PHP-and-MySQL/C2/Echo-Function/Assamese

From Script | Spoken-Tutorial
Revision as of 00:55, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ(Hi) আৰু এটা বেচিক(basic) PHP টিউট'ৰিয়েললৈ স্বাগতম
00:05 মই কেনেকৈ ইকৌ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ(tags) কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম
00:10 আপোনালোকৰ "html" ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা(page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত html টেগচ ( tags )থাকে
00:18 এটা html পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য(vital) নহয় । যেতিয়ালৈকে আপুনি এটা html এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল
00:25 যিকিনহওঁক, PHPত, আপোনাক টেগচ ( tags )টো প্ৰয়োজন । ই আৰম্ভ কৰে আৰু ই শেষ কৰে
00:30 সেইটো হৈছে মূলত ইয়াৰ বাবে ষ্টেনদাৰ্দ স্বৰলিপি (standard notation)
00:34 যিকিনহওঁক,আমাৰ বিষয়বস্ত(content) ইয়াৰ মাজত হ’ব
00:39 এতিয়া,মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো
00:43 গতিকে,আহক তাক ছেভ(save) কৰো আৰু ইয়াত চাওঁ
00:47 ঠিক আছে,এই মূহুৰ্তত পৃষ্ঠা(page) টোত একো নাই কিন্তু আমি পেজ চেত আপ(page set up)টো পাইছো । ই একেবাৰে সঠিক আছে
00:54 ইকৌ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা(double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক(terminator) পালো যি হৈছে চেমিকলন চিহ্নটো(semicolon mark)
01:03 আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ(save) কৰো আৰু আমি ৰিফ্ৰেচ(refresh) কৰিম । আৰু তাৰপাছত আমি যাম
01:09 ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ("echo") ফাংচনটো এনেদৰে লিখক
01:16 কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা html ক’ড(code) থয়,এই বিতসমূহে(bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত(represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ(suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো)
01:34 তাৰবাবে, আপুনি আপোনাৰ নিজা html যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '
' আৰু তাৰপাছত নিউ লাইন('New line')
01:43 আমি এইটো ৰিফ্ৰেচ(refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল
01:48 ঠিক আছে,আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায়
01:57 যিকিনহওঁক,এই মূহুৰ্তত আমি ইকৌ ('echo') পালো
02:01 ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই,ইয়াত,দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো
02:07 আমি ইয়াক ইয়াত শেষ নকৰো ; আমি ইয়াক ইয়াত শেষ কৰিম
02:11 গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা(inverted commas) লাগিব
02:14 মূলত, ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব
02:18 তাত কোনো নিৰ্দিষ্ট(specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব
02:21 গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম
02:28 ঠিক,আমি পাৰ্চ এৰ’ৰ (Parse error) পালো
02:31 শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা চেমিকলন লাগে যি প্ৰ্মাণ কৰে যে আমি ইয়ালে আহিলে, ইয়াৰ পাছত আমাক এটা চেমিকলন লাগে
02:40 কিন্তু প্ৰকৃততে, সেইটো শুদ্ধ নহয়
02:42 গতিকে,মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক
02:45 ঠিক আছে, সেইটোৱেই হৈছে ইকৌ(echo) ফাংচন আৰু PHP টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে
02:52 দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা

Contributors and Content Editors

Mausamh9