Scilab/C4/File-handling/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Scilab ব্যবহাৰ কৰি File Handling এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:08 | নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা। |
00:11 | write() ফাংশন।read() ফাংশন। |
00:14 | mopen()mclose(). |
00:16 | প্রদর্শন কৰিবলৈ আমি ব্যবহাৰ কৰিছো সংস্থাপিত Scilab সংস্কৰণ 5.3.3 ৰ সৈতে উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম। |
00:26 | আপোনাৰ Scilab এৰ মৌলিক জ্ঞান থকা উচিত। |
00:29 | নহলে প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েলৰ বাবে spoken hyphen tutorial dot org ত যাওক। |
00:36 | এতিয়া আমি Scilab এৰ কিছু ফাংশন চাও যি ফাইল হ্যান্ডলিং এৰ বাবে উপযোগী। |
00:41 | ফাইল হ্যান্ডলিংত এইবোৰ অন্তর্ভুক্ত: |
00:44 | write() ফাংশন দ্বাৰা এটা ফাইলত লেখা, |
00:47 | read() ফাংশন দ্বাৰা এটা ফাইলৰ পৰা পড়া, |
00:51 | mopen() ফাংশনৰ দ্বাৰা বিদ্যমান ফাইল খোলা আৰু |
00:55 | mclose() ফাংশনৰ দ্বাৰা ইতিমধ্যে খোলা ফাইল বন্ধ কৰা। |
01:00 | এতিয়া ফাইলত ডাটা লেখা দি আৰম্ভ কৰো। |
01:03 | এই উদ্দেশ্যৰ বাবে write() কমান্ড ব্যবহাৰ কৰা হয়। |
01:07 | Scilab কনসোল উইন্ডো খুলো। |
01:10 | ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ ৰেন্ডম সংখ্যাৰ এটা ম্যাট্রিক্স তৈয়াৰ কৰো। |
01:15 | লিখক: random আন্ডাৰস্কোৰ matrix is equal to rand ব্রেকেটত 20 কমা 1 ব্রেকেট বন্ধ কৰক সেমিকোলন' আৰু এন্টাৰ টিপক। |
01:29 | এতিয়া বর্তমান কার্যকৰ ডিৰেক্টৰি চাও। |
01:32 | লিখক pwd. |
01:34 | আমাৰ ক্ষেত্রত, বর্তমান কার্যকৰ ডিৰেক্টৰি হল স্ল্যাশ home স্ল্যাশ fossee. |
01:39 | নিশ্চিত কৰক যে এই কমান্ড নিস্পাদন কৰাৰ আগতে আপোনি সেই ডিৰেক্টৰিত আছে যত read আৰু write কৰাৰ অনুমতি আছে। |
01:47 | এতিয়া আমি write কমান্ড ব্যবহাৰ কৰি টেক্সট ফাইলত ভ্যাৰিয়েবল random underscore matrix এৰ বিষয়বস্তু লিখিম। |
01:55 | লিখক write বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt উদ্ধৃতি বন্ধ কৰক কমা random আন্ডাৰস্কোৰ matrix বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
02:18 | এতিয়া চাও যে এই ফাইল তৈয়াৰ হৈছে কি নাই। |
02:21 | মই Scilab কনসোল উইন্ডো মিনিমাইজ কৰিম। |
02:23 | আৰু সেই ফাইল খুলিম যি আমাৰ কম্পিউটাৰৰ fossee ডিৰেক্টৰিত তৈয়াৰ আৰু সংৰক্ষণ কৰা হব। |
02:33 | আপোনি চাবলৈ পাৰে ভ্যাৰিয়েবল random underscore matrixৰ পৰা ডেটা টেক্সট ফাইল random dash numbers dot txt ত লেখা হৈছে। |
02:42 | মই এই ফাইলটো বন্ধ কৰিম। |
02:45 | Scilab কনসোলত উভতি আহো। |
02:47 | এতিয়া আমি চাও যে এটা ফাইলৰ পৰা ডেটা কিভাবে পড়ে। |
02:50 | এইবাবে আমি read কমান্ড নিম্নৰ মতে প্রয়োগ কৰিম: |
02:55 | লিখক: new আন্ডাৰস্কোৰ vector is equal to read বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt উদ্ধৃতি বন্ধ কৰক কমা 20 কমা 1 বন্ধনী বন্ধ কৰক' আৰু এন্টাৰ টিপক। |
03:18 | read কমান্ডে আর্গুমেন্টত উল্লিখিত ফাইলৰ পৰা সকলো তথ্য পড়ে। |
03:23 | এই ক্ষেত্রত random dash numbers dot txt |
03:27 | আৰু ভ্যাৰিয়েবল new আন্ডাৰস্কোৰ vector ত সংৰক্ষিত কৰে। |
03:31 | প্রদর্শন অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক। |
03:35 | আমি উপৰোক্ত কমান্ডত তলৰ মতে পৰিবর্তন কৰো: |
03:39 | new আন্ডাৰস্কোৰ vector is equal to read বন্ধনীত উদ্ধৃতিত random ড্যাশ numbers ডট txt কমা 19 কমা 1 |
03:49 | read কমান্ডে এই আর্গুমেন্টত উল্লিখিত ফাইলৰ পৰা মাত্ৰ 19 ডেটা ভ্যালু পড়ে। |
03:56 | এই ক্ষেত্রত, random dash numbers dot txt |
03:59 | আৰু ভ্যাৰিয়েবল new আন্ডাৰস্কোৰ vector ত সংৰক্ষণ কৰে। |
04:03 | এই কমান্ড Scilab কনসোলত দিয়ক আৰু আউটপুট চাওক। |
04:08 | এতিয়া mopen() ফাংশন সম্পর্কে চাও: |
04:12 | fd = mopen বন্ধনীত file-name কমা mode |
04:17 | mopen কমান্ডে এটা বিদ্যমান ফাইল খুলিবলৈ উপযোগী যি একেইভাবে C fopen পদ্ধতিৰ অনুকুল। |
04:25 | mode এটা ক্যাৰাক্টাৰ স্ট্রিং যি নিয়ন্ত্রণ কৰে যে ফাইল নিম্নৰ বাবে খোলা হৈছে কিনাই: |
04:30 | r = পড়াৰ বাবে ফাইল খোলে। |
04:34 | rb = পড়াৰ বাবে এটা বাইনাৰি ফাইল খোলে। |
04:39 | rt = পড়াৰ বাবে এটা টেক্সট ফাইল খোলে। |
04:43 | w = লেখাৰ বাবে এটা নতুন ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যৰ বাবে কাটছাঁট কৰে। |
04:50 | wb = লেখাৰ বাবে এটা নতুন বাইনাৰি ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যৰ বাবে কাটছাঁট কৰে। |
04:58 | wt = লেখাৰ বাবে এটা টেক্সট বাইনাৰি ফাইল তৈয়াৰ কৰে বা ফাইল খোলে আৰু শূন্য দৈর্ঘ্যেৰ বাবে কাটছাঁট কৰে। |
05:06 | a বা ab = যোগ কৰে (ফাইলৰ শেষলৈ লেখাৰ বাবে ফাইল খোলে বা লেখাৰ বাবে ফাইল তৈয়াৰ কৰে) |
05:14 | r+ বা r+b = আপডেটৰ বাবে এটা ফাইল তৈয়াৰ কৰে(পড়া আৰু লেখা)। |
05:20 | উদাহৰণস্বৰুপে fd আন্ডাৰস্কোৰ r is equal to mopen(random-numbers,rt) |
05:30 | উপৰোক্ত কমান্ড টেক্সট আৰু ৰীড অনলি মোডৰ মতে random-numbers খোলে। |
05:37 | mclose বন্ধনীত fd: |
05:40 | mopen ব্যবহাৰ কৰি খোলা ফাইল বন্ধ কৰা। |
05:43 | যত fd খোলা ফাইলৰ বাবে ফাইল ডিস্ক্রিপ্টাৰ। |
05:48 | fd বাদ দিলে mclose() অন্তিম খোলা ফাইল বন্ধ কৰে। |
05:53 | এই টিউটোৰিয়েলৰ বাবে ইমানেই। |
05:55 | আমি শিকিছো - |
05:56 | নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা। |
05:59 | write() ফাংশন। read() ফাংশন। |
06:02 | mopen() mclose(). |
06:05 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
06:08 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
06:11 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
06:14 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
06:17 | টিউটোৰিয়েলক ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
06:20 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
06:23 | বিস্তাৰিত তথ্যৰ বাবে contact [at] spoken-tutorial.org ত ইমেল কৰক। |
06:30 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
06:34 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
06:41 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
06:50 | আই আই টী বোম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
06:54 | অংশগ্রহনৰ বাবে ধন্যবাদ। |