Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 7: Line 7:
  
 
|-
 
|-
|00.05
+
|00:05
 
|এই tutorial’ত আমি শিকিম কেনেকৈ:  
 
|এই tutorial’ত আমি শিকিম কেনেকৈ:  
  
 
|-
 
|-
|00.08
+
|00:08
 
| Phrase type কৰে।
 
| Phrase type কৰে।
 
নিজৰ শব্দৰ তালিকা বনোৱা।
 
নিজৰ শব্দৰ তালিকা বনোৱা।
  
 
|-
 
|-
|00.12
+
|00:12
 
|Typing’ৰ কাৰণে language set কৰাৰ তথ্য।
 
|Typing’ৰ কাৰণে language set কৰাৰ তথ্য।
  
 
|-
 
|-
|00.17
+
|00:17
 
|আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো।
 
|আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো।
  
 
|-
 
|-
|00.26
+
|00:26
 
|ব’লক আমি Tux Typing খোলো।
 
|ব’লক আমি Tux Typing খোলো।
  
 
|-
 
|-
|00.28
+
|00:28
 
| Dash Home’ত click কৰক।
 
| Dash Home’ত click কৰক।
 
   
 
   
 
|-
 
|-
|00.31
+
|00:31
 
| Search box’ত Tux Typing type কৰক।
 
| Search box’ত Tux Typing type কৰক।
  
 
|-
 
|-
|00.36
+
|00:36
 
| Tux Typing icon’ত click কৰক।
 
| Tux Typing icon’ত click কৰক।
  
 
|-
 
|-
|00.38
+
|00:38
 
| Main menu’ৰ পৰা Options’ত click কৰক।  
 
| Main menu’ৰ পৰা Options’ত click কৰক।  
  
 
|-
 
|-
|00.42
+
|00:42
 
|Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম।
 
|Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম।
  
 
|-
 
|-
|00.47
+
|00:47
 
| Phrase Typing’ত click কৰক।  
 
| Phrase Typing’ত click কৰক।  
  
 
|-
 
|-
|00.49
+
|00:49
 
| Teacher’s line’ত তথা বাক্য type কৰো ব’লক।
 
| Teacher’s line’ত তথা বাক্য type কৰো ব’লক।
  
 
|-
 
|-
|00.53
+
|00:53
 
|এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”.
 
|এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”.
  
 
|-
 
|-
|01.06
+
|01:06
 
|এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো?  
 
|এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো?  
  
 
|-
 
|-
|01.10
+
|01:10
 
| Enter টিপক। পাছৰ বাক্য উলাব ।
 
| Enter টিপক। পাছৰ বাক্য উলাব ।
  
 
|-
 
|-
|01.14
+
|01:14
 
|আমি শিকিলো বাক্য কেনেকৈ type কৰে। 
 
|আমি শিকিলো বাক্য কেনেকৈ type কৰে। 
  
 
|-
 
|-
|01.17
+
|01:17
 
|আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো।  
 
|আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো।  
  
 
|-
 
|-
|01.21
+
|01:21
 
|ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো।
 
|ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো।
  
 
|-
 
|-
|01.26
+
|01:26
 
|Options menu ওলাব।
 
|Options menu ওলাব।
  
 
|-
 
|-
|01.29
+
|01:29
 
|আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম।  
 
|আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম।  
  
 
|-
 
|-
|01.34
+
|01:34
 
| Edit Word List’ত click কৰক।  
 
| Edit Word List’ত click কৰক।  
  
 
|-
 
|-
|01.37
+
|01:37
 
|Word List Editor window খোল খাব।  
 
|Word List Editor window খোল খাব।  
  
 
|-
 
|-
|01.40
+
|01:40
 
|আমি নতুন শব্দ ভৰামনে?  
 
|আমি নতুন শব্দ ভৰামনে?  
  
 
|-
 
|-
|01.42
+
|01:42
 
| Word List Editor window’ত NEW click কৰক।
 
| Word List Editor window’ত NEW click কৰক।
  
 
|-
 
|-
|01.46
+
|01:46
 
| Create a New Wordlist নামৰ window খোলখাব।
 
| Create a New Wordlist নামৰ window খোলখাব।
  
 
|-
 
|-
|01.49
+
|01:49
 
| Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক।
 
| Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক।
  
 
|-
 
|-
|02.01
+
|02:01
 
| Word List Editor window খোল খাব।
 
| Word List Editor window খোল খাব।
  
 
|-
 
|-
|02.04
+
|02:04
 
|Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো।
 
|Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো।
  
 
|-
 
|-
|02.10
+
|02:10
 
|Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও।
 
|Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও।
  
 
|-
 
|-
|02.17
+
|02:17
 
| Options menu খোল খাব।
 
| Options menu খোল খাব।
  
 
|-
 
|-
|02.20
+
|02:20
 
|Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো।
 
|Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো।
  
 
|-
 
|-
|02.26
+
|02:26
 
|আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব।  
 
|আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব।  
  
 
|-
 
|-
|02.32
+
|02:32
 
|কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে।
 
|কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে।
  
 
|-
 
|-
|02.38
+
|02:38
 
|ব’লক আমি খেলা এটা খেলো।
 
|ব’লক আমি খেলা এটা খেলো।
  
 
|-
 
|-
|02.40
+
|02:40
 
| Main Menu’ত click কৰক।  
 
| Main Menu’ত click কৰক।  
  
 
|-
 
|-
|02.44
+
|02:44
 
| Fish Cascade button’ত click কৰক।
 
| Fish Cascade button’ত click কৰক।
  
 
|-
 
|-
|02.47
+
|02:47
 
| Game menu খোল খাব।  
 
| Game menu খোল খাব।  
  
 
|-
 
|-
|02.50
+
|02:50
 
|খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক।
 
|খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক।
  
 
|-
 
|-
|02.57
+
|02:57
 
|খেলাৰ নিয়ম পঢ়ক।  
 
|খেলাৰ নিয়ম পঢ়ক।  
  
 
|-
 
|-
|03.03
+
|03:03
 
|আৰম্ভ কৰিবলৈ space bar টিপক।  
 
|আৰম্ভ কৰিবলৈ space bar টিপক।  
  
 
|-
 
|-
|03.07
+
|03:07
 
|ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক।
 
|ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক।
  
 
|-
 
|-
|03.13
+
|03:13
 
|বিভিন্ন options থকা window খোল খাব।  
 
|বিভিন্ন options থকা window খোল খাব।  
  
 
|-
 
|-
|03.18
+
|03:18
 
|বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক।  
 
|বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক।  
  
 
|-
 
|-
|03.26
+
|03:26
 
|আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব।  
 
|আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব।  
  
 
|-
 
|-
|03.32
+
|03:32
 
|আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব।
 
|আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব।
  
 
|-
 
|-
|03.38
+
|03:38
 
|যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে।  
 
|যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে।  
  
 
|-
 
|-
|03.42
+
|03:42
 
| ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব?
 
| ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব?
  
 
|-
 
|-
|03.47
+
|03:47
 
|আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব।  
 
|আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব।  
  
 
|-
 
|-
|03.52
+
|03:52
 
|যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে।
 
|যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে।
  
 
|-
 
|-
|03.55
+
|03:55
 
| Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause>  
 
| Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause>  
 
   
 
   
 
|-
 
|-
|04.00
+
|04:00
 
|এইয়া আপোনাৰ কাৰণে এটা assignment.
 
|এইয়া আপোনাৰ কাৰণে এটা assignment.
  
 
|-
 
|-
|04.02
+
|04:02
 
|খেলাৰ Difficulty level medium বা hard কৰি খেলক।
 
|খেলাৰ Difficulty level medium বা hard কৰি খেলক।
  
 
|-
 
|-
|04.09
+
|04:09
 
|ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি।
 
|ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি।
  
 
|-
 
|-
|04.14
+
|04:14
 
|এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো।
 
|এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো।
  
 
|-
 
|-
|04.21
+
|04:21
 
|Link’ত থকা video চাব:-  http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
 
|Link’ত থকা video চাব:-  http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
  
 
|-
 
|-
|04.24
+
|04:24
 
|ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.  
 
|ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.  
  
 
|-
 
|-
|04.27
+
|04:27
 
|যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
 
|যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
  
 
|-
 
|-
|04.32
+
|04:32
 
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে   
 
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে   
  
 
|-
 
|-
|04.34
+
|04:34
 
|স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
 
|স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
  
 
|-
 
|-
|04.36
+
|04:36
 
|যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
 
|যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
  
 
|-
 
|-
|04.41
+
|04:41
 
|সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক  
 
|সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক  
  
 
|-
 
|-
|04.47
+
|04:47
 
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
 
|স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
  
 
|-
 
|-
|04.52
+
|04:52
 
|ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
 
|ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
  
 
|-
 
|-
|04.59
+
|04:59
 
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
 
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
 
|-
 
|-
|05.11
+
|05:11
 
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ
 
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ
 
অংশ গ্ৰহণৰ বাবে ধন্যবাদ
 
অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Revision as of 14:23, 6 August 2014

Time Narration
00.00 Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো।
00:05 এই tutorial’ত আমি শিকিম কেনেকৈ:
00:08 Phrase type কৰে।

নিজৰ শব্দৰ তালিকা বনোৱা।

00:12 Typing’ৰ কাৰণে language set কৰাৰ তথ্য।
00:17 আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো।
00:26 ব’লক আমি Tux Typing খোলো।
00:28 Dash Home’ত click কৰক।
00:31 Search box’ত Tux Typing type কৰক।
00:36 Tux Typing icon’ত click কৰক।
00:38 Main menu’ৰ পৰা Options’ত click কৰক।
00:42 Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম।
00:47 Phrase Typing’ত click কৰক।
00:49 Teacher’s line’ত তথা বাক্য type কৰো ব’লক।
00:53 এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”.
01:06 এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো?
01:10 Enter টিপক। পাছৰ বাক্য উলাব ।
01:14 আমি শিকিলো বাক্য কেনেকৈ type কৰে।
01:17 আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো।
01:21 ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো।
01:26 Options menu ওলাব।
01:29 আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম।
01:34 Edit Word List’ত click কৰক।
01:37 Word List Editor window খোল খাব।
01:40 আমি নতুন শব্দ ভৰামনে?
01:42 Word List Editor window’ত NEW click কৰক।
01:46 Create a New Wordlist নামৰ window খোলখাব।
01:49 Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক।
02:01 Word List Editor window খোল খাব।
02:04 Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো।
02:10 Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও।
02:17 Options menu খোল খাব।
02:20 Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো।
02:26 আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব।
02:32 কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে।
02:38 ব’লক আমি খেলা এটা খেলো।
02:40 Main Menu’ত click কৰক।
02:44 Fish Cascade button’ত click কৰক।
02:47 Game menu খোল খাব।
02:50 খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক।
02:57 খেলাৰ নিয়ম পঢ়ক।
03:03 আৰম্ভ কৰিবলৈ space bar টিপক।
03:07 ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক।
03:13 বিভিন্ন options থকা window খোল খাব।
03:18 বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক।
03:26 আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব।
03:32 আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব।
03:38 যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে।
03:42 ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব?
03:47 আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব।
03:52 যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে।
03:55 Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause>
04:00 এইয়া আপোনাৰ কাৰণে এটা assignment.
04:02 খেলাৰ Difficulty level medium বা hard কৰি খেলক।
04:09 ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি।
04:14 এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো।
04:21 Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
04:24 ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে.
04:27 যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
04:32 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
04:34 স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
04:36 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
04:41 সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক
04:47 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
04:52 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
04:59 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
05:11 এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ

অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya