Difference between revisions of "PHP-and-MySQL/C2/Loops-While-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল...")
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল('''do-while''') লোপ(loop)টো শিকিম
+
|নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো
 +
 
 
|-
 
|-
|00:05
+
|00:07
|ইয়াক লগতে দু-হোৱাইল('''do-while''') ষ্টেতমেন্ত(statement) বুলিওঁ কোৱা হয়  ।  আপুনি ইয়াক এটা লোপ('''loop''') বা এটা ষ্টেতমেন্ত('''statement''') বুলি ক’ব পাৰে
+
|মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে('''loop''') কিদৰে কাম কৰে দেখুৱাব লাগে 
 +
 
 
|-
 
|-
|00:12
+
|00:17
|মূলটো হোৱাইল('''while''') লোপ(loop)ৰ সৈতে একে যদিওঁ চৰ্ত('''condition''')টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ(loop)টোৰ শেষত পৰীক্ষা কৰা হয়
+
|এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ('''while''' loop)ৰ বিষয়ে শিকিম
 +
 
 
|-
 
|-
|00:20
+
|00:21
|আমাৰ বাবে দু ('''do''') আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক(block) আৰু শেষত হোৱাইল('''while''') আছে  ।  তাৰপাছত ইয়াত এটা চৰ্ত('''condition''') আছে  ।  গতিকে, এইটো হৈছে চৰ্তটো(condition)
+
|এটা হোৱাইল লোপে('''while''' loop) চৰ্ত('''condition''') এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত('''condition''')টো ট্ৰু('''True''') হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে
 +
 
 
|-
 
|-
|00:29
+
|00:38
|এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ('''echo''') হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল('''while''') লোপ(loop)টোত কৰিছো
+
|উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ('''while''' loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত('''condition''') আৰু এইটো হৈছে মোৰ ব্লক('''block''')  
 +
 
 
|-
 
|-
|00:41
+
|00:51
|এতিয়া চৰ্ত('''condition''')টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম('''name''') নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ('''loop''')টো শেষ হ’ব
+
|মই মোৰ ব্লক('''block''')ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম
 +
 
 
|-
 
|-
|01:00
+
|00:56
|মই আৰম্ভ কৰিবলৈ '''num(নাম) = 1''' লিখিম
+
|মোৰ চৰ্ত('''condition''')টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত('''if''' statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো
 +
 
 
|-
 
|-
 
|01:04
 
|01:04
|তাৰপাছত মই লিখিম "my name is Alex" (মাই নেম ইজ এলেক্স)
+
|এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ
 +
 
 
|-
 
|-
|01:09
+
|01:07
| মই বিচৰা লোপ('''loop''')টোৰ চৰ্ত('''condition''')টো হৈছে -  '''while'''(হোৱাইল) the(দ) '''name(নেম) = Alex(এলেক্স)'''
+
|ইয়াত এইটো এটা লোপ('''loop''') আৰু তাৰপাছত এটা ব্ৰেক(break) আছে  । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব
 +
 
 
|-
 
|-
|01:15
+
|01:17
|যেতিয়ালৈকে '''name(নেম)=Alex(এলেক্স)''' হ’ব, ই লোপ(loop) হ’ব  ।  গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত(specific condition) ক’ব লাগিব - নেম(name)টো বিলি("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ(loop)টো আৰু নচলিব কাৰণ নেম(name)টো এলেক্স("Alex")ৰ সমান নহয়
+
|যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো
 +
 
 
|-
 
|-
|01:31
+
|01:22
|এতিয়া, আমি দু ('''do''') লোপ(loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত('''if''' statement) সংলগ্ন কৰিম  ।  মনত ৰাখিব : আপুনি থ’ব পাৰিব
+
|ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ('''loop''')টো পুনৰাবৃত্তি হ’ব আৰু অসীম   (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব 
*  ইফ ষ্টেতমেন্তচ('''if''' statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ('''if''' statements)
+
 
*  লোপচ('''loops''')ৰ ভিতৰত ইফ ষ্টেতমেন্তচ('''if''' statements)
+
*  লোপচ('''loops''')ৰ ভিতৰত লোপচ('''loops''')
+
আৰু  আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই  ।  যেতিয়ালৈকে আপোনাৰ ক’ডে('''code''') কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব
+
 
|-
 
|-
|01:55
+
|01:34
|এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু('''do''')
+
|গতিকে, যিহেতু লোপ('''loop''')টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব 
 +
 
 +
|-
 +
|01:40
 +
|আহক কওঁ যেতিয়া('''while''') এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ('''echo''')ৰ ভিতৰত মই ক’ব পাৰো - '''num(নাম) ++'''
 +
 
 
|-
 
|-
 
|01:57
 
|01:57
|প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ('''echo''') কৰিম
+
|'++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ('''operator''') । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে
 +
 
 
|-
 
|-
|02:00
+
|02:16
|শাৰীটো ব্ৰেক(break) কৰিবলৈ আপুনি তাক এটা সৰু '''HTML code(ক’ড)'''ৰ সৈতে কনকাটিনেত(concatenate) কৰিব পাৰে
+
|গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান
 +
 
 
|-
 
|-
|02:05
+
|02:23
|ইয়াত মই '''num(নাম)++''' লিখিম যিটো '''num(নাম) +1'''ৰ দৰে একেই
+
|গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ('''operator''') । যি ঘটিব সেইয়া হৈছে -
 
|-
 
|-
|02:14
+
|02:29
|তাৰপাছত মোৰ ইফ('''if''') ষ্টেতমেন্ত(statement)- যদি নাম(num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ('''echo''') নহয় 
+
|আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ('''echo''') লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয়
 +
 
 
|-
 
|-
|02:26
+
|02:41
|মই নামটো বিলি("Billy")লৈ সলাব বিচাৰিছো
+
|কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ('''loop''') হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত  3ৰ, তাৰপাছত 4ৰ এনেদৰে  10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব
 
|-
 
|-
|02:30
+
|03:01
|মই সংক্ষিপ্তবৃত্তি কৰো  ।  মনত ৰাখিব,মই ইয়াত  মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড(code) আছে যি ইফ('''if''') ষ্টেতমেন্ত(statement)টোৰ পাছৰ ব্লক(block)টোত কাৰ্যকৰী হব লাগিব
+
|তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব
 +
 
 
|-
 
|-
|02:42
+
|03:06
|গতিকে মোক মাত্ৰ এশাৰী ক‘ড(code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ
+
|গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ
 +
 
 
|-
 
|-
|02:46
+
|03:20
|গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো
+
|এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ ('''loop''' ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম
  
 
|-
 
|-
|02:51
+
|03:27
|এইটো মোৰ নাম্বাৰ('''number''' ) ভেৰিয়েবল, বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ(echo) হ’ব পাৰে
+
|প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব
 +
 
 
|-
 
|-
|02:57
+
|03:37
|মই মোৰ নামটো এলেক্স("Alex")লৈ স্থাপিত কৰিছো
+
|ঠিক আছে । মই ক’ম '''loop(লোপ) 1'''  আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো    লোপ(loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে
 +
 
 
|-
 
|-
|03:00
+
|03:49
|আমি আমাৰ দু('''do''') আৰম্ভ কৰো
+
|আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ('''Refresh''' ) কৰক আগবাঢ়ক আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে
|-
+
 
|03:02
+
|নামটো এতিয়াওঁ এলেক্স("Alex") আছে
+
|-
+
|03:04
+
|তাত কোনো চৰ্ত('''condition''')নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব
+
|-
+
|03;07
+
|গতিকে আমি সংখ্যাটো ইকৌ ('''echo''' ) কৰিম যিটো হৈছে 1
+
|-
+
|03:10
+
|আমি ইয়াক 1ৰে বৰ্দ্ধিত কৰিম যিটো  2 ৰ সমান হ’ব
+
|-
+
|03:14
+
|এতিয়া,আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক
+
|-
+
|03:26
+
|এইটো নহয় গতিকে এইটো এৰক ই '''name(নেম) = Alex(এলেক্স)''' বুলি ক’ব । আৰু তাৰপাছত ওপৰলৈ ঘূৰি যাব
+
|-
+
|03:34
+
|এইটো এতিয়াও 2 হৈ থাকিব ।  যি বুজায় যে লোপ(loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে
+
|-
+
|03:41
+
|ই 2 ইকৌ('''echo''') কৰিব
+
|-
+
|03:43
+
|ই এক যোগ কৰিব আৰু 3 ক’ব
+
|-
+
|03:46
+
|আৰু তাৰপাছত ই ক’ব : 3 টো 10 তকৈ  ডাঙৰ বা সমান হয়নে ?
+
|-
+
|03:51
+
|নহ্য়,এইটো নহ্য়
+
|-
+
|03:52
+
|গতিকে,নেম('''name''')টো বিলি("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড(code)টোৰ বাকী অংশৰ সৈতে চলিব
+
 
|-
 
|-
 
|03:58
 
|03:58
|নামটো এতিয়াওঁ এলেক্স ("Alex") হৈ আছে
+
|আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ('''Refresh''') কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয়
 +
 
 
|-
 
|-
|04:00
+
|04:08
|গতিকে,লোপ(loop)টো চলি থাকিব এই ক্ষেত্ৰ্ত 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ(echo) হ’ব
+
|আহক 6000 লওঁ  ।  আহক তাক ৰিফ্ৰেচ('''refresh''') কৰো  কিছু সময় ল’ব  ।  চাওঁক -6000 পৰ্যন্ত  ।  গতিকে এনেদৰে এইটো অধিক দক্ষ হয়
 +
 
 
|-
 
|-
|04:09
+
|04:20
|এতিয়া নাম('''num''')টো 10 হ’ব
+
|প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে('''array''')ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে('''array''')টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে
 +
 
 
|-
 
|-
|04:11
+
|04:27
|ইফ('''if''') চৰ্তটো ট্ৰু('''True''') হ’ব
+
|আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ('''echo''') কৰিবলৈ লোপচ('''loops''') ব্যৱহাৰ কৰিব পাৰে
 +
 
 
|-
 
|-
|04:13
+
|04:32
|নেম('''name''')টো বিলিলৈ("Billy")স্থাপিত হ’ব আৰু হোৱাইল('''while''')চৰ্তটোত ই এলেক্স("Alex")ৰ সমান নহয় গতিকে হোৱাইল('''while''') লোপ(loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড(code)টো চলি থাকিব 
+
|ইয়াক যাবলৈ দিয়ক মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয়
 +
 
 
|-
 
|-
|04:25
+
|04:40
|গতিকে, আহক এই ক’ড(code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো ।  তাত টিপক
+
|যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক
 +
 
 
|-
 
|-
|04:31
+
|04:53
|ঠিক আছে, আমি 1, 2, 3 ৰ পৰা  9লৈ সকলো বিলাক পালো
+
|ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব
 +
 
 
|-
 
|-
|04:35
+
|05:03
|নিশ্বিতভাবে, আমাৰ চৰ্ত('''condition''') সম্পূৰ্ণ হৈছে আমাৰ নেম('''name''')টো বিলি("Billy")লৈ সলনি হৈছে । আমাৰ নাম(name)টো এতিয়া এলেক্স("Alex")ৰ সমান নহয়
+
|যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে  ।  মোৰ প্ৰোগ্ৰামৰ  পাঠযোগ্যতা(readability ) আৰু  নমনীয়তা(flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো  ।  ঠিক আছে  ।  গতিকে, সেইটো এটা হোৱাইল লোপ('''while'''loop) । মই মূলভাৱ চাওঁ  ।  ই আৰম্ভনীৰ চৰ্ত('''condition''')টো পৰীক্ষা কৰে
 +
 
 
|-
 
|-
|04:43
+
|05:17
|গতিকে, আমাৰ লোপ('''loop''')টো ইয়াত বন্ধ হৈছে 
+
|যদি চৰ্তটো ট্ৰু('''True''') হয় ই এই ক‘ড('''code''')ৰ ব্লক('''block''')টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')দৰে কাৰ্য কৰিব পাৰিব
|-
+
 
|04:45
+
|এতিয়া ইফ('''if''')টো 11 লৈ সলাওঁক বা আপুনি নাম('''num''')টো 0 লৈ সলাব পাৰে
+
|-
+
|04:50
+
|এতিয়া ই কাম নকৰিব আৰু আপুনি চাব পাৰে কিয়
+
|-
+
|04:54
+
|আমি 0 পৰা 9 লৈ পালো
+
|-
+
|04:57
+
|কাৰণটো হৈছে আপোনাৰ আৰম্ভনী সংখ্যাটো
+
 
|-
 
|-
|05:02
+
|05:24
|ই যি কৰিব সেইটো হৈছে,মই আগতে কোৱাৰ দৰে,বৰ্তমান সংখ্যাটো ইকৌ('''echo''') কৰিব, তাৰপাছত ইয়াক এটা 1 বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত('''if''' statement)টোত ইয়াক তুলনা কৰিব
+
|আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা অসীম('''infinity''')ৰ বাবে লোপ('''loop''') হ’ব  
|-
+
 
|05:13
+
|গতিকে, আপুনি তুলনা কৰিছে যিটো আপুনি চাব নোৱাৰে
+
|-
+
|05:16
+
|যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ(loop)টো শেষ কৰিব
+
|-
+
|05:23
+
|আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ,এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা
+
|-
+
|05:27
+
|যদি আমি ইয়াক ৰিফ্ৰেচ('''refresh''') কৰো,এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো
+
|-
+
|05:31
+
|এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ('''do-while''' loop) ।  যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ('''do-while''' loop) টো হোৱাইল('''while''')লোপ(loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে
+
|-
+
|05:44
+
|গতিকে, ইয়াক অভ্যাস কৰক, চেষ্টা কৰক আৰু কিছুমান মান দিয়ক  । লগতে, মই এইমাত্ৰ নিৰ্মাণ কৰা প্ৰোগ্ৰামটো পুনৰ গঠন কৰিবলৈ চেষ্টা কৰক
+
|-
+
|05:52
+
|অতি সোনকালেই লোপচ(loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক
+
 
|-
 
|-
|05:56
+
|05:32
|মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো
+
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা  । শুভ বিদা্য় ।

Revision as of 01:20, 2 June 2015

Time Narration
00:00 নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো
00:07 মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে(loop) কিদৰে কাম কৰে দেখুৱাব লাগে
00:17 এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ(while loop)ৰ বিষয়ে শিকিম
00:21 এটা হোৱাইল লোপে(while loop) চৰ্ত(condition) এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত(condition)টো ট্ৰু(True) হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে
00:38 উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ(while loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত(condition) আৰু এইটো হৈছে মোৰ ব্লক(block)
00:51 মই মোৰ ব্লক(block)ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম
00:56 মোৰ চৰ্ত(condition)টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত(if statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো
01:04 এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ
01:07 ইয়াত এইটো এটা লোপ(loop) আৰু তাৰপাছত এটা ব্ৰেক(break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব
01:17 যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো
01:22 ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ(loop)টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব
01:34 গতিকে, যিহেতু লোপ(loop)টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব
01:40 আহক কওঁ যেতিয়া(while) এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ(echo)ৰ ভিতৰত মই ক’ব পাৰো - num(নাম) ++
01:57 '++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ(operator) । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে
02:16 গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান
02:23 গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ(operator) । যি ঘটিব সেইয়া হৈছে -
02:29 আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ(echo) লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয়
02:41 কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ(loop) হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব
03:01 তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব
03:06 গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ
03:20 এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ (loop ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম
03:27 প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব
03:37 ঠিক আছে । মই ক’ম loop(লোপ) 1 আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ(loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে
03:49 আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ(Refresh ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে
03:58 আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ(Refresh) কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয়
04:08 আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ(refresh) কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয়
04:20 প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে(array)ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে(array)টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে
04:27 আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ(echo) কৰিবলৈ লোপচ(loops) ব্যৱহাৰ কৰিব পাৰে
04:32 ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয়
04:40 যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক
04:53 ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব
05:03 যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা(readability ) আৰু নমনীয়তা(flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ(whileloop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত(condition)টো পৰীক্ষা কৰে
05:17 যদি চৰ্তটো ট্ৰু(True) হয় ই এই ক‘ড(code)ৰ ব্লক(block)টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব
05:24 আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম(infinity)ৰ বাবে লোপ(loop) হ’ব
05:32 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় ।

Contributors and Content Editors

Mausamh9