Moodle-Learning-Management-System/C2/Getting-Ready-for-Moodle-Installation/Assamese

From Script | Spoken-Tutorial
Revision as of 09:37, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Getting ready for Moodle installation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি Moodle ইনষ্ট’ল কৰিবৰ বাবে প্ৰয়োজনীয় চৰ্তৰ বিষয়ে শিকিম
00:14 আমি লগতে ল’কেলহ’ষ্টত পেকেজ চেক কৰিবলৈ আৰু দেতাবেচ চেতাপ শিকিম
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:

উবুন্তো লিনাক্স OS 16.04,

00:30 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা আৰু Firefox ওৱেব ব্ৰাউজাৰ
00:42 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:46 আপোনাৰ চিষ্টেমত Moodle 3.3 ইনষ্ট’ল কৰিবলৈ, আপোনাৰ এটা মেচিন থাকিব লাগিব যি সমৰ্থন কৰে:
00:52 Apache 2.x (বা উচ্চ সংস্কৰণ),

MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু

PHP 5.4.4 +(বা যিকোনো উচ্চ সংস্কৰণ)

01:08 যদি আপোনাৰ ওপৰতকৈ পূৰণা সংস্কৰণ আছে, আগবঢ়াৰ আগতে সিহঁতক আনইনষ্ট’ল কৰক
01:16 MariaDB হৈছে দ্রুততম ক্রমবর্ধমান অপেন চৌৰ্চ ডেটাবেচ
01:21 MySQL ডেটাবেচৰ বাবে এটি বিকল্প
01:26 Web server দিচত্ৰিবিউচনে আপোনাক একেলগে Apache, MariaDB আৰু PHP দিয়ে
01:34 আপুনি ইয়াক পৃথকভাবে ইনষ্ট’ল কৰিব পাৰে বা XAMPP, WAMPP বা LAMPP ৰ দৰে ওৱেব চাৰ্ভাৰ দিচত্ৰিবিউচন ব্যৱ্হাৰ কৰিব পাৰে
01:44 মই ইতিমধ্যে মোৰ মেচিনত XAMPP ইনষ্ট’ল কৰিলো
01:49 সৰ্বপ্ৰথমে, আমি চাম মেচিনত XAMPP চলি আছেনে নাই
01:54 ওৱেব ব্ৰাউজাৰত, লিখক: http colon double slash 127 dot 0 dot 0 dot 1 আৰু এন্টাৰ টিপক
02:08 ই এটা বাৰ্তা Unable to connect দেখায়
02:12 ই বুজায়, XAMPP চাৰ্ভিচ চলি থকা নাই
02:16 গতিকে আমি XAMPP চাৰ্ভিচ আৰম্ভ কৰিব লাগিব
02:20 আহক Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলো
02:26 XAMPP আৰম্ভ কৰক লিখি sudo space slash opt slash lampp slash lampp space start
02:38 যেতিয়াই বিচাৰে administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক
02:44 যদি আপুনি এটা বাৰ্তা পাই যি কয়-

Starting XAMPP for Linux ….

XAMPP: Starting Apache...ok.

XAMPP: Starting MySQL...ok.

XAMPP: Starting ProFTPD...ok.

02:59 ই বুজায় যে XAMPP আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ল আৰু চাৰ্ভিচ আৰম্ভ হ’ল
03:05 মন কৰিব যে XAMPP 5.6.30MySQL ৰ পৰিবৰ্তে MariaDB ব্যৱ্হাৰ কৰে
03:13 দুয়োটাৰ বাবে কমান্দ আৰু টুল একেই হয়
03:17 আহ্ক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ আৰু পৃষ্ঠাটো ৰিফ্ৰেচ কৰো
03:21 আমি এতিয়া XAMPP স্ক্ৰিণ দেখিছো
03:25 আপুনি টাৰ্মিনেলত এটা বাৰ্তা পাব পাৰে Command not found
03:30 ই বুজায় XAMPP আপোনাৰ চিষ্টেমত ইনষ্ট’ল নাই
03:34 যদি তেনে হয়, এই ওৱেবচাইতত PHP and MySQL চিৰিজত XAMPP Installation টিউট’ৰিয়েলটো চাওঁক
03:42 ওপৰৰ টিউট’ৰিয়েলত সূচীত নিৰ্দেশাবলী অনুসৰণ কৰক আৰু XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰক
03:49 আহক টাৰ্মিনেললৈ ঘূৰি যাওঁ
03:52 এতিয়া XAMPP চাৰ্ভিচ আৰম্ভ কৰিবলৈ ওপৰত দেখুওৱা ষ্টেপক অনুসৰণ কৰক
03:57 আহক এতিয়া আমাৰ চিষ্টেমত PHP ৰ সংস্কৰণক চাওঁ
04:02 টাৰ্মিনেলত লিখক: sudo space slash opt slash lampp slash bin slash php space hyphen v আৰু এন্টাৰ টিপক
04:17 যদি সুধে, administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক
04:23 মোৰ PHP ৰ সংস্কৰণ হৈছে 5.6.30
04:29 এই বাৰ্তাই সূচাই যে PHP সফলভাবে ইনষ্ট’ল হৈছে
04:34 যদি আপুনি 5.4.4 তকৈ এটা তলৰ সংস্কৰণ পায়, আপুনি XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰিব লাগিব
04:42 পাছত, আহক আমাৰ চিষ্টেমত MariaDB ৰ সংস্কৰণক চাওঁ
04:48 টাৰ্মিনেলত লিখক: sudo space slash opt slash lampp slash bin slash mysql space hyphen v আৰু এন্টাৰ টিপক
05:03 যদি সুধে, administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক
05:08 মোৰ MariaDB ৰ সংস্কৰণ হৈছে 10.1.21
05:14 যদি আপুনি 5.5.30 তকৈ এটা তলৰ সংস্কৰণ পায়, আপুনি XAMPP ৰ সৰ্বশেষ সংস্কৰণক ইনষ্ট’ল কৰিব লাগিব
05:23 মনত ৰাখিব PHP আৰু দেতাবেচৰ সংস্কৰণক চাবলৈ আপোনাৰ XAMPP চলি থাকিব লাগিব
05:29 লগতে মন কৰিব কমান্দ প্ৰমপ্ত এতিয়া সলনি হৈছে
05:34 লিখক backslash q আৰু এন্টাৰ টিপক MariaDB ৰ পৰা উলাবলৈ
05:40 আপুনি লগতে ইয়াত দেখুৱা ধৰণৰ অন্য এৰ’ৰ পাব পাৰে
05:44 আপুনি বাৰ্তা এটা পাব পাৰে যি কয় “An apache daemon is already running”
05:50 ই বুজায় ষ্টাৰ্ত আপ স্ক্ৰিপ্তে XAMPP-Apache ক আৰম্ভ নকৰিলে
05:55 ই সূচায় যে ইতিমধ্যে আন এটা Apache instance চলি আছে
06:01 XAMPP সঠিকভাবে আৰম্ভ কৰিবলৈ, আপুনি প্ৰথমে এই daemon ক বন্ধ কৰিব লাগিব
06:06 Apache বন্ধ কৰাৰ কমান্দ হৈছে:

sudo /etc/init.d/apache2 space stop

06:19 আপুনি বাৰ্তা এটা পাব পাৰে যি কয় MySQL daemon failed to start
06:25 ই বুজায় ষ্টাৰ্ত আপ স্ক্ৰিপ্তে MySQL ক আৰম্ভ নকৰিলে
06:30 ই সূচায় যে ইতিমধ্যে আন এটা দেতাবেচ instance চলি আছে
06:36 XAMPP সঠিকভাবে আৰম্ভ কৰিবলৈ, আপুনি প্ৰথমে এই daemon ক বন্ধ কৰিব লাগিব
06:41 এই কমান্দে MySQL বন্ধ কৰিব: sudo space /etc/init.d/mysql space stop
06:54 সকলো এৰ’ৰ সমাধান কৰক আৰু XAMPP ক সঠিকভাবে চলাওঁক
06:59 তেতিয়া আপোনাৰ ওৱেব ব্ৰাউজাৰলৈ যাওঁক আৰু পৃষ্ঠাটো ৰিফ্ৰেচ কৰক
07:03 যদি ভাষা নিৰ্বাচিত কৰিবলৈ দিয়ে, English বাচক
07:08 আমি এতিয়া ইউজাৰ এজন যোগ কৰিব লাগিব আৰু Moodle ৰ বাবে দেতাবেচ এটা বনাব লাগিব
07:14 আমি ইয়াক phpmyadmin ত কৰিম যি হৈছে MariaDB ৰ গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ
07:21 XAMPP ইনষ্ট’লেচনৰ লগতে আহে
07:25 আহক ব্ৰাউজাৰলৈ ঘূৰি যাওঁ
07:28 XAMPP পৃষ্ঠাটোত, ওপৰৰ মেনুত, phpMyadmin ত ক্লিক কৰক
07:34 ওপৰৰ মেনুত User Accounts ক্লিক কৰক আৰু পাছত Add User Account ক্লিক কৰক
07:42 নতুনকৈ অহা উইন্দ’ত, আপোনাৰ পচন্দৰ ইউজাৰনেম এটা লিখক
07:48 মই লিখিম: moodle hyphen st মোৰ ইউজাৰনেম হিচাবে
07:53 Host দ্ৰপ-দাউন তালিকাৰ পৰা, Local বাচক
07:57 পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ পাচৱৰ্দ এটা লিখক
08:02 মই লিখিম: moodle hyphen st মোৰ পাচৱৰ্দ হিচাবে
08:07 Re-type টেকস্তবক্সত একেটা পাচৱৰ্দ লিখক
08:12 Authentication Plugin অপচনক এনেদৰেই ৰাখক
08:17 Generate Password প্ৰমপ্তত এতিয়াৰ বাবে ক্লিক নকৰিব
08:22 Database for user account ৰ ভিতৰত, আমি অপচন দেখিছো-
08:26 Create database with same name and grant all privileges
08:31 আমি সেই অপচনটো চাম আৰু এই পৃষ্ঠাটোৰ তলত সোফালে Go বুটামত ক্লিক কৰিম
08:38 উইন্দ’খনৰ ওপৰত আমি বাৰ্তা এটা দেখিছো “You have added a new user”
08:44 ই বুজাই moodle-st নামৰ সৈতে এটা নতুন দেতাবেচ আৰু এজন ইউজাৰ moodle-st বনোৱা হ’ল
08:54 ইউজাৰনেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ এটা ন’ত বনাওঁক
08:59 এইবোৰ পাছত প্ৰয়োজন হ’ব Moodle ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ
09:04 মনত ৰাখিব: দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে
09:10 ভিন্ন নাম হ’বলৈ, প্ৰথমে দেতাবেচ বনাওঁক আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাওঁক
09:18 লগতে, নামকৰণ ৰূপান্তৰ অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব
09:25 আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ প্ৰস্তুত আছে
09:29 আমি এতিয়া Moodle ইনষ্ট’ল কৰিবলৈ সাজু আছো
09:32 আমি পৰবৰ্ত্তী টিউট’ৰিয়েলত Moodle ইনষ্ট’লেচনৰ সৈতে আগবাঢ়িম
09:37 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি
09:41 আহক মূলভাব চাওঁ
09:43 এই টিউট’ৰিয়েলত, আমি শিকিলো :
09:45 Moodle ইনষ্ট’ল কৰিবৰ বাবে প্ৰয়োজনীয় চৰ্তৰ বিষয়ে,
09:49 প্ৰয়োজনীয় চৰ্তসমূহ কেনেকৈ চাব লাগে, দেতাবেচ চেতাপ কৰিবলৈ আৰু ইউজাৰ এজন যোগ কৰিবলৈ
09:57 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায়
10:03 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
10:11 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:15 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
10:18 অনুগ্ৰহ কৰি http://forums.spoken-tutorial.org চাওঁক
10:27 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে
10:30 আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
10:36 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
10:41 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
10:46 ই অব্যৱস্থা কমোৱাত সহায় কৰিব
10:48 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
10:54 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
11:01 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:06 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে
11:10 মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9