Difference between revisions of "Thunderbird/C2/Account-settings-and-configuring/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 7: Line 7:
  
 
|-
 
|-
|00.06
+
|00:06
 
|এই শিক্ষণত আমি শিকিম:
 
|এই শিক্ষণত আমি শিকিম:
  
 
|-
 
|-
|00.09
+
|00:09
 
|ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়।
 
|ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়।
  
 
|-
 
|-
|00.13
+
|00:13
 
|বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়।
 
|বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়।
  
 
|-
 
|-
|00.18
+
|00:18
 
|Message filters কেনেকৈ পৰিচালনা কৰা হয়।
 
|Message filters কেনেকৈ পৰিচালনা কৰা হয়।
  
 
|-
 
|-
|00.20
+
|00:20
 
|আমি আৰু শিকিম:
 
|আমি আৰু শিকিম:
  
 
|-
 
|-
|00.22
+
|00:22
 
|নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা।
 
|নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা।
  
 
|-
 
|-
|00.25
+
|00:25
 
|কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা।
 
|কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা।
  
 
|-
 
|-
|00.28
+
|00:28
 
|মেইল একাউণ্টৰ চেটিং সলনি কৰা।
 
|মেইল একাউণ্টৰ চেটিং সলনি কৰা।
  
 
|-
 
|-
|00.32
+
|00:32
 
|ইমেইল একাউণ্ট ডিলিট কৰা।
 
|ইমেইল একাউণ্ট ডিলিট কৰা।
  
 
|-
 
|-
|00.34
+
|00:34
 
|ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
 
|ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
  
 
|-
 
|-
|00.42
+
|00:42
 
|লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
 
|লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|00.45
+
|00:45
 
|থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়।
 
|থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়।
  
 
|-
 
|-
|00.48
+
|00:48
 
|এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক।
 
|এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক।
  
 
|-
 
|-
|00.51
+
|00:51
 
|বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক।
 
|বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|00.58
+
|00:58
 
|STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক।
 
|STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক।
  
 
|-
 
|-
|01.06
+
|01:06
 
|নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়।
 
|নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|01.09
+
|01:09
 
|নামৰ ঘৰত Important Mails ভৰ্তি কৰক।
 
|নামৰ ঘৰত Important Mails ভৰ্তি কৰক।
  
 
|-
 
|-
|01.13
+
|01:13
 
|Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল!
 
|Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল!
  
 
|-
 
|-
|01.18
+
|01:18
 
|এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে।
 
|এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে।
  
 
|-
 
|-
|01.23
+
|01:23
 
|ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক।
 
|ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক।
  
 
|-
 
|-
|01.30
+
|01:30
 
|বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে।  
 
|বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে।  
  
 
|-
 
|-
|01.36
+
|01:36
 
|এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
 
|এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|01.43
+
|01:43
 
|সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক।
 
|সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক।
  
 
|-
 
|-
|01.48
+
|01:48
 
|Search Messages ডায়লগ বাকচ ওলায়।
 
|Search Messages ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|01.52
+
|01:52
 
|বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক।
 
|বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক।
  
 
|-
 
|-
|01.57
+
|01:57
 
|তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
 
|তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
  
 
|-
 
|-
|02.02
+
|02:02
 
|বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
 
|বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
  
 
|-
 
|-
|02.08
+
|02:08
 
|পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক।
 
|পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক।
  
 
|-
 
|-
|02.13
+
|02:13
 
|বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়।
 
|বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|02.18
+
|02:18
 
|এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে।
 
|এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে।
  
 
|-
 
|-
|02.22
+
|02:22
 
|সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক।
 
|সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক।
  
 
|-
 
|-
|02.25
+
|02:25
 
|তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক।
 
|তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক।
  
 
|-
 
|-
|02.31
+
|02:31
 
|এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক।
 
|এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক।
  
 
|-
 
|-
|02.35
+
|02:35
 
|এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক।
 
|এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক।
  
 
|-
 
|-
|02.39
+
|02:39
 
|আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ।
 
|আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ।
  
 
|-
 
|-
|02.44
+
|02:44
 
|ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম।
 
|ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম।
  
 
|-
 
|-
|02.52
+
|02:52
 
|বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
 
|বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|02.58
+
|02:58
 
|Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক।
 
|Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক।
  
 
|-
 
|-
|03.03
+
|03:03
 
|Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক।
 
|Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক।
  
 
|-
 
|-
|03.09
+
|03:09
 
|Filter Rules ডায়লগ বাকচ ওলায়।
 
|Filter Rules ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|03.12
+
|03:12
 
|ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক।
 
|ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক।
  
 
|-
 
|-
|03.16
+
|03:16
 
|এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক।
 
|এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক।
  
 
|-
 
|-
|03.21
+
|03:21
 
|তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
 
|তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
  
 
|-
 
|-
|03.26
+
|03:26
 
|বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
 
|বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
  
 
|-
 
|-
|03.30
+
|03:30
 
|পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক।
 
|পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক।
  
 
|-
 
|-
|03.33
+
|03:33
 
|ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to  বিকল্পলৈ সলনি কৰোঁ আহক।
 
|ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to  বিকল্পলৈ সলনি কৰোঁ আহক।
  
 
|-
 
|-
|03.41
+
|03:41
 
|পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
 
|পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
  
 
|-
 
|-
|03.49
+
|03:49
 
|মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক।
 
|মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক।
  
 
|-
 
|-
|03.58
+
|03:58
 
|ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক।
 
|ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক।
  
 
|-
 
|-
|04.04
+
|04:04
 
|লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে।
 
|লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে।
  
 
|-
 
|-
|04.12
+
|04:12
 
|থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে।
 
|থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে।
  
 
|-
 
|-
|04.15
+
|04:15
 
|অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে।
 
|অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে।
  
 
|-
 
|-
|04.26
+
|04:26
 
|আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্‌ হয়।  
 
|আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্‌ হয়।  
  
 
|-
 
|-
|04.31
+
|04:31
 
|অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে।
 
|অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে।
  
 
|-
 
|-
|04.35
+
|04:35
 
|য়াহু একাউণ্ট STUSERTWO@yahoo dot in  থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক।
 
|য়াহু একাউণ্ট STUSERTWO@yahoo dot in  থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক।
  
 
|-
 
|-
|04.44
+
|04:44
 
|য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো।
 
|য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো।
  
 
|-
 
|-
|04.48
+
|04:48
 
|মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause>
 
|মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause>
  
 
|-
 
|-
|04.54
+
|04:54
 
|ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক।
 
|ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক।
  
 
|-
 
|-
|05.02
+
|05:02
 
|এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক।
 
|এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক।
  
 
|-
 
|-
|05.11
+
|05:11
 
|ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক।
 
|ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক।
  
 
|-
 
|-
|05.16
+
|05:16
 
|বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক।
 
|বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক।
  
 
|-
 
|-
|05.21
+
|05:21
 
|Access Yahoo Mail via POP নিৰ্বাচন কৰক।
 
|Access Yahoo Mail via POP নিৰ্বাচন কৰক।
  
 
|-
 
|-
|05.24
+
|05:24
 
|Close the tab -অত ক্লিক কৰক।
 
|Close the tab -অত ক্লিক কৰক।
  
 
|-
 
|-
|05.28
+
|05:28
 
|সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক।
 
|সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক।
  
 
|-
 
|-
|05.33
+
|05:33
 
|এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক।
 
|এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক।
  
 
|-
 
|-
|05.39
+
|05:39
 
|এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক।
 
|এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক।
  
 
|-
 
|-
|05.45
+
|05:45
 
|মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
 
|মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|05.49
+
|05:49
 
|এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক।
 
|এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক।
  
 
|-
 
|-
|05.53
+
|05:53
 
|ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO.IN ভৰ্তি কৰোঁ আহক।
 
|ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO.IN ভৰ্তি কৰোঁ আহক।
  
 
|-
 
|-
|06.03
+
|06:03
 
|তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক।
 
|তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক।
  
 
|-
 
|-
|06.10
+
|06:10
 
|মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
 
|মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|06.13
+
|06:13
 
|ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক।
 
|ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক।
  
 
|-
 
|-
|06.26
+
|06:26
 
|আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো।
 
|আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো।
  
 
|-
 
|-
|06.35
+
|06:35
 
|ইনকামিং ঘৰত,
 
|ইনকামিং ঘৰত,
  
 
|-
 
|-
|06.37
+
|06:37
 
|পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক।
 
|পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক।
  
 
|-
 
|-
|06.43
+
|06:43
 
|SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক।
 
|SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক।
  
 
|-
 
|-
|06.48
+
|06:48
 
|অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
 
|অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
  
 
|-
 
|-
|06.53
+
|06:53
 
|আউটগয়িং ঘৰত,
 
|আউটগয়িং ঘৰত,
  
 
|-
 
|-
|06.55
+
|06:55
 
|চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক।
 
|চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক।
  
 
|-
 
|-
|07.05
+
|07:05
 
|পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক।
 
|পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক।
  
 
|-
 
|-
|07.12
+
|07:12
 
|SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক।
 
|SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক।
  
 
|-
 
|-
|07.17
+
|07:17
 
|অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
 
|অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
  
 
|-
 
|-
|07.23
+
|07:23
 
|ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক।
 
|ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক।
  
 
|-
 
|-
|07.28
+
|07:28
 
|Create Account বুটামটো সক্ৰিয় হ’ল।
 
|Create Account বুটামটো সক্ৰিয় হ’ল।
  
 
|-
 
|-
|07.32
+
|07:32
 
|Create Account-অত ক্লিক কৰক।
 
|Create Account-অত ক্লিক কৰক।
  
 
|-
 
|-
|07.34
+
|07:34
 
|য়াহু একাউণ্টটো কনফিগাৰড্‌ হ’ল।
 
|য়াহু একাউণ্টটো কনফিগাৰড্‌ হ’ল।
  
 
|-
 
|-
|07.37
+
|07:37
 
|আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব
 
|আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব
  
 
|-
 
|-
|07.42
+
|07:42
 
|লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে।
 
|লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে।
  
 
|-
 
|-
|07.48
+
|07:48
 
|ইনবক্সত ক্লিক কৰোঁ আহক।
 
|ইনবক্সত ক্লিক কৰোঁ আহক।
  
 
|-
 
|-
|07.50
+
|07:50
 
|য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে।
 
|য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে।
  
 
|-
 
|-
|07.55
+
|07:55
 
|এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে
 
|এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে
  
 
|-
 
|-
|08.01
+
|08:01
 
|একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে।
 
|একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে।
  
 
|-
 
|-
|08.05
+
|08:05
 
|এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক।
 
|এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক।
  
 
|-
 
|-
|08.13
+
|08:13
 
|আপুনি হয়তো বিচাৰিব পাৰে যে:
 
|আপুনি হয়তো বিচাৰিব পাৰে যে:
  
 
|-
 
|-
|08.14
+
|08:14
 
|থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক
 
|থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক
  
 
|-
 
|-
|08.20
+
|08:20
 
|উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক
 
|উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক
  
 
|-
 
|-
|08.24
+
|08:24
 
|জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা,
 
|জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা,
  
 
|-
 
|-
|08.26
+
|08:26
 
|আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক
 
|আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক
  
 
|-
 
|-
|08.34
+
|08:34
 
|বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক।
 
|বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক।
  
 
|-
 
|-
|08.38
+
|08:38
 
|থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়।
 
|থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|08.42
+
|08:42
 
|সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক।
 
|সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক।
  
 
|-
 
|-
|08.47
+
|08:47
 
|একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়।
 
|একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|08.50
+
|08:50
 
|বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক।
 
|বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক।
  
 
|-
 
|-
|08.58
+
|08:58
 
|সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়।  
 
|সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়।  
  
 
|-
 
|-
|09.02
+
|09:02
 
|Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক।
 
|Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক।
  
 
|-
 
|-
|09.08
+
|09:08
 
|থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব।
 
|থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব।
  
 
|-
 
|-
|09.12
+
|09:12
 
|Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক।  
 
|Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক।  
  
 
|-
 
|-
|09.15
+
|09:15
 
|আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব।
 
|আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব।
  
 
|-
 
|-
|09.22
+
|09:22
 
|একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে।
 
|একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে।
  
 
|-
 
|-
|09.27
+
|09:27
 
|একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ:
 
|একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ:
  
 
|-
 
|-
|09.30
+
|09:30
 
|মেইলৰ কপি তৈয়াৰ কৰা,
 
|মেইলৰ কপি তৈয়াৰ কৰা,
  
 
|-
 
|-
|09.33
+
|09:33
 
|খচৰা মেইল সাঁচি ৰখা,
 
|খচৰা মেইল সাঁচি ৰখা,
  
 
|-
 
|-
|09.35
+
|09:35
 
|মেইল সাঁচি ৰখা ঠাই সলনি কৰা।
 
|মেইল সাঁচি ৰখা ঠাই সলনি কৰা।
  
 
|-
 
|-
|09.39
+
|09:39
 
|বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক।
 
|বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক।
  
 
|-
 
|-
|09.44
+
|09:44
 
|সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়।
 
|সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|09.49
+
|09:49
 
|পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক।
 
|পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক।
  
 
|-
 
|-
|09.53
+
|09:53
 
|লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
 
|লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
  
 
|-
 
|-
|10.00
+
|10:00
 
|To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ।
 
|To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ।
  
 
|-
 
|-
|10.08
+
|10:08
 
|এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব।
 
|এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব।
  
 
|-
 
|-
|10.16
+
|10:16
 
|Messages larger than বাকচত শুদ্ধ চিন দিয়ক।
 
|Messages larger than বাকচত শুদ্ধ চিন দিয়ক।
  
 
|-
 
|-
|10.19
+
|10:19
 
|এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক।
 
|এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক।
  
 
|-
 
|-
|10.24
+
|10:24
 
|৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে।
 
|৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে।
  
 
|-
 
|-
|10.30
+
|10:30
 
|জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা।
 
|জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা।
  
 
|-
 
|-
|10.35
+
|10:35
 
|জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে।
 
|জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে।
  
 
|-
 
|-
|10.41
+
|10:41
 
|এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব।
 
|এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব।
  
 
|-
 
|-
|10.48
+
|10:48
 
|প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব
 
|প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব
  
 
|-
 
|-
|10.52
+
|10:52
 
|প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে,
 
|প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে,
  
 
|-
 
|-
|10.56
+
|10:56
 
|আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি,
 
|আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি,
  
 
|-
 
|-
|10.59
+
|10:59
 
|থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব
 
|থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব
  
 
|-
 
|-
|11.03
+
|11:03
 
|আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব।
 
|আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব।
  
 
|-
 
|-
|11.07
+
|11:07
 
|বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক।
 
|বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক।
  
 
|-
 
|-
|11.13
+
|11:13
 
|সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়।
 
|সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|11.18
+
|11:18
 
|মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে।
 
|মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে।
  
 
|-
 
|-
|11.27
+
|11:27
 
|Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক।
 
|Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক।
  
 
|-
 
|-
|11.35
+
|11:35
 
|মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
 
|মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
  
 
|-
 
|-
|11.44
+
|11:44
 
|এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক।
 
|এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|11.48
+
|11:48
 
|মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়।
 
|মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|11.52
+
|11:52
 
|জাংক আইকনত ক্লিক কৰক।
 
|জাংক আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|11.54
+
|11:54
 
|লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে।
 
|লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
|11.58
+
|11:58
 
|একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে!
 
|একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে!
  
 
|-
 
|-
|12.03
+
|12:03
 
|থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ!
 
|থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ!
  
 
|-
 
|-
|12.10
+
|12:10
 
|বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
 
|বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|12.16
+
|12:16
 
|সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক।
 
|সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক।
  
 
|-
 
|-
|12.21
+
|12:21
 
|একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়।
 
|একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়।
  
 
|-
 
|-
|12.25
+
|12:25
 
|তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক।
 
|তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক।
  
 
|-
 
|-
|12.32
+
|12:32
 
|এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়।
 
|এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়।
  
 
|-
 
|-
|12.35
+
|12:35
 
|যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব।
 
|যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব।
  
 
|-
 
|-
|12.39
+
|12:39
 
|যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ।
 
|যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ।
  
 
|-
 
|-
|12.45
+
|12:45
 
|গতিকে আমি কেনচেলত ক্লিক কৰিম।
 
|গতিকে আমি কেনচেলত ক্লিক কৰিম।
  
 
|-
 
|-
|12.47
+
|12:47
 
|এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ।
 
|এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ।
  
 
|-
 
|-
|12.51
+
|12:51
 
|মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে,
 
|মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে,
  
 
|-
 
|-
|12.53
+
|12:53
 
|সেই ইমেইল একাউণ্টৰ
 
|সেই ইমেইল একাউণ্টৰ
  
 
|-
 
|-
|12.56
+
|12:56
 
|সকলোবোৰ ফল্ডাৰ আৰু মেইল
 
|সকলোবোৰ ফল্ডাৰ আৰু মেইল
  
 
|-
 
|-
|12.58
+
|12:58
 
|থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব।
 
|থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব।
  
 
|-
 
|-
|13.00
+
|13:00
 
|সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে।
 
|সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে।
  
 
|-
 
|-
|13.06
+
|13:06
 
|সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়।
 
|সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়।
  
 
|-
 
|-
|13.12
+
|13:12
 
|ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে।  
 
|ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে।  
  
 
|-
 
|-
|13.18
+
|13:18
 
|এই শিক্ষণত আমি শিকিলো কেনেকৈ:
 
|এই শিক্ষণত আমি শিকিলো কেনেকৈ:
  
 
|-
 
|-
|13.20
+
|13:20
 
|এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি।
 
|এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি।
  
 
|-
 
|-
|13.24
+
|13:24
 
|মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি।
 
|মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি।
  
 
|-
 
|-
|13.28
+
|13:28
 
|মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি।
 
|মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি।
  
 
|-
 
|-
|13.30
+
|13:30
 
|আপুনি আৰু শিকিলে, কেনেকৈ:
 
|আপুনি আৰু শিকিলে, কেনেকৈ:
  
 
|-
 
|-
|13.32
+
|13:32
 
|য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি।
 
|য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি।
  
 
|-
 
|-
|13.35
+
|13:35
 
|কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি।
 
|কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি।
  
 
|-
 
|-
|13.38
+
|13:38
 
|মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু
 
|মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু
  
 
|-
 
|-
|13.40
+
|13:40
 
|এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি।
 
|এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি।
  
 
|-
 
|-
|13.44
+
|13:44
 
|আপোনাৰ বাবে এটা কৰিবলগীয়া কাম।
 
|আপোনাৰ বাবে এটা কৰিবলগীয়া কাম।
  
 
|-
 
|-
|13.46
+
|13:46
 
|এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক।
 
|এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক।
  
 
|-
 
|-
|13.49
+
|13:49
 
|একাউণ্টটোৰ চেটিংচ সলনি কৰক।
 
|একাউণ্টটোৰ চেটিংচ সলনি কৰক।
  
 
|-
 
|-
|13.52
+
|13:52
 
|মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক
 
|মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক
  
 
|-
 
|-
|13.56
+
|13:56
 
|জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক
 
|জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক
  
 
|-
 
|-
|14.00
+
|14:00
 
|এটা ইমেইল একাউণ্ট ডিলিট কৰক
 
|এটা ইমেইল একাউণ্ট ডিলিট কৰক
  
 
|-
 
|-
|14.02
+
|14:02
 
|তলৰ সংযোগত থকা ভিডিঅ’ চাওক
 
|তলৰ সংযোগত থকা ভিডিঅ’ চাওক
  
 
|-
 
|-
|14.05
+
|14:05
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
|14.09
+
|14:09
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
  
 
|-
 
|-
|14.13
+
|14:13
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
|14.15
+
|14:15
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
  
 
|-
 
|-
|14.18
+
|14:18
 
|অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
|14.22
+
|14:22
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক  
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক  
  
 
|-
 
|-
|14.29
+
|14:29
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
  
 
|-
 
|-
|14.33
+
|14:33
 
|ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
 
|ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
  
 
|-
 
|-
|14.40
+
|14:40
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|14.51
+
|14:51
 
|এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions  Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।
 
|এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions  Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।

Revision as of 12:08, 25 June 2014

Time Narration
0:00 জিমেইল একাউণ্টৰ চেটিংচ আৰু কনফিগাৰেশ্যন সম্পৰ্কীয় শিক্ষণলৈ স্বাগতম
00:06 এই শিক্ষণত আমি শিকিম:
00:09 ইমেইল একাউণ্টত কেনেকৈ নতুন ফল্ডাৰ যোগ দিয়া হয়।
00:13 বাৰ্তা বিচাৰিবৰ বাবে advanced filters কেনেকৈ সজোৱা হয়।
00:18 Message filters কেনেকৈ পৰিচালনা কৰা হয়।
00:20 আমি আৰু শিকিম:
00:22 নিজাববীয়াকৈ য়াহু একাউণ্ট সজোৱা।
00:25 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰা।
00:28 মেইল একাউণ্টৰ চেটিং সলনি কৰা।
00:32 ইমেইল একাউণ্ট ডিলিট কৰা।
00:34 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
00:42 লন্সাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
00:45 থাণ্ডাৰবাৰ্ড উইণ্ড’ খোল খায়।
00:48 এই একাউণ্টত আন এটা ফল্ডাৰ যোগ দিওঁ আহক।
00:51 বাওঁপিনৰ সূচীৰ পৰা STUSERONE at GMAIL dot COM একাউণ্টটো নিৰ্বাচন কৰক।
00:58 STUSERONE at gmail dot com একাউণ্টত সোঁ-ক্লিক কৰক আৰু নতুন ফল্ডাৰ নিৰ্বাচন কৰক।
01:06 নতুন ফল্ডাৰ ডায়লগ বাকচ ওলায়।
01:09 নামৰ ঘৰত Important Mails ভৰ্তি কৰক।
01:13 Create Folder-অত ক্লিক কৰক। ফল্ডাৰটো তৈয়াৰ হ’ল!
01:18 এতিয়া আপুনি ইনবক্সৰ পৰা দৰকাৰী মেইলসমূহ এই ফল্ডাৰলৈ নিব পাৰে।
01:23 ইনবক্সৰ এই মেইলটো চিলেক্ট, ড্ৰেগ আৰু ড্ৰপ কৰি Important Mails ফল্ডাৰলৈ নিওঁ আহক।
01:30 বহুকেইটা ফিল্টাৰ অপশ্যন ব্যৱহাৰ কৰি আপুনি বাৰ্তা বিচাৰিব পাৰে।
01:36 এতিয়া বাওঁপিনৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
01:43 সোঁপিনৰ সূচীত থকা Advanced Features-ৰ অধীনৰ Search Messages-অত ক্লিক কৰক।
01:48 Search Messages ডায়লগ বাকচ ওলায়।
01:52 বাৰ্তা বিচাৰিবৰ বাবে পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁ আহক।
01:57 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02:02 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
02:08 পৰৱৰ্তী ঘৰত Ten interesting টাইপ কৰক। Search-অত ক্লিক কৰক।
02:13 বিষয়ৰ নামৰ সৈতে মিল খোৱা মেইলসমূহ প্ৰদৰ্শিত হয়।
02:18 এটা ফল্ডাৰত এই বিচৰাসমূহো সাঁচি থ’ব পাৰে।
02:22 সাময়িকভাৱে এই শিক্ষণ বন্ধ ৰাখক আৰু এই কাম কৰক।
02:25 তাৰিখ অনুযায়ী মেইল বিচাৰক আৰু সেইবিলাক এটা ফল্ডাৰত সাঁচি ৰাখক।
02:31 এতিয়া এই ডায়লগ বাকচ বন্ধ কৰি দিওঁ আহক।
02:35 এই মেইল একাউণ্টৰ বাবে এটা নতুন ফিল্টাৰ তৈয়াৰ কৰোঁ আহক।
02:39 আপোনাৰ মেইল বাকচৰ বাৰ্তাসমূহ প্ৰণালীবদ্ধভাৱে সজাবৰ বাবে বন্ধা নিয়মেই হৈছে এটা ফিল্টাৰ।
02:44 ইয়াত আমি ‘থাণ্ডাৰবাৰ্ড’ বিষয় হিচাপে থকা সকলো মেইল Important Mails ফল্ডাৰলৈ নিম।
02:52 বাওঁফালৰ সূচীৰ পৰা STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
02:58 Advanced Features-অৰ অধীনত থকা Manage message filters-অত ক্লিক কৰক।
03:03 Message Filters ডায়লগ বাকচ ওলায়। New টেবত ক্লিক কৰক।
03:09 Filter Rules ডায়লগ বাকচ ওলায়।
03:12 ফিল্টাৰৰ নামৰ ঘৰত ‘বিষয় থাণ্ডাৰবাৰ্ড’ ভৰাওক।
03:16 এই ফিল্টাৰ সজাবলৈ আকৌ পূৰ্বনিৰ্ধাৰিত সজ্জা ব্যৱহাৰ কৰোঁহক।
03:21 তলৰ বিকল্পসমূহৰ পৰা Match all বিকল্প পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03:26 বিষয় আৰু গা-অংশও পূৰ্বনিৰ্ধাৰিত হিচাপে নিৰ্বাচিত হৈ থাকে।
03:30 পৰৱৰ্তী ঘৰত ‘থাণ্ডাৰবাৰ্ড’ টাইপ কৰক।
03:33 ইয়াৰ পিছত, Perform these actions -অৰ ঘৰত Move Message to বিকল্পলৈ সলনি কৰোঁ আহক।
03:41 পৰৱৰ্তী ড্ৰপ-ডাউনত ক্লিক কৰক, Important Mails ফল্ডাৰ সন্ধান কৰি নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
03:49 মেচেজ ফিল্টাৰ ডায়লগ বাকচত ফিল্টাৰটো প্ৰদৰ্শিত হয়। এতিয়া Run Now-ত ক্লিক কৰক।
03:58 ডায়লগ বাকচটো বন্ধ কৰক। এতিয়া Important Mails ফল্ডাৰত ক্লিক কৰক।
04:04 লক্ষ্য কৰক, থাণ্ডাৰবাৰ্ড বিষয় হিচাপে থকা মেইলসমূহ এই ফল্ডাৰলৈ আহি গৈছে।
04:12 থাণ্ডাৰবাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰে।
04:15 অৰ্থাৎ থাণ্ডাৰবাৰ্ডৰ জৰিয়তে অকল জিমেইলতহে যে আপুনি মেইল গ্ৰহণ, প্ৰেৰণ আৰু পৰিচালনা কৰিব পাৰে, এনে নহয়; আপুনি য়াহু বা অন্য কোনো মেইল একাউণ্টো একে ধৰণে ব্যৱহাৰ কৰিব পাৰে।
04:26 আপুনি জানে যে থাণ্ডাৰবাৰ্ডত জিমেইল একাউণ্ট স্বয়ংক্ৰিয়ভাৱে কনফিগাৰড্‌ হয়।
04:31 অন্যান্য একাউণ্ট নিজাববীয়াকৈ পুনৰ্গঠন কৰিব লাগে।
04:35 য়াহু একাউণ্ট STUSERTWO@yahoo dot in থাণ্ডাৰবাৰ্ডৰ জৰিয়তে কনফিগাৰ কৰোঁ আহক।
04:44 য়াহু একাউণ্টত মই ইতিমধ্যেই POP সক্ৰিয় কৰিলো।
04:48 মই এইটো কেনেকৈ কৰিলো? প্ৰথমে মই মোৰ য়াহু একাউণ্টত প্ৰৱেশ কৰিলো।<Pause>
04:54 ইয়াৰ পিছত এখন নতুন ব্ৰাউজাৰ খোলক আৰু ঠিকনা-বাৰত www.yahoo.in টাইপ কৰক।
05:02 এতিয়া yahoo.in-অত ব্যৱহাৰকাৰী নাম হিচাপে STUSERTWO আৰু পাছৱৰ্ড ভৰ্তি কৰক।
05:11 ওপৰৰ বাওঁকোণত Options and Mail Options-অত ক্লিক কৰক।
05:16 বাওঁফালৰ সূচীৰ POP and Forwarding-অত ক্লিক কৰক।
05:21 Access Yahoo Mail via POP নিৰ্বাচন কৰক।
05:24 Close the tab -অত ক্লিক কৰক।
05:28 সলনিসমূহ সাঁচিবলৈ জনোৱা এটা ডায়লগ বাকচ ওলায়। save-অত ক্লিক কৰক।
05:33 এতিয়া য়াহুৰ পৰা লগ-আউট কৰি ব্ৰাউজাৰখন বন্ধ কৰোঁ আহক।
05:39 এতিয়া সোঁফালৰ সূচীৰ পৰা একাউণ্টচৰ অধীনত Create New Account-অত ক্লিক কৰক।
05:45 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
05:49 এতিয়া, নাম হিচাপে USERTWO ভৰ্তি কৰোঁ আহক।
05:53 ইয়াৰ পিছত, ইমেইল ঠিকনাত, য়াহু আইডি STUSERTWO@YAHOO.IN ভৰ্তি কৰোঁ আহক।
06:03 তাৰ পিছত পাছৱৰ্ড টাইপ কৰক। Continue-ত ক্লিক কৰক।
06:10 মেইল একাউণ্ট চেটআপ ডায়লগ বাকচ ওলায়।
06:13 ইনকামিং চাৰ্ভাৰ নামৰ ঘৰত POP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে pop dot mail dot yahoo dot com ভৰ্তি কৰক।
06:26 আমি যিহেতু অফলাইনত মেইল চাব বিচাৰোঁ, সেয়েহে POP3 নিৰ্বাচন কৰিলো আৰু সকলো মেইল আমাৰ স্থানীয় কম্পিউটাৰলৈ ডাউনলোড কৰিলো।
06:35 ইনকামিং ঘৰত,
06:37 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 110 ভৰ্তি কৰক।
06:43 SSL ড্ৰপ-ডাউনত STARTTLS নিৰ্বাচন কৰক।
06:48 অথেন্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
06:53 আউটগয়িং ঘৰত,
06:55 চাৰ্ভাৰ নাম হিচাপে SMTP নিৰ্বাচন কৰক আৰু চাৰ্ভাৰ হষ্টনেম হিচাপে smtp.mail.yahoo.com. ভৰ্তি কৰক।
07:05 পৰ্টৰ বাবে য়াহুৰ পৰ্ট সংখ্যা অৰ্থাৎ 465 ভৰ্তি কৰক।
07:12 SSL ড্ৰপ-ডাউনত SSL/TLS নিৰ্বাচন কৰক।
07:17 অথেণ্টিকেশ্যন ড্ৰপ-ডাউনত ক্লিক কৰক আৰু নৰ্মেল পাছৱৰ্ড নিৰ্বাচন কৰক।
07:23 ব্যৱহাৰকাৰী নামৰ ঘৰত STUSERTWO নামটো ভৰাওঁ আহক।
07:28 Create Account বুটামটো সক্ৰিয় হ’ল।
07:32 Create Account-অত ক্লিক কৰক।
07:34 য়াহু একাউণ্টটো কনফিগাৰড্‌ হ’ল।
07:37 আপোনৰ ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি, ইয়াৰ বাবে কেইমিনিটমানৰ প্ৰয়োজন হ’ব
07:42 লক্ষ্য কৰক যে থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ সোঁফালৰ সূচীত এতিয়া য়াহু একাউণ্টটো দেখা গৈছে।
07:48 ইনবক্সত ক্লিক কৰোঁ আহক।
07:50 য়াহু একাউণ্টৰ সকলো মেইল ইয়ালৈ ডাউনলোড হৈছে।
07:55 এতিয়া আপুনি য়াহু আৰু জিমেইল একাউণ্টৰ অকল মেইল চোৱাই নহয়, থাণ্ডাৰবাৰ্ডৰ জৰিয়তে
08:01 একে সময়তে দুয়োটা একাউণ্ট পৰিচালনাও কৰিব পাৰে।
08:05 এতিয়া, থাণ্ডাৰবাৰ্ডত ইমেইল একাউণ্টৰ বাবে থকা preference settings চাওঁ আহক।
08:13 আপুনি হয়তো বিচাৰিব পাৰে যে:
08:14 থাণ্ডাৰবাৰ্ডৰ জৰিয়তে পঠোৱা মেইলৰ এটা কপি জিমেইল একাউণ্টতো জমা থাকক
08:20 উত্তৰ দিওঁতে মূল মেচেজ উদ্ধৃত থাকক
08:24 জাংক মেচেজবোৰ চিনাক্ত কৰক অথবা,
08:26 আপোনাৰ কম্পিউটাৰৰ ডিস্ক স্পেচ ভৰ্তি হৈ থাকিলে কিছুমান মেচেজ ডাউনলোড নহওক
08:34 বাওঁফালৰ সূচীৰ পৰা জিমেইল একাউণ্ট নিৰ্বাচন কৰোঁ আহক।
08:38 থাণ্ডাৰবাৰ্ড মেইল ডায়লগ বাকচ ওলায়।
08:42 সোঁফালৰ সূচীত একাউণ্টৰ অধীনত থকা ভিউ ছেটিংছত ক্লিক কৰক।
08:47 একাউণ্ট ছেটিংচ ডায়লগ বাকচ ওলায়।
08:50 বাওঁফালৰ সূচীত আকৌ জিমেইল একাউণ্ট নিৰ্বাচন কৰক। এতিয়া চাৰ্ভাৰ ছেটিংচত ক্লিক কৰক।
08:58 সোঁফালৰ সূচীত চাৰ্ভাৰ ছেটিংচ প্ৰদৰ্শিত হয়।
09:02 Check for new messages every চেক বাকচত 20 ভৰ্তি কৰক।
09:08 থাণ্ডাৰবাৰ্ডে এতিয়া প্ৰত্যেক ২0 মিনিটৰ অন্তৰে অন্তৰে মেচেজ আছে নেকি পৰীক্ষা কৰিব।
09:12 Empty Trash on Exit বাকচত শুদ্ধ চিন দিয়ক।
09:15 আপুনি যেতিয়াই থাণ্ডাৰবাৰ্ডৰ পৰা ওলাই যাব, ট্ৰেশ্ব ফল্ডাৰত থকা সকলো মেচেজ ডিলিট হৈ যাব।
09:22 একে ধৰণে আপুনি আপোনাৰ চাৰ্ভাৰ চেটিংচ নিজাববীয়াকৈ সজাব পাৰে।
09:27 একে ধৰণে, আমি এই বিকল্পসমূহ সজাব পাৰোঁ:
09:30 মেইলৰ কপি তৈয়াৰ কৰা,
09:33 খচৰা মেইল সাঁচি ৰখা,
09:35 মেইল সাঁচি ৰখা ঠাই সলনি কৰা।
09:39 বাওঁফালৰ সূচীত Copies and Folders-অত ক্লিক কৰক।
09:44 সোঁফালৰ সূচীত Copies and Folders ডায়লগ বাকচ প্ৰদৰ্শিত হয়।
09:49 পূৰ্বনিৰ্ধাৰিত বিকল্পসমূহ থকা ধৰণেই ৰাখোঁ আহক।
09:53 লক্ষ্য কৰক যে Place a copy in আৰু Sent folder on এই বিকল্প ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
10:00 To save disk space বিকল্প সজাবলৈ বাওঁফালৰ সূচীত Disk Space নিৰ্বাচন কৰোঁ।
10:08 এতিয়া, সোঁফালৰ সূচীত To save disc space, don not download বিকল্প দেখা পাব।
10:16 Messages larger than বাকচত শুদ্ধ চিন দিয়ক।
10:19 এতিয়া, KB-ৰ ঘৰত 60 ভৰাওক।
10:24 ৬0 কেবিতকৈ ডাঙৰ মেচেজ থাণ্ডাৰবাৰ্ডে ডাউনলোড নকৰে।
10:30 জাংক মেচেজ চিনাক্ত কৰিব পৰাটো থাণ্ডাৰবাৰ্ডৰ আন এটা দৰকাৰী সুবিধা।
10:35 জাংক মেচেজ আৰু নন জাংক মেচেজ চিনিবলৈ আপুনি থাণ্ডাৰবাৰ্ডক শিকাব পাৰে।
10:41 এইটো কৰিবৰ বাবে প্ৰথমে আপুনি জাংক চেটিংচ সজাব লাগিব আৰু তাৰপিছত মেইলবোৰ জাংক আৰু নন জাংক হিচাপে চিহ্নিত কৰিব লাগিব।
10:48 প্ৰথম অৱস্থাত আপুনি নিজাকৈ জাংক মেইল চিনাক্ত কৰিব লাগিব
10:52 প্ৰত্যেক মেইলৰ বাবে জাংক মেইল বুটামত ক্লিক কৰি। সময় যোৱাৰ লগে লগে,
10:56 আপোনাৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি,
10:59 থাণ্ডাৰবাৰ্ডে স্বয়ংক্ৰিয়ভাৱে জাংক মেইল চিনাক্ত কৰিব
11:03 আৰু সেইবোৰ জাংক ফল্ডাৰলৈ পঠাই দিব।
11:07 বাওঁফালৰ সূচীৰ একাউণ্ট চেটিংচ ডায়লগ বাকচত জাংক চেটিংচত ক্লিক কৰক।
11:13 সোঁফালৰ সূচীত জাংক চেটিংচ ডায়লগ বাকচ ওলায়।
11:18 মন কৰক যে পূৰ্বনিৰ্ধাৰিতভাৱে Enable adaptive junk mail controls for this account বাকচত শুদ্ধ চিন দি থোৱা আছে।
11:27 Do not mark mail as junk if the sender is in list-অৰ অধীনত থকা সকলো বিকল্পত শুদ্ধ চিন দিয়ক।
11:35 মুভ নিউ জাংক মেচেজ ঘৰটো নিৰ্বাচন কৰক আৰু অপশ্যনত জাংক ফল্ডাৰ নিৰ্বাচন কৰক। অ’কেত ক্লিক কৰক।
11:44 এতিয়া ইনবক্সত ক্লিক কৰক আৰু প্ৰথম মেইলটো নিৰ্বাচন কৰক।
11:48 মেইলৰ কথাখিনি তলৰ সূচীত প্ৰদৰ্শিত হয়।
11:52 জাংক আইকনত ক্লিক কৰক।
11:54 লক্ষ্য কৰক যে হেডাৰ জাংক মেইল প্ৰদৰ্শিত হৈছে।
11:58 একে ধৰণে আপুনি অন্যান্য পছন্দসমূহো সজাব পাৰে!
12:03 থাণ্ডাৰবাৰ্ডত সজোৱা মেইল একাউণ্ট এটা আমি ডিলিট কৰিব পাৰোঁ নে? হয়, পাৰোঁ!
12:10 বাওঁফালৰ সূচীত STUSERONE@gmail dot com একাউণ্টটো নিৰ্বাচন কৰক।
12:16 সোঁফালৰ সূচীত একাউণ্টচৰ অধীনত থকা ভিউ চেটিংচ ফৰ দিছ একাউণ্ট নিৰ্বাচন কৰক।
12:21 একাউণ্ট চেটিংচ ডায়লগ বাকচ ওলায়।
12:25 তলৰ বাওঁকোণত Account Actions-অত ক্লিক কৰক আৰু তাৰ পিছত Remove Account-অত ক্লিক কৰক।
12:32 এটা সতৰ্কীকৰণ বাৰ্তা প্ৰদৰ্শিত হয়।
12:35 যদি আমি অ’কেত ক্লিক কৰোঁ, তেনেহ’লে একাউণ্টটো ডিলিট হৈ যাব।
12:39 যি কি নহওক, এই শিক্ষণৰ প্ৰয়োজনত আমি একাউণ্টটো ডিলিট নকৰোঁ।
12:45 গতিকে আমি কেনচেলত ক্লিক কৰিম।
12:47 এতিয়া এই ডায়লগ বাকচটো বন্ধ কৰি দিওঁ।
12:51 মনত ৰাখিব, যেতিয়া আপুনি কোনো এটা ইমেইল একাউণ্ট ডিলিট কৰে,
12:53 সেই ইমেইল একাউণ্টৰ
12:56 সকলোবোৰ ফল্ডাৰ আৰু মেইল
12:58 থাণ্ডাৰবাৰ্ডৰ পৰা ডিলিট হৈ যাব।
13:00 সবিশেষ তেতিয়াও মজিলা থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ সূচীত প্ৰদৰ্শিত হৈ থাকিব পাৰে।
13:06 সেয়া হ’লেও, যেতিয়া আপুনি পুনৰ লগ-ইন কৰে, তেতিয়া সেইবিলাক আৰু প্ৰদৰ্শিত নহয়।
13:12 ইয়াতে Mozilla Thunderbird 10.0.2-ৰ শিক্ষণ সমাপ্ত হৈছে।
13:18 এই শিক্ষণত আমি শিকিলো কেনেকৈ:
13:20 এটা ইমেইল একাউণ্টত নতুন ফল্ডাৰ যোগ দিব পাৰি।
13:24 মেচেজ বিচাৰিবলৈ advanced filters সজাব পাৰি।
13:28 মেচেজ ফিল্টাৰ পৰিচালনা কৰিব পাৰি।
13:30 আপুনি আৰু শিকিলে, কেনেকৈ:
13:32 য়াহু একাউণ্ট নিজাকৈ কনফিগাৰ কৰিব পাৰি।
13:35 কেইবাটাও ইমেইল একাউণ্ট পৰিচালনা কৰিব পাৰি।
13:38 মেইল একাউণ্টৰ একাউণ্ট চেটিংচ সলনি কৰিব পাৰি আৰু
13:40 এটা মেইল একাউণ্ট ডিলিট কৰিব পৰি।
13:44 আপোনাৰ বাবে এটা কৰিবলগীয়া কাম।
13:46 এটা ইমেইল একাউণ্ট নিজাকৈ সজাওক।
13:49 একাউণ্টটোৰ চেটিংচ সলনি কৰক।
13:52 মেচেজ আৰ্কাইভ কৰিবৰ বাবে প্ৰিফাৰেন্স সজাওক
13:56 জাংক চেটিংচৰ প্ৰিফাৰেন্স সলনি কৰক
14:00 এটা ইমেইল একাউণ্ট ডিলিট কৰক
14:02 তলৰ সংযোগত থকা ভিডিঅ’ চাওক
14:05 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
14:09 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
14:13 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
14:15 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
14:18 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
14:22 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
14:29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
14:33 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
14:40 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
14:51 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble