Moodle-Learning-Management-System/C2/Grading-Quiz-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 15:30, 26 December 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Grading quiz in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

ষ্টুদেন্তৰ দ্বাৰা চাবমিত কৰা কুইজৰ প্ৰচেষ্টাক ৰিভিউ কৰিবলৈ

00:15 কুইজ এটাত প্ৰশ্নসমূহক এদিত কৰিবলৈ
00:18 প্ৰচেষ্টাক ৰিগ্ৰেদ কৰিবলৈ
00:21 কুইজৰ প্ৰচেষ্টাক দিলিত কৰিবলৈ আৰু কুইজৰ ফলাফলক দাউনল’দ কৰিবলৈ
00:27 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে ব্যৱ্হাৰ কৰি: উবুন্তো লিনাক্স OS 16.04
00:35 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:43 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
00:49 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:53 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
01:01 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
01:08 আৰু আপোনাক অতি কমেওঁ এটা কৌৰ্চত নিয়োগ কৰিলে
01:12 ই লগতে ধৰে যে আপুনি কৌৰ্চত কিছু course material, এচাইনমেন্তচ আৰু কুইজেচ যোগ কৰিলে আৰু আপোনাৰ কিছু ষ্টুদেন্তৰ ল’গিনচ আছে
01:25 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:32 মই আপোনাক দেখুৱাম ষ্টুদেন্ত এজনে কুইজক কেনেকৈ চেষ্টা কৰিব যাক আমি চিৰিজত আগতে বনাইছিলো
01:40 মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে লগিন কৰিছো
01:46 মই মাই কৌৰ্চেচৰ ভিতৰত Calculus ক্লিক কৰিম
01:50 তেতিয়া মই ক্লিক কৰিম Quiz 1 - Evolutes and Involutes
01:55 মই Attempt Quiz now বুটামত ক্লিক কৰিম আৰু তেতিয়া মোৰ বাচনিক কনফাৰ্ম কৰিম
02:02 প্ৰশ্নৰ কাকতখন মোলৈ দৰ্শিত হৈছে
02:06 সোঁফালে, আমি Quiz navigation block দেখিছো
02:11 ই দৰ্শিত কৰে সকলো প্ৰশ্নৰ সংখ্যা, টাইমাৰ আৰু Finish attempt লিংকক
02:19 প্ৰথম পৃষ্ঠাত থকা প্ৰশ্নসমূহ Quiz navigation ব্লকত হাইলাইত হৈছে
02:26 মই দুয়োটা চেকচনত থকা প্ৰশ্নক চেষ্টা কৰিবলৈ আৰম্ভ কৰিম
02:31 আগৰ আৰু পাছৰ পৃষ্ঠালৈ যাবলৈ বুটাম আছে, আপুনি কোনটো পৃষ্ঠাত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি
02:38 মই প্ৰশ্নসমূহ চেষ্টা কৰিম
02:44 মই যিকোনো প্ৰশ্নলৈ ঘূৰি যাব পাৰো যদি মই ইয়াক ৰিভিউ কৰিব লাগে, Quiz navigation block ৰ পৰা
02:51 প্ৰশ্নটোৰ বাওঁফালে, মন কৰিব যে তাত এটা অপচন আছে প্ৰশ্নটো ফ্লেগ কৰিবলৈ
02:58 ফ্লেগ কৰা প্ৰশ্ন এটাৰ ওপৰত সোঁফালে এটা ৰঙা ত্ৰিভুজ থাকে
03:05 কোনোবাই প্ৰশ্ন এটা ফ্লেগ কৰিব পাৰে পাছত ঘূৰি গৈ ইয়াক ৰিভিউ কৰিবলৈ, চেষ্টাক চাবমিত কৰাৰ আগতে বা টপিকটো শিক্ষকৰ সৈতে আলোচনা কৰিবলৈ
03:17 প্ৰশ্নটো ফ্লেগযুক্ত হৈ থাকিব যেতিয়ালৈকে ষ্টুদেন্তে বিশেষভাবে ফ্লেগটো আতৰ নকৰে
03:24 আৰু কিছু অন্য মাৰ্কাৰচ আছে কুইজৰ প্ৰশ্নসমূহৰ সংগত
03:29 গ্ৰে মাৰ্কাৰ এটাই সূচাই এটা উত্তৰ দিয়া প্ৰশ্নক
03:34 প্ৰশ্নৰ নাম্বাৰৰ তলত এটা সৰু ৰঙা ত্ৰিভুজে সূচাই এটা অসম্পূৰ্ণ উত্তৰক
03:41 এটা সম্পূৰ্ণ বগা বক্সে সূচাই এটা উত্তৰ নিদিয়া প্ৰশ্নক
03:47 আগতে উল্লেখ কৰাৰ দৰে, মই যিকোনো প্ৰশ্নত ক্লিক কৰিব পাৰো সেই প্ৰশ্নটোলৈ ঘূৰি যাবলৈ
03:54 যেতিয়া মোৰ হ’ব, মই Quiz navigation blockFinish attempt... লিংকত ক্লিক কৰিম
04:01 মই লগতে কুইজৰ শেষত Finish attempt বুটামত ক্লিক কৰিব পাৰো
04:07 Submit all and finish বুটামত ক্লিক কৰক আৰু মোৰ বাচনিক কনফাৰ্ম কৰক
04:13 ষ্টুদেন্তে চাবমিত কৰাৰ পাছতে কুইজ এটাত স্ক’ৰ কৰা marks আৰু grade চাব পাৰে
04:20 quiz navigation block তো লগতে কালাৰ-ক’দেদ নাম্বাৰৰ বক্স থাকে
04:26 টিক-মাৰ্ক এটাৰ সৈতে সেউজীয়া মাৰ্কাৰ এটাই সূচাই শুদ্ধ উত্তৰক
04:31 ৰঙা মাৰ্কাৰ এটাই সূচাই হয়তো এটা অশুদ্ধ বা চেষ্টা নকৰা প্ৰশ্নক
04:38 এটা বগা বৃত্তৰ সৈতে ব্ৰাউন মাৰ্কাৰ এটাই সূচাই আংশিকভাবে শুদ্ধ উত্তৰ এটাক
04:45 ওপৰত সোঁফালে ৰঙা ত্ৰিভূজৰ মাৰ্কাৰ এটা হৈছে ফ্লেগ কৰা প্ৰশ্নৰ বাবে
04:52 আহক কৌৰ্চ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ breadcrumbs ত Calculus ক্লিক কৰি
04:59 মই কুইজৰ নামত ক্লিক কৰিম
05:02 মই ইয়াত মোৰ চেষ্টাক চাব পাৰো আৰু এটা Review লিংক
05:07 মই মোৰ কুইজৰ চেষ্টাক ৰিভিউ কৰিব পাৰো Review লিংকত ক্লিক কৰি
05:13 তললৈ স্ক্ৰ’ল কৰক প্ৰতিটো উত্তৰৰ বাবে দিয়া মতামতক চাবলৈ
05:18 এইটো হৈছে এটা সাধাৰণ মতামত যাক প্ৰতিটো ষ্টুদেন্তে তেওঁলোকৰ চেষ্টাৰ পাছত দেখে
05:24 মই এই ষ্টুদেন্তৰ ডেচব’ৰ্দৰ পৰা ল’গ আউত কৰিম
05:29 এজন শিক্ষক হিচাবে কুইজক ৰিভিউ কৰাৰ আগতে, আপোনাৰ সকলো ষ্টুদেন্তে কুইজ চেষ্টা কৰাটোক নিশ্বিত কৰক
05:37 টিউট’ৰিয়েলটো ৰখাওঁক আৰু অতিকমেওঁ ৫ জন ষ্টুদেন্তৰ বাবে কুইজক চেষ্টা কৰক, আগবঢ়াৰ আগতে ।

মই ইতিমধ্যে মোৰ ষ্টুদেন্তৰ বাবে তাক কৰিলো

05:48 এতিয়া, মই শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিম
05:53 বাওঁফালে মাই কৌৰ্চেচৰ ভিতৰত Calculus ক্লিক কৰক
05:58 তললৈ স্ক্ৰ’ল কৰক আৰু Quiz 1 - Evolutes and Involutes ক্লিক কৰক
06:04 আপুনি এই পৃষ্ঠাটোত কুইজ বিৱৰণ আৰু কুইজ টাইমলাইন চাব পাৰে
06:10 প্ৰচেষ্টাৰ সংখ্যাওঁ ইয়াত তালিকাভুক্ত হৈ আছে । মোৰ ক্ষেত্ৰত, ই হৈছে 5
06:17 এতিয়া, Attempts লিংকত ক্লিক কৰক
06:21 পৃষ্ঠাটোৰ শীৰ্ষত কিছু ফিল্টাৰচ আছে, যিবোৰ হৈছে স্ব-ব্যাখ্যামূলক
06:27 আপুনি এইবোৰ ব্যৱ্হাৰ কৰিব পাৰে যদি আপোনাৰ কৌৰ্চত বহুতো ষ্টুদেন্ত অন্তৰ্ভুক্ত হৈ আছে
06:32 মই সিহঁতক তেনেদৰেই এৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম
06:36 মই বাওঁফালে নেভিগেচন মেনুক বন্ধ কৰিম উন্নত ভিউৰ বাবে
06:42 মন কৰিব যে ইয়াত সকলো প্ৰচেষ্টাক এখন টেবুলত তালিকাভুক্ত কৰা আছে
06:47 Priya Sinha ৰ নামৰ তলত Review attempt লিংকত ক্লিক কৰক
06:52 আপুনি মই দেখাতকৈ হয়তো প্ৰশ্নৰ এটা বেলেগ চেত দেখিব পাৰে
06:57 ইয়াৰ কাৰণ হৈছে কুইজটো বনাওঁতে, আমি প্ৰশ্নৰ বেংকৰ পৰা ৰেন্দম প্ৰশ্নসমূহ যোগ কৰিছিলো
07:05 ষ্টুদেন্তে বেলেগ প্ৰশ্ন বা প্ৰশ্নৰ এটা বেলেগ ক্ৰম দেখিব, যেতিয়া তেওঁলোকে চেষ্টা কৰিব
07:12 আমি প্ৰচেষ্টাৰ এটা বিতং পৰ্যবেক্ষণ দেখিব পাৰো
07:17 Priya Sinha ই কুইজটো ৩ মিনিট আৰু ১২ চেকেন্দত সমাপ্ত কৰিছিলে
07:23 তেওঁ লগতে 4 মাৰ্কৰ ভিতৰত 1.2 পাইছে আৰু 30%
07:30 ই আপোনাক এটা আইদিয়া দিব যে ষ্টুদেন্তজনে কুইজত কেনে প্ৰদৰ্শন কৰিলে
07:36 সোঁফালে Quiz navigation block চাওঁক
07:40 টিক-মাৰ্ক এটাৰ সৈতে সেউজীয়া বক্সে সূচাই যে ষ্টুদেন্তজনে উত্তৰৰ বাবে ফুল মাৰ্কচ পাইছে
07:47 ৰঙা বক্সে সূচাই যে ষ্টুদেন্তজনে প্ৰশ্নটোৰ ভুল উত্তৰ দিছে
07:53 মাজত এটা বগা বৃত্তৰ সৈতে ব্ৰাউন বক্সটোৱে সূচাই যে আংশিকভাবে শুদ্ধ উত্তৰ
08:00 আপুনি যিকোনো প্ৰশ্নলৈ পোনপটীয়াকৈ যাব পাৰে সেই প্ৰশ্নৰ নাম্বাৰত ক্লিক কৰি
08:06 আপুনি লগতে লেআউতটো সলাব পাৰে যদি আপুনি এবাৰত প্ৰশ্নসমূহৰ এটা পৃষ্ঠা দেখুৱাব বিচাৰে
08:13 আপুনি প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰসমূহ আৰু স্ক’ৰ কৰা মাৰ্কচ চাব পাৰে
08:19 আপুনি লগতে ষ্টুদেন্তলৈ দৰ্শিত হোৱা সাধাৰণ মতামত চাব পাৰে
08:24 তাত লগতে এটা Response history আছে ষ্টুদেন্তে কি কৰিলে তাৰ এটা লগৰ সৈতে
08:30 ইয়াত মন কৰিব যে ষ্টুদেন্তে এই উত্তৰটো এবাৰ ছেভ কৰিছিলে ইয়াক চাবমিত কৰাৰ আগতে
08:37 এজন শিক্ষক হিচাবে, আপুনি যিকোনো উত্তৰৰ বাবে এটা বিশিষ্ট কমেন্ত যোগ কৰিব পাৰে, যদি বিচাৰে
08:43 আপুনি লগতে মাৰ্কচ অগ্ৰাহ্য কৰিব পাৰে । আহক ইয়াক কেনেকৈ কৰা হয় চাওঁ
08:49 কমন ফিদবেক চেকচনৰ তলত Make comment or override marks লিংকত ক্লিক কৰক ।

নতুন উইন্দ’ এখন আহিছে

08:59 আকাংক্ষিত comment টো লিখক, ইয়াত দেখুৱা ধৰণে
09:03 মই মাৰ্কচ সলাম ইয়াত দেখুৱা ধৰণে
09:07 তললৈ স্ক্ৰ’ল কৰক আৰু Save বুটামত ক্লিক কৰক
09:11 আপোনাৰ comment টো এতিয়া কমন ফিদবেকৰ তলত দৰ্শিত হৈছে
09:16 Response history ত লগতে আপুনি কৰা পৰিবৰ্তনৰ এটা লগ থাকে
09:22 মন কৰিব যে মাৰ্কচ আৰু গ্ৰেদো লগতে সলনি হৈছে আপোনাৰ নতুন মেনুৱেল গ্ৰেদিঙৰ ওপৰত ভিত্তি কৰি
09:29 আপুনি লগতে প্ৰশ্ন এটাক এদিত কৰিব পাৰে চেষ্টা এটাৰ পৰাওঁ ।

বাওঁফালে Edit question লিংকত ক্লিক কৰক

09:38 ই আপোনাক এদিত স্ক্ৰিণলৈ নিব য’ত আপুনি প্ৰশ্নটোৰ সালসলনি কৰিব পাৰিব
09:44 আপুনি লগতে ইয়াৰ সৈতে যুক্ত হৈ থকা গ্ৰেদচৰ অপচনকো সলাব পাৰে
09:49 মন কৰিব যে ই প্ৰশ্নটোক সকলো ষ্টুদেন্তৰ বাবে সলাব যোনে ইতিমধ্যে কুইজটো চেষ্টা কৰিলে ।

ই লগতে প্ৰশ্নটোক ভবিষ্যতৰ কুইজসমূহৰ বাবেওঁ সলাব

10:00 মই এতিয়া উপলদ্ধি কৰিছো যে মই ভুল উত্তৰটোক মাৰ্ক কৰিছিলো এই কুইজ বনাওঁতে
10:06 মই এই দুটা অপচনৰ বাবে গ্ৰেদটো সলাম
10:12 কৰি হ’লে Save changes বুটামত ক্লিক কৰক
10:16 আপোনাৰ কৰি হ’লে Finish review লিংকত ক্লিক কৰক
10:20 পুনৰ Attempts লিংকত ক্লিক কৰক
10:24 যদি আপুনি কিবা প্ৰশ্ন সলালে, আপুনি প্ৰচেষ্টাসমূহক ৰিগ্ৰেদ কৰিব লাগিব নতুন গ্ৰেদিঙৰ ওপৰত ভিত্তি কৰি
10:30 Regrade all বুটামত ক্লিক কৰক
10:35 আপুনি এটা বাৰ্তা দেখিব Regrade completed successfully

Continue বুটামত ক্লিক কৰক

10:43 মন কৰিব যে সেই প্ৰশ্নৰ বাবে গ্ৰেদটো কিছুমান ষ্টুদেন্তৰ বাবে সলনি হ’ল
10:49 আপুনি লগতে যদি বিচাৰে এটা নিৰ্দিষ্ট চেষ্টাক দিলিত কৰিব পাৰে
10:54 ষ্টুদেন্তৰ নামটোৰ কাষত থকা চেকবক্সটোত ক্লিক কৰক যাৰ চেষ্টাক আপুনি দিলিত কৰিব বিচাৰে
11:01 তেতিয়া Delete selected attempts বুটামত ক্লিক কৰক । কিন্তু মই এতিয়া ইয়াক নকৰো
11:09 শিক্ষকৰ লগতে অপচন থাকে সকলোখিনি প্ৰচেষ্টাক বিভিন্ন ফাইল ফৰ্মেতত দাউনল’দ কৰিবলৈ ।

মই ব্যাখ্যা কৰিম কেনেকৈ

11:19 ওপৰলৈ স্ক্ৰ’ল কৰক চেকচন What to include in the report
11:24 মই ৰিপ’ৰ্তচ ফিল্টাৰ কৰিব পাৰো বিভিন্ন মানদণ্ডৰ ওপৰত ভিত্তি কৰি
11:29 মই ৰিপ’ৰ্ত দাউনল’দ কৰিম সকলো অন্তৰ্ভুক্ত হোৱা ষ্টুদেন্তৰ বাবে যোনে কুইজটো চেষ্টা কৰিছিলে
11:36 মই Attempts that are ৰ ভিতৰত থকা বাকী চেকবক্সসমূহ আনচেক কৰিম ইয়াক ঠেক কৰিবলৈ যাতে আমি সম্পূৰ্ণ হোৱা ৰিপ’ৰ্তচ চাব পাৰো
11:46 Show Report বুটামত ক্লিক কৰক
11:50 ৰিপ’ৰ্ত টেবুলৰ ওপৰত সোঁফালে দ্ৰপদাউন Download table data as ক্লিক কৰক
11:58 অপচনচৰ পৰা OpenDocument (.ods) বাচক
12:04 তেতিয়া ইয়াৰ কাষত Download বুটামত ক্লিক কৰক ।

ফাইলটো আপোনাৰ ল’কেল মেচিনত ছেভ কৰক

12:11 মই ফাইলটো খুলিম । আপুনি ইয়াত প্ৰচেষ্টাসমূহৰ সবিশেষক চাব পাৰে
12:18 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:24 এই টিউট’ৰিয়েলত, আমি শিকিলো: ষ্টুদেন্তৰ দ্বাৰা চাবমিত কৰা কুইজৰ প্ৰচেষ্টাক ৰিভিউ কৰিবলৈ
12:31 কুইজ এটাত প্ৰশ্নসমূহক এদিত কৰিবলৈ

প্ৰচেষ্টাক ৰিগ্ৰেদ কৰিবলৈ

12:37 কুইজৰ প্ৰচেষ্টাক দিলিত কৰিবলৈ আৰু কুইজৰ ফলাফলক দাউনল’দ কৰিবলৈ
12:44 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।

আন যিকোনো ষ্টুদেন্তৰ প্ৰচেষ্টাক ৰিভিউ কৰক

12:51 প্ৰশ্ন-সংক্ৰান্তীয় মন্তব্য প’ষ্ট কৰক
12:55 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:04 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:15 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ
13:32 মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9