Difference between revisions of "Ruby/C2/Control-Statements/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
  
 
|-
 
|-
|  00.01
+
|  00:01
 
|নমস্কাৰ দৰ্শক সকল. ''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
 
|নমস্কাৰ দৰ্শক সকল. ''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
  
 
|-
 
|-
| 00.06
+
| 00:06
 
|এই টিউটৰিয়েলত আমি শিকিম
 
|এই টিউটৰিয়েলত আমি শিকিম
  
 
|-
 
|-
| 00.08
+
| 00:08
| ''' if statement '"
+
| ''' if statement '"''' else if statement '''
  
 
|-
 
|-
| 00.09
+
| 00:11
|''' else if statement '''
+
| ''' else'''''' case statements'''
|-
+
| 00.11
+
| ''' else'''
+
  
 
|-
 
|-
|  00.12
+
|  00:14
|''' case statements'''
+
|ইয়াত আমি ব্যৱহাৰ কৰিছো ‘‘উবুন্টু ভাৰ্চন 12.04
  
 
|-
 
|-
| 00.14
+
| 00:18
|ইয়াত আমি ব্যৱহাৰ কৰিছো
+
|-
+
|  00.15
+
| ‘‘উবুন্টু ভাৰ্চন 12.04
+
 
+
|-
+
| 00.18
+
 
|''' Ruby '''1.9.3
 
|''' Ruby '''1.9.3
  
 
|-
 
|-
| 00.21
+
| 00:21
 
|এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
 
|এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
 
   
 
   
 
|-
 
|-
|  00.24
+
|  00:24
 
| “Linux commands”, ”Terminal” আৰু  “Text-editor” ৰ বিষয় আপুনাৰ  জ্ঞান থকাতু দৰকাৰ ৷
 
| “Linux commands”, ”Terminal” আৰু  “Text-editor” ৰ বিষয় আপুনাৰ  জ্ঞান থকাতু দৰকাৰ ৷
  
 
|-
 
|-
| 00.30
+
| 00:30
 
|অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
 
|অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
  
 
|-
 
|-
|  00.34
+
|  00:34
| আমি আৰম্ভ কৰা আগেয়ে  আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক   ।
+
| আমি আৰম্ভ কৰা আগেয়ে  আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰো   ।
  
 
|-
 
|-
| 00.38
+
| 00:38
 
|এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ ।
 
|এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ ।
  
 
|-
 
|-
| 00.41
+
| 00:41
 
|তাৰ পাছত “ruby hyphen tutorial''  '' control hyphen statements”
 
|তাৰ পাছত “ruby hyphen tutorial''  '' control hyphen statements”
  
 
|-
 
|-
| 00.47
+
| 00:47
 
|যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
 
|যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
  
 
|-
 
|-
| 00.52
+
| 00:52
|“Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় -
+
|“Ruby”ত “if statement”ৰ চিন্টেক্স এই দৰে হয় -
  
 
|-
 
|-
| 00.56
+
| 00:56
 
|''' if “condition” '''
 
|''' if “condition” '''
  
 
|-
 
|-
|  00.58
+
|  00:58
|  ''' ruby code'''
+
|  ''' ruby code''' '''end'''
 
+
|-
+
| 00.59
+
|'''end'''
+
  
 
|-
 
|-
| 01.01
+
| 01:01
 
| উদাহৰণ এটা চাওঁ আহক ।
 
| উদাহৰণ এটা চাওঁ আহক ।
  
 
|-
 
|-
| 01.03
+
| 01:03
 
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে  “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
 
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে  “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
  
 
|-
 
|-
| 01.08
+
| 01:08
 
|নাম ৰাখক '' if hyphen statement dot rb''
 
|নাম ৰাখক '' if hyphen statement dot rb''
  
 
|-
 
|-
| 01.12
+
| 01:12
 
|মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে ।
 
|মোৰ লগত ''if statement''ৰ উদাহৰণ এটা আছে ।
  
 
|-
 
|-
|  01.15
+
|  01:15
 
|  আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
 
|  আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
|  01.19
+
|  01:19
 
|মই এই  উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
 
|মই এই  উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
|  01.23
+
|  01:23
 
| প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
 
| প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
  
 
|-
 
|-
| 01.31
+
| 01:31
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
|  01.34
+
|  01:34
 
| “if” ষ্টেটমেণ্টৰ  ভিতৰত ঘোষণা  কৰা  “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
 
| “if” ষ্টেটমেণ্টৰ  ভিতৰত ঘোষণা  কৰা  “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
  
 
|-
 
|-
| 01.39
+
| 01:39
 
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
 
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
  
 
|-
 
|-
| 01.43
+
| 01:43
 
|যদি  ডাঙৰ হয় তেতিয়া ই আমাৰ  নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।     
 
|যদি  ডাঙৰ হয় তেতিয়া ই আমাৰ  নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।     
  
 
|-
 
|-
| 01.47
+
| 01:47
 
|টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
 
|টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
  
 
|-
 
|-
|  01.51
+
|  01:51
|  ''' ruby space if hyphen statement dot rb'''
+
|  ''' ruby space if hyphen statement dot rb'''
  
 
|-
 
|-
| 01.57
+
| 01:57
 
|আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
 
|আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
  
 
|-
 
|-
| 02.02
+
| 02:02
 
|এই আওতপুতে প্ৰমাণ কৰে যে “if”  condition" ''true'' হল ।
 
|এই আওতপুতে প্ৰমাণ কৰে যে “if”  condition" ''true'' হল ।
  
 
|-
 
|-
|  02.07
+
|  02:07
 
|এতিয়া আপোনি  “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
 
|এতিয়া আপোনি  “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
  
 
|-
 
|-
|  02.12
+
|  02:12
 
|এতিয়া '' if-else statement'' চাওঁ আহক ।
 
|এতিয়া '' if-else statement'' চাওঁ আহক ।
  
 
|-
 
|-
|  02.16
+
|  02:16
 
| “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় -
 
| “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় -
  
 
|-
 
|-
| 02.18
+
| 02:18
|''' if “condition” '''
+
|''' if “condition” '''''' ruby code'''
 
+
|-
+
|  02.19
+
| ''' ruby code'''
+
 
+
|-
+
| 02.20
+
|'''else'''
+
  
 
|-
 
|-
| 02.21
+
| 02:20
| '''ruby code '''
+
|'''else''''''ruby code '''
  
 
|-
 
|-
| 02.22
+
| 02:22
 
| ''' end'''
 
| ''' end'''
  
 
|-
 
|-
| 02.24
+
| 02:24
 
|উদাহৰণ এটা চাওঁ আহক ।
 
|উদাহৰণ এটা চাওঁ আহক ।
  
 
|-
 
|-
| 02.26
+
| 02:26
 
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
 
|“Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
  
 
|-
 
|-
| 02.30
+
| 02:30
 
|নাম ৰাখক '' if hyphen else hyphen statement dot rb''
 
|নাম ৰাখক '' if hyphen else hyphen statement dot rb''
  
 
|-
 
|-
| 02.37
+
| 02:37
 
|মোৰ লগত ''if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে ।
 
|মোৰ লগত ''if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে ।
  
 
|-
 
|-
|  02.40
+
|  02:40
 
| আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
 
| আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
 
      
 
      
 
|-
 
|-
| 02.44
+
| 02:44
 
|মই এই  উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
 
|মই এই  উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
| 02.48
+
| 02:48
 
|প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম।
 
|প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম।
  
 
|-
 
|-
| 02.55
+
| 02:55
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
| 02.58
+
| 02:58
 
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
 
|“if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
  
 
|-
 
|-
| 03.03
+
| 03:03
 
| যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
 
| যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
  
 
|-
 
|-
| 03.06
+
| 03:06
 
|অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
 
|অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
  
 
|-
 
|-
|  03.10
+
|  03:10
 
| আৰু ই আমাৰ  নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
 
| আৰু ই আমাৰ  নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
  
 
|-
 
|-
|  03.13
+
|  03:13
 
| টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
 
| টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
  
 
|-
 
|-
|  03.18
+
|  03:18
 
|'''ruby space if hyphen else hyphen statement dot rb'''
 
|'''ruby space if hyphen else hyphen statement dot rb'''
  
 
|-
 
|-
|  03.26
+
|  03:26
| আৰু আওতপুত  চাওঁক
+
| আৰু আওতপুত  চাওঁক ।আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is lesser than 0”
  
 
|-
 
|-
| 03.27
+
|  03:32
|আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0”
+
 
+
|-
+
|  03.32
+
 
| এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
 
| এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
  
 
|-
 
|-
|  03.35
+
|  03:35
 
|এতিয়া আপোনি  “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
 
|এতিয়া আপোনি  “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
  
 
|-
 
|-
| 03.41
+
| 03:41
 
|এতিয়া '' if-else if statement'' চাওঁ আহক ।
 
|এতিয়া '' if-else if statement'' চাওঁ আহক ।
  
 
|-
 
|-
|  03.45
+
|  03:45
 
| “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল -
 
| “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল -
  
 
|-
 
|-
| 03.48
+
| 03:48
 
|''' if “condition” '''  ''' ruby code'''
 
|''' if “condition” '''  ''' ruby code'''
  
 
|-
 
|-
| 03.50
+
| 03:50
| ''' elsif “condition” ''' ''' ruby code'''
+
| ''' elseif “condition” ''' ''' ruby code'''
  
 
|-
 
|-
| 03.52
+
| 03:52
 
|'''else''' ''' ruby code'''
 
|'''else''' ''' ruby code'''
  
 
|-
 
|-
| 03.54
+
| 03:54
 
|'''end '''
 
|'''end '''
  
 
|-
 
|-
| 03.55
+
| 03:55
 
|উদাহৰণ এটা চাওঁ আহক ।
 
|উদাহৰণ এটা চাওঁ আহক ।
 
|-
 
|-
|  03.58
+
|  03:58
 
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে  “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
 
| “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে  “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
 
|-
 
|-
| 04.01
+
| 04:01
 
|নাম ৰাখক '' if hyphen elseif hyphen statement dot rb''
 
|নাম ৰাখক '' if hyphen elseif hyphen statement dot rb''
  
 
|-
 
|-
|  04.07
+
|  04:07
 
|মোৰ লগত ''if-elseif-statement''ৰ উদাহৰণ এটা আছে ।
 
|মোৰ লগত ''if-elseif-statement''ৰ উদাহৰণ এটা আছে ।
  
 
|-
 
|-
|  04.10
+
|  04:10
 
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
 
|আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
  
 
|-
 
|-
| 04.14
+
| 04:14
 
|মই এই  উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
 
|মই এই  উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
| 04.19
+
| 04:19
|ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো।
+
|ইয়াটেই মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো।
  
 
|-
 
|-
| 04.25
+
| 04:25
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
 
|তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
  
 
|-
 
|-
| 04.28
+
| 04:28
 
| “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
 
| “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
  
 
|-
 
|-
| 04.32
+
| 04:32
 
| যদি  হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
 
| যদি  হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
 
|-
 
|-
| 04.35
+
| 04:35
 
| অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
 
| অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
  
 
|-
 
|-
| 04.39
+
| 04:39
 
|এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
 
|এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
  
 
|-
 
|-
| 04.43
+
| 04:43
 
|যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
 
|যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
  
 
|-
 
|-
| 04.46
+
| 04:46
 
| যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
 
| যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
  
 
|-
 
|-
| 04.54
+
| 04:54
 
|কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
 
|কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
  
 
|-
 
|-
| 05.00
+
| 05:00
 
|আৰু ই  ''conditional statement''ৰ  পৰা প্ৰস্থান কৰিব ।
 
|আৰু ই  ''conditional statement''ৰ  পৰা প্ৰস্থান কৰিব ।
  
 
|-
 
|-
| 05.03
+
| 05:03
|এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক
+
|এতিয়া টাৰমিনেললৈ যাওঁ আহক। টাইপ কৰক
  
 
|-
 
|-
| 05.07
+
| 05:07
 
|''' ruby space if hyphen elsif hyphen statement dot rb'''
 
|''' ruby space if hyphen elsif hyphen statement dot rb'''
 
|-
 
|-
| 05.15
+
| 05:15
| আৰু আওতপুতলৈ লক্ষ কৰক ।
+
| আৰু আওতপুতলৈ লক্ষয় কৰক ।
 
|-
 
|-
|05.17
+
|05:17
 
|আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
 
|আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
  
 
|-
 
|-
| 05.23
+
| 05:23
 
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু  '''my_num''' ৰ মান ৫লৈ সলনি কৰো আহক ।
 
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু  '''my_num''' ৰ মান ৫লৈ সলনি কৰো আহক ।
  
 
|-
 
|-
| 05.29
+
| 05:29
 
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
 
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
  
 
|-
 
|-
| 05.35
+
| 05:35
 
|এতিয়া ই '''if''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
 
|এতিয়া ই '''if''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
  
 
|-
 
|-
|  05.42
+
|  05:42
 
|'''my_num'''ৰ মান 0 টকৈ ডাঙৰ হয় ।
 
|'''my_num'''ৰ মান 0 টকৈ ডাঙৰ হয় ।
  
 
|-
 
|-
| 05.45
+
| 05:45
 
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু  '''my_num'''ৰ মান -5লৈ সলনি কৰো আহক ।
 
|এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু  '''my_num'''ৰ মান -5লৈ সলনি কৰো আহক ।
  
 
|-
 
|-
| 05.50
+
| 05:50
 
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
 
|ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
  
 
|-
 
|-
|  05.55
+
|  05:55
 
| এই ক্ষেত্ৰত ই  '''else''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু '''else''' ব্লকৰ ভিতৰত থকা '''puts''' বাক্য শাৰী এক্সেকিউত কৰে ।
 
| এই ক্ষেত্ৰত ই  '''else''' কন্দিচন পৰিপূৰ্ণ কৰে আৰু '''else''' ব্লকৰ ভিতৰত থকা '''puts''' বাক্য শাৰী এক্সেকিউত কৰে ।
 
|-
 
|-
| 06.03
+
| 06:03
 
|এতিয়া '''Ruby'''ত  আপুনি নিজেই '''if- elseif''' ষ্টেটমেন্ট লিখিব পাৰিব ।
 
|এতিয়া '''Ruby'''ত  আপুনি নিজেই '''if- elseif''' ষ্টেটমেন্ট লিখিব পাৰিব ।
  
 
|-
 
|-
| 06.08
+
| 06:08
 
|ইয়াৰ পাছত '''case statement''' চাওঁ আহক ।
 
|ইয়াৰ পাছত '''case statement''' চাওঁ আহক ।
  
 
|-
 
|-
| 06.12
+
| 06:12
 
| এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি '''case statement''' হৈছে এটা '''control flow statement'''।
 
| এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি '''case statement''' হৈছে এটা '''control flow statement'''।
  
 
|-
 
|-
| 06.17
+
| 06:17
 
|ওপৰৰ বাক্য শাৰী বুজিবলৈ '''case statement'''ৰ চিনটেক্স চাওঁ আহক ।
 
|ওপৰৰ বাক্য শাৰী বুজিবলৈ '''case statement'''ৰ চিনটেক্স চাওঁ আহক ।
  
 
|-
 
|-
| 06.22
+
| 06:22
 
|'''case''' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে
 
|'''case''' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে
  
 
|-
 
|-
| 06.24
+
| 06:24
 
|''' case variable'''
 
|''' case variable'''
  
 
|-
 
|-
| 06.26
+
| 06:26
 
|''' when “value 1” '''
 
|''' when “value 1” '''
  
 
|-
 
|-
| 06.28
+
| 06:28
|'''ruby code '''
+
|'''ruby code '''''' when “value 2” '''
  
 
|-
 
|-
| 06.29
+
| 06:30
|''' when “value 2” '''
+
| '''ruby code '''  '''else'''
  
 
|-
 
|-
| 06.30
+
| 06:32
| '''ruby code '''
+
|-
+
| 06.31
+
| '''else'''
+
|-
+
| 06.32
+
 
| ''' ruby code '''
 
| ''' ruby code '''
 
|-
 
|-
| 06.34
+
| 06:34
|'''end'''
+
|'''end'''এটা উদাহৰণ চাওঁ আহক ।
|-
+
 
| 06.35
+
|এটা উদাহৰণ চাওঁ আহক ।
+
 
|-
 
|-
| 06.37
+
| 06:37
 
|'''Ruby''' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।
 
|'''Ruby''' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।
  
 
|-
 
|-
| 06.41
+
| 06:41
 
|'''case hyphen statement dot rb''' বুলি নামাকৰণ কৰক ।
 
|'''case hyphen statement dot rb''' বুলি নামাকৰণ কৰক ।
  
 
|-
 
|-
| 06.44
+
| 06:44
 
|'''case statement'''ৰ এটা উদাহৰণ আছে ।
 
|'''case statement'''ৰ এটা উদাহৰণ আছে ।
  
 
|-
 
|-
| 06.48
+
| 06:48
 
|এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।
 
|এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।
  
 
|-
 
|-
| 06.52
+
| 06:52
 
|এই উদাহৰণত মই এটা '''case statement''' বৰ্ণনা কৰিছো ।
 
|এই উদাহৰণত মই এটা '''case statement''' বৰ্ণনা কৰিছো ।
  
 
|-
 
|-
| 06.55
+
| 06:55
 
|ইয়াত মোৰ এটা '''print statement''' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট  কৰিব ।
 
|ইয়াত মোৰ এটা '''print statement''' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট  কৰিব ।
  
 
|-
 
|-
| 07.01
+
| 07:01
 
|এতিয়া মই এটা '''gets''' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।
 
|এতিয়া মই এটা '''gets''' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।
  
 
|-
 
|-
| 07.09
+
| 07:09
 
|'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো ।
 
|'''chomp''' ব্যৱহাৰ কৰি যিকোনো '''new line character'''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো ।
  
 
|-
 
|-
| 07.15
+
| 07:15
 
|'''domain''' বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।
 
|'''domain''' বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।
  
 
|-
 
|-
| 07.18
+
| 07:18
 
|এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।
 
|এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।
  
 
|-
 
|-
| 07.22
+
| 07:22
 
|তাৰ ভিতৰত মই এটা '''when statement''' বৰ্ণনা কৰিম ।
 
|তাৰ ভিতৰত মই এটা '''when statement''' বৰ্ণনা কৰিম ।
  
 
|-
 
|-
| 07.25
+
| 07:25
 
|ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ '''domain'''ৰ মানৰ লগত মিল আছে নে নাই ।
 
|ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ '''domain'''ৰ মানৰ লগত মিল আছে নে নাই ।
  
 
|-
 
|-
| 07.30
+
| 07:30
 
|প্ৰথমে ই চেক কৰিব যদি '''domain'''ৰ মান “UP” হয় ।
 
|প্ৰথমে ই চেক কৰিব যদি '''domain'''ৰ মান “UP” হয় ।
  
 
|-
 
|-
| 07.34
+
| 07:34
 
|যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব.
 
|যদি বিচৰা ধৰণে পায়, ই '''Uttar Pradesh''' বুলি প্ৰীন্ট কৰিব আৰু '''case statement'''ৰ পৰা বাহিৰ হ'ব.
  
 
|-
 
|-
| 07.39
+
| 07:39
 
|যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় ।
 
|যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় ।
  
 
|-
 
|-
| 07.44
+
| 07:44
 
|যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।
 
|যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।
  
 
|-
 
|-
| 07.48
+
| 07:48
 
|যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব ।
 
|যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব ।
  
 
|-
 
|-
| 07.53
+
| 07:53
 
|এই খিনিতে ‘‘else statement'' এনকাউন্টাৰ কৰিব ।
 
|এই খিনিতে ‘‘else statement'' এনকাউন্টাৰ কৰিব ।
  
 
|-
 
|-
| 07.56
+
| 07:56
 
|যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।
 
|যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।
  
 
|-
 
|-
| 07.59
+
| 07:59
 
|ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি একজিকিউত কৰিব ।
 
|ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি একজিকিউত কৰিব ।
 
   
 
   
 
|-
 
|-
| 08.03
+
| 08:03
 
|আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।
 
|আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।
  
 
|-
 
|-
| 08.07
+
| 08:07
 
|ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ।
 
|ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ।
 
|-
 
|-
| 08.11
+
| 08:11
|''' ruby space case hyphen statement dot rb.'''
+
|''' ruby স্পেচ case hyphen statement dot rb.'''
  
 
|-
 
|-
| 08.18
+
| 08:18
 
|টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”
 
|টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”
  
 
|-
 
|-
| 08.22
+
| 08:22
 
|“UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক ।
 
|“UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক ।
  
 
|-
 
|-
| 08.25
+
| 08:25
 
|আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।
 
|আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।
  
 
|-
 
|-
| 08.28
+
| 08:28
 
|এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক ।
 
|এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক ।
  
 
|-
 
|-
| 08.31
+
| 08:31
 
|এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক ।
 
|এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক ।
  
 
|-
 
|-
| 08.36
+
| 08:36
 
|ই “Kerala” প্ৰীন্ট কৰিব ।
 
|ই “Kerala” প্ৰীন্ট কৰিব ।
  
 
|-
 
|-
| 08.38
+
| 08:38
 
|আকৌ এবাৰ ফাইল খন একজিকিউত কৰক ।
 
|আকৌ এবাৰ ফাইল খন একজিকিউত কৰক ।
  
 
|-
 
|-
| 08.41
+
| 08:41
 
|এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক ।
 
|এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক ।
  
 
|-
 
|-
| 08.47
+
| 08:47
 
|ই “Unknown” প্ৰীন্ট কৰিব ।
 
|ই “Unknown” প্ৰীন্ট কৰিব ।
  
 
|-
 
|-
| 08.50
+
| 08:50
 
|ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases'' সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় ।
 
|ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases'' সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় ।
 
|-
 
|-
| 08.58
+
| 08:58
 
|‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে ।
 
|‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে ।
  
 
|-
 
|-
| 09.03
+
| 09:03
 
|এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো ।
 
|এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো ।
  
 
|-
 
|-
| 09.07
+
| 09:07
|সাৰাংশ বৰ্ণনা কৰো আহক
+
|সাৰাংশ বৰ্ণনা কৰো আহক ।এই টিওটৰিয়েলত আমি শিকিলো-
|-
+
| 09.08
+
|এই টিওটৰিয়েলত আমি শিকিলো-
+
  
 
|-
 
|-
| 09.10
+
| 09:10
 
|''' if statement'''
 
|''' if statement'''
  
 
|-
 
|-
| 09.12
+
| 09:12
|''' else''' construct
+
|''' else''' construct‘‘if-elseif'' আৰু
  
 
|-
 
|-
| 09.13
+
| 09:15
|‘‘if-elsif'' আৰু
+
 
+
|-
+
| 09.15
+
 
|''' case statements'''
 
|''' case statements'''
  
 
|-
 
|-
| 09.17
+
| 09:17
| এটা কাৰ্য্য হিচাপে  :
+
| এটা কাৰ্য্য হিচাপে  : এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক :
 
+
|-
+
| 09.18
+
|এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক :
+
  
 
|-
 
|-
| 09.20
+
| 09:20
 
|যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব
 
|যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব
  
 
|-
 
|-
| 09.23
+
| 09:23
 
|তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ
 
|তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ
  
 
|-
 
|-
| 09.26
+
| 09:26
 
|নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।
 
|নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।
  
 
|-
 
|-
|09.29
+
|09:29
 
|যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”
 
|যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”
  
 
|-
 
|-
| 09.35
+
| 09:35
 
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি
 
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি
  
 
|-
 
|-
| 09.38
+
| 09:38
 
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
 
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
  
 
|-
 
|-
| 09.43
+
| 09:43
 
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি
 
|যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি
  
 
|-
 
|-
| 09.47
+
| 09:47
 
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4”
 
|যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4”
  
 
|-
 
|-
| 09.51
+
| 09:51
 
|যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”
 
|যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”
  
 
|-
 
|-
|  09.56
+
|  09:56
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
 
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
 
|-
 
|-
| 10.00
+
| 10:00
 
|Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে ।
 
|Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে ।
 
   
 
   
 
|-
 
|-
| 10.03
+
| 10:03
 
|যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
 
|যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
  
 
|-
 
|-
|  10.07
+
|  10:07
| Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে
+
| স্পেকন টিউটৰীয়েল প্ৰজেক্টৰ দলটিয়ে
  
 
|-   
 
|-   
| 10.09
+
| 10:09
 
|‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
 
|‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
  
 
|-
 
|-
|10.13
+
|10:13
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
 
|-
 
|-
| 10.16
+
| 10:16
 
|অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।
 
|অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।
  
 
|-
 
|-
|  10.21
+
|  10:21
| ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' প্ৰজেক্টৰ এটা অংগ ।
+
| ‘‘Spoken Tutorial ''' প্ৰজেক্ট ‘‘‘Talk to a Teacher''' প্ৰজেক্টৰ এটা অংগ ।
  
 
|-
 
|-
| 10.26
+
| 10:26
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
  
 
|-
 
|-
| 10.32
+
| 10:32
 
|এই মিছন সম্পৰ্কে  অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
 
|এই মিছন সম্পৰ্কে  অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
  
 
|-
 
|-
| 10.41
+
| 10:41
 
|এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 11:14, 6 March 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00:06 এই টিউটৰিয়েলত আমি শিকিম
00:08 if statement '" else if statement
00:11 else' case statements'
00:14 ইয়াত আমি ব্যৱহাৰ কৰিছো ‘‘উবুন্টু ভাৰ্চন 12.04
00:18 Ruby 1.9.3
00:21 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
00:24 “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00:30 অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
00:34 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰো ।
00:38 এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ ।
00:41 তাৰ পাছত “ruby hyphen tutorial control hyphen statements”
00:47 যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
00:52 “Ruby”ত “if statement”ৰ চিন্টেক্স এই দৰে হয় -
00:56 if “condition”
00:58 ruby code end
01:01 উদাহৰণ এটা চাওঁ আহক ।
01:03 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01:08 নাম ৰাখক if hyphen statement dot rb
01:12 মোৰ লগত if statementৰ উদাহৰণ এটা আছে ।
01:15 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
01:19 মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
01:23 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
01:31 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
01:34 “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
01:39 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
01:43 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
01:47 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
01:51 ruby space if hyphen statement dot rb
01:57 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
02:02 এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল ।
02:07 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
02:12 এতিয়া if-else statement চাওঁ আহক ।
02:16 “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় -
02:18 ' if “condition” ' ruby code
02:20 'else'ruby code
02:22 end
02:24 উদাহৰণ এটা চাওঁ আহক ।
02:26 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
02:30 নাম ৰাখক if hyphen else hyphen statement dot rb
02:37 মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে ।
02:40 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
02:44 মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
02:48 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম।
02:55 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
02:58 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
03:03 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03:06 অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
03:10 আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03:13 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
03:18 ruby space if hyphen else hyphen statement dot rb
03:26 আৰু আওতপুত চাওঁক ।আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is lesser than 0”
03:32 এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
03:35 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
03:41 এতিয়া if-else if statement চাওঁ আহক ।
03:45 “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল -
03:48 if “condition” ruby code
03:50 elseif “condition” ruby code
03:52 else ruby code
03:54 end
03:55 উদাহৰণ এটা চাওঁ আহক ।
03:58 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04:01 নাম ৰাখক if hyphen elseif hyphen statement dot rb
04:07 মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে ।
04:10 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
04:14 মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
04:19 ইয়াটেই মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো।
04:25 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
04:28 “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
04:32 যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04:35 অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
04:39 এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
04:43 যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04:46 যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
04:54 কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
05:00 আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব ।
05:03 এতিয়া টাৰমিনেললৈ যাওঁ আহক। টাইপ কৰক
05:07 ruby space if hyphen elsif hyphen statement dot rb
05:15 আৰু আওতপুতলৈ লক্ষয় কৰক ।
05:17 আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
05:23 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক ।
05:29 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05:35 এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
05:42 my_numৰ মান 0 টকৈ ডাঙৰ হয় ।
05:45 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক ।
05:50 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05:55 এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে ।
06:03 এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব ।
06:08 ইয়াৰ পাছত case statement চাওঁ আহক ।
06:12 এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement
06:17 ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক ।
06:22 case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে
06:24 case variable
06:26 when “value 1”
06:28 'ruby code ' when “value 2”
06:30 ruby code else
06:32 ruby code
06:34 endএটা উদাহৰণ চাওঁ আহক ।
06:37 Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।
06:41 case hyphen statement dot rb বুলি নামাকৰণ কৰক ।
06:44 case statementৰ এটা উদাহৰণ আছে ।
06:48 এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।
06:52 এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো ।
06:55 ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব ।
07:01 এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।
07:09 chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো ।
07:15 domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।
07:18 এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।
07:22 তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম ।
07:25 ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই ।
07:30 প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় ।
07:34 যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব.
07:39 যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় ।
07:44 যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।
07:48 যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব ।
07:53 এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব ।
07:56 যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।
07:59 ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব ।
08:03 আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।
08:07 ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ।
08:11 ruby স্পেচ case hyphen statement dot rb.
08:18 টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”
08:22 “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক ।
08:25 আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।
08:28 এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক ।
08:31 এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক ।
08:36 ই “Kerala” প্ৰীন্ট কৰিব ।
08:38 আকৌ এবাৰ ফাইল খন একজিকিউত কৰক ।
08:41 এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক ।
08:47 ই “Unknown” প্ৰীন্ট কৰিব ।
08:50 ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় ।
08:58 ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে ।
09:03 এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো ।
09:07 সাৰাংশ বৰ্ণনা কৰো আহক ।এই টিওটৰিয়েলত আমি শিকিলো-
09:10 if statement
09:12 else construct‘‘if-elseif আৰু
09:15 case statements
09:17 এটা কাৰ্য্য হিচাপে  : এটা ‘‘Ruby প্ৰগ্ৰেম লিখক :
09:20 যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব
09:23 তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ
09:26 নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।
09:29 যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”
09:35 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি
09:38 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
09:43 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি
09:47 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4”
09:51 যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”
09:56 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10:00 Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে ।
10:03 যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
10:07 স্পেকন টিউটৰীয়েল প্ৰজেক্টৰ দলটিয়ে
10:09 ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
10:13 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:16 অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।
10:21 ‘‘Spoken Tutorial প্ৰজেক্ট ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ ।
10:26 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
10:32 এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:41 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble