PHP-and-MySQL/C2/GET-Variable/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 গেত ভেৰিয়েবল (get variable)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:07 গেত (get) ভেৰিয়েবল (variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable)
00:14 ই ফৰ্মচৰ (forms) সৈতে অতিকে সক্রিয় উৱেব্চাইট (dynamic website)ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম (click-able) বুটাম (buttons) থাকে
00:23 ই উপভোক্তা (user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত (page) দেখিছে
00:34 আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন (question mark)
00:42 ধৰক উদাহৰণস্বৰূপে, নেম (name) সমান (equals to) এলেক্স ("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত (address bar) দেখা দিব পাৰে
00:50 আপুনি সম্ভৱত এন্দ ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম (your name) সমান কাইল ("Kyle")
00:57 এইটোৱেই গেত (get) ভেৰিয়েবল
00:59 ই মূলত যি কৰে সেইয়া হৈছে, ই এখন HTML form(ফৰ্ম)ৰ পৰা জমা (submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান (storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু, এইটো আপোনাৰ এড্ৰেচ বাৰত (address bar) থাকে
01:12 গেত (get) ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ (character) দীঘল হ’ব পাৰে । ই উপভোক্তা (user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ (password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয়
01:24 এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ, Phpত থকা অন্য ভেৰিয়েলচ (variables)ৰ দৰে ইয়াক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
01:33 মই ক’ম ইকৌ (echo), তাৰপাছত এটা ডলাৰ চিহ্ন ($), এটা আন্দাৰস্ক’ৰ (underscore) আৰু এটা গেত (get)
01:39 আৰু বৰবন্ধনীৰ (square brackets) ভিতৰত আপুনি ভেৰিয়েবল (variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম ("myname")
01:45 মুলত এয়াই মই ইকৌ (echo ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত (form) প্ৰবিষ্ট (post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম (form) নাই, মই এতিয়াও এইটো নকল (mimic) কৰিব পাৰো
01:56 মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম (myname) সমান এলেক্স ("Alex") । তাৰপাছত মই এন্টাৰ (Enter) টিপিম আৰু দাতা (data)টো দৰ্শিত হৈছে
02:06 একেধৰণে, মই বিচৰা দৰে কাইল ("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল (variable) লিখিব পাৰো
02:11 এইটো সংখ্যা (number), আখৰ (letter) বা ষ্ট্ৰিংচ (strings) হ’ব পাৰে
02:14 এতিয়া, মই আপোনাক গেত (get) পদ্ধতি (method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম (form) জমা কৰিব পাৰি দেখুৱাম
02:20 মূলত, মই এটা HTML পৃষ্ঠা(page) নিৰ্মান কৰিবলৈ গৈছো
02:30 মই এখন ফৰ্ম (form) আৰু ফৰ্ম (form)খনৰ একচন (action)টো ল’ম
02:34 যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকিলোৱাটো অধিক দৰকাৰ
02:42 একচনটো (action) আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি (pace)তেই হ’ব । এই পদ্ধতিটো গেত (get)ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম (form)খন তেনেদৰে শেষ কৰিব পাৰিব
02:57 আমাক এটা ইনপুট বক্স (input box)ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ
03:03 আমি ইয়াক মাইনেম ('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল
03:11 লগতে আমাক এটা জমা কৰা (submit) বাজাৰ (buzzer) লাগিব । ইনপুট (input)ত, চাবমিত ('submit') লিখক, কিছু উপভোক্তা সহায়ক (user friendly) মান যেনে ক্লিক হিয়েৰ ("click here") দিয়ক
03:28 ইয়াক ৰিফ্ৰেচ (Refresh) কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক
03:34 মই এলেক্স ('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম ('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স (box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো
03:50 গতিকে, এতিয়া মই Php ত যি কৰিম সেইয়া হৈছে, এই মানটো ইকৌ (echo) কৰিম
03:55 মই এই HTMLটোৰ তলত উদ্ধৃত (quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা (page)ত Php আৰু HTML ক অন্তৰ্ভুক্ত (incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই Php tags(টেগচ)ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ (echo) ফাংচনত আছে
04:08 এতিয়া, আহক কওঁ নেম (name) সমান ডলাৰ চিহ্ন (dollar sign), আন্দাৰস্ক’ৰ (underscore), গেত (get)
04:14 আৰু, মাইনেম ('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ (match) হয় । অন্যথা আপুনি কোনো সহাঁৰি (response) নাপাব
04:23 তাৰপাছত ইকৌ (echo)ক’ম আৰু ইয়’ৰ (Your) বা মাত্ৰ হেল্ল’ (Hello) আৰু তাৰপাছত নাম
04:32 আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো
04:36 আমি ইতিমধ্যে হেল্ল’("hello") পাইছো
04:41 আৰু এটা ইফ (if) ব্যৱহাৰ কৰি, মই এলেক্স ("Alex") লিখিম যিহেতু মই তাক টিপিছিলো
04:50 এনেদৰেই এলেক্স ("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’ ("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই (blank) ফুল ষ্টপ (full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম
05:13 আপুনি মাত্ৰ ইফনেম ('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী (curly brackets) নালাগে আাৰু নেম ('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু (true)
05:27 যদি নেম (name)লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাবে (automatically) ফল্চ (false) ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী (execute) নকৰে
05:36 গতিকে, ৰিফ্ৰেচ (Refresh) কৰক । তাত, এইটো গ’ল
05:42 আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো
05:45 ই চিনাক্ত (detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ (echo) হৈছে
05:50 গতিকে, সেইটোৱেই হৈছে গেত (get ) ভেৰিয়েবলৰ শেষ
05:53 মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট (post) ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9