Difference between revisions of "PHP-and-MySQL/C2/Comparison-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |এই '''PHP''' টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ('''Compar...")
 
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|এই '''PHP''' টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ('''Comparison Operators''')ৰ বিষয়ে শিকিম
+
|এই '''PHP''' টিউটৰিয়েলত, আমি কম্পেৰিজন অপাৰেতৰচ ('''Comparison Operators''')ৰ বিষয়ে শিকিম
 
|-
 
|-
 
|00:05
 
|00:05
|কম্পেৰিজন অপাৰেতৰচে(Comparison operators) দুটা মান('''values'''),দুটা ষ্ট্ৰিং('''string''') বা দুটা ভেৰিয়েবলচ('''variables''') তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে
+
|কম্পেৰিজন অপাৰেতৰচে (Comparison operators) দুটা মান ('''values'''), দুটা ষ্ট্ৰিং ('''string''') বা দুটা ভেৰিয়েবলচ ('''variables''') তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে
 
|-
 
|-
 
|00:15
 
|00:15
|ইয়াৰ বাবে,মই এটা ইফ('''if''') ষ্টেতমেন্ত(statement) ব্যৱহাৰ কৰিবলৈ গৈছো
+
|ইয়াৰ বাবে,মই এটা ইফ ('''if''') ষ্টেতমেন্ত (statement) ব্যৱহাৰ কৰিবলৈ গৈছো
 
|-
 
|-
 
|00:19
 
|00:19
|আহক ইফ('''if''') ষ্টেতমেন্ত(statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো  
+
|আহক ইফ ('''if''') ষ্টেতমেন্ত (statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো  
 
|-
 
|-
 
|00:25
 
|00:25
|মোৰ চৰ্ত('''condition''') হৈছে '''if(ইফ) 1==1''',
+
|মোৰ চৰ্ত ('''condition''') হৈছে '''if(ইফ) 1==1''',
 
|-
 
|-
 
|00:30
 
|00:30
|'''echo'''(ইকৌ)
+
|'''echo''' (ইকৌ)
 
|-
 
|-
 
|00:33
 
|00:33
|"True"(ট্ৰু)
+
|"True" (ট্ৰু)
 
|-
 
|-
 
|00:37
 
|00:37
|আৰু তাৰপাছত '''else'''(এলচ)
+
|আৰু তাৰপাছত '''else''' (এলচ)
 
|-
 
|-
 
|00:42
 
|00:42
|'''echo'''(ইকৌ)
+
|'''echo''' (ইকৌ)
 
|-
 
|-
 
|00:44
 
|00:44
|"False"(ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ(brackets) নালাগে ;গতিকে মই সিহঁতক আঁতৰ কৰিম
+
|"False" (ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ (brackets) নালাগে ; গতিকে মই সিহঁতক আঁতৰ কৰিম
 
|-
 
|-
 
|00:51
 
|00:51
|আহক ইয়াক সভৃত('''indent''' ) কৰো
+
|আহক ইয়াক সভৃত ('''indent''' ) কৰো
 
|-
 
|-
 
|00:56
 
|00:56
|সভৃতকৰণ(indenting)ক সংকোচ নকৰিব
+
|সভৃতকৰণ (indenting)ক সংকোচ নকৰিব
 
|-
 
|-
 
|00:59
 
|00:59
|এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ(comparison operator)
+
|এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ (comparison operator)
 
|-
 
|-
 
|01:02
 
|01:02
|দুটা সমান চিহ্ন(==)ই কম্পেৰিজন অপাৰেতৰক(comparison operator) বুজাই । আমি এইটো আগতে ইফ('''if''') ষ্টেতমেন্তত দেখিছো
+
|দুটা সমান চিহ্ন (==)ই কম্পেৰিজন অপাৰেতৰক (comparison operator) বুজাই । আমি এইটো আগতে ইফ ('''if''') ষ্টেতমেন্তত দেখিছো
 
|-
 
|-
 
|01:08
 
|01:08
|1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু("True") ইকৌ('''echo''' ) কৰিব । আহক ইয়াক চেষ্টা কৰো  
+
|1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু ("True") ইকৌ ('''echo''' ) কৰিব । আহক ইয়াক চেষ্টা কৰো  
 
|-
 
|-
 
|01:13
 
|01:13
Line 52: Line 52:
 
|-
 
|-
 
|01:15
 
|01:15
|মই এইটো সলাম । যদি('''if''') 1টো 1 তকৈ ডাঙৰ হয়(1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ  
+
|মই এইটো সলাম । যদি ('''if''') 1টো 1 তকৈ ডাঙৰ হয় (1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ  
 
|-
 
|-
 
|01:27
 
|01:27
|ফল্চ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয়
+
|ফল্চ ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয়
 
|-
 
|-
 
|01:33
 
|01:33
|এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান(1>=1)লৈ সলাওঁ  
+
|এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান (1>=1)লৈ সলাওঁ  
 
|-
 
|-
 
|01:37
 
|01:37
|যদি('''if''') 1টো 1তকৈ ডাঙৰ বা সমান হয়,ট্ৰু("True") অন্যথা ফল্চ("False") ইকৌ('''echo''') কৰিব  
+
|যদি ('''if''') 1টো 1তকৈ ডাঙৰ বা সমান হয়, ট্ৰু ("True") অন্যথা ফল্চ ("False") ইকৌ ('''echo''') কৰিব  
 
|-
 
|-
 
|01:45
 
|01:45
|ইয়াত, আমি ট্ৰু("True") পাব লাগিব
+
|ইয়াত, আমি ট্ৰু ("True") পাব লাগিব
 
|-
 
|-
 
|01:48
 
|01:48
|আপুনি সৰু(less than)বা সমান(equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে,উদাহৰণ স্বৰূপেঃ সৰু(less than)(<)
+
|আপুনি সৰু (less than) বা সমান (equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে, উদাহৰণ স্বৰূপেঃ সৰু (less than)(<)
 
|-
 
|-
 
|01:55
 
|01:55
|ফল্চ("False") হ’ব, সৰু(less than)বা সমান(equal to)টো ট্ৰু("True") হ’ব
+
|ফল্চ ("False") হ’ব, সৰু (less than) বা সমান (equal to)টো ট্ৰু ("True") হ’ব
 
|-
 
|-
 
|02:01
 
|02:01
|লগতে আমি কব পাৰো সমান নহয় ('not equal')। গতিকে,যদি 1টো 1ৰ সমান নহয়(1!=1) ইকৌ('''echo''') ট্ৰু("True")  
+
|লগতে আমি কব পাৰো সমান নহয় ('not equal') । গতিকে, যদি 1টো 1ৰ সমান নহয় (1!=1) ইকৌ ('''echo''') ট্ৰু ("True")  
 
|-
 
|-
 
|02:11
 
|02:11
|ৰিফ্ৰেচ(Refresh) কৰি,আমি ইয়াত ফল্চ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয়(1!=2)
+
|ৰিফ্ৰেচ (Refresh) কৰি, আমি ইয়াত ফল্চ ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয় (1!=2)
 
|-
 
|-
 
|02:20
 
|02:20
|আমি ট্ৰু("True") পাম কাৰন 1টো 2ৰ সমান নহয়
+
|আমি ট্ৰু ("True") পাম কাৰন 1টো 2ৰ সমান নহয়
 
|-
 
|-
 
|02:25
 
|02:25
|এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ(comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব
+
|এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ (comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব
 
|-
 
|-
 
|02:33
 
|02:33
|ইয়াক বিস্তৃত(Expand) কৰক - সিহঁতক অভ্যাস(practice) কৰক-আৰু আপুনি সিহঁতক ভালদৰে বুজিব
+
|ইয়াক বিস্তৃত (Expand) কৰক - সিহঁতক অভ্যাস (practice) কৰক - আৰু আপুনি সিহঁতক ভালদৰে বুজিব
 
|-
 
|-
 
|02:40
 
|02:40
|আপুনি লগতে এই অপাৰেতৰ(operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1
+
|আপুনি লগতে এই অপাৰেতৰ (operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1
 
|-
 
|-
 
|02:48
 
|02:48
Line 94: Line 94:
 
|-
 
|-
 
|03:01
 
|03:01
|ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা  
+
|ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু ("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা  
 
|-
 
|-
 
|03:11
 
|03:11
|অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া  num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ("False") পাওঁ   
+
|অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া  num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ ("False") পাওঁ   
 
|-
 
|-
 
|03:24
 
|03:24
|ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ(comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ  
+
|ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ (comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ  
 
|-
 
|-
 
|03:33
 
|03:33
 
|স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো  
 
|স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো  
 
|-
 
|-

Latest revision as of 19:00, 2 June 2015

Time Narration
00:00 এই PHP টিউটৰিয়েলত, আমি কম্পেৰিজন অপাৰেতৰচ (Comparison Operators)ৰ বিষয়ে শিকিম
00:05 কম্পেৰিজন অপাৰেতৰচে (Comparison operators) দুটা মান (values), দুটা ষ্ট্ৰিং (string) বা দুটা ভেৰিয়েবলচ (variables) তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে
00:15 ইয়াৰ বাবে,মই এটা ইফ (if) ষ্টেতমেন্ত (statement) ব্যৱহাৰ কৰিবলৈ গৈছো
00:19 আহক ইফ (if) ষ্টেতমেন্ত (statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো
00:25 মোৰ চৰ্ত (condition) হৈছে if(ইফ) 1==1,
00:30 echo (ইকৌ)
00:33 "True" (ট্ৰু)
00:37 আৰু তাৰপাছত else (এলচ)
00:42 echo (ইকৌ)
00:44 "False" (ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ (brackets) নালাগে ; গতিকে মই সিহঁতক আঁতৰ কৰিম
00:51 আহক ইয়াক সভৃত (indent ) কৰো
00:56 সভৃতকৰণ (indenting)ক সংকোচ নকৰিব
00:59 এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ (comparison operator)
01:02 দুটা সমান চিহ্ন (==)ই কম্পেৰিজন অপাৰেতৰক (comparison operator) বুজাই । আমি এইটো আগতে ইফ (if) ষ্টেতমেন্তত দেখিছো
01:08 1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু ("True") ইকৌ (echo ) কৰিব । আহক ইয়াক চেষ্টা কৰো
01:13 আমি ট্ৰু ("True") পালো
01:15 মই এইটো সলাম । যদি (if) 1টো 1 তকৈ ডাঙৰ হয় (1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ
01:27 ফল্চ ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয়
01:33 এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান (1>=1)লৈ সলাওঁ
01:37 যদি (if) 1টো 1তকৈ ডাঙৰ বা সমান হয়, ট্ৰু ("True") অন্যথা ফল্চ ("False") ইকৌ (echo) কৰিব
01:45 ইয়াত, আমি ট্ৰু ("True") পাব লাগিব
01:48 আপুনি সৰু (less than) বা সমান (equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে, উদাহৰণ স্বৰূপেঃ সৰু (less than)(<)
01:55 ফল্চ ("False") হ’ব, সৰু (less than) বা সমান (equal to)টো ট্ৰু ("True") হ’ব
02:01 লগতে আমি কব পাৰো সমান নহয় ('not equal') । গতিকে, যদি 1টো 1ৰ সমান নহয় (1!=1) ইকৌ (echo) ট্ৰু ("True")
02:11 ৰিফ্ৰেচ (Refresh) কৰি, আমি ইয়াত ফল্চ ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয় (1!=2)
02:20 আমি ট্ৰু ("True") পাম কাৰন 1টো 2ৰ সমান নহয়
02:25 এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ (comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব
02:33 ইয়াক বিস্তৃত (Expand) কৰক - সিহঁতক অভ্যাস (practice) কৰক - আৰু আপুনি সিহঁতক ভালদৰে বুজিব
02:40 আপুনি লগতে এই অপাৰেতৰ (operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1
02:48 num2 = 2 । এতিয়া আমি যি কৰিম, এই মান সমূহ সলনি কৰিম আৰু আমি আগ বাঢ়িম
03:01 ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু ("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা
03:11 অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ ("False") পাওঁ
03:24 ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ (comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ
03:33 স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9