Difference between revisions of "PHP-and-MySQL/C2/Echo-Function/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ(Hi) আৰু এটা বেচিক(basic) '''PHP''' টিউট'ৰিয়েললৈ স্...")
 
 
Line 4: Line 4:
 
|-
 
|-
 
|00:01
 
|00:01
|নমস্কাৰ(Hi) আৰু এটা বেচিক(basic) '''PHP''' টিউট'ৰিয়েললৈ স্বাগতম  
+
|নমস্কাৰ আৰু এটা বেচিক (basic) '''PHP''' টিউট'ৰিয়েললৈ স্বাগতম  
 
|-
 
|-
 
|00:05
 
|00:05
|মই কেনেকৈ ইকৌ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ('''tags''') কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম  
+
|মই কেনেকৈ ইকৌ ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ ('''tags''') কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম  
 
|-
 
|-
 
|00:10
 
|00:10
|আপোনালোকৰ  ''' "html" ''' ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা(page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত '''html''' টেগচ (''' tags''' )থাকে
+
|আপোনালোকৰ  ''' "html" ''' ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা (page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত '''html''' টেগচ (''' tags''' ) থাকে
 
|-
 
|-
 
|00:18
 
|00:18
|এটা '''html''' পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য(vital) নহয় । যেতিয়ালৈকে আপুনি এটা '''html''' এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল  
+
|এটা '''html''' পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য (vital) নহয় । যেতিয়ালৈকে আপুনি এটা '''html''' এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল  
 
|-
 
|-
 
|00:25
 
|00:25
Line 22: Line 22:
 
|-
 
|-
 
|00:34
 
|00:34
|যিকিনহওঁক,আমাৰ বিষয়বস্ত(content) ইয়াৰ মাজত হ’ব
+
|যিকিনহওঁক, আমাৰ বিষয়বস্ত (content) ইয়াৰ মাজত হ’ব
 
|-
 
|-
 
|00:39
 
|00:39
|এতিয়া,মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো  
+
|এতিয়া, মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো  
 
|-
 
|-
 
|00:43
 
|00:43
|গতিকে,আহক তাক ছেভ('''save''') কৰো আৰু ইয়াত চাওঁ  
+
|গতিকে, আহক তাক ছেভ ('''save''') কৰো আৰু ইয়াত চাওঁ  
 
|-
 
|-
 
|00:47
 
|00:47
|ঠিক আছে,এই মূহুৰ্তত পৃষ্ঠা(page) টোত একো নাই কিন্তু আমি পেজ চেত আপ(page set up)টো পাইছো । ই একেবাৰে সঠিক আছে
+
|ঠিক আছে, এই মূহুৰ্তত পৃষ্ঠা (page) টোত একো নাই কিন্তু আমি পেজ চেত আপ (page set up)টো পাইছো । ই একেবাৰে সঠিক আছে
 
|-
 
|-
 
|00:54
 
|00:54
|ইকৌ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা(double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক(terminator) পালো যি হৈছে চেমিকলন চিহ্নটো(semicolon mark)
+
|ইকৌ ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা (double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক (terminator) পালো যি হৈছে চেমিকলন চিহ্নটো (semicolon mark)
 
|-
 
|-
 
|01:03
 
|01:03
|আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ('''save''') কৰো আৰু আমি ৰিফ্ৰেচ('''refresh''') কৰিম । আৰু তাৰপাছত আমি যাম  
+
|আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ ('''save''') কৰো আৰু আমি ৰিফ্ৰেচ ('''refresh''') কৰিম । আৰু তাৰপাছত আমি যাম  
 
|-
 
|-
 
|01:09
 
|01:09
|ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ("echo") ফাংচনটো এনেদৰে লিখক  
+
|ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ ("echo") ফাংচনটো এনেদৰে লিখক  
 
|-
 
|-
 
|01:16
 
|01:16
|কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা '''html''' ক’ড(code) থয়,এই বিতসমূহে(bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত(represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ(suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো)     
+
|কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা '''html''' ক’ড (code) থয়, এই বিতসমূহে (bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত (represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ (suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো)     
 
|-
 
|-
 
|01:34
 
|01:34
|তাৰবাবে, আপুনি আপোনাৰ নিজা '''html''' যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '<br>' আৰু তাৰপাছত নিউ লাইন('New line')
+
|তাৰবাবে, আপুনি আপোনাৰ নিজা '''html''' যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '<br>' আৰু তাৰপাছত নিউ লাইন ('New line')
 
|-
 
|-
 
|01:43  
 
|01:43  
|আমি এইটো ৰিফ্ৰেচ(refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল
+
|আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল
 
|-
 
|-
 
|01:48
 
|01:48
|ঠিক আছে,আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায়
+
|ঠিক আছে, আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায়
 
|-
 
|-
 
|01:57
 
|01:57
|যিকিনহওঁক,এই মূহুৰ্তত আমি ইকৌ ('echo') পালো
+
|যিকিনহওঁক, এই মূহুৰ্তত আমি ইকৌ ('echo') পালো
 
|-
 
|-
 
|02:01
 
|02:01
|ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই,ইয়াত,দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো
+
|ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই, ইয়াত, দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো
 
|-
 
|-
 
|02:07
 
|02:07
Line 64: Line 64:
 
|-
 
|-
 
|02:11
 
|02:11
|গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা(inverted commas) লাগিব  
+
|গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা (inverted commas) লাগিব  
 
|-
 
|-
 
|02:14
 
|02:14
Line 70: Line 70:
 
|-
 
|-
 
|02:18
 
|02:18
|তাত কোনো নিৰ্দিষ্ট(specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব  
+
|তাত কোনো নিৰ্দিষ্ট (specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব  
 
|-
 
|-
 
|02:21
 
|02:21
|গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম
+
|গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম
 
|-
 
|-
 
|02:28
 
|02:28
|ঠিক,আমি পাৰ্চ এৰ’ৰ ('''Parse error''') পালো
+
|ঠিক, আমি পাৰ্চ এৰ’ৰ ('''Parse error''') পালো
 
|-
 
|-
 
|02:31
 
|02:31
Line 85: Line 85:
 
|-
 
|-
 
|02:42
 
|02:42
|গতিকে,মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক
+
|গতিকে, মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক
 
|-
 
|-
 
|02:45
 
|02:45
|ঠিক আছে, সেইটোৱেই হৈছে ইকৌ('''echo''') ফাংচন আৰু '''PHP''' টেগচৰ (tags)  মূলতত্ত্ব  । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে
+
|ঠিক আছে, সেইটোৱেই হৈছে ইকৌ ('''echo''') ফাংচন আৰু '''PHP''' টেগচৰ (tags)  মূলতত্ত্ব  । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে
 
|-
 
|-
 
|02:52
 
|02:52
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা

Latest revision as of 18:07, 2 June 2015

Time Narration
00:01 নমস্কাৰ আৰু এটা বেচিক (basic) PHP টিউট'ৰিয়েললৈ স্বাগতম
00:05 মই কেনেকৈ ইকৌ ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ (tags) কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম
00:10 আপোনালোকৰ "html" ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা (page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত html টেগচ ( tags ) থাকে
00:18 এটা html পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য (vital) নহয় । যেতিয়ালৈকে আপুনি এটা html এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল
00:25 যিকিনহওঁক, PHPত, আপোনাক টেগচ ( tags )টো প্ৰয়োজন । ই আৰম্ভ কৰে আৰু ই শেষ কৰে
00:30 সেইটো হৈছে মূলত ইয়াৰ বাবে ষ্টেনদাৰ্দ স্বৰলিপি (standard notation)
00:34 যিকিনহওঁক, আমাৰ বিষয়বস্ত (content) ইয়াৰ মাজত হ’ব
00:39 এতিয়া, মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো
00:43 গতিকে, আহক তাক ছেভ (save) কৰো আৰু ইয়াত চাওঁ
00:47 ঠিক আছে, এই মূহুৰ্তত পৃষ্ঠা (page) টোত একো নাই কিন্তু আমি পেজ চেত আপ (page set up)টো পাইছো । ই একেবাৰে সঠিক আছে
00:54 ইকৌ ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা (double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক (terminator) পালো যি হৈছে চেমিকলন চিহ্নটো (semicolon mark)
01:03 আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ (save) কৰো আৰু আমি ৰিফ্ৰেচ (refresh) কৰিম । আৰু তাৰপাছত আমি যাম
01:09 ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ ("echo") ফাংচনটো এনেদৰে লিখক
01:16 কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা html ক’ড (code) থয়, এই বিতসমূহে (bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত (represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ (suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো)
01:34 তাৰবাবে, আপুনি আপোনাৰ নিজা html যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '
' আৰু তাৰপাছত নিউ লাইন ('New line')
01:43 আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল
01:48 ঠিক আছে, আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায়
01:57 যিকিনহওঁক, এই মূহুৰ্তত আমি ইকৌ ('echo') পালো
02:01 ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই, ইয়াত, দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো
02:07 আমি ইয়াক ইয়াত শেষ নকৰো ; আমি ইয়াক ইয়াত শেষ কৰিম
02:11 গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা (inverted commas) লাগিব
02:14 মূলত, ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব
02:18 তাত কোনো নিৰ্দিষ্ট (specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব
02:21 গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম
02:28 ঠিক, আমি পাৰ্চ এৰ’ৰ (Parse error) পালো
02:31 শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা চেমিকলন লাগে যি প্ৰ্মাণ কৰে যে আমি ইয়ালে আহিলে, ইয়াৰ পাছত আমাক এটা চেমিকলন লাগে
02:40 কিন্তু প্ৰকৃততে, সেইটো শুদ্ধ নহয়
02:42 গতিকে, মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক
02:45 ঠিক আছে, সেইটোৱেই হৈছে ইকৌ (echo) ফাংচন আৰু PHP টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে
02:52 দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা

Contributors and Content Editors

Mausamh9