Difference between revisions of "PHP-and-MySQL/C2/GET-Variable/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 |গেত ভেৰিয়েবল('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়ে...")
 
Line 4: Line 4:
 
|-
 
|-
 
|00:01  
 
|00:01  
|গেত ভেৰিয়েবল('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
+
|গেত ভেৰিয়েবল ('''get variable''')ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
 
|-
 
|-
 
|00:09
 
|00:09
|গেত('''get''') ভেৰিয়েবল(variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable)  
+
|গেত ('''get''') ভেৰিয়েবল (variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable)  
 
|-
 
|-
 
|00:17
 
|00:17
|ই ফৰ্মচৰ('''forms''') সৈতে অতিকে সক্রিয় উৱেব্চাইট('''dynamic website''')ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম(click-able) বুটাম('''buttons''') থাকে
+
|ই ফৰ্মচৰ ('''forms''') সৈতে অতিকে সক্রিয় উৱেব্চাইট ('''dynamic website''')ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম (click-able) বুটাম ('''buttons''') থাকে
 
|-  
 
|-  
 
|00:27
 
|00:27
|ই উপভোক্তা(user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত(page) দেখিছে
+
|ই উপভোক্তা (user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত (page) দেখিছে
 
|-
 
|-
 
|00:33
 
|00:33
|আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন(question mark)  
+
|আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন (question mark)  
 
|-
 
|-
 
|00:39
 
|00:39
|ধৰক উদাহৰণস্বৰূপে, নেম('''name''') সমান(equals to) এলেক্স("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত('''address bar''') দেখা দিব পাৰে   
+
|ধৰক উদাহৰণস্বৰূপে, নেম ('''name''') সমান (equals to) এলেক্স ("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত ('''address bar''') দেখা দিব পাৰে   
 
|-
 
|-
 
|00:47
 
|00:47
|আপুনি সম্ভৱত এন্দ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম(your name) সমান কাইল("Kyle")   
+
|আপুনি সম্ভৱত এন্দ ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম (your name) সমান কাইল ("Kyle")   
 
|-
 
|-
 
|00:54
 
|00:54
|এইটোৱেই গেত('''get''') ভেৰিয়েবল
+
|এইটোৱেই গেত ('''get''') ভেৰিয়েবল
 
|-
 
|-
 
|00:56  
 
|00:56  
|ই মূলত যি কৰে সেইয়া হৈছে, ই এখন '''HTML form(ফৰ্ম)'''ৰ পৰা জমা(submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান(storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু,এইটো আপোনাৰ এড্ৰেচ বাৰত('''address bar''') থাকে  
+
|ই মূলত যি কৰে সেইয়া হৈছে, ই এখন '''HTML form(ফৰ্ম)'''ৰ পৰা জমা (submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান (storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু, এইটো আপোনাৰ এড্ৰেচ বাৰত ('''address bar''') থাকে  
 
|-
 
|-
 
|01:08
 
|01:08
|গেত('''get''') ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ(character) দীঘল হ’ব পাৰে । ই উপভোক্তা(user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ(password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয়
+
|গেত ('''get''') ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ (character) দীঘল হ’ব পাৰে । ই উপভোক্তা (user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ (password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয়
 
|-
 
|-
 
|01:20
 
|01:20
|এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ,'''Php'''ত থকা অন্য ভেৰিয়েলচ(variables)ৰ দৰে ইয়াক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই  
+
|এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ, '''Php'''ত থকা অন্য ভেৰিয়েলচ (variables)ৰ দৰে ইয়াক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই  
 
|-
 
|-
 
|01:28
 
|01:28
|মই ক’ম ইকৌ('''echo'''), তাৰপাছত এটা ডলাৰ চিহ্ন($), এটা আন্দাৰস্ক’ৰ(underscore) আৰু এটা গেত('''get''')
+
|মই ক’ম ইকৌ ('''echo'''), তাৰপাছত এটা ডলাৰ চিহ্ন ($), এটা আন্দাৰস্ক’ৰ (underscore) আৰু এটা গেত ('''get''')
 
|-
 
|-
 
|01:33
 
|01:33
|আৰু বৰবন্ধনীৰ(square brackets) ভিতৰত আপুনি ভেৰিয়েবল(variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম("myname")
+
|আৰু বৰবন্ধনীৰ (square brackets) ভিতৰত আপুনি ভেৰিয়েবল (variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম ("myname")
 
|-
 
|-
 
|01:40
 
|01:40
|মুলত এয়াই মই ইকৌ('''echo''' ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত('''form''') প্ৰবিষ্ট(post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম('''form''') নাই, মই এতিয়াও এইটো নকল(mimic) কৰিব পাৰো  
+
|মুলত এয়াই মই ইকৌ ('''echo''' ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত ('''form''') প্ৰবিষ্ট (post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম ('''form''') নাই, মই এতিয়াও এইটো নকল (mimic) কৰিব পাৰো  
 
|-
 
|-
 
|01:51
 
|01:51
|মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম('''myname''') সমান এলেক্স("Alex") । তাৰপাছত মই এন্টাৰ('''Enter''') টিপিম আৰু দাতা('''data''')টো দৰ্শিত হৈছে  
+
|মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম ('''myname''') সমান এলেক্স ("Alex") । তাৰপাছত মই এন্টাৰ ('''Enter''') টিপিম আৰু দাতা ('''data''')টো দৰ্শিত হৈছে  
 
|-
 
|-
 
|02:03
 
|02:03
|একেধৰণে, মই বিচৰা দৰে কাইল("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল(variable) লিখিব পাৰো
+
|একেধৰণে, মই বিচৰা দৰে কাইল ("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল (variable) লিখিব পাৰো
 
|-
 
|-
 
|02;09
 
|02;09
|এইটো সংখ্যা(number), আখৰ(letter) বা ষ্ট্ৰিংচ('''strings''') হ’ব পাৰে
+
|এইটো সংখ্যা (number), আখৰ (letter) বা ষ্ট্ৰিংচ ('''strings''') হ’ব পাৰে
 
|-
 
|-
 
|02:15
 
|02:15
|এতিয়া, মই আপোনাক গেত('''get''') পদ্ধতি(method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম('''form''') জমা কৰিব পাৰি দেখুৱাম
+
|এতিয়া, মই আপোনাক গেত ('''get''') পদ্ধতি (method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম ('''form''') জমা কৰিব পাৰি দেখুৱাম
 
|-
 
|-
 
|02:22
 
|02:22
Line 61: Line 61:
 
|-
 
|-
 
|02:30
 
|02:30
|মই এখন ফৰ্ম('''form''') আৰু ফৰ্ম('''form''')খনৰ একচন(action)টো ল’ম
+
|মই এখন ফৰ্ম ('''form''') আৰু ফৰ্ম ('''form''')খনৰ একচন (action)টো ল’ম
 
|-
 
|-
 
|02:34
 
|02:34
Line 67: Line 67:
 
|-
 
|-
 
|02:44
 
|02:44
|একচনটো ('''action''') আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি(pace)তেই হ’ব । এই পদ্ধতিটো গেত('''get''')ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম('''form''')খন তেনেদৰে শেষ কৰিব পাৰিব
+
|একচনটো ('''action''') আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি (pace)তেই হ’ব । এই পদ্ধতিটো গেত ('''get''')ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম ('''form''')খন তেনেদৰে শেষ কৰিব পাৰিব
 
|-
 
|-
 
|02:58
 
|02:58
|আমাক এটা ইনপুট বক্স('''input box''')ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ  
+
|আমাক এটা ইনপুট বক্স ('''input box''')ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ  
 
|-
 
|-
 
|03:03
 
|03:03
|মই ইয়াক মাইনেম('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল
+
|মই ইয়াক মাইনেম ('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল
 
|-
 
|-
 
|03:11
 
|03:11
|লগতে আমাক এটা জমা কৰা('''submit''') বাজাৰ(buzzer) লাগিব । ইনপুট('''input''')ত,চাবমিত('submit') লিখক, কিছু উপভোক্তা সহায়ক(user friendly) মান যেনে ক্লিক হিয়েৰ("click here") দিয়ক
+
|লগতে আমাক এটা জমা কৰা ('''submit''') বাজাৰ (buzzer) লাগিব । ইনপুট ('''input''')ত, চাবমিত ('submit') লিখক, কিছু উপভোক্তা সহায়ক (user friendly) মান যেনে ক্লিক হিয়েৰ ("click here") দিয়ক
 
|-
 
|-
 
|03:26
 
|03:26
|ইয়াক ৰিফ্ৰেচ('''Refresh''') কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক
+
|ইয়াক ৰিফ্ৰেচ ('''Refresh''') কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক
 
|-
 
|-
 
|03:33
 
|03:33
|মই এলেক্স('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স(box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো
+
|মই এলেক্স ('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম ('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স (box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো
 
|-
 
|-
 
|03:47
 
|03:47
|গতিকে, এতিয়া মই '''Php''' ত যি কৰিম সেইয়া হৈছে,এই মানটো ইকৌ('''echo''') কৰিম
+
|গতিকে, এতিয়া মই '''Php''' ত যি কৰিম সেইয়া হৈছে, এই মানটো ইকৌ ('''echo''') কৰিম
 
|-
 
|-
 
|03:52
 
|03:52
|মই এই '''HTML'''টোৰ তলত উদ্ধৃত(quoting) কৰা আৰম্ভ কৰিম ।  এটা পৃষ্ঠা(page)ত '''Php''' আৰু '''HTML''' ক অন্তৰ্ভুক্ত(incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই '''Php tags(টেগচ)'''ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ('''echo''') ফাংচনত আছে
+
|মই এই '''HTML'''টোৰ তলত উদ্ধৃত (quoting) কৰা আৰম্ভ কৰিম ।  এটা পৃষ্ঠা (page)ত '''Php''' আৰু '''HTML''' ক অন্তৰ্ভুক্ত (incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই '''Php tags(টেগচ)'''ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ ('''echo''') ফাংচনত আছে
 
|-
 
|-
 
|04:07
 
|04:07
|এতিয়া, আহক কওঁ নেম('''name''') সমান ডলাৰ চিহ্ন(dollar sign), আন্দাৰস্ক’ৰ(underscore), গেত('''get''')
+
|এতিয়া, আহক কওঁ নেম ('''name''') সমান ডলাৰ চিহ্ন (dollar sign), আন্দাৰস্ক’ৰ (underscore), গেত ('''get''')
 
|-
 
|-
 
|04:14
 
|04:14
|আৰু, মাইনেম('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ(match) হয় । অন্যথা আপুনি কোনো সহাঁৰি(response) নাপাব  
+
|আৰু, মাইনেম ('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ (match) হয় । অন্যথা আপুনি কোনো সহাঁৰি (response) নাপাব  
 
|-
 
|-
 
|04:20
 
|04:20
|তাৰপাছত ইকৌ('''echo''')ক’ম আৰু ইয়’ৰ(Your) বা মাত্ৰ হেল্ল’('''Hello''') আৰু তাৰপাছত নাম  
+
|তাৰপাছত ইকৌ ('''echo''')ক’ম আৰু ইয়’ৰ (Your) বা মাত্ৰ হেল্ল’ ('''Hello''') আৰু তাৰপাছত নাম  
 
|-
 
|-
 
|04:31
 
|04:31
|আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো  
+
|আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো  
 
|-
 
|-
 
|04:35
 
|04:35
Line 106: Line 106:
 
|-
 
|-
 
|04:40
 
|04:40
| আৰু এটা ইফ('''if''')ব্যৱহাৰ কৰি, মই এলেক্স("Alex") লিখিম যিহেতু মই তাক টিপিছিলো  
+
| আৰু এটা ইফ ('''if''') ব্যৱহাৰ কৰি, মই এলেক্স ("Alex") লিখিম যিহেতু মই তাক টিপিছিলো  
 
|-
 
|-
 
|04:48
 
|04:48
|এনেদৰেই এলেক্স("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই(blank) ফুল ষ্টপ(full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম  
+
|এনেদৰেই এলেক্স ("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’ ("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই (blank) ফুল ষ্টপ (full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম  
 
|-
 
|-
 
|05:06
 
|05:06
|আপুনি মাত্ৰ ইফনেম('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী(curly brackets) নালাগে আাৰু নেম('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু('''true''')  
+
|আপুনি মাত্ৰ ইফনেম ('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী (curly brackets) নালাগে আাৰু নেম ('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু ('''true''')  
 
|-
 
|-
 
|05:23
 
|05:23
|যদি নেম('''name''')লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয় ভাবে(automatically) ফল্চ('''false''') ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী(execute) নকৰে  
+
|যদি নেম ('''name''')লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাবে (automatically) ফল্চ ('''false''') ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী (execute) নকৰে  
 
|-
 
|-
 
|05:33
 
|05:33
|গতিকে, ৰিফ্ৰেচ('''Refresh''') কৰক । তাত, এইটো গ’ল
+
|গতিকে, ৰিফ্ৰেচ ('''Refresh''') কৰক । তাত, এইটো গ’ল
 
|-
 
|-
 
|05:39
 
|05:39
Line 124: Line 124:
 
|-
 
|-
 
|05:42
 
|05:42
|ই চিনাক্ত(detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ(echo) হৈছে  
+
|ই চিনাক্ত (detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ (echo) হৈছে  
 
|-
 
|-
 
|05:47
 
|05:47
|গতিকে, সেইটোৱেই হৈছে গেত('''get''' ) ভেৰিয়েবলৰ শেষ  
+
|গতিকে, সেইটোৱেই হৈছে গেত ('''get''' ) ভেৰিয়েবলৰ শেষ  
 
|-
 
|-
 
|05:50
 
|05:50
|মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট('''post''') ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ
+
|মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট ('''post''') ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ

Revision as of 18:13, 3 June 2015

Time Narration
00:01 গেত ভেৰিয়েবল (get variable)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:09 গেত (get) ভেৰিয়েবল (variable) হৈছে এটা অতি উপযোগী প্ৰকাৰৰ ভেৰিয়েবল (variable)
00:17 ই ফৰ্মচৰ (forms) সৈতে অতিকে সক্রিয় উৱেব্চাইট (dynamic website)ৰ বাবে ব্যৱ্হাৰ হয় যাৰ ক্লিক-সক্ষম (click-able) বুটাম (buttons) থাকে
00:27 ই উপভোক্তা (user)লৈওঁ দৃশ্যমান হয় । আপুনি হয়তো এনে কিবা আপোনাৰ পৃষ্ঠাত (page) দেখিছে
00:33 আহক ইয়াত টিপো । আপুনি হয়তো এনেধৰণৰ কিবা দেখিছে, এটা প্ৰশ্নবোধক চিহ্ন (question mark)
00:39 ধৰক উদাহৰণস্বৰূপে, নেম (name) সমান (equals to) এলেক্স ("Alex") । একেধৰণৰ কিবা হয়তো আপোনাৰ এড্ৰেচ বাৰত (address bar) দেখা দিব পাৰে
00:47 আপুনি সম্ভৱত এন্দ ('and') নতুবা অন্য কিবা দেখিছে, উদাহৰণস্বৰূপে ইয়ৰ নেম (your name) সমান কাইল ("Kyle")
00:54 এইটোৱেই গেত (get) ভেৰিয়েবল
00:56 ই মূলত যি কৰে সেইয়া হৈছে, ই এখন HTML form(ফৰ্ম)ৰ পৰা জমা (submitted) কৰা দাতা লয় । ইয়াক সঞ্চিত স্থান (storage)ত থয় যাক আমি ব্যৱ্হাৰ কৰিম । আৰু, এইটো আপোনাৰ এড্ৰেচ বাৰত (address bar) থাকে
01:08 গেত (get) ভেৰিয়েবলৰ সীমাবদ্ধতা আছে । ই মাত্ৰ 100 কেৰেক্তাৰৰ (character) দীঘল হ’ব পাৰে । ই উপভোক্তা (user)ৰ বাবে দৃশ্যমান হয় । গতিকে, ইয়াক এটা পাছওৱৰ্দৰ (password) বাবে ব্যৱ্হাৰ কৰা ভাল নহয়
01:20 এতিয়া, ইয়াৰ বাবে ব্যৱ্হাৰটো নিৰ্মান কৰিবলৈ, Phpত থকা অন্য ভেৰিয়েলচ (variables)ৰ দৰে ইয়াক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
01:28 মই ক’ম ইকৌ (echo), তাৰপাছত এটা ডলাৰ চিহ্ন ($), এটা আন্দাৰস্ক’ৰ (underscore) আৰু এটা গেত (get)
01:33 আৰু বৰবন্ধনীৰ (square brackets) ভিতৰত আপুনি ভেৰিয়েবল (variable)টোৰ নামটো লিখা দৰকাৰ, উদাহৰণস্বৰূপে : মাইনেম ("myname")
01:40 মুলত এয়াই মই ইকৌ (echo ) কৰি উলিয়াব লগা বোৰ, যিহৈছে এখন ফৰ্মত (form) প্ৰবিষ্ট (post) কৰিব লগাতো । যদিওঁ মোৰ এখন ফৰ্ম (form) নাই, মই এতিয়াও এইটো নকল (mimic) কৰিব পাৰো
01:51 মই যি কৰিম, মই এটা "?" দিম আৰু মই ক’ম মাইনেম (myname) সমান এলেক্স ("Alex") । তাৰপাছত মই এন্টাৰ (Enter) টিপিম আৰু দাতা (data)টো দৰ্শিত হৈছে
02:03 একেধৰণে, মই বিচৰা দৰে কাইল ("Kyle") বা অন্য যিকোনো নাম বা ভেৰিয়েবল (variable) লিখিব পাৰো
02;09 এইটো সংখ্যা (number), আখৰ (letter) বা ষ্ট্ৰিংচ (strings) হ’ব পাৰে
02:15 এতিয়া, মই আপোনাক গেত (get) পদ্ধতি (method) ব্যৱ্হাৰ কৰি কেনেকৈ এখন ফৰ্ম (form) জমা কৰিব পাৰি দেখুৱাম
02:22 মূলত, মই এটা HTML পৃষ্ঠা(page) নিৰ্মান কৰিবলৈ গৈছো
02:30 মই এখন ফৰ্ম (form) আৰু ফৰ্ম (form)খনৰ একচন (action)টো ল’ম
02:34 যদি আপুনি ইতিমধ্যে HTML শিকা নাই, আপুনি ইয়াৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে ইয়াক শিকিলোৱাটো অধিক দৰকাৰ
02:44 একচনটো (action) আমি যাৰ সৈতে কাম কৰি আছো সেই একে গতি (pace)তেই হ’ব । এই পদ্ধতিটো গেত (get)ৰ সমান হ’ব কাৰণ পদ্ধতিটো আমি ব্যৱহাৰ কৰি আছো । অৱশেষত আপুনি আপোনাৰ ফৰ্ম (form)খন তেনেদৰে শেষ কৰিব পাৰিব
02:58 আমাক এটা ইনপুট বক্স (input box)ৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ নামটো বৰ গুৰুত্বপূৰ্ণ
03:03 মই ইয়াক মাইনেম ('my name') বুলি মাতিম যিটো হৈছে দৰ্শিত হ’বলগীয়া ভেৰিয়েবল
03:11 লগতে আমাক এটা জমা কৰা (submit) বাজাৰ (buzzer) লাগিব । ইনপুট (input)ত, চাবমিত ('submit') লিখক, কিছু উপভোক্তা সহায়ক (user friendly) মান যেনে ক্লিক হিয়েৰ ("click here") দিয়ক
03:26 ইয়াক ৰিফ্ৰেচ (Refresh) কৰক আৰু আগবাঢ়ক । ই যেনেকৈ আছে তেনেকৈ এৰক
03:33 মই এলেক্স ('Alex') নামটো লিখিম আৰু ইয়াত টিপিম । আপুনি দেখিছে এইটো ইয়াত সলনি হৈছে । ই মাই নেম ('my name') দিছে যি হৈছে ইয়াত থকা এই বক্স (box)টোৰ নাম । লগতে ই মানটো দিয়ে যি মই লিখিছিলো
03:47 গতিকে, এতিয়া মই Php ত যি কৰিম সেইয়া হৈছে, এই মানটো ইকৌ (echo) কৰিম
03:52 মই এই HTMLটোৰ তলত উদ্ধৃত (quoting) কৰা আৰম্ভ কৰিম । এটা পৃষ্ঠা (page)ত Php আৰু HTML ক অন্তৰ্ভুক্ত (incorporate) কৰাটো সম্ভব । যেতিয়ালৈকে ই Php tags(টেগচ)ৰ মাজত নাথাকে । যেতিয়ালৈকে ই এটা ইকৌ (echo) ফাংচনত আছে
04:07 এতিয়া, আহক কওঁ নেম (name) সমান ডলাৰ চিহ্ন (dollar sign), আন্দাৰস্ক’ৰ (underscore), গেত (get)
04:14 আৰু, মাইনেম ('my name')ত, মই লক্ষ্য কৰিব লাগিব যে এইটো ইয়াৰ সতে সদৃশ (match) হয় । অন্যথা আপুনি কোনো সহাঁৰি (response) নাপাব
04:20 তাৰপাছত ইকৌ (echo)ক’ম আৰু ইয়’ৰ (Your) বা মাত্ৰ হেল্ল’ (Hello) আৰু তাৰপাছত নাম
04:31 আহক এইটো এৰি যাওঁ আৰু আকৌ আৰম্ভ কৰো
04:35 আমি ইতিমধ্যে হেল্ল’("hello") পাইছো
04:40 আৰু এটা ইফ (if) ব্যৱহাৰ কৰি, মই এলেক্স ("Alex") লিখিম যিহেতু মই তাক টিপিছিলো
04:48 এনেদৰেই এলেক্স ("Alex")টো প্ৰদৰ্শিত হয় । কিন্তু এতিয়া আমাৰ এটা সমস্যা আছে । আমি হেল্ল’ ("Hello") পালো আৰু তাৰপাছত ইয়াত এটা খালী ঠাই (blank) ফুল ষ্টপ (full stop) এটাৰ সৈতে । আমি তাৰপৰা পৰিত্ৰাণ পাবলৈ বিচাৰিম
05:06 আপুনি মাত্ৰ ইফনেম ('if name') ক’ব লাগিব কাৰণ আমি ইতিমধ্যে এটা শাৰী পালো । আমাক মাজুবন্ধনী (curly brackets) নালাগে আাৰু নেম ('name')টো নিজে উপস্থিত আছে । গতিকে, ই ট্ৰু (true)
05:23 যদি নেম (name)লৈ কোনো মান পঠোৱা নহয় ই স্বয়ংক্ৰিয়ভাবে (automatically) ফল্চ (false) ধৰি লয় । সেইবাবে ই ইয়াক কাৰ্যকৰী (execute) নকৰে
05:33 গতিকে, ৰিফ্ৰেচ (Refresh) কৰক । তাত, এইটো গ’ল
05:39 আমাৰ বাবে মান আছে আৰু মই তাত টিপিলো
05:42 ই চিনাক্ত (detected) কৰে যে ইয়াত এটা মান উপস্থিত আছে আৰু এইটো ইকৌ (echo) হৈছে
05:47 গতিকে, সেইটোৱেই হৈছে গেত (get ) ভেৰিয়েবলৰ শেষ
05:50 মোৰ পাছৰ টিউটৰিয়েলটোত, মই প’ষ্ট (post) ভেৰিয়েবল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ক’ম । স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9