PHP-and-MySQL/C4/Sessions/Assamese

From Script | Spoken-Tutorial
Revision as of 19:56, 21 November 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ আৰু এই php চেচনচ (sessions)ৰ টিউট’ৰিয়েললৈ স্বাগতম
00:05 চেচনচ (Sessions) কুকিজ (cookies)ৰ দৰে কিছু একে
00:08 যিকিনহওঁক, চেচনচ (Sessions)ৰ মাত্ৰ এটা অস্থায়ী সময় থাকে যি হৈছে এক্সপায়াৰি টাইম
00:12 সিহত ব্ৰ’জাৰটো বন্ধ কৰাৰ লগে লগে নষ্ট হ’ব আৰু পৃষ্ঠা (page)টোলৈ সকলো সংযোগ নাইকীয়া হয়
00:19 গতিকে, চেচনচ (sessions) কুকিজ (cookies)ৰ দৰে নহয় কাৰণ আপুনি এটা নিৰ্দিষ্ট এক্সপায়াৰি টাইম সজাব নোৱাৰে
00:24 আৰু সিহত একেধৰণে জমা নহয়
00:28 মই বুজাইছো, চেচন (session)ৰ "id" টো কুকি (cookie)টোত জমা কৰিব পাৰি
00:34 বা আপুনি হয়তো ব্ৰ’জাৰ এটাৰ URL ত এনেধৰণৰ কিবা দেখিছে
00:40 মোৰ নামটো মনত নাই - কিবাএটা সমান আৰু বহুতো সংখ্যা আৰু বৰ্ণ
00:47 গতিকে, মূলত চেচনচ (sessions) কুকিজ (cookies)ৰ দৰে অতি সদৃশ
00:50 যিকিনহওঁক, সিহত বহু সময়ৰ বাবে জমা হৈ নাথাকে; মাত্ৰ উপভোক্তাই ব্ৰ’জাৰটো বন্ধ নকৰালৈকে
00:57 ঠিক আছে । গতিকে চেচনচ (sessions) বেলেগ
01:00 সৰ্বপ্ৰথমে, আমি এই 'চেচন_ষ্টাৰ্ট()' নামৰ ফাংচনটো দিক্লেয়াৰ কৰিব বা মাতিব লাগিব
01:09 এতিয়া, এইটো প্ৰত্যেক পৃষ্ঠাৰ (page) ওপৰত থাকিব লাগিব য’ত আপুনি চেচনচ (sessions) ব্যৱ্হাৰ কৰিব
01:14 গতিকে, যদি আপোনাৰ এইটো নাথাকে আৰু আপুনি এটা চেচন ভেলু (session value) একৌ (echo) কৰিবলৈ বা চেচন (session) এটা সজাবলৈ চেষ্টা কৰিছে, ই কাম নকৰিব
01:22 আপোনাক তাত চেচন ষ্টাৰ্ট ক’ডটো লাগিব
01:24 এতিয়া মই আপোনাক এৰ’ৰ (error)টো দেখুৱাম যি আপুনি ইয়াক ব্যৱ্হাৰ নকৰিলে আহে, গতিকে আপুনি ইয়াক মনত ৰাখিব
01:30 চেচন (session) এটা বনোৱাতো অতি সহজ
01:34 'ডলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) চেচন (SESSION)' ব্যৱ্হাৰ কৰক আৰু বৰ বন্ধনীৰ ভিতৰত চেচন (session)টোৰ নামটো দিয়ক
01:40 মই লিখিম নেম ('name') আৰু সমান এই মানটো কিবালৈ
01:44 ই হ’ব পাৰে এটা ষ্ট্ৰিংগ (string) দাতা বা নতুন লিখিত মানটো
01:48 ঠিক আছে, গতিকে আমাৰ চেচন (session)টো ইয়াত সজোৱা হ’ল
01:50 আহক ইয়াক প্ৰথম বাৰৰ বাবে ৰান (run) কৰো
01:53 গতিকে, আহক ৰিফ্ৰেছ কৰো
01:56 ঠিক আছে, একো নহ’ল
01:58 মই এই ক’ডটোক কমেন্ত (comment ) কৰিম মোৰ কুকিজ (Cookies) টিউট’ৰিয়েলটোত কৰাৰ দৰে
02:01 যদি আপুনি তাক চোৱা নাই, অনুগ্ৰহ কৰি চাওঁক
02:04 পাছত মই চেচন (session)টোৰ মানটো একৌ (echo) কৰিম যাক মই সজাইছিলো
02:08 গতিকে সেইটো নেম ('name')
02:11 অনুগ্ৰহ কৰি মন কৰিব যে এইটো কাৰ্যকৰী নহয়
02:15 ই এটা সম্পূৰ্ণ নতুন পৃষ্ঠাত হ’ব, আপুনি জানিব
02:19 কিন্তু ইয়াত মই মোৰ চেচন (session)টো আৰম্ভ কৰিছো
02:21 মই নেম ('name') নামৰ চেচন (session) এটা পাইছো যি ইতিমধ্যে আমাৰ চাৰ্ভাৰৰ দ্বাৰা জমা হৈছে
02:26 গতিকে, আহক ৰিফ্ৰেছ কৰো আমি দেখিছো সি এলেক্স ("Alex")ৰ সমান
02:29 গতিকে, আপুনি এইটো আৰু এইটো ক’ড যিকোনো পৃষ্ঠাত যোগ কৰিব পাৰে
02:33 গতিকে, আপুনি আপোনাৰ চেচনটো আৰম্ভ কৰিব পাৰে আৰু আপোনাৰ পৃষ্ঠাত চেচন নামটো একৌ কৰিব পাৰে যেতিয়ালৈকে এইটো ব্ৰ’জাৰটোৰ বৰ্ত্তমান চেচনৰ যিকোনো পৃষ্ঠাত আৰম্ভ হয়
02:44 গতিকে, উদাহৰণস্বৰূপে, যদি মই নতুন পৃষ্ঠা এটা বনাওঁ, মোৰ php ক’ড (code) ইয়াত যোগ কৰো আৰু কওঁ চেচন_ষ্টাৰ্ট()
02:49 আৰু তাৰপাছ্ত চেচন নেম ('name')টো একৌ কৰো
02:56 আৰু মই ইয়াক মোৰ চেচনচ ('sessions') ফ’ল্দাৰত নতুন পৃষ্ঠা বা 'নিউ (new) দত (dot) php' হিচাবে ছেভ (save) কৰিম
03:03 গতিকে, যেতিয়া আমি ইয়াত আমাৰ পৃষ্ঠালৈ ঘূৰি আহো আৰু আমি ইয়াত টিপো, আমি লিখো 'নিউ (new) দত (dot) php'
03:10 আমি একেবাৰে সদৃশ মানটো পাওঁ, যদিও আমি একেটা পৃষ্ঠাত কাম কৰি থকা নাই য’ত আমি আমাৰ চেচনটো বনাইছিলো, আমি তথাপিও ইয়াক সংযোগ কৰিবলৈ সক্ষম
03:18 যিকিনহওঁক, যদি মই মোৰ ব্ৰ’জাৰ বন্ধ কৰো আৰু ইয়াক পুনৰ খুলো, এই চেচন (session)টো সম্ভৱত উপলদ্ধ নহ’ব
03:25 আশা কৰো সেইটো চাফা । এতিয়া আহক মই আপোনাক দেখুৱাও কি হ’ব যদি আপুনি চেচন_ষ্টাৰ্ট()টো নিদিয়ে
03:31 আপুনি ইয়াৰ দৰে সদৃশ কিবা এটা পায়
03:33 আহক ঘূৰি যাওঁ আৰু ইয়াক চাওঁ
03:36 ইয়াত যি ঘটিছে সেইয়া হৈছে আমি একো আউতপুত নাইপোৱা কাৰণ আমি আমাৰ চেচন (session)টো আৰম্ভ কৰা নাই
03:44 যেতিয়া আমি 'চেচন_ষ্টাৰ্ট' লিখো, আপুনি দেখিছে আমি আমাৰ মানটো আউতপুত হিচাবে পাওঁ
03:51 মোৰ এটা আউতপুত নথকাৰ কাৰণটো হৈছে মোৰ সেই প্ৰকাৰৰ এৰ’ৰ (error) ৰিপ’ৰৰ্টিং অন নাই
03:56 কিন্তু যদি আপোনাৰ এটা নিৰ্দিষ্ট প্ৰকাৰৰ এৰ’ৰ ৰিপ’ৰৰ্টিং অন থাকে, মোৰ সেই বিষয়ে এটা টিউট’ৰিয়েলো আছে, তেন্তে সম্ভৱত আপুনি এটা এৰ’ৰ পাব
04:06 গতিকে আপুনি ইয়াক এতিয়া বন্ধ কৰিব পাৰে আৰু মই আপোনাক কেনেকৈ চেচন এটা আনচেত ('unset') কৰা হয় দেখুৱাম
04:10 ইয়াক কৰাৰ দুটা পদ্ধতি আছে
04:12 হয়তো আনচেত (unset) আৰু তাৰপাছত বন্ধনীত চেচন (session) আমাৰ চেচনটো আনচেত কৰিবলৈ
04:16 বা এটা সম্পূৰ্ণ বেলেগ কমান্ড (command) একেলগে ব্যৱ্হাৰ কৰা যি হৈছে চেচন_দেচট্ৰ’ই()
04:27 আৰু এই কমান্ড দুটাৰ মাজত পাৰ্থক্যটো হৈছে 'চেচনচ_দেচট্ৰ’ই'এ চেচনচ সম্পূৰ্ণকৈ শেষ কৰিব যি আপুনি বৰ্ত্তমান ধৰি আছে
04:35 আৰু আনচেতে ('unset') এটা নিৰ্দিষ্ট চেচনক আনচেত কৰিব
04:40 গতিকে, এইটো আপোনাৰ পচন্দ, আপুনি উপভোক্তাক ল’গ আউত কৰি ক’ব পাৰে চেচন_দেচট্ৰ’ই()
04:46 সি বৰ্ত্তমান সকলো চেচন ভেৰিয়েবলচ চাফা কৰিব যি আপুনি এই সময়্ত ধৰি আছে
04:50 বা অন্যহাতে আপুনি নিৰ্দিষ্ট এটাক আনচেত ('unset') কৰিব পাৰে
04:53 গতিকে, চেচনচ (sessions) কিহৰ বাবে দৰকাৰী?
04:55 যদি আপুনি ওৱেবচাইত এটালৈ আহে আৰু ৰিমেম্বাৰ মি (Remember me)ৰ দৰে বক্স এটা দেখে আৰু আপুনি এই বক্সক নিৰ্বাচিত নকৰে, তেন্তে আপুনি সম্ভৱত চেচনচ (sessions) ব্যৱ্হাৰ কৰিছে
05:03 কাৰণ উপভোক্তাৰ ব্ৰ’জাৰটো এবাৰ বন্ধ কৰিলেই, আপুনি ল’গ আউত হ’ব
05:09 আৰু যেতিয়া আপুনি ওৱেবচাইতটোলৈ ঘূৰি আহিব আপুনি আপোনাৰ সবিশেষ পুনৰ লিখিব লাগিব যেনে আপোনাৰ ইউজাৰ নেম ('user name') আৰু পাচৱৰ্দ ওৱেবচাইতটোত ল’গইন কৰিবলৈ
05:17 কিন্তু ই বেলেগ হয় যদি আপুনি কুকিজ (cookies) ব্যৱ্হাৰ কৰি আছে কাৰণ আপুনি এটা এক্সপায়াৰি টাইম সজায় - যি বুজায় যে আপোনাৰ ইউজাৰনেম ('username') ল’গ ইন হ’ব বা এই কুকি (cookie)টো থাকিব যেতিয়ালৈকে আপুনি ইয়াক শেষ কৰিবলৈ সিদ্ধান্ত নকৰে
05:30 আৰু আমি আমাৰ কুকি (cookie) শেষ কৰিবলৈ এটা ক’ড বনাব লাগিব, মই মোৰ কুকিজ ('Cookies') টিউট’ৰিয়েলত দেখুৱাৰ দৰে
05:35 গতিকে, প্ৰকৃততে এইটো আপোনাৰ পচন্দ যে আপুনি চেচনচ (sessions) বা কুকিজ (cookies) কি ব্যৱ্হাৰ কৰে
05:40 চেচনচ (Sessions) ভাল কমৰ বাবে, কুকিজ (Cookies) ভাল বেছিৰ বাবে - নিৰ্দিষ্ট পৰিমানৰ সময় যি আপুনি দাতাৰ টুকুৰা এটা ধৰি থাকিবলৈ বিচাৰে
05:49 কিন্তু যদি আপুনি মোৰ php প্ৰকল্প - 'ৰেজিষ্টাৰ (Register) এন্দ (and) ল’গইন (login)'ৰ দ্বাৰা গৈছে, আপুনি দেখিব যে মই চেচনচ ব্যৱ্হাৰ কৰো
05:56 ইয়াৰ কাৰণটো হৈছে মই চেচনচ ব্যৱ্হাৰ কৰিব লাগিব যেতিয়া মই টিউট’ৰিয়েলচ বনাওঁ
06:00 যিকিনহওঁক আপুনি ইয়াৰ যিকোনো ফৰ্ম ল’ব পাৰে
06:03 ই এটা কুকি (cookie) হ’ব পাৰে, ই এটা চেচন (session) হ’ব পাৰে , এইটো প্ৰকৃততে আপোনাৰ পচন্দ যে আপুনি উপভোক্তাক এক দীঘলীয়া সময়ৰ বাবে ল’গ ইন কৰি ৰাখিব বিচাৰে নে নাই
06:11 গতিকে, আপোনাৰ যদি এই বিষয়ে কিবা প্ৰশ্ন থাকে, নিসংকোচে মোক যোগাযোগ কৰিব
06:16 আপুনি phpacademyক চাবস্ক্ৰাইব কৰাতো নিশ্বিত কৰক
06:20 দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9