PERL/C3/Including-files-or-modules/Assamese

From Script | Spoken-Tutorial
Revision as of 22:56, 28 June 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 পাৰ্ল (PERL) প্ৰোগ্ৰাম এটাত Including files or modulesৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি ব্যৱ্হাৰ কৰিবলৈ শিকিম: দু (do) ইউজ (use) আৰু ৰিকুৱাইৰ (require) মেথদ (method)s পাৰ্ল প্ৰোগ্ৰামিঙত
00:16 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor)
00:28 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে
00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:37 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
00:44 'do()' মেথদ: এইবোৰ সৰল পদ্ধতি হয় চৌৰ্চ ক’ডটোক সংলগ্ন কৰাৰ অন্য ফাইলচৰ পৰা বৰ্তমান স্ক্ৰিপ্ত ফাইলটোলৈ
00:53 আহক আমি do() মেথদটো ব্যৱ্হাৰ কৰিবলৈ বুজো
00:57 আপোনাৰ টেকস্ত এদিতৰটোত ফাইল এটা খুলক আৰু datetime dot pl নাম দিয়ক
01:03 datetime dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
01:09 ইয়াৰ পৰা, মনত ৰাখিব এন্টাৰ (Enter) কীটো টিপিবলৈ টাৰ্মিনেলত প্ৰতিটো ক’মান্দৰ পাছত
01:15 আহক এতিয়া ক’ডটো বুজো
01:18 বৰ্তমান দেত আৰু টাইম dollar datestring ভেৰিয়েবল এটাত জমা হয়
01:23 ইয়াত, মোৰ "msgThanks" নামৰ ফাংচন এটা আছে যি এটা “Thank you” মেচেজ ঘূৰাই
01:31 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
01:35 পাছত, আহক আমি আন এটা পাৰ্ল (Perl ) প্ৰোগ্ৰাম চাওঁ যি এই datetime dot pl ফাইলটো ব্যৱ্হাৰ কৰিব
01:43 আপোনাৰ টেকস্ত এদিতৰত নতুন ফাইল এটা খুলক আৰু ইয়াক main dot pl নাম দিয়ক
01:49 main dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
01:55 মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
01:58 ইয়াত, প্ৰথম শাৰীটোৱে ওৱেলকাম মেচেজটো প্ৰিন্ত কৰে
02:03 'do()' মেথদটোক ফাইলনেমটোৰ সৈতে মতা হয় য’ত আমি ক’ডটো ব্যৱ্হাৰ কৰিব বিচাৰো
02:09 বৰ্তমান দেত আৰু টাইম datetime dot pl ফাইলটোৰ $datestring ভেৰিয়েবলটোত জমা হয়
02:16 আৰু শেষত, আমি একেটা ফাইলৰ পৰা msgThanks() ফাংচনটো মাতো
02:21 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
02:25 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
02:27 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl main dot pl আৰু এন্টাৰ (Enter) টিপক
02:34 টাৰ্মিনেলত আউতপুতটো চাওঁক
02:37 পাছত আমি পাৰ্ল (Perl) প্ৰোগ্ৰাম এটাত require() মেথদ আৰু use() মেথদ ব্যৱ্হাৰ কৰিবলৈ শিকিম
02:44 এই মেথদচ (methods) ব্যৱহৃত হয় - যেতিয়া আমাৰ subroutines সংগ্ৰহ থাকে যি বহুতো পাৰ্ল (Perl) প্ৰোগ্ৰামচত ব্যৱ্হাৰ কৰিব পাৰি
02:52 use() মেথদ ব্যৱহৃত হয় মাত্ৰ ম’দিউলচৰ (modules) বাবে
02:56 ক’ম্পাইলেচনৰ (compilation) সময়ত ভেৰিফাই হয়
02:59 ফাইল extensionটো দিব নালাগে
03:03 require() মেথদ পাৰ্ল প্ৰোগ্ৰামচ আৰু ম’দিউলচ (modules) দুয়োটাৰ বাবে ব্যৱহৃত হয়
03:08 ৰান (run) সময়ত ভেৰিফাই হয়
03:10 ফাইল extensionটো দিব লাগে
03:14 use মেথদৰ গাঠণিটো হৈছে: ইউজ (use) ম’দিউল (module) নেম (name) চেমিক’লন (semicolon)
03:20 পাৰ্ল ম’দিউলচ (Perl modules) হৈছে ফাইলচ যি '.pm' এক্সতেনচনৰ সৈতে শেষ হয়
03:25 ক’ডৰ পুনৰ ব্যৱ্হাৰকাৰিতা ম’দিউলচৰ (modules) দ্বাৰা ইমপ্লিমেন্ত হয়
03:30 লাইব্ৰেৰীচৰ (libraries) দৰে একে হয় অন্য (কম্পিউতাৰ) লেংগুৱেজত
03:35 এতিয়া, মই use মেথদৰ সৈতে এটা সৰল প্ৰোগ্ৰাম দেখুৱাম পাৰ্ল ক’ডত ম’দিউল এটা সংলগ্ন কৰিবলৈ
03:43 আপোনাৰ টেকস্ত এদিতৰত নতুন ফাইল এটা খুলক আৰু ইয়াক sum dot pm নাম দিয়ক
03:49 sum dot pm ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
03:55 ইয়াত, মোৰ এটা সৰল ফাংচন (function) আছে যি প্ৰদত্ত সংখ্যাৰ যোৰা এটাৰ যোগফল গণনা কৰিব
04:01 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
04:05 আমি আন এটা পাৰ্ল স্ক্ৰিপ্ত (Perl script) লিখিম য’ত এই sum dot pm ফাইলটো ব্যৱ্হাৰ কৰিম
04:11 মই চেম্প’ল প্ৰোগ্ৰাম app dot pl ফাইলটো খুলিম যাক মই আগতে ছেভ কৰিছিলো
04:17 app dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
04:22 মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
04:25 প্ৰথম শাৰীটোৱে use মেথদটো ম’দিউল নামটোৰ সৈতে দেখায়
04:29 আমাৰ ক্ষেত্ৰত, ম’দিউল নামটো হৈছে 'sum'
04:33 আমি 1, 7, 5, 4, 9 ক ইনপুত পাৰামিতাৰচ (input parameters) হিচাবে sum dot pm ফাইলটোত total() ফাংচনটোলৈ পঠাইছো
04:44 পুনৰ, পাছৰ শাৰীটোত, আমি 1 ৰ পৰা 10 লৈকে ইনপুত পাৰামিতাৰচ (input parameters) হিচাবে একেটা ফাংচনলৈ পঠাইছো
04:52 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
04:56 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
04:59 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl app dot pl আৰু এন্টাৰ (Enter) টিপক
05:06 টাৰ্মিনেলত দৰ্শিত আউতপুতটো চাওঁক
05:10 আহক আমি use মেথদত কিছু অধিক অপচনচ চাওঁ । টেকস্ত এদিতৰত sum dot pm লৈ ঘূৰি যাওঁক
05:18 চৌৰ্চ ক’ডটোৰ আৰম্ভণীতে, শাৰীসমূহ যোগ কৰক "use strict" চেমিক’লন, "use warnings" চেমিক’লন
05:27 "use strict" আৰু "use warnings" হৈছে কম্পাইলাৰ ফ্লেগচ (compiler flags) যি পাৰ্লক এটা কঠিনতম পদ্ধতিৰে আচৰণ কৰিবলৈ কয়
05:35 ইয়াক ব্যৱ্হাৰ কৰা হয় কমন প্ৰোগ্ৰামিং ভুলক ত্যাগ কৰিবলৈ
05:39 use strict এ ইউজাৰক প্ৰোগ্ৰামটোত ব্যৱহৃত সকলো ভেৰিয়েবলচ দিক্লেয়াৰ কৰিবলৈ জোৰ কৰে
05:45 যদি এৰ’ৰচ (errors) আছে, use strict এ এক্সিকিউচনটো ত্যাগ কৰিব
05:50 use warnings এ মাত্ৰ ওৱাৰ্নিং দিব কিন্তু এক্সিকিউচনটোৰ সৈতে চলিব
05:56 ধৰক যে আমি $sum ভেৰিয়েবলটো my হিচাবে দিক্লেয়াৰ কৰিবলৈ পাহৰিলো
06:02 আহক এতিয়া চাওঁ একেটা প্ৰোগ্ৰাম কেনেকৈ একজিকিউত হয়
06:06 Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
06:09 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl app dot pl
06:15 আমি দেখিছো যে প্ৰোগ্ৰামটো ত্যাগ হৈছে ফলাফলটো এক্সিকিউত নকৰাকৈ
06:21 টাৰ্মিনেলত দৰ্শিত হোৱা প্ৰথম যোৰা শাৰী হৈছে “use strict” এ জেনেৰেত কৰা এৰ’ৰ মেচেজ (error message)
06:29 শেষৰ দুটা হৈছে abort মেচেজ
06:32 গতিকে, এনেদৰেই use মেথদ অপচনে কাম কৰে
06:36 পাছত, আহক আমি এটা পাৰ্ল প্ৰোগ্ৰাম চাওঁ য’ত require মেথদটো ব্যৱ্হাৰ কৰো
06:41 মই চেম্প’ল প্ৰোগ্ৰাম commonfunctions dot pl খুলিম যাক মই আগতে ছেভ কৰিছিলো
06:48 আপোনাৰ commonfunctions dot pl ফাইলটোত পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক । আহক এতিয়া ক’ডটো বুজো
06:57 ইয়াত, আমি সচৰাচৰ ব্যৱ্হৃত ফাংচনৰ এটা সংগ্ৰহ দেখিছো
07:01 প্ৰথম ফাংচন, square()এ, সংখ্যা এটাৰ বৰ্গ ঘূৰাই
07:06 দ্বিতীয় ফাংচন, square underscore root()এ, প্ৰদত্ত সংখ্যা এটাৰ বৰ্গমূল ঘূৰাই
07:12 পাছৰ ফাংচন, random underscore number()এ, ৰেন্দ’ম সংখ্যা এটা জেনেৰেত কৰে
07:18 শেষ ফাংচন random underscore range()এ, ৰেন্দ’ম সংখ্যা এটা জেনেৰেত কৰে ল’ৱাৰ আৰু আপাৰ ৰেঞ্জৰ সংখ্যাৰ মাজৰ পৰা
07:26 মন কৰিব যে ফাইলটোৰ শেষত আমাক 1 চেমিক’লন (semicolon) (1;) লাগিব
07:31 কাৰণ পাৰ্লক (Perl) true মান এটা ঘূৰাবলৈ ফাইলটোত শেষ এক্সপ্ৰেচনটো লাগে
07:37 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
07:41 পাছত, আমি পাৰ্ল প্ৰোগ্ৰাম এটা লিখিম য’ত "require" মেথদ ব্যৱ্হাৰ কৰি এই subroutines কল (call) কৰিম
07:48 মই চেম্প’ল প্ৰোগ্ৰাম callprogram dot pl খুলিম যাক মই আগতে ছেভ কৰিছিলো
07:54 আপোনাৰ ফাইলটোত পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
08:02 require commonfunctions dot pl ফাইলটোক পঢ়ে, পাৰ্ল ক’ডৰ সৈতে, আৰু ইয়াক কম্পাইল কৰে
08:09 এই প্ৰোগ্ৰামটোৱে ইউজাৰক চাৰিটা অপচন দিয়ে । ইউজাৰে এবাৰত এটা অপচন বাচিব লাগে
08:17 1: (one) হৈছে সংখ্যা এটাৰ বৰ্গ বিচাৰিবলৈ
08:20 2: তু হৈছে সংখ্যা এটাৰ বৰ্গমূলৰ বাবে
08:23 3: থ্ৰি হৈছে প্ৰদত্ত ৰেঞ্জত ৰেন্দম সংখ্যা এটাৰ বাবে । 4: ফৌৰ হৈছে প্ৰোগ্ৰামটো বন্ধ কৰিবলৈ
08:29 যদি অপচন 1 (one) টিপা হয়, ই ইউজাৰক সংখ্যা এটা দিবলৈ ক’ব
08:34 মানটো $numberত জমা হয় । মানটো commonfunctions dot pl ফাইলটোত square() ফাংচনটোলৈ যায়
08:44 ফাংচনটোৱে সংখ্যাটোৰ বৰ্গক ঘূৰাই দিয়ে
08:47 print ষ্টেতমেন্তে সংখ্যাটোৰ বৰ্গক আউতপুত হিচাবে প্ৰিন্ত কৰে
08:52 যদি অপচন 2 (two) টিপা হয়, সংখ্যা এটাৰ বৰ্গমূল আউতপুত হিচাবে দৰ্শিত হয়
08:58 এক্সিকিউচনটো আগৰ square() ফাংচনটোত বৰ্ণনা কৰাৰ দৰে হয়
09:03 যদি অপচন 3 (three) টিপা হয়, প্ৰদত্ত ৰেঞ্জত ৰেন্দম সংখ্যা এটা আউতপুত হিচাবে দৰ্শিত হয়
09:09 যদি অপচনটো 4 (four) হয়, প্ৰোগ্ৰামটো বন্ধ হয় । যদি সূচীত কৰাৰ বাদে অন্য কিবা অপচন দিয়া হয়, print ষ্টেতমেন্তে কয় “Incorrect option”
09:20 মন কৰিব যে এই প্ৰোগ্ৰামটোত, আমি commonfunctions dot plৰ পৰা চাৰিটাৰ ভিতৰত মাত্ৰ তিনিটা ফাংচনহে মাতিছো
09:28 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
09:31 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
09:34 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl callprogram dot pl
09:41 আউতপুতটো মন কৰক
09:44 মই প্ৰোগ্ৰামটো পুনৰ এবাৰ একজিকিউত কৰিম এটা বেলেগ অপচনৰ সৈতে
09:49 লিখক: perl callprogram dot pl
09:53 এতিয়া, অপচনটো 3 দিয়ক
09:56 Enter a lower range 50 হিচাবে
09:59 Enter a upper range 99 হিচাবে
10:02 আমি দেখিছো প্ৰদত্ত সংখ্যাৰ ৰেঞ্জত ৰেন্দম সংখ্যাটো জেনেৰেত হ’ল
10:08 আন অপচনচ আপুনি নিজে চেষ্টা কৰক
10:11 আমি মূলভাব চাওঁ
10:16 এই টিউট’ৰিয়েলটোত, আমি ব্যৱ্হাৰ কৰিবলৈ শিকিলো: দু (do) ইউজ (use) ৰিকুৱাইৰ (require) মেথদচ (methods) পাৰ্ল প্ৰোগ্ৰামিঙত
10:24 মন কৰিব: "use" ম’দিউলটো (module) "require" ম’দিউলতকৈ অধিক প্ৰয়োজনীয়, কাৰণ ই কম্পাইল টাইমত (compile time) ম’দিউলৰ উপলদ্ধতাক নিৰ্ণয় কৰে
10:33 এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । এটা পাৰ্ল প্ৰোগ্ৰাম reminder.pl লিখক য’ত আপুনি অংশগ্ৰহণকাৰীলৈ পত্ৰ এখন লিখিব
10:41 ইউজাৰক To আৰু From নেম এন্টাৰ কৰিবলৈ সোধক
10:45 ‘use’ মেথদ ব্যৱ্হাৰ কৰি Letter dot pmৰ পৰা চাবৰুতিনচ কল (Call) কৰক
10:50 Letter dot pm ফাইলটোত তলৰ ফাংচনচ লিখক
10:54 LetterDate() ফাংচনে বৰ্তমান দেত আৰু টাইম ঘূৰাই দিয়ে
10:58 To() ফাংচনে অংশগ্ৰহণকাৰীৰ নাম ঘূৰাই দিয়ে
11:02 From() ফাংচনে পঠাওতাৰ নাম ঘূৰাই দিয়ে
11:05 Lettermsg() ফাংচনে পত্ৰখনৰ উপাদানক ঘূৰাই দিয়ে
11:09 Thanksmsg() ফাংচনে "thanks" আৰু "regards" ঘূৰাই দিয়ে
11:13 আউতপুতটো ইয়াত দেখুৱাৰ ধৰণে দৰ্শিত হ’ব
11:20 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:27 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:36 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:40 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
11:51 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9