PHP-and-MySQL/C4/Sessions/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ আৰু এই php চেচনচ (sessions)ৰ টিউট’ৰিয়েললৈ স্বাগতম |
| 00:05 | চেচনচ (Sessions) কুকিজ (cookies)ৰ দৰে কিছু একে |
| 00:08 | যিকিনহওঁক, চেচনচ (Sessions)ৰ মাত্ৰ এটা অস্থায়ী সময় থাকে যি হৈছে এক্সপায়াৰি টাইম |
| 00:12 | সিহত ব্ৰ’জাৰটো বন্ধ কৰাৰ লগে লগে নষ্ট হ’ব আৰু পৃষ্ঠা (page)টোলৈ সকলো সংযোগ নাইকীয়া হয় |
| 00:19 | গতিকে, চেচনচ (sessions) কুকিজ (cookies)ৰ দৰে নহয় কাৰণ আপুনি এটা নিৰ্দিষ্ট এক্সপায়াৰি টাইম সজাব নোৱাৰে |
| 00:24 | আৰু সিহত একেধৰণে জমা নহয় |
| 00:28 | মই বুজাইছো, চেচন (session)ৰ "id" টো কুকি (cookie)টোত জমা কৰিব পাৰি |
| 00:34 | বা আপুনি হয়তো ব্ৰ’জাৰ এটাৰ URL ত এনেধৰণৰ কিবা দেখিছে |
| 00:40 | মোৰ নামটো মনত নাই - কিবাএটা সমান আৰু বহুতো সংখ্যা আৰু বৰ্ণ |
| 00:47 | গতিকে, মূলত চেচনচ (sessions) কুকিজ (cookies)ৰ দৰে অতি সদৃশ |
| 00:50 | যিকিনহওঁক, সিহত বহু সময়ৰ বাবে জমা হৈ নাথাকে; মাত্ৰ উপভোক্তাই ব্ৰ’জাৰটো বন্ধ নকৰালৈকে |
| 00:57 | ঠিক আছে । গতিকে চেচনচ (sessions) বেলেগ |
| 01:00 | সৰ্বপ্ৰথমে, আমি এই 'চেচন_ষ্টাৰ্ট()' নামৰ ফাংচনটো দিক্লেয়াৰ কৰিব বা মাতিব লাগিব |
| 01:09 | এতিয়া, এইটো প্ৰত্যেক পৃষ্ঠাৰ (page) ওপৰত থাকিব লাগিব য’ত আপুনি চেচনচ (sessions) ব্যৱ্হাৰ কৰিব |
| 01:14 | গতিকে, যদি আপোনাৰ এইটো নাথাকে আৰু আপুনি এটা চেচন ভেলু (session value) একৌ (echo) কৰিবলৈ বা চেচন (session) এটা সজাবলৈ চেষ্টা কৰিছে, ই কাম নকৰিব |
| 01:22 | আপোনাক তাত চেচন ষ্টাৰ্ট ক’ডটো লাগিব |
| 01:24 | এতিয়া মই আপোনাক এৰ’ৰ (error)টো দেখুৱাম যি আপুনি ইয়াক ব্যৱ্হাৰ নকৰিলে আহে, গতিকে আপুনি ইয়াক মনত ৰাখিব |
| 01:30 | চেচন (session) এটা বনোৱাতো অতি সহজ |
| 01:34 | 'ডলাৰ (dollar) আন্দাৰস্ক’ৰ (underscore) চেচন (SESSION)' ব্যৱ্হাৰ কৰক আৰু বৰ বন্ধনীৰ ভিতৰত চেচন (session)টোৰ নামটো দিয়ক |
| 01:40 | মই লিখিম নেম ('name') আৰু সমান এই মানটো কিবালৈ |
| 01:44 | ই হ’ব পাৰে এটা ষ্ট্ৰিংগ (string) দাতা বা নতুন লিখিত মানটো |
| 01:48 | ঠিক আছে, গতিকে আমাৰ চেচন (session)টো ইয়াত সজোৱা হ’ল |
| 01:50 | আহক ইয়াক প্ৰথম বাৰৰ বাবে ৰান (run) কৰো |
| 01:53 | গতিকে, আহক ৰিফ্ৰেছ কৰো |
| 01:56 | ঠিক আছে, একো নহ’ল |
| 01:58 | মই এই ক’ডটোক কমেন্ত (comment ) কৰিম মোৰ কুকিজ (Cookies) টিউট’ৰিয়েলটোত কৰাৰ দৰে |
| 02:01 | যদি আপুনি তাক চোৱা নাই, অনুগ্ৰহ কৰি চাওঁক |
| 02:04 | পাছত মই চেচন (session)টোৰ মানটো একৌ (echo) কৰিম যাক মই সজাইছিলো |
| 02:08 | গতিকে সেইটো নেম ('name') |
| 02:11 | অনুগ্ৰহ কৰি মন কৰিব যে এইটো কাৰ্যকৰী নহয় |
| 02:15 | ই এটা সম্পূৰ্ণ নতুন পৃষ্ঠাত হ’ব, আপুনি জানিব |
| 02:19 | কিন্তু ইয়াত মই মোৰ চেচন (session)টো আৰম্ভ কৰিছো |
| 02:21 | মই নেম ('name') নামৰ চেচন (session) এটা পাইছো যি ইতিমধ্যে আমাৰ চাৰ্ভাৰৰ দ্বাৰা জমা হৈছে |
| 02:26 | গতিকে, আহক ৰিফ্ৰেছ কৰো আমি দেখিছো সি এলেক্স ("Alex")ৰ সমান |
| 02:29 | গতিকে, আপুনি এইটো আৰু এইটো ক’ড যিকোনো পৃষ্ঠাত যোগ কৰিব পাৰে |
| 02:33 | গতিকে, আপুনি আপোনাৰ চেচনটো আৰম্ভ কৰিব পাৰে আৰু আপোনাৰ পৃষ্ঠাত চেচন নামটো একৌ কৰিব পাৰে যেতিয়ালৈকে এইটো ব্ৰ’জাৰটোৰ বৰ্ত্তমান চেচনৰ যিকোনো পৃষ্ঠাত আৰম্ভ হয় |
| 02:44 | গতিকে, উদাহৰণস্বৰূপে, যদি মই নতুন পৃষ্ঠা এটা বনাওঁ, মোৰ php ক’ড (code) ইয়াত যোগ কৰো আৰু কওঁ চেচন_ষ্টাৰ্ট() |
| 02:49 | আৰু তাৰপাছ্ত চেচন নেম ('name')টো একৌ কৰো |
| 02:56 | আৰু মই ইয়াক মোৰ চেচনচ ('sessions') ফ’ল্দাৰত নতুন পৃষ্ঠা বা 'নিউ (new) দত (dot) php' হিচাবে ছেভ (save) কৰিম |
| 03:03 | গতিকে, যেতিয়া আমি ইয়াত আমাৰ পৃষ্ঠালৈ ঘূৰি আহো আৰু আমি ইয়াত টিপো, আমি লিখো 'নিউ (new) দত (dot) php' |
| 03:10 | আমি একেবাৰে সদৃশ মানটো পাওঁ, যদিও আমি একেটা পৃষ্ঠাত কাম কৰি থকা নাই য’ত আমি আমাৰ চেচনটো বনাইছিলো, আমি তথাপিও ইয়াক সংযোগ কৰিবলৈ সক্ষম |
| 03:18 | যিকিনহওঁক, যদি মই মোৰ ব্ৰ’জাৰ বন্ধ কৰো আৰু ইয়াক পুনৰ খুলো, এই চেচন (session)টো সম্ভৱত উপলদ্ধ নহ’ব |
| 03:25 | আশা কৰো সেইটো চাফা । এতিয়া আহক মই আপোনাক দেখুৱাও কি হ’ব যদি আপুনি চেচন_ষ্টাৰ্ট()টো নিদিয়ে |
| 03:31 | আপুনি ইয়াৰ দৰে সদৃশ কিবা এটা পায় |
| 03:33 | আহক ঘূৰি যাওঁ আৰু ইয়াক চাওঁ |
| 03:36 | ইয়াত যি ঘটিছে সেইয়া হৈছে আমি একো আউতপুত নাইপোৱা কাৰণ আমি আমাৰ চেচন (session)টো আৰম্ভ কৰা নাই |
| 03:44 | যেতিয়া আমি 'চেচন_ষ্টাৰ্ট' লিখো, আপুনি দেখিছে আমি আমাৰ মানটো আউতপুত হিচাবে পাওঁ |
| 03:51 | মোৰ এটা আউতপুত নথকাৰ কাৰণটো হৈছে মোৰ সেই প্ৰকাৰৰ এৰ’ৰ (error) ৰিপ’ৰৰ্টিং অন নাই |
| 03:56 | কিন্তু যদি আপোনাৰ এটা নিৰ্দিষ্ট প্ৰকাৰৰ এৰ’ৰ ৰিপ’ৰৰ্টিং অন থাকে, মোৰ সেই বিষয়ে এটা টিউট’ৰিয়েলো আছে, তেন্তে সম্ভৱত আপুনি এটা এৰ’ৰ পাব |
| 04:06 | গতিকে আপুনি ইয়াক এতিয়া বন্ধ কৰিব পাৰে আৰু মই আপোনাক কেনেকৈ চেচন এটা আনচেত ('unset') কৰা হয় দেখুৱাম |
| 04:10 | ইয়াক কৰাৰ দুটা পদ্ধতি আছে |
| 04:12 | হয়তো আনচেত (unset) আৰু তাৰপাছত বন্ধনীত চেচন (session) আমাৰ চেচনটো আনচেত কৰিবলৈ |
| 04:16 | বা এটা সম্পূৰ্ণ বেলেগ কমান্ড (command) একেলগে ব্যৱ্হাৰ কৰা যি হৈছে চেচন_দেচট্ৰ’ই() |
| 04:27 | আৰু এই কমান্ড দুটাৰ মাজত পাৰ্থক্যটো হৈছে 'চেচনচ_দেচট্ৰ’ই'এ চেচনচ সম্পূৰ্ণকৈ শেষ কৰিব যি আপুনি বৰ্ত্তমান ধৰি আছে |
| 04:35 | আৰু আনচেতে ('unset') এটা নিৰ্দিষ্ট চেচনক আনচেত কৰিব |
| 04:40 | গতিকে, এইটো আপোনাৰ পচন্দ, আপুনি উপভোক্তাক ল’গ আউত কৰি ক’ব পাৰে চেচন_দেচট্ৰ’ই() |
| 04:46 | সি বৰ্ত্তমান সকলো চেচন ভেৰিয়েবলচ চাফা কৰিব যি আপুনি এই সময়্ত ধৰি আছে |
| 04:50 | বা অন্যহাতে আপুনি নিৰ্দিষ্ট এটাক আনচেত ('unset') কৰিব পাৰে |
| 04:53 | গতিকে, চেচনচ (sessions) কিহৰ বাবে দৰকাৰী? |
| 04:55 | যদি আপুনি ওৱেবচাইত এটালৈ আহে আৰু ৰিমেম্বাৰ মি (Remember me)ৰ দৰে বক্স এটা দেখে আৰু আপুনি এই বক্সক নিৰ্বাচিত নকৰে, তেন্তে আপুনি সম্ভৱত চেচনচ (sessions) ব্যৱ্হাৰ কৰিছে |
| 05:03 | কাৰণ উপভোক্তাৰ ব্ৰ’জাৰটো এবাৰ বন্ধ কৰিলেই, আপুনি ল’গ আউত হ’ব |
| 05:09 | আৰু যেতিয়া আপুনি ওৱেবচাইতটোলৈ ঘূৰি আহিব আপুনি আপোনাৰ সবিশেষ পুনৰ লিখিব লাগিব যেনে আপোনাৰ ইউজাৰ নেম ('user name') আৰু পাচৱৰ্দ ওৱেবচাইতটোত ল’গইন কৰিবলৈ |
| 05:17 | কিন্তু ই বেলেগ হয় যদি আপুনি কুকিজ (cookies) ব্যৱ্হাৰ কৰি আছে কাৰণ আপুনি এটা এক্সপায়াৰি টাইম সজায় - যি বুজায় যে আপোনাৰ ইউজাৰনেম ('username') ল’গ ইন হ’ব বা এই কুকি (cookie)টো থাকিব যেতিয়ালৈকে আপুনি ইয়াক শেষ কৰিবলৈ সিদ্ধান্ত নকৰে |
| 05:30 | আৰু আমি আমাৰ কুকি (cookie) শেষ কৰিবলৈ এটা ক’ড বনাব লাগিব, মই মোৰ কুকিজ ('Cookies') টিউট’ৰিয়েলত দেখুৱাৰ দৰে |
| 05:35 | গতিকে, প্ৰকৃততে এইটো আপোনাৰ পচন্দ যে আপুনি চেচনচ (sessions) বা কুকিজ (cookies) কি ব্যৱ্হাৰ কৰে |
| 05:40 | চেচনচ (Sessions) ভাল কমৰ বাবে, কুকিজ (Cookies) ভাল বেছিৰ বাবে - নিৰ্দিষ্ট পৰিমানৰ সময় যি আপুনি দাতাৰ টুকুৰা এটা ধৰি থাকিবলৈ বিচাৰে |
| 05:49 | কিন্তু যদি আপুনি মোৰ php প্ৰকল্প - 'ৰেজিষ্টাৰ (Register) এন্দ (and) ল’গইন (login)'ৰ দ্বাৰা গৈছে, আপুনি দেখিব যে মই চেচনচ ব্যৱ্হাৰ কৰো |
| 05:56 | ইয়াৰ কাৰণটো হৈছে মই চেচনচ ব্যৱ্হাৰ কৰিব লাগিব যেতিয়া মই টিউট’ৰিয়েলচ বনাওঁ |
| 06:00 | যিকিনহওঁক আপুনি ইয়াৰ যিকোনো ফৰ্ম ল’ব পাৰে |
| 06:03 | ই এটা কুকি (cookie) হ’ব পাৰে, ই এটা চেচন (session) হ’ব পাৰে , এইটো প্ৰকৃততে আপোনাৰ পচন্দ যে আপুনি উপভোক্তাক এক দীঘলীয়া সময়ৰ বাবে ল’গ ইন কৰি ৰাখিব বিচাৰে নে নাই |
| 06:11 | গতিকে, আপোনাৰ যদি এই বিষয়ে কিবা প্ৰশ্ন থাকে, নিসংকোচে মোক যোগাযোগ কৰিব |
| 06:16 | আপুনি phpacademyক চাবস্ক্ৰাইব কৰাতো নিশ্বিত কৰক |
| 06:20 | দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |