PHP-and-MySQL/C2/Echo-Function/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু এটা বেচিক (basic) PHP টিউট'ৰিয়েললৈ স্বাগতম
00:05 মই কেনেকৈ ইকৌ ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ (tags) কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম
00:10 আপোনালোকৰ "html" ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা (page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত html টেগচ ( tags ) থাকে
00:18 এটা html পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য (vital) নহয় । যেতিয়ালৈকে আপুনি এটা html এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল
00:25 যিকিনহওঁক, PHPত, আপোনাক টেগচ ( tags )টো প্ৰয়োজন । ই আৰম্ভ কৰে আৰু ই শেষ কৰে
00:30 সেইটো হৈছে মূলত ইয়াৰ বাবে ষ্টেনদাৰ্দ স্বৰলিপি (standard notation)
00:34 যিকিনহওঁক, আমাৰ বিষয়বস্ত (content) ইয়াৰ মাজত হ’ব
00:39 এতিয়া, মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো
00:43 গতিকে, আহক তাক ছেভ (save) কৰো আৰু ইয়াত চাওঁ
00:47 ঠিক আছে, এই মূহুৰ্তত পৃষ্ঠা (page) টোত একো নাই কিন্তু আমি পেজ চেত আপ (page set up)টো পাইছো । ই একেবাৰে সঠিক আছে
00:54 ইকৌ ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা (double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক (terminator) পালো যি হৈছে চেমিকলন চিহ্নটো (semicolon mark)
01:03 আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ (save) কৰো আৰু আমি ৰিফ্ৰেচ (refresh) কৰিম । আৰু তাৰপাছত আমি যাম
01:09 ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ ("echo") ফাংচনটো এনেদৰে লিখক
01:16 কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা html ক’ড (code) থয়, এই বিতসমূহে (bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত (represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ (suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো)
01:34 তাৰবাবে, আপুনি আপোনাৰ নিজা html যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '
' আৰু তাৰপাছত নিউ লাইন ('New line')
01:43 আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল
01:48 ঠিক আছে, আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায়
01:57 যিকিনহওঁক, এই মূহুৰ্তত আমি ইকৌ ('echo') পালো
02:01 ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই, ইয়াত, দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো
02:07 আমি ইয়াক ইয়াত শেষ নকৰো ; আমি ইয়াক ইয়াত শেষ কৰিম
02:11 গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা (inverted commas) লাগিব
02:14 মূলত, ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব
02:18 তাত কোনো নিৰ্দিষ্ট (specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব
02:21 গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম
02:28 ঠিক, আমি পাৰ্চ এৰ’ৰ (Parse error) পালো
02:31 শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা চেমিকলন লাগে যি প্ৰ্মাণ কৰে যে আমি ইয়ালে আহিলে, ইয়াৰ পাছত আমাক এটা চেমিকলন লাগে
02:40 কিন্তু প্ৰকৃততে, সেইটো শুদ্ধ নহয়
02:42 গতিকে, মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক
02:45 ঠিক আছে, সেইটোৱেই হৈছে ইকৌ (echo) ফাংচন আৰু PHP টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে
02:52 দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা

Contributors and Content Editors

Mausamh9