PHP-and-MySQL/C2/Comparison-Operators/Assamese

From Script | Spoken-Tutorial
Revision as of 01:13, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 এই PHP টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ(Comparison Operators)ৰ বিষয়ে শিকিম
00:05 কম্পেৰিজন অপাৰেতৰচে(Comparison operators) দুটা মান(values),দুটা ষ্ট্ৰিং(string) বা দুটা ভেৰিয়েবলচ(variables) তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে
00:15 ইয়াৰ বাবে,মই এটা ইফ(if) ষ্টেতমেন্ত(statement) ব্যৱহাৰ কৰিবলৈ গৈছো
00:19 আহক ইফ(if) ষ্টেতমেন্ত(statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো
00:25 মোৰ চৰ্ত(condition) হৈছে if(ইফ) 1==1,
00:30 echo(ইকৌ)
00:33 "True"(ট্ৰু)
00:37 আৰু তাৰপাছত else(এলচ)
00:42 echo(ইকৌ)
00:44 "False"(ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ(brackets) নালাগে ;গতিকে মই সিহঁতক আঁতৰ কৰিম
00:51 আহক ইয়াক সভৃত(indent ) কৰো
00:56 সভৃতকৰণ(indenting)ক সংকোচ নকৰিব
00:59 এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ(comparison operator)
01:02 দুটা সমান চিহ্ন(==)ই কম্পেৰিজন অপাৰেতৰক(comparison operator) বুজাই । আমি এইটো আগতে ইফ(if) ষ্টেতমেন্তত দেখিছো
01:08 1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু("True") ইকৌ(echo ) কৰিব । আহক ইয়াক চেষ্টা কৰো
01:13 আমি ট্ৰু ("True") পালো
01:15 মই এইটো সলাম । যদি(if) 1টো 1 তকৈ ডাঙৰ হয়(1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ
01:27 ফল্চ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয়
01:33 এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান(1>=1)লৈ সলাওঁ
01:37 যদি(if) 1টো 1তকৈ ডাঙৰ বা সমান হয়,ট্ৰু("True") অন্যথা ফল্চ("False") ইকৌ(echo) কৰিব
01:45 ইয়াত, আমি ট্ৰু("True") পাব লাগিব
01:48 আপুনি সৰু(less than)বা সমান(equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে,উদাহৰণ স্বৰূপেঃ সৰু(less than)(<)
01:55 ফল্চ("False") হ’ব, সৰু(less than)বা সমান(equal to)টো ট্ৰু("True") হ’ব
02:01 লগতে আমি কব পাৰো সমান নহয় ('not equal')। গতিকে,যদি 1টো 1ৰ সমান নহয়(1!=1) ইকৌ(echo) ট্ৰু("True")
02:11 ৰিফ্ৰেচ(Refresh) কৰি,আমি ইয়াত ফল্চ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয়(1!=2)
02:20 আমি ট্ৰু("True") পাম কাৰন 1টো 2ৰ সমান নহয়
02:25 এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ(comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব
02:33 ইয়াক বিস্তৃত(Expand) কৰক - সিহঁতক অভ্যাস(practice) কৰক-আৰু আপুনি সিহঁতক ভালদৰে বুজিব
02:40 আপুনি লগতে এই অপাৰেতৰ(operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1
02:48 num2 = 2 । এতিয়া আমি যি কৰিম, এই মান সমূহ সলনি কৰিম আৰু আমি আগ বাঢ়িম
03:01 ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা
03:11 অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ("False") পাওঁ
03:24 ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ(comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ
03:33 স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9