক্স ইনষ্টল কৰাৰ আগতে, আমাৰ মেচিনত ভাৰচুৱেলাইজেচন এনাব’ল হৈ থকাটো নিশ্বিত কৰিব লাগিব |
| 02:21 | আহক ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে নে নাই চাওঁ |
| 02:26 | আপোনাৰ কীব’ৰ্দত Ctrl, Alt আৰু T কীজ একেলগে টিপি টাৰ্মিনেলটো (terminal) খোলক |
| 02:35 | এই কমান্দটো ক’দ ফাইলৰ (Code File) পৰা কপি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এক্সিকিউত কৰিবলৈ এন্টাৰ (Enter) টিপক |
| 02:43 | যদি আউতপুতত vmx flags আছে তেন্তে এই কম্পিউটাৰত ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে |
| 02:50 | যদি ই এনাব’ল নাই, অনুগ্ৰহ কৰি ইয়াক BIOS চেতিংগচত এনাব’ল কৰক |
| 02:55 | যিহেতু BIOS চেতিংগচ বেলেগ বেলেগ কম্পিউটাৰত ভিন্ন হয়, আমি ইয়াৰ এটা দেম’ (demo) দেখুৱাব নোৱাৰো |
| 03:02 | যদি আপুনি এজন কাৰিকৰি লোক নহয়, অনুগ্ৰহ কৰি ইয়াক এজন System Administrator ৰ সহায়ত কৰক |
| 03:09 | যদি BIOS ত ভাৰচুৱেলাইজেচন অপচনটো উপলদ্ধ নহয়, তেন্তে আমি সেই মেচিনত ভাৰচুৱেল বক্স ইনষ্টল কৰিব নোৱাৰো |
| 03:17 | মোৰ ক্ষেত্ৰত, ই ইতিমধ্যে এনাব’ল হৈ আছে |
| 03:21 | প্ৰথমে, আহক তলৰ কমান্দটোৰ সহায়ত base machine টো আপদেত কৰো |
| 03:27 | তাৰ বাবে, টাৰ্মিনেলত, লিখক: sudo <space> apt-get <space> update
এন্টাৰ (Enter) টিপক |
| 03:38 | আপোনাক system password টো দিবলৈ সুধিব পাৰে । পাচৱৰ্দটো লিখক আৰু এন্টাৰ (Enter) টিপক |
| 03:46 | এতিয়াৰ পৰা, এই ইনষ্টলেচনৰ সময়ত, যেতিয়াই বিচাৰে system password টো লিখিব আৰু এন্টাৰ (Enter) টিপিব |
| 03:55 | আহক ভাৰচুৱেল বক্স ইনষ্টল কৰো । এতিয়া আমি Ubuntu source listৰ লগত ভাৰচুৱেল বক্স repository যোগ কৰিব লাগিব |
| 04:04 | ইয়াক কৰিবলৈ, এই কমান্দটো কপি কৰক আৰু টাৰ্মিনেলত (terminal) পেষ্ট কৰক । এন্টাৰ (Enter) টিপক |
| 04:11 | পাছত, আমি apt source ত VirtualBox repository key টো যোগ কৰিব লাগিব |
| 04:17 | তাক কৰিবলৈ, এই কমান্দ দুটা এটা এটাকৈ কপি কৰক । সিহঁতক টাৰ্মিনেলত (terminal) পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক |
| 04:32 | এতিয়া, আমি repository list খন আপদেত কৰিব লাগিব |
| 04:36 | তাৰ বাবে, টাৰ্মিনেলত লিখক, sudo <space> apt-get <space> update
এন্টাৰ (Enter) টিপক |
| 04:50 | পাছত, লিখক: sudo space apt-get space install space virtualbox-5.2 আৰু এন্টাৰ (Enter) টিপক |
| 05:04 | টাৰ্মিনেলত (terminal) ইনষ্টল হ’ব লগীয়া পেকেজসমূহ দৰ্শিত হ’ব, |
| 05:09 | ইন্টাৰনেতৰ পৰা দাউনল’দ কৰিব লগা ফাইল চাইজ (file size) আৰু ইনষ্টলেচনৰ পাছত disk spaceৰ ব্যৱহাৰ |
| 05:17 | যেতিয়া সুধিব, “Do you want to continue?”, Y লিখক আৰু এন্টাৰ (Enter) টিপক |
| 05:23 | ইনষ্টলেচনটোৱে আপোনাৰ ইন্টাৰনেত স্পিদ অনুসৰি কিছু সময় ল’ব পাৰে |
| 05:31 | এতিয়া ইনষ্টলেচনটো সম্পূৰ্ণ হৈছে |
| 05:34 | এতিয়া, Dash home লৈ যাওঁক । চাৰ্চ বাৰত (search bar), Virtualbox লিখক |
| 05:42 | এতিয়া Oracle VM VirtualBox আইকনত দুবাৰ ক্লিক কৰক |
| 05:47 | ভাৰচুৱেল বক্স এপ্লিকেচনটো খোল খাইছে । ই সূচায় যে ইনষ্টলেচনটো সফল হৈছে |
| 05:54 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 05:59 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: ভাৰচুৱেলাইজেচনটো এনাব’ল হয়নে চাবলৈ আৰু Ubuntu Linux 16.04 OSত ভাৰচুৱেল বক্স (VirtualBox) ইনষ্টল কৰিবলৈ |
| 06:11 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 06:19 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 06:27 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 06:31 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 06:35 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 06:47 | এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত আৰু ভিদিঅ’ NVLI আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |