PHP-and-MySQL/C2/GET-Variable/Assamese

From Script | Spoken-Tutorial
Revision as of 01:24, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 গেত ভেৰিয়েবল(get variable)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:09 গেত(get) ভেৰিয়েবল(variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable)
00:17 ই ফৰ্মচৰ(forms) সৈতে অতিকে সক্রিয় উৱেব্চাইট(dynamic website)ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম(click-able) বুটাম(buttons) থাকে
00:27 ই উপভোক্তা(user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত(page) দেখিছে
00:33 আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন(question mark)
00:39 ধৰক উদাহৰণস্বৰূপে, নেম(name) সমান(equals to) এলেক্স("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত(address bar) দেখা দিব পাৰে
00:47 আপুনি সম্ভৱত এন্দ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম(your name) সমান কাইল("Kyle")
00:54 এইটোৱেই গেত(get) ভেৰিয়েবল
00:56 ই মূলত যি কৰে সেইয়া হৈছে, ই এখন HTML form(ফৰ্ম)ৰ পৰা জমা(submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান(storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু,এইটো আপোনাৰ এড্ৰেচ বাৰত(address bar) থাকে
01:08 গেত(get) ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ(character) দীঘল হ’ব পাৰে । ই উপভোক্তা(user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ(password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয়
01:20 এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ,Phpত থকা অন্য ভেৰিয়েলচ(variables)ৰ দৰে ইয়াক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই
01:28 মই ক’ম ইকৌ(echo), তাৰপাছত এটা ডলাৰ চিহ্ন($), এটা আন্দাৰস্ক’ৰ(underscore) আৰু এটা গেত(get)
01:33 আৰু বৰবন্ধনীৰ(square brackets) ভিতৰত আপুনি ভেৰিয়েবল(variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম("myname")
01:40 মুলত এয়াই মই ইকৌ(echo ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত(form) প্ৰবিষ্ট(post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম(form) নাই, মই এতিয়াও এইটো নকল(mimic) কৰিব পাৰো
01:51 মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম(myname) সমান এলেক্স("Alex") । তাৰপাছত মই এন্টাৰ(Enter) টিপিম আৰু দাতা(data)টো দৰ্শিত হৈছে
02:03 একেধৰণে, মই বিচৰা দৰে কাইল("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল(variable) লিখিব পাৰো
02;09 এইটো সংখ্যা(number), আখৰ(letter) বা ষ্ট্ৰিংচ(strings) হ’ব পাৰে
02:15 এতিয়া, মই আপোনাক গেত(get) পদ্ধতি(method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম(form) জমা কৰিব পাৰি দেখুৱাম
02:22 মূলত, মই এটা HTML পৃষ্ঠা(page) নিৰ্মান কৰিবলৈ গৈছো
02:30 মই এখন ফৰ্ম(form) আৰু ফৰ্ম(form)খনৰ একচন(action)টো ল’ম
02:34 যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকিলোৱাটো অধিক দৰকাৰ
02:44 একচনটো (action) আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি(pace)তেই হ’ব । এই পদ্ধতিটো গেত(get)ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম(form)খন তেনেদৰে শেষ কৰিব পাৰিব
02:58 আমাক এটা ইনপুট বক্স(input box)ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ
03:03 মই ইয়াক মাইনেম('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল
03:11 লগতে আমাক এটা জমা কৰা(submit) বাজাৰ(buzzer) লাগিব । ইনপুট(input)ত,চাবমিত('submit') লিখক, কিছু উপভোক্তা সহায়ক(user friendly) মান যেনে ক্লিক হিয়েৰ("click here") দিয়ক
03:26 ইয়াক ৰিফ্ৰেচ(Refresh) কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক
03:33 মই এলেক্স('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স(box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো
03:47 গতিকে, এতিয়া মই Php ত যি কৰিম সেইয়া হৈছে,এই মানটো ইকৌ(echo) কৰিম
03:52 মই এই HTMLটোৰ তলত উদ্ধৃত(quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা(page)ত Php আৰু HTML ক অন্তৰ্ভুক্ত(incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই Php tags(টেগচ)ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ(echo) ফাংচনত আছে
04:07 এতিয়া, আহক কওঁ নেম(name) সমান ডলাৰ চিহ্ন(dollar sign), আন্দাৰস্ক’ৰ(underscore), গেত(get)
04:14 আৰু, মাইনেম('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ(match) হয় । অন্যথা আপুনি কোনো সহাঁৰি(response) নাপাব
04:20 তাৰপাছত ইকৌ(echo)ক’ম আৰু ইয়’ৰ(Your) বা মাত্ৰ হেল্ল’(Hello) আৰু তাৰপাছত নাম
04:31 আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো
04:35 আমি ইতিমধ্যে হেল্ল’("hello") পাইছো
04:40 আৰু এটা ইফ(if)ব্যৱহাৰ কৰি, মই এলেক্স("Alex") লিখিম যিহেতু মই তাক টিপিছিলো
04:48 এনেদৰেই এলেক্স("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই(blank) ফুল ষ্টপ(full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম
05:06 আপুনি মাত্ৰ ইফনেম('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী(curly brackets) নালাগে আাৰু নেম('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু(true)
05:23 যদি নেম(name)লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয় ভাবে(automatically) ফল্চ(false) ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী(execute) নকৰে
05:33 গতিকে, ৰিফ্ৰেচ(Refresh) কৰক । তাত, এইটো গ’ল
05:39 আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো
05:42 ই চিনাক্ত(detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ(echo) হৈছে
05:47 গতিকে, সেইটোৱেই হৈছে গেত(get ) ভেৰিয়েবলৰ শেষ
05:50 মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট(post) ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9