Scilab/C4/File-handling/Assamese

From Script | Spoken-Tutorial
Revision as of 11:41, 6 March 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Scilab ব্যবহাৰ কৰি File Handling এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:08 নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা।
00:11 write() ফাংশন।read() ফাংশন।
00:14 mopen()mclose().
00:16 প্রদর্শন কৰিবলৈ আমি ব্যবহাৰ কৰিছো সংস্থাপিত Scilab সংস্কৰণ 5.3.3 ৰ সৈতে উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম।
00:26 আপোনাৰ Scilab এৰ মৌলিক জ্ঞান থকা উচিত।
00:29 নহলে প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েলৰ বাবে spoken hyphen tutorial dot org ত যাওক।
00:36 এতিয়া আমি Scilab এৰ কিছু ফাংশন চাও যি ফাইল হ্যান্ডলিং এৰ বাবে উপযোগী।
00:41 ফাইল হ্যান্ডলিংত এইবোৰ অন্তর্ভুক্ত:
00:44 write() ফাংশন দ্বাৰা এটা ফাইলত লেখা,
00:47 read() ফাংশন দ্বাৰা এটা ফাইলৰ পৰা পড়া,
00:51 mopen() ফাংশনৰ দ্বাৰা বিদ্যমান ফাইল খোলা আৰু
00:55 mclose() ফাংশনৰ দ্বাৰা ইতিমধ্যে খোলা ফাইল বন্ধ কৰা।
01:00 এতিয়া ফাইলত ডাটা লেখা দি আৰম্ভ কৰো।
01:03 এই উদ্দেশ্যৰ বাবে write() কমান্ড ব্যবহাৰ কৰা হয়।
01:07 Scilab কনসোল উইন্ডো খুলো।
01:10 ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ ৰেন্ডম সংখ্যাৰ এটা ম্যাট্রিক্স তৈয়াৰ কৰো।
01:15 লিখক: random আন্ডাৰস্কোৰ matrix is equal to rand ব্রেকেটত 20 কমা 1 ব্রেকেট বন্ধ কৰক সেমিকোলন' আৰু এন্টাৰ টিপক।
01:29 এতিয়া বর্তমান কার্যকৰ ডিৰেক্টৰি চাও।
01:32 লিখক pwd.
01:34 আমাৰ ক্ষেত্রত, বর্তমান কার্যকৰ ডিৰেক্টৰি হল স্ল্যাশ home স্ল্যাশ fossee.
01:39 নিশ্চিত কৰক যে এই কমান্ড নিস্পাদন কৰাৰ আগতে আপোনি সেই ডিৰেক্টৰিত আছে যত read আৰু write কৰাৰ অনুমতি আছে।
01:47 এতিয়া আমি write কমান্ড ব্যবহাৰ কৰি টেক্সট ফাইলত ভ্যাৰিয়েবল random underscore matrix এৰ বিষয়বস্তু লিখিম।
01:55 লিখক write বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt উদ্ধৃতি বন্ধ কৰক কমা random আন্ডাৰস্কোৰ matrix বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
02:18 এতিয়া চাও যে এই ফাইল তৈয়াৰ হৈছে কি নাই।
02:21 মই Scilab কনসোল উইন্ডো মিনিমাইজ কৰিম।
02:23 আৰু সেই ফাইল খুলিম যি আমাৰ কম্পিউটাৰৰ fossee ডিৰেক্টৰিত তৈয়াৰ আৰু সংৰক্ষণ কৰা হব।
02:33 আপোনি চাবলৈ পাৰে ভ্যাৰিয়েবল random underscore matrixৰ পৰা ডেটা টেক্সট ফাইল random dash numbers dot txt ত লেখা হৈছে।
02:42 মই এই ফাইলটো বন্ধ কৰিম।
02:45 Scilab কনসোলত উভতি আহো।
02:47 এতিয়া আমি চাও যে এটা ফাইলৰ পৰা ডেটা কিভাবে পড়ে।
02:50 এইবাবে আমি read কমান্ড নিম্নৰ মতে প্রয়োগ কৰিম:
02:55 লিখক: new আন্ডাৰস্কোৰ vector is equal to read বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt উদ্ধৃতি বন্ধ কৰক কমা 20 কমা 1 বন্ধনী বন্ধ কৰক' আৰু এন্টাৰ টিপক।
03:18 read কমান্ডে আর্গুমেন্টত উল্লিখিত ফাইলৰ পৰা সকলো তথ্য পড়ে।
03:23 এই ক্ষেত্রত random dash numbers dot txt
03:27 আৰু ভ্যাৰিয়েবল new আন্ডাৰস্কোৰ vector ত সংৰক্ষিত কৰে।
03:31 প্রদর্শন অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক।
03:35 আমি উপৰোক্ত কমান্ডত তলৰ মতে পৰিবর্তন কৰো:
03:39 new আন্ডাৰস্কোৰ vector is equal to read বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt কমা 19 কমা 1
03:49 read কমান্ডে এই আর্গুমেন্টত উল্লিখিত ফাইলৰ পৰা মাত্ৰ 19 ডেটা ভ্যালু পড়ে।
03:56 এই ক্ষেত্রত, random dash numbers dot txt
03:59 আৰু ভ্যাৰিয়েবল new আন্ডাৰস্কোৰ vector ত সংৰক্ষণ কৰে।
04:03 এই কমান্ড Scilab কনসোলত দিয়ক আৰু আউটপুট চাওক।
04:08 এতিয়া mopen() ফাংশন সম্পর্কে চাও:
04:12 fd = mopen বন্ধনীত file-name কমা mode
04:17 mopen কমান্ডে এটা বিদ্যমান ফাইল খুলিবলৈ উপযোগী যি একেইভাবে C fopen পদ্ধতিৰ অনুকুল।
04:25 mode এটা ক্যাৰাক্টাৰ স্ট্রিং যি নিয়ন্ত্রণ কৰে যে ফাইল নিম্নৰ বাবে খোলা হৈছে কিনাই:
04:30 r = পড়াৰ বাবে ফাইল খোলে।
04:34 rb = পড়াৰ বাবে এটা বাইনাৰি ফাইল খোলে।
04:39 rt = পড়াৰ বাবে এটা টেক্সট ফাইল খোলে।
04:43 w = লেখাৰ বাবে এটা নতুন ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যৰ বাবে কাটছাঁট কৰে।
04:50 wb = লেখাৰ বাবে এটা নতুন বাইনাৰি ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যৰ বাবে কাটছাঁট কৰে।
04:58 wt = লেখাৰ বাবে এটা টেক্সট বাইনাৰি ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যেৰ বাবে কাটছাঁট কৰে।
05:06 a বা ab = যোগ কৰে (ফাইলৰ শেষলৈ লেখাৰ বাবে ফাইল খোলে বা লেখাৰ বাবে ফাইল তৈয়াৰ কৰে)
05:14 r+ বা r+b = আপডেটৰ বাবে এটা ফাইল তৈয়াৰ কৰে(পড়া আৰু লেখা)।
05:20 উদাহৰণস্বৰুপে fd আন্ডাৰস্কোৰ r is equal to mopen(random-numbers,rt)
05:30 উপৰোক্ত কমান্ড টেক্সট আৰু ৰীড অনলি মোডৰ মতে random-numbers খোলে।
05:37 mclose বন্ধনীত fd:
05:40 mopen ব্যবহাৰ কৰি খোলা ফাইল বন্ধ কৰা।
05:43 যত fd খোলা ফাইলৰ বাবে ফাইল ডিস্ক্রিপ্টাৰ।
05:48 fd বাদ দিলে mclose() অন্তিম খোলা ফাইল বন্ধ কৰে।
05:53 এই টিউটোৰিয়েলৰ বাবে ইমানেই।
05:55 আমি শিকিছো -
05:56 নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা।
05:59 write() ফাংশন। read() ফাংশন।
06:02 mopen() mclose().
06:05 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
06:08 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
06:11 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
06:14 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
06:17 টিউটোৰিয়েলক ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
06:20 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
06:23 বিস্তাৰিত তথ্যৰ বাবে contact [at] spoken-tutorial.org ত ইমেল কৰক।
06:30 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
06:34 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
06:41 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
06:50 আই আই টী বোম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
06:54 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble