PHP-and-MySQL/C2/Loops-While-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 01:20, 2 June 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো
00:07 মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে(loop) কিদৰে কাম কৰে দেখুৱাব লাগে
00:17 এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ(while loop)ৰ বিষয়ে শিকিম
00:21 এটা হোৱাইল লোপে(while loop) চৰ্ত(condition) এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত(condition)টো ট্ৰু(True) হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে
00:38 উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ(while loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত(condition) আৰু এইটো হৈছে মোৰ ব্লক(block)
00:51 মই মোৰ ব্লক(block)ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম
00:56 মোৰ চৰ্ত(condition)টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত(if statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো
01:04 এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ
01:07 ইয়াত এইটো এটা লোপ(loop) আৰু তাৰপাছত এটা ব্ৰেক(break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব
01:17 যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো
01:22 ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ(loop)টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব
01:34 গতিকে, যিহেতু লোপ(loop)টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব
01:40 আহক কওঁ যেতিয়া(while) এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ(echo)ৰ ভিতৰত মই ক’ব পাৰো - num(নাম) ++
01:57 '++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ(operator) । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে
02:16 গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান
02:23 গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ(operator) । যি ঘটিব সেইয়া হৈছে -
02:29 আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ(echo) লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয়
02:41 কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ(loop) হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব
03:01 তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব
03:06 গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ
03:20 এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ (loop ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম
03:27 প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব
03:37 ঠিক আছে । মই ক’ম loop(লোপ) 1 আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ(loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে
03:49 আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ(Refresh ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে
03:58 আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ(Refresh) কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয়
04:08 আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ(refresh) কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয়
04:20 প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে(array)ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে(array)টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে
04:27 আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ(echo) কৰিবলৈ লোপচ(loops) ব্যৱহাৰ কৰিব পাৰে
04:32 ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয়
04:40 যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক
04:53 ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব
05:03 যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা(readability ) আৰু নমনীয়তা(flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ(whileloop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত(condition)টো পৰীক্ষা কৰে
05:17 যদি চৰ্তটো ট্ৰু(True) হয় ই এই ক‘ড(code)ৰ ব্লক(block)টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব
05:24 আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম(infinity)ৰ বাবে লোপ(loop) হ’ব
05:32 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় ।

Contributors and Content Editors

Mausamh9