Ruby/C2/Control-Statements/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
| 00:06 | এই টিউটৰিয়েলত আমি শিকিম |
| 00:08 | if statement '" else if statement |
| 00:11 | else' case statements' |
| 00:14 | ইয়াত আমি ব্যৱহাৰ কৰিছো ‘‘উবুন্টু ভাৰ্চন 12.04 |
| 00:18 | Ruby 1.9.3 |
| 00:21 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব । |
| 00:24 | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
| 00:30 | অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷ |
| 00:34 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰো । |
| 00:38 | এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ । |
| 00:41 | তাৰ পাছত “ruby hyphen tutorial control hyphen statements” |
| 00:47 | যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
| 00:52 | “Ruby”ত “if statement”ৰ চিন্টেক্স এই দৰে হয় - |
| 00:56 | if “condition” |
| 00:58 | ruby code end |
| 01:01 | উদাহৰণ এটা চাওঁ আহক । |
| 01:03 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 01:08 | নাম ৰাখক if hyphen statement dot rb |
| 01:12 | মোৰ লগত if statementৰ উদাহৰণ এটা আছে । |
| 01:15 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
| 01:19 | মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । |
| 01:23 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। |
| 01:31 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
| 01:34 | “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
| 01:39 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
| 01:43 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
| 01:47 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
| 01:51 | ruby space if hyphen statement dot rb |
| 01:57 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” |
| 02:02 | এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল । |
| 02:07 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । |
| 02:12 | এতিয়া if-else statement চাওঁ আহক । |
| 02:16 | “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় - |
| 02:18 | ' if “condition” ' ruby code |
| 02:20 | 'else'ruby code |
| 02:22 | end |
| 02:24 | উদাহৰণ এটা চাওঁ আহক । |
| 02:26 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 02:30 | নাম ৰাখক if hyphen else hyphen statement dot rb |
| 02:37 | মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে । |
| 02:40 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
| 02:44 | মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো । |
| 02:48 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম। |
| 02:55 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
| 02:58 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
| 03:03 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
| 03:06 | অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । |
| 03:10 | আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
| 03:13 | টাৰমিনেললৈ যাওক আৰু টাইপ কৰক |
| 03:18 | ruby space if hyphen else hyphen statement dot rb |
| 03:26 | আৰু আওতপুত চাওঁক ।আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is lesser than 0” |
| 03:32 | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । |
| 03:35 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । |
| 03:41 | এতিয়া if-else if statement চাওঁ আহক । |
| 03:45 | “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল - |
| 03:48 | if “condition” ruby code |
| 03:50 | elseif “condition” ruby code |
| 03:52 | else ruby code |
| 03:54 | end |
| 03:55 | উদাহৰণ এটা চাওঁ আহক । |
| 03:58 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
| 04:01 | নাম ৰাখক if hyphen elseif hyphen statement dot rb |
| 04:07 | মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে । |
| 04:10 | আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে । |
| 04:14 | মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
| 04:19 | ইয়াটেই মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো। |
| 04:25 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
| 04:28 | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
| 04:32 | যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
| 04:35 | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । |
| 04:39 | এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
| 04:43 | যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব । |
| 04:46 | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। |
| 04:54 | কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । |
| 05:00 | আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব । |
| 05:03 | এতিয়া টাৰমিনেললৈ যাওঁ আহক। টাইপ কৰক |
| 05:07 | ruby space if hyphen elsif hyphen statement dot rb |
| 05:15 | আৰু আওতপুতলৈ লক্ষয় কৰক । |
| 05:17 | আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
| 05:23 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক । |
| 05:29 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
| 05:35 | এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । |
| 05:42 | my_numৰ মান 0 টকৈ ডাঙৰ হয় । |
| 05:45 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক । |
| 05:50 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক । |
| 05:55 | এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে । |
| 06:03 | এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব । |
| 06:08 | ইয়াৰ পাছত case statement চাওঁ আহক । |
| 06:12 | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement। |
| 06:17 | ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক । |
| 06:22 | case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
| 06:24 | case variable |
| 06:26 | when “value 1” |
| 06:28 | 'ruby code ' when “value 2” |
| 06:30 | ruby code else |
| 06:32 | ruby code |
| 06:34 | endএটা উদাহৰণ চাওঁ আহক । |
| 06:37 | Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
| 06:41 | case hyphen statement dot rb বুলি নামাকৰণ কৰক । |
| 06:44 | case statementৰ এটা উদাহৰণ আছে । |
| 06:48 | এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
| 06:52 | এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো । |
| 06:55 | ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
| 07:01 | এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
| 07:09 | chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো । |
| 07:15 | domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
| 07:18 | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
| 07:22 | তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম । |
| 07:25 | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই । |
| 07:30 | প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় । |
| 07:34 | যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব. |
| 07:39 | যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় । |
| 07:44 | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
| 07:48 | যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব । |
| 07:53 | এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব । |
| 07:56 | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
| 07:59 | ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব । |
| 08:03 | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
| 08:07 | ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক । |
| 08:11 | ruby স্পেচ case hyphen statement dot rb. |
| 08:18 | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
| 08:22 | “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক । |
| 08:25 | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
| 08:28 | এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক । |
| 08:31 | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক । |
| 08:36 | ই “Kerala” প্ৰীন্ট কৰিব । |
| 08:38 | আকৌ এবাৰ ফাইল খন একজিকিউত কৰক । |
| 08:41 | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক । |
| 08:47 | ই “Unknown” প্ৰীন্ট কৰিব । |
| 08:50 | ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় । |
| 08:58 | ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে । |
| 09:03 | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো । |
| 09:07 | সাৰাংশ বৰ্ণনা কৰো আহক ।এই টিওটৰিয়েলত আমি শিকিলো- |
| 09:10 | if statement |
| 09:12 | else construct‘‘if-elseif আৰু |
| 09:15 | case statements |
| 09:17 | এটা কাৰ্য্য হিচাপে : এটা ‘‘Ruby প্ৰগ্ৰেম লিখক : |
| 09:20 | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
| 09:23 | তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ |
| 09:26 | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
| 09:29 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
| 09:35 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
| 09:38 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
| 09:43 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
| 09:47 | যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4” |
| 09:51 | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
| 09:56 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 10:00 | Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে । |
| 10:03 | যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
| 10:07 | স্পেকন টিউটৰীয়েল প্ৰজেক্টৰ দলটিয়ে |
| 10:09 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
| 10:13 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 10:16 | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
| 10:21 | ‘‘Spoken Tutorial প্ৰজেক্ট ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ । |
| 10:26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 10:32 | এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 10:41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |