Moodle-Learning-Management-System/C2/Grading-Quiz-in-Moodle/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Grading quiz in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
ষ্টুদেন্তৰ দ্বাৰা চাবমিত কৰা কুইজৰ প্ৰচেষ্টাক ৰিভিউ কৰিবলৈ |
| 00:15 | কুইজ এটাত প্ৰশ্নসমূহক এদিত কৰিবলৈ |
| 00:18 | প্ৰচেষ্টাক ৰিগ্ৰেদ কৰিবলৈ |
| 00:21 | কুইজৰ প্ৰচেষ্টাক দিলিত কৰিবলৈ আৰু কুইজৰ ফলাফলক দাউনল’দ কৰিবলৈ |
| 00:27 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে ব্যৱ্হাৰ কৰি: উবুন্তো লিনাক্স OS 16.04 |
| 00:35 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
| 00:43 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
| 00:49 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:53 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
| 01:01 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে |
| 01:08 | আৰু আপোনাক অতি কমেওঁ এটা কৌৰ্চত নিয়োগ কৰিলে |
| 01:12 | ই লগতে ধৰে যে আপুনি কৌৰ্চত কিছু course material, এচাইনমেন্তচ আৰু কুইজেচ যোগ কৰিলে আৰু আপোনাৰ কিছু ষ্টুদেন্তৰ ল’গিনচ আছে |
| 01:25 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
| 01:32 | মই আপোনাক দেখুৱাম ষ্টুদেন্ত এজনে কুইজক কেনেকৈ চেষ্টা কৰিব যাক আমি চিৰিজত আগতে বনাইছিলো |
| 01:40 | মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে লগিন কৰিছো |
| 01:46 | মই মাই কৌৰ্চেচৰ ভিতৰত Calculus ক্লিক কৰিম |
| 01:50 | তেতিয়া মই ক্লিক কৰিম Quiz 1 - Evolutes and Involutes |
| 01:55 | মই Attempt Quiz now বুটামত ক্লিক কৰিম আৰু তেতিয়া মোৰ বাচনিক কনফাৰ্ম কৰিম |
| 02:02 | প্ৰশ্নৰ কাকতখন মোলৈ দৰ্শিত হৈছে |
| 02:06 | সোঁফালে, আমি Quiz navigation block দেখিছো |
| 02:11 | ই দৰ্শিত কৰে সকলো প্ৰশ্নৰ সংখ্যা, টাইমাৰ আৰু Finish attempt লিংকক |
| 02:19 | প্ৰথম পৃষ্ঠাত থকা প্ৰশ্নসমূহ Quiz navigation ব্লকত হাইলাইত হৈছে |
| 02:26 | মই দুয়োটা চেকচনত থকা প্ৰশ্নক চেষ্টা কৰিবলৈ আৰম্ভ কৰিম |
| 02:31 | আগৰ আৰু পাছৰ পৃষ্ঠালৈ যাবলৈ বুটাম আছে, আপুনি কোনটো পৃষ্ঠাত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি |
| 02:38 | মই প্ৰশ্নসমূহ চেষ্টা কৰিম |
| 02:44 | মই যিকোনো প্ৰশ্নলৈ ঘূৰি যাব পাৰো যদি মই ইয়াক ৰিভিউ কৰিব লাগে, Quiz navigation block ৰ পৰা |
| 02:51 | প্ৰশ্নটোৰ বাওঁফালে, মন কৰিব যে তাত এটা অপচন আছে প্ৰশ্নটো ফ্লেগ কৰিবলৈ |
| 02:58 | ফ্লেগ কৰা প্ৰশ্ন এটাৰ ওপৰত সোঁফালে এটা ৰঙা ত্ৰিভুজ থাকে |
| 03:05 | কোনোবাই প্ৰশ্ন এটা ফ্লেগ কৰিব পাৰে পাছত ঘূৰি গৈ ইয়াক ৰিভিউ কৰিবলৈ, চেষ্টাক চাবমিত কৰাৰ আগতে বা টপিকটো শিক্ষকৰ সৈতে আলোচনা কৰিবলৈ |
| 03:17 | প্ৰশ্নটো ফ্লেগযুক্ত হৈ থাকিব যেতিয়ালৈকে ষ্টুদেন্তে বিশেষভাবে ফ্লেগটো আতৰ নকৰে |
| 03:24 | আৰু কিছু অন্য মাৰ্কাৰচ আছে কুইজৰ প্ৰশ্নসমূহৰ সংগত |
| 03:29 | গ্ৰে মাৰ্কাৰ এটাই সূচাই এটা উত্তৰ দিয়া প্ৰশ্নক |
| 03:34 | প্ৰশ্নৰ নাম্বাৰৰ তলত এটা সৰু ৰঙা ত্ৰিভুজে সূচাই এটা অসম্পূৰ্ণ উত্তৰক |
| 03:41 | এটা সম্পূৰ্ণ বগা বক্সে সূচাই এটা উত্তৰ নিদিয়া প্ৰশ্নক |
| 03:47 | আগতে উল্লেখ কৰাৰ দৰে, মই যিকোনো প্ৰশ্নত ক্লিক কৰিব পাৰো সেই প্ৰশ্নটোলৈ ঘূৰি যাবলৈ |
| 03:54 | যেতিয়া মোৰ হ’ব, মই Quiz navigation block ত Finish attempt... লিংকত ক্লিক কৰিম |
| 04:01 | মই লগতে কুইজৰ শেষত Finish attempt বুটামত ক্লিক কৰিব পাৰো |
| 04:07 | Submit all and finish বুটামত ক্লিক কৰক আৰু মোৰ বাচনিক কনফাৰ্ম কৰক |
| 04:13 | ষ্টুদেন্তে চাবমিত কৰাৰ পাছতে কুইজ এটাত স্ক’ৰ কৰা marks আৰু grade চাব পাৰে |
| 04:20 | quiz navigation block তো লগতে কালাৰ-ক’দেদ নাম্বাৰৰ বক্স থাকে |
| 04:26 | টিক-মাৰ্ক এটাৰ সৈতে সেউজীয়া মাৰ্কাৰ এটাই সূচাই শুদ্ধ উত্তৰক |
| 04:31 | ৰঙা মাৰ্কাৰ এটাই সূচাই হয়তো এটা অশুদ্ধ বা চেষ্টা নকৰা প্ৰশ্নক |
| 04:38 | এটা বগা বৃত্তৰ সৈতে ব্ৰাউন মাৰ্কাৰ এটাই সূচাই আংশিকভাবে শুদ্ধ উত্তৰ এটাক |
| 04:45 | ওপৰত সোঁফালে ৰঙা ত্ৰিভূজৰ মাৰ্কাৰ এটা হৈছে ফ্লেগ কৰা প্ৰশ্নৰ বাবে |
| 04:52 | আহক কৌৰ্চ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ breadcrumbs ত Calculus ক্লিক কৰি |
| 04:59 | মই কুইজৰ নামত ক্লিক কৰিম |
| 05:02 | মই ইয়াত মোৰ চেষ্টাক চাব পাৰো আৰু এটা Review লিংক |
| 05:07 | মই মোৰ কুইজৰ চেষ্টাক ৰিভিউ কৰিব পাৰো Review লিংকত ক্লিক কৰি |
| 05:13 | তললৈ স্ক্ৰ’ল কৰক প্ৰতিটো উত্তৰৰ বাবে দিয়া মতামতক চাবলৈ |
| 05:18 | এইটো হৈছে এটা সাধাৰণ মতামত যাক প্ৰতিটো ষ্টুদেন্তে তেওঁলোকৰ চেষ্টাৰ পাছত দেখে |
| 05:24 | মই এই ষ্টুদেন্তৰ ডেচব’ৰ্দৰ পৰা ল’গ আউত কৰিম |
| 05:29 | এজন শিক্ষক হিচাবে কুইজক ৰিভিউ কৰাৰ আগতে, আপোনাৰ সকলো ষ্টুদেন্তে কুইজ চেষ্টা কৰাটোক নিশ্বিত কৰক |
| 05:37 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু অতিকমেওঁ ৫ জন ষ্টুদেন্তৰ বাবে কুইজক চেষ্টা কৰক, আগবঢ়াৰ আগতে ।
মই ইতিমধ্যে মোৰ ষ্টুদেন্তৰ বাবে তাক কৰিলো |
| 05:48 | এতিয়া, মই শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিম |
| 05:53 | বাওঁফালে মাই কৌৰ্চেচৰ ভিতৰত Calculus ক্লিক কৰক |
| 05:58 | তললৈ স্ক্ৰ’ল কৰক আৰু Quiz 1 - Evolutes and Involutes ক্লিক কৰক |
| 06:04 | আপুনি এই পৃষ্ঠাটোত কুইজ বিৱৰণ আৰু কুইজ টাইমলাইন চাব পাৰে |
| 06:10 | প্ৰচেষ্টাৰ সংখ্যাওঁ ইয়াত তালিকাভুক্ত হৈ আছে । মোৰ ক্ষেত্ৰত, ই হৈছে 5 |
| 06:17 | এতিয়া, Attempts লিংকত ক্লিক কৰক |
| 06:21 | পৃষ্ঠাটোৰ শীৰ্ষত কিছু ফিল্টাৰচ আছে, যিবোৰ হৈছে স্ব-ব্যাখ্যামূলক |
| 06:27 | আপুনি এইবোৰ ব্যৱ্হাৰ কৰিব পাৰে যদি আপোনাৰ কৌৰ্চত বহুতো ষ্টুদেন্ত অন্তৰ্ভুক্ত হৈ আছে |
| 06:32 | মই সিহঁতক তেনেদৰেই এৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম |
| 06:36 | মই বাওঁফালে নেভিগেচন মেনুক বন্ধ কৰিম উন্নত ভিউৰ বাবে |
| 06:42 | মন কৰিব যে ইয়াত সকলো প্ৰচেষ্টাক এখন টেবুলত তালিকাভুক্ত কৰা আছে |
| 06:47 | Priya Sinha ৰ নামৰ তলত Review attempt লিংকত ক্লিক কৰক |
| 06:52 | আপুনি মই দেখাতকৈ হয়তো প্ৰশ্নৰ এটা বেলেগ চেত দেখিব পাৰে |
| 06:57 | ইয়াৰ কাৰণ হৈছে কুইজটো বনাওঁতে, আমি প্ৰশ্নৰ বেংকৰ পৰা ৰেন্দম প্ৰশ্নসমূহ যোগ কৰিছিলো |
| 07:05 | ষ্টুদেন্তে বেলেগ প্ৰশ্ন বা প্ৰশ্নৰ এটা বেলেগ ক্ৰম দেখিব, যেতিয়া তেওঁলোকে চেষ্টা কৰিব |
| 07:12 | আমি প্ৰচেষ্টাৰ এটা বিতং পৰ্যবেক্ষণ দেখিব পাৰো |
| 07:17 | Priya Sinha ই কুইজটো ৩ মিনিট আৰু ১২ চেকেন্দত সমাপ্ত কৰিছিলে |
| 07:23 | তেওঁ লগতে 4 মাৰ্কৰ ভিতৰত 1.2 পাইছে আৰু 30% |
| 07:30 | ই আপোনাক এটা আইদিয়া দিব যে ষ্টুদেন্তজনে কুইজত কেনে প্ৰদৰ্শন কৰিলে |
| 07:36 | সোঁফালে Quiz navigation block চাওঁক |
| 07:40 | টিক-মাৰ্ক এটাৰ সৈতে সেউজীয়া বক্সে সূচাই যে ষ্টুদেন্তজনে উত্তৰৰ বাবে ফুল মাৰ্কচ পাইছে |
| 07:47 | ৰঙা বক্সে সূচাই যে ষ্টুদেন্তজনে প্ৰশ্নটোৰ ভুল উত্তৰ দিছে |
| 07:53 | মাজত এটা বগা বৃত্তৰ সৈতে ব্ৰাউন বক্সটোৱে সূচাই যে আংশিকভাবে শুদ্ধ উত্তৰ |
| 08:00 | আপুনি যিকোনো প্ৰশ্নলৈ পোনপটীয়াকৈ যাব পাৰে সেই প্ৰশ্নৰ নাম্বাৰত ক্লিক কৰি |
| 08:06 | আপুনি লগতে লেআউতটো সলাব পাৰে যদি আপুনি এবাৰত প্ৰশ্নসমূহৰ এটা পৃষ্ঠা দেখুৱাব বিচাৰে |
| 08:13 | আপুনি প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰসমূহ আৰু স্ক’ৰ কৰা মাৰ্কচ চাব পাৰে |
| 08:19 | আপুনি লগতে ষ্টুদেন্তলৈ দৰ্শিত হোৱা সাধাৰণ মতামত চাব পাৰে |
| 08:24 | তাত লগতে এটা Response history আছে ষ্টুদেন্তে কি কৰিলে তাৰ এটা লগৰ সৈতে |
| 08:30 | ইয়াত মন কৰিব যে ষ্টুদেন্তে এই উত্তৰটো এবাৰ ছেভ কৰিছিলে ইয়াক চাবমিত কৰাৰ আগতে |
| 08:37 | এজন শিক্ষক হিচাবে, আপুনি যিকোনো উত্তৰৰ বাবে এটা বিশিষ্ট কমেন্ত যোগ কৰিব পাৰে, যদি বিচাৰে |
| 08:43 | আপুনি লগতে মাৰ্কচ অগ্ৰাহ্য কৰিব পাৰে । আহক ইয়াক কেনেকৈ কৰা হয় চাওঁ |
| 08:49 | কমন ফিদবেক চেকচনৰ তলত Make comment or override marks লিংকত ক্লিক কৰক ।
নতুন উইন্দ’ এখন আহিছে |
| 08:59 | আকাংক্ষিত comment টো লিখক, ইয়াত দেখুৱা ধৰণে |
| 09:03 | মই মাৰ্কচ সলাম ইয়াত দেখুৱা ধৰণে |
| 09:07 | তললৈ স্ক্ৰ’ল কৰক আৰু Save বুটামত ক্লিক কৰক |
| 09:11 | আপোনাৰ comment টো এতিয়া কমন ফিদবেকৰ তলত দৰ্শিত হৈছে |
| 09:16 | Response history ত লগতে আপুনি কৰা পৰিবৰ্তনৰ এটা লগ থাকে |
| 09:22 | মন কৰিব যে মাৰ্কচ আৰু গ্ৰেদো লগতে সলনি হৈছে আপোনাৰ নতুন মেনুৱেল গ্ৰেদিঙৰ ওপৰত ভিত্তি কৰি |
| 09:29 | আপুনি লগতে প্ৰশ্ন এটাক এদিত কৰিব পাৰে চেষ্টা এটাৰ পৰাওঁ ।
বাওঁফালে Edit question লিংকত ক্লিক কৰক |
| 09:38 | ই আপোনাক এদিত স্ক্ৰিণলৈ নিব য’ত আপুনি প্ৰশ্নটোৰ সালসলনি কৰিব পাৰিব |
| 09:44 | আপুনি লগতে ইয়াৰ সৈতে যুক্ত হৈ থকা গ্ৰেদচৰ অপচনকো সলাব পাৰে |
| 09:49 | মন কৰিব যে ই প্ৰশ্নটোক সকলো ষ্টুদেন্তৰ বাবে সলাব যোনে ইতিমধ্যে কুইজটো চেষ্টা কৰিলে ।
ই লগতে প্ৰশ্নটোক ভবিষ্যতৰ কুইজসমূহৰ বাবেওঁ সলাব |
| 10:00 | মই এতিয়া উপলদ্ধি কৰিছো যে মই ভুল উত্তৰটোক মাৰ্ক কৰিছিলো এই কুইজ বনাওঁতে |
| 10:06 | মই এই দুটা অপচনৰ বাবে গ্ৰেদটো সলাম |
| 10:12 | কৰি হ’লে Save changes বুটামত ক্লিক কৰক |
| 10:16 | আপোনাৰ কৰি হ’লে Finish review লিংকত ক্লিক কৰক |
| 10:20 | পুনৰ Attempts লিংকত ক্লিক কৰক |
| 10:24 | যদি আপুনি কিবা প্ৰশ্ন সলালে, আপুনি প্ৰচেষ্টাসমূহক ৰিগ্ৰেদ কৰিব লাগিব নতুন গ্ৰেদিঙৰ ওপৰত ভিত্তি কৰি |
| 10:30 | Regrade all বুটামত ক্লিক কৰক |
| 10:35 | আপুনি এটা বাৰ্তা দেখিব Regrade completed successfully ।
Continue বুটামত ক্লিক কৰক |
| 10:43 | মন কৰিব যে সেই প্ৰশ্নৰ বাবে গ্ৰেদটো কিছুমান ষ্টুদেন্তৰ বাবে সলনি হ’ল |
| 10:49 | আপুনি লগতে যদি বিচাৰে এটা নিৰ্দিষ্ট চেষ্টাক দিলিত কৰিব পাৰে |
| 10:54 | ষ্টুদেন্তৰ নামটোৰ কাষত থকা চেকবক্সটোত ক্লিক কৰক যাৰ চেষ্টাক আপুনি দিলিত কৰিব বিচাৰে |
| 11:01 | তেতিয়া Delete selected attempts বুটামত ক্লিক কৰক । কিন্তু মই এতিয়া ইয়াক নকৰো |
| 11:09 | শিক্ষকৰ লগতে অপচন থাকে সকলোখিনি প্ৰচেষ্টাক বিভিন্ন ফাইল ফৰ্মেতত দাউনল’দ কৰিবলৈ ।
মই ব্যাখ্যা কৰিম কেনেকৈ |
| 11:19 | ওপৰলৈ স্ক্ৰ’ল কৰক চেকচন What to include in the report |
| 11:24 | মই ৰিপ’ৰ্তচ ফিল্টাৰ কৰিব পাৰো বিভিন্ন মানদণ্ডৰ ওপৰত ভিত্তি কৰি |
| 11:29 | মই ৰিপ’ৰ্ত দাউনল’দ কৰিম সকলো অন্তৰ্ভুক্ত হোৱা ষ্টুদেন্তৰ বাবে যোনে কুইজটো চেষ্টা কৰিছিলে |
| 11:36 | মই Attempts that are ৰ ভিতৰত থকা বাকী চেকবক্সসমূহ আনচেক কৰিম ইয়াক ঠেক কৰিবলৈ যাতে আমি সম্পূৰ্ণ হোৱা ৰিপ’ৰ্তচ চাব পাৰো |
| 11:46 | Show Report বুটামত ক্লিক কৰক |
| 11:50 | ৰিপ’ৰ্ত টেবুলৰ ওপৰত সোঁফালে দ্ৰপদাউন Download table data as ক্লিক কৰক |
| 11:58 | অপচনচৰ পৰা OpenDocument (.ods) বাচক |
| 12:04 | তেতিয়া ইয়াৰ কাষত Download বুটামত ক্লিক কৰক ।
ফাইলটো আপোনাৰ ল’কেল মেচিনত ছেভ কৰক |
| 12:11 | মই ফাইলটো খুলিম । আপুনি ইয়াত প্ৰচেষ্টাসমূহৰ সবিশেষক চাব পাৰে |
| 12:18 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 12:24 | এই টিউট’ৰিয়েলত, আমি শিকিলো: ষ্টুদেন্তৰ দ্বাৰা চাবমিত কৰা কুইজৰ প্ৰচেষ্টাক ৰিভিউ কৰিবলৈ |
| 12:31 | কুইজ এটাত প্ৰশ্নসমূহক এদিত কৰিবলৈ
প্ৰচেষ্টাক ৰিগ্ৰেদ কৰিবলৈ |
| 12:37 | কুইজৰ প্ৰচেষ্টাক দিলিত কৰিবলৈ আৰু কুইজৰ ফলাফলক দাউনল’দ কৰিবলৈ |
| 12:44 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
আন যিকোনো ষ্টুদেন্তৰ প্ৰচেষ্টাক ৰিভিউ কৰক |
| 12:51 | প্ৰশ্ন-সংক্ৰান্তীয় মন্তব্য প’ষ্ট কৰক |
| 12:55 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 13:04 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 13:15 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 13:19 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ |
| 13:32 | মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |