PHP-and-MySQL/C2/Loops-While-Statement/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত (looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো
00:07 মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ (reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে (loop) কিদৰে কাম কৰে দেখুৱাব লাগে
00:17 এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ (while loop)ৰ বিষয়ে শিকিম
00:21 এটা হোৱাইল লোপে (while loop) চৰ্ত (condition) এটাৰ বাবে লোপ (loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত (condition)টো ট্ৰু (True) হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড (code)টো কাৰ্যকৰী কৰে
00:38 উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ (while loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত (condition) আৰু এইটো হৈছে মোৰ ব্লক (block)
00:51 মই মোৰ ব্লক (block)ক মাজুবন্ধনী (curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম
00:56 মোৰ চৰ্ত (condition)টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত (if statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো
01:04 এতিয়া, যদি মই ইয়াত টেষ্ট ('test') বা লোপ ('loop') কওঁ
01:07 ইয়াত এইটো এটা লোপ (loop) আৰু তাৰপাছত এটা ব্ৰেক (break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ (loop) নিৰ্মান কৰিব
01:17 যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো
01:22 ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ (browser)ক ক্ৰেচ (crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ (loop)টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব
01:34 গতিকে, যিহেতু লোপ (loop)টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ (browser) ক্ৰেচ (crash) হ’ব
01:40 আহক কওঁ যেতিয়া (while) এটা ভেৰিয়েবল নাম ('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ (echo)ৰ ভিতৰত মই ক’ব পাৰো - num(নাম) ++
01:57 '++' হৈছে এটা আৰিথমেতিকেল (arithmetical) অপাৰেতৰ (operator) । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম ('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে
02:16 গতিকে, ই নাম ('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান
02:23 গতিকে, এইটো পুনৰ এটা আৰিথমেতিক (arithmetical) অপাৰেতৰ (operator) । যি ঘটিব সেইয়া হৈছে -
02:29 আমি ক’ম নাম ('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয় ('yes') তেন্তে ইকৌ (echo) লোপ (loop) আৰু তাৰপাছত ভেৰিয়েবল নাম ('num')টোলৈ 1 যোগ হয়
02:41 কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ (loop) হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব
03:01 তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড (code)টো চলিব
03:06 গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ (loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ
03:20 এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ (loop ) 1 আৰু তাৰ শেষত মই নাম ('num')ক কনকেতিনেত (concatenate) কৰিম
03:27 প্ৰকৃততে, আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম ('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব
03:37 ঠিক আছে । মই ক’ম loop(লোপ) 1 আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ (loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ (loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে
03:49 আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ (Refresh ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ (loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে
03:58 আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ (Refresh) কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ (loop)ত সিমান দৈৰ্ঘ্যৰ হয়
04:08 আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ (refresh) কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয়
04:20 প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে (array)ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে (array)টোৰ ভিতৰত থকা বৰ্ণক ইকৌ (echo) কৰে
04:27 আপুনি এৰে (array) এটাৰ প্ৰতিটো মানকে ইকৌ (echo) কৰিবলৈ লোপচ (loops) ব্যৱহাৰ কৰিব পাৰে
04:32 ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয়
04:40 যিকিনহওঁক, এইটো হৈছে মূল গাঠণি (structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে, ইয়াত মেক্স ('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক
04:53 ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ (declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক (reference) হ’ব
05:03 যদি আপোনাৰ 1তকৈ অধিক লোপ (loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা (readability ) আৰু নমনীয়তা (flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ (whileloop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত (condition)টো পৰীক্ষা কৰে
05:17 যদি চৰ্তটো ট্ৰু (True) হয় ই এই ক‘ড (code)ৰ ব্লক (block)টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা ('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব
05:24 আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম (infinity)ৰ বাবে লোপ (loop) হ’ব
05:32 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় ।

Contributors and Content Editors

Mausamh9