PERL/C3/Including-files-or-modules/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | পাৰ্ল (PERL) প্ৰোগ্ৰাম এটাত Including files or modulesৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি ব্যৱ্হাৰ কৰিবলৈ শিকিম: দু (do) ইউজ (use) আৰু ৰিকুৱাইৰ (require) মেথদ (method)s পাৰ্ল প্ৰোগ্ৰামিঙত |
| 00:16 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor) |
| 00:28 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে |
| 00:32 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব |
| 00:37 | যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক |
| 00:44 | 'do()' মেথদ: এইবোৰ সৰল পদ্ধতি হয় চৌৰ্চ ক’ডটোক সংলগ্ন কৰাৰ অন্য ফাইলচৰ পৰা বৰ্তমান স্ক্ৰিপ্ত ফাইলটোলৈ |
| 00:53 | আহক আমি do() মেথদটো ব্যৱ্হাৰ কৰিবলৈ বুজো |
| 00:57 | আপোনাৰ টেকস্ত এদিতৰটোত ফাইল এটা খুলক আৰু datetime dot pl নাম দিয়ক |
| 01:03 | datetime dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক |
| 01:09 | ইয়াৰ পৰা, মনত ৰাখিব এন্টাৰ (Enter) কীটো টিপিবলৈ টাৰ্মিনেলত প্ৰতিটো ক’মান্দৰ পাছত |
| 01:15 | আহক এতিয়া ক’ডটো বুজো |
| 01:18 | বৰ্তমান দেত আৰু টাইম dollar datestring ভেৰিয়েবল এটাত জমা হয় |
| 01:23 | ইয়াত, মোৰ "msgThanks" নামৰ ফাংচন এটা আছে যি এটা “Thank you” মেচেজ ঘূৰাই |
| 01:31 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 01:35 | পাছত, আহক আমি আন এটা পাৰ্ল (Perl ) প্ৰোগ্ৰাম চাওঁ যি এই datetime dot pl ফাইলটো ব্যৱ্হাৰ কৰিব |
| 01:43 | আপোনাৰ টেকস্ত এদিতৰত নতুন ফাইল এটা খুলক আৰু ইয়াক main dot pl নাম দিয়ক |
| 01:49 | main dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক |
| 01:55 | মই এতিয়া ক’ডটো বৰ্ণনা কৰিম |
| 01:58 | ইয়াত, প্ৰথম শাৰীটোৱে ওৱেলকাম মেচেজটো প্ৰিন্ত কৰে |
| 02:03 | 'do()' মেথদটোক ফাইলনেমটোৰ সৈতে মতা হয় য’ত আমি ক’ডটো ব্যৱ্হাৰ কৰিব বিচাৰো |
| 02:09 | বৰ্তমান দেত আৰু টাইম datetime dot pl ফাইলটোৰ $datestring ভেৰিয়েবলটোত জমা হয় |
| 02:16 | আৰু শেষত, আমি একেটা ফাইলৰ পৰা msgThanks() ফাংচনটো মাতো |
| 02:21 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 02:25 | আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
| 02:27 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl main dot pl আৰু এন্টাৰ (Enter) টিপক |
| 02:34 | টাৰ্মিনেলত আউতপুতটো চাওঁক |
| 02:37 | পাছত আমি পাৰ্ল (Perl) প্ৰোগ্ৰাম এটাত require() মেথদ আৰু use() মেথদ ব্যৱ্হাৰ কৰিবলৈ শিকিম |
| 02:44 | এই মেথদচ (methods) ব্যৱহৃত হয় - যেতিয়া আমাৰ subroutines সংগ্ৰহ থাকে যি বহুতো পাৰ্ল (Perl) প্ৰোগ্ৰামচত ব্যৱ্হাৰ কৰিব পাৰি |
| 02:52 | use() মেথদ ব্যৱহৃত হয় মাত্ৰ ম’দিউলচৰ (modules) বাবে |
| 02:56 | ই ক’ম্পাইলেচনৰ (compilation) সময়ত ভেৰিফাই হয় |
| 02:59 | ফাইল extensionটো দিব নালাগে |
| 03:03 | require() মেথদ পাৰ্ল প্ৰোগ্ৰামচ আৰু ম’দিউলচ (modules) দুয়োটাৰ বাবে ব্যৱহৃত হয় |
| 03:08 | ই ৰান (run) সময়ত ভেৰিফাই হয় |
| 03:10 | ফাইল extensionটো দিব লাগে |
| 03:14 | use মেথদৰ গাঠণিটো হৈছে: ইউজ (use) ম’দিউল (module) নেম (name) চেমিক’লন (semicolon) |
| 03:20 | পাৰ্ল ম’দিউলচ (Perl modules) হৈছে ফাইলচ যি '.pm' এক্সতেনচনৰ সৈতে শেষ হয় |
| 03:25 | ক’ডৰ পুনৰ ব্যৱ্হাৰকাৰিতা ম’দিউলচৰ (modules) দ্বাৰা ইমপ্লিমেন্ত হয় |
| 03:30 | ই লাইব্ৰেৰীচৰ (libraries) দৰে একে হয় অন্য (কম্পিউতাৰ) লেংগুৱেজত |
| 03:35 | এতিয়া, মই use মেথদৰ সৈতে এটা সৰল প্ৰোগ্ৰাম দেখুৱাম পাৰ্ল ক’ডত ম’দিউল এটা সংলগ্ন কৰিবলৈ |
| 03:43 | আপোনাৰ টেকস্ত এদিতৰত নতুন ফাইল এটা খুলক আৰু ইয়াক sum dot pm নাম দিয়ক |
| 03:49 | sum dot pm ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক |
| 03:55 | ইয়াত, মোৰ এটা সৰল ফাংচন (function) আছে যি প্ৰদত্ত সংখ্যাৰ যোৰা এটাৰ যোগফল গণনা কৰিব |
| 04:01 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 04:05 | আমি আন এটা পাৰ্ল স্ক্ৰিপ্ত (Perl script) লিখিম য’ত এই sum dot pm ফাইলটো ব্যৱ্হাৰ কৰিম |
| 04:11 | মই চেম্প’ল প্ৰোগ্ৰাম app dot pl ফাইলটো খুলিম যাক মই আগতে ছেভ কৰিছিলো |
| 04:17 | app dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক |
| 04:22 | মই এতিয়া ক’ডটো বৰ্ণনা কৰিম |
| 04:25 | প্ৰথম শাৰীটোৱে use মেথদটো ম’দিউল নামটোৰ সৈতে দেখায় |
| 04:29 | আমাৰ ক্ষেত্ৰত, ম’দিউল নামটো হৈছে 'sum' |
| 04:33 | আমি 1, 7, 5, 4, 9 ক ইনপুত পাৰামিতাৰচ (input parameters) হিচাবে sum dot pm ফাইলটোত total() ফাংচনটোলৈ পঠাইছো |
| 04:44 | পুনৰ, পাছৰ শাৰীটোত, আমি 1 ৰ পৰা 10 লৈকে ইনপুত পাৰামিতাৰচ (input parameters) হিচাবে একেটা ফাংচনলৈ পঠাইছো |
| 04:52 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 04:56 | আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
| 04:59 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl app dot pl আৰু এন্টাৰ (Enter) টিপক |
| 05:06 | টাৰ্মিনেলত দৰ্শিত আউতপুতটো চাওঁক |
| 05:10 | আহক আমি use মেথদত কিছু অধিক অপচনচ চাওঁ । টেকস্ত এদিতৰত sum dot pm লৈ ঘূৰি যাওঁক |
| 05:18 | চৌৰ্চ ক’ডটোৰ আৰম্ভণীতে, শাৰীসমূহ যোগ কৰক "use strict" চেমিক’লন, "use warnings" চেমিক’লন |
| 05:27 | "use strict" আৰু "use warnings" হৈছে কম্পাইলাৰ ফ্লেগচ (compiler flags) যি পাৰ্লক এটা কঠিনতম পদ্ধতিৰে আচৰণ কৰিবলৈ কয় |
| 05:35 | ইয়াক ব্যৱ্হাৰ কৰা হয় কমন প্ৰোগ্ৰামিং ভুলক ত্যাগ কৰিবলৈ |
| 05:39 | use strict এ ইউজাৰক প্ৰোগ্ৰামটোত ব্যৱহৃত সকলো ভেৰিয়েবলচ দিক্লেয়াৰ কৰিবলৈ জোৰ কৰে |
| 05:45 | যদি এৰ’ৰচ (errors) আছে, use strict এ এক্সিকিউচনটো ত্যাগ কৰিব |
| 05:50 | use warnings এ মাত্ৰ ওৱাৰ্নিং দিব কিন্তু এক্সিকিউচনটোৰ সৈতে চলিব |
| 05:56 | ধৰক যে আমি $sum ভেৰিয়েবলটো my হিচাবে দিক্লেয়াৰ কৰিবলৈ পাহৰিলো |
| 06:02 | আহক এতিয়া চাওঁ একেটা প্ৰোগ্ৰাম কেনেকৈ একজিকিউত হয় |
| 06:06 | Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 06:09 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl app dot pl |
| 06:15 | আমি দেখিছো যে প্ৰোগ্ৰামটো ত্যাগ হৈছে ফলাফলটো এক্সিকিউত নকৰাকৈ |
| 06:21 | টাৰ্মিনেলত দৰ্শিত হোৱা প্ৰথম যোৰা শাৰী হৈছে “use strict” এ জেনেৰেত কৰা এৰ’ৰ মেচেজ (error message) |
| 06:29 | শেষৰ দুটা হৈছে abort মেচেজ |
| 06:32 | গতিকে, এনেদৰেই use মেথদ অপচনে কাম কৰে |
| 06:36 | পাছত, আহক আমি এটা পাৰ্ল প্ৰোগ্ৰাম চাওঁ য’ত require মেথদটো ব্যৱ্হাৰ কৰো |
| 06:41 | মই চেম্প’ল প্ৰোগ্ৰাম commonfunctions dot pl খুলিম যাক মই আগতে ছেভ কৰিছিলো |
| 06:48 | আপোনাৰ commonfunctions dot pl ফাইলটোত পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক । আহক এতিয়া ক’ডটো বুজো |
| 06:57 | ইয়াত, আমি সচৰাচৰ ব্যৱ্হৃত ফাংচনৰ এটা সংগ্ৰহ দেখিছো |
| 07:01 | প্ৰথম ফাংচন, square()এ, সংখ্যা এটাৰ বৰ্গ ঘূৰাই |
| 07:06 | দ্বিতীয় ফাংচন, square underscore root()এ, প্ৰদত্ত সংখ্যা এটাৰ বৰ্গমূল ঘূৰাই |
| 07:12 | পাছৰ ফাংচন, random underscore number()এ, ৰেন্দ’ম সংখ্যা এটা জেনেৰেত কৰে |
| 07:18 | শেষ ফাংচন random underscore range()এ, ৰেন্দ’ম সংখ্যা এটা জেনেৰেত কৰে ল’ৱাৰ আৰু আপাৰ ৰেঞ্জৰ সংখ্যাৰ মাজৰ পৰা |
| 07:26 | মন কৰিব যে ফাইলটোৰ শেষত আমাক 1 চেমিক’লন (semicolon) (1;) লাগিব |
| 07:31 | কাৰণ পাৰ্লক (Perl) true মান এটা ঘূৰাবলৈ ফাইলটোত শেষ এক্সপ্ৰেচনটো লাগে |
| 07:37 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 07:41 | পাছত, আমি পাৰ্ল প্ৰোগ্ৰাম এটা লিখিম য’ত "require" মেথদ ব্যৱ্হাৰ কৰি এই subroutines ক কল (call) কৰিম |
| 07:48 | মই চেম্প’ল প্ৰোগ্ৰাম callprogram dot pl খুলিম যাক মই আগতে ছেভ কৰিছিলো |
| 07:54 | আপোনাৰ ফাইলটোত পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক । মই এতিয়া ক’ডটো বৰ্ণনা কৰিম |
| 08:02 | requireএ commonfunctions dot pl ফাইলটোক পঢ়ে, পাৰ্ল ক’ডৰ সৈতে, আৰু ইয়াক কম্পাইল কৰে |
| 08:09 | এই প্ৰোগ্ৰামটোৱে ইউজাৰক চাৰিটা অপচন দিয়ে । ইউজাৰে এবাৰত এটা অপচন বাচিব লাগে |
| 08:17 | 1: (one) হৈছে সংখ্যা এটাৰ বৰ্গ বিচাৰিবলৈ |
| 08:20 | 2: তু হৈছে সংখ্যা এটাৰ বৰ্গমূলৰ বাবে |
| 08:23 | 3: থ্ৰি হৈছে প্ৰদত্ত ৰেঞ্জত ৰেন্দম সংখ্যা এটাৰ বাবে । 4: ফৌৰ হৈছে প্ৰোগ্ৰামটো বন্ধ কৰিবলৈ |
| 08:29 | যদি অপচন 1 (one) টিপা হয়, ই ইউজাৰক সংখ্যা এটা দিবলৈ ক’ব |
| 08:34 | মানটো $numberত জমা হয় । মানটো commonfunctions dot pl ফাইলটোত square() ফাংচনটোলৈ যায় |
| 08:44 | ফাংচনটোৱে সংখ্যাটোৰ বৰ্গক ঘূৰাই দিয়ে |
| 08:47 | print ষ্টেতমেন্তে সংখ্যাটোৰ বৰ্গক আউতপুত হিচাবে প্ৰিন্ত কৰে |
| 08:52 | যদি অপচন 2 (two) টিপা হয়, সংখ্যা এটাৰ বৰ্গমূল আউতপুত হিচাবে দৰ্শিত হয় |
| 08:58 | এক্সিকিউচনটো আগৰ square() ফাংচনটোত বৰ্ণনা কৰাৰ দৰে হয় |
| 09:03 | যদি অপচন 3 (three) টিপা হয়, প্ৰদত্ত ৰেঞ্জত ৰেন্দম সংখ্যা এটা আউতপুত হিচাবে দৰ্শিত হয় |
| 09:09 | যদি অপচনটো 4 (four) হয়, প্ৰোগ্ৰামটো বন্ধ হয় । যদি সূচীত কৰাৰ বাদে অন্য কিবা অপচন দিয়া হয়, print ষ্টেতমেন্তে কয় “Incorrect option” |
| 09:20 | মন কৰিব যে এই প্ৰোগ্ৰামটোত, আমি commonfunctions dot plৰ পৰা চাৰিটাৰ ভিতৰত মাত্ৰ তিনিটা ফাংচনহে মাতিছো |
| 09:28 | এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ |
| 09:31 | আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
| 09:34 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl callprogram dot pl |
| 09:41 | আউতপুতটো মন কৰক |
| 09:44 | মই প্ৰোগ্ৰামটো পুনৰ এবাৰ একজিকিউত কৰিম এটা বেলেগ অপচনৰ সৈতে |
| 09:49 | লিখক: perl callprogram dot pl |
| 09:53 | এতিয়া, অপচনটো 3 দিয়ক |
| 09:56 | Enter a lower range 50 হিচাবে |
| 09:59 | Enter a upper range 99 হিচাবে |
| 10:02 | আমি দেখিছো প্ৰদত্ত সংখ্যাৰ ৰেঞ্জত ৰেন্দম সংখ্যাটো জেনেৰেত হ’ল |
| 10:08 | আন অপচনচ আপুনি নিজে চেষ্টা কৰক |
| 10:11 | আমি মূলভাব চাওঁ |
| 10:16 | এই টিউট’ৰিয়েলটোত, আমি ব্যৱ্হাৰ কৰিবলৈ শিকিলো: দু (do) ইউজ (use) ৰিকুৱাইৰ (require) মেথদচ (methods) পাৰ্ল প্ৰোগ্ৰামিঙত |
| 10:24 | মন কৰিব: "use" ম’দিউলটো (module) "require" ম’দিউলতকৈ অধিক প্ৰয়োজনীয়, কাৰণ ই কম্পাইল টাইমত (compile time) ম’দিউলৰ উপলদ্ধতাক নিৰ্ণয় কৰে |
| 10:33 | এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । এটা পাৰ্ল প্ৰোগ্ৰাম reminder.pl লিখক য’ত আপুনি অংশগ্ৰহণকাৰীলৈ পত্ৰ এখন লিখিব |
| 10:41 | ইউজাৰক To আৰু From নেম এন্টাৰ কৰিবলৈ সোধক |
| 10:45 | ‘use’ মেথদ ব্যৱ্হাৰ কৰি Letter dot pmৰ পৰা চাবৰুতিনচ কল (Call) কৰক |
| 10:50 | Letter dot pm ফাইলটোত তলৰ ফাংচনচ লিখক |
| 10:54 | LetterDate() ফাংচনে বৰ্তমান দেত আৰু টাইম ঘূৰাই দিয়ে |
| 10:58 | To() ফাংচনে অংশগ্ৰহণকাৰীৰ নাম ঘূৰাই দিয়ে |
| 11:02 | From() ফাংচনে পঠাওতাৰ নাম ঘূৰাই দিয়ে |
| 11:05 | Lettermsg() ফাংচনে পত্ৰখনৰ উপাদানক ঘূৰাই দিয়ে |
| 11:09 | Thanksmsg() ফাংচনে "thanks" আৰু "regards" ঘূৰাই দিয়ে |
| 11:13 | আউতপুতটো ইয়াত দেখুৱাৰ ধৰণে দৰ্শিত হ’ব |
| 11:20 | তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
| 11:27 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 11:36 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 11:40 | এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
| 11:51 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |