Linux/C3/More-on-sed-command/Assamese

From Script | Spoken-Tutorial
Revision as of 23:22, 25 June 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 More on sedৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি কিছু উদাহৰণৰ সহায়ত sed কমান্দচ (commands) কিছু অধিক শিকিম
00:13 এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:15 উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু
00:20 GNU বেচ (BASH) ভাৰ্চন 4.2.24
00:24 মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব
00:32 আগতীয়াকৈ,
00:34 আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব
00:37 আপুনি sed তোলৰ অৱ্গত হ’ব লাগিব
00:40 সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org
00:46 sedৰ মূল ব্যৱ্হাৰ হৈছে প্ৰতিকল্পন
00:49 ইনপুতটোত কিবা পেতাৰ্নক অন্য কিবাৰে স্থানান্তৰ কৰা
00:55 আহক প্ৰথমে আচল seddemo.txt ফাইলটো চাওঁ
01:01 মন কৰিব যে কুমাৰ ("Kumar") শব্দটো দুবাৰ চতুৰ্থ শাৰীত আৰু এবাৰ ষষ্ঠ শাৰীত আছে
01:10 যদি আপুনি সকলো কুমাৰক ("Kumar") ৰয়ৰ ("Roy") সৈতে সলাব বিচাৰে,
01:16 টাৰ্মিনেলত (terminal) লিখক:
01:18 sed স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত s ফ্ৰন্ত শ্লাচ / আৰম্ভণী বৰ বন্ধনী সৰুফলা k বৰফলা K সামৰণী বৰ বন্ধনী umar শ্লাচ Roy শ্লাচ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt
01:40 এন্টাৰ (Enter) টিপক
01:43 চতুৰ্থ শাৰীতো চাওঁক
01:46 মাত্ৰ প্ৰথম কুমাৰটো ("Kumar") ৰয়লৈ ("Roy") সলনি হৈছে, দ্বিতীয়টো নহয়
01:52 ষষ্ঠ শাৰীত কুমাৰ ("Kumar") শব্দটো এবাৰ আছে আৰু ই এতিয়া সলনি হৈছে
01:57 গতিকে, আমি দেখিছো শাৰীৰ মাত্ৰ প্ৰথম এনত্ৰিটো সলনি হৈছে
02:03 ইয়াৰ কাৰণ হৈছে, দিফল্তভাবে, যিকোনো শাৰীৰ প্ৰথম মিলা এনত্ৰিটো প্ৰতিকল্পিত হয়
02:11 সকলো মিলা এনত্ৰিচ প্ৰতিকল্পিত কৰিবলৈ আমি flag g অপচনটো ব্যৱ্হাৰ কৰিব লাগিব
02:17 মই প্ৰমপ্তটো খালী কৰিম
02:20 লিখক: sed স্পেছ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) 's ফ্ৰন্ত শ্লাচ আৰম্ভণী বৰ বন্ধনী সৰুফলা k বৰফলা K সামৰণী বৰ বন্ধনী umar শ্লাচ Roy শ্লাচ g' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txtএন্টাৰ (Enter) টিপক
02:43 এতিয়া, চতুৰ্থ শাৰীটোৰ দুয়োটা এনত্ৰি সলনি হৈছে
02:48 আমি একেবাৰতে বহুতো প্ৰতিকল্পও কৰিব পাৰো
02:53 ধৰক, আমি ইলেকট্ৰনিকচ ("electronics") শব্দটো ইলেকট্ৰিকেলৰ ("electrical") সৈতে সলাব বিচাৰিছো
02:58 আৰু চিভিলটো ("civil") মেতালাৰজিৰ ("metallurgy") সৈতে seddemo.txt ফাইলটোত
03:04 মই প্ৰমপ্তটো (prompt) খালী কৰো
03:07 লিখক: sed স্পেছ (space) হাইফেন (hyphen) e স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘s ফ্ৰন্ত শ্লাচ electronics শ্লাচ electrical শ্লাচ g’ একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) হাইফেন (hyphen) e স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘s ফ্ৰন্ত শ্লাচ civil শ্লাচ metallurgy শ্লাচ g’ একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt
03:37 এন্টাৰ (Enter) টিপক
03:39 আপুনি দেখিছে শব্দসমূহ সলনি হৈছে
03:43 এতিয়া আমি অনিৰ্বানৰ ('Anirban') ষ্ট্ৰিমটো (stream) কম্পিউতাৰচৰ ("computers") পৰা মেথেমেতিকচলৈ ("mathematics") সলাব বিচাৰো
03:49 তেনেক্ষেত্ৰত আমি লিখিব লাগিব:
03:54 sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 'ফ্ৰন্ত-শ্লাচ Anirban শ্লাচ s শ্লাচ computers শ্লাচ mathematics শ্লাচ g' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt
04:11 এন্টাৰ (Enter) টিপক
04:14 আমি দেখিছো যে ষ্ট্ৰিমটো (stream) সলনি হৈছে
04:17 আহক আমি বুজো ই কি হয়
04:21 প্ৰথমে আমি লিখো sed, তাৰপাছত আমি মিলাব লগা পেতাৰ্নটো একক উৰ্দ্ধক’মাত লিখো
04:28 ই অনিৰ্বান ("Anirban")
04:30 এতিয়া শ্লাচৰ পাছত অপাৰেচনটো আহে
04:34 ই 's' যি প্ৰতিকল্পিত কৰিবলৈ আহে আমি আগতে দেখাৰ দৰে
04:41 তেতিয়া আমি সলাব লগা পেতাৰ্নটো উল্লেখ কৰো যি হৈছে কম্পিউতাৰচ ("computers")
04:47 পাছত প্ৰতিকল্পিত হ’ব লগা নতুন শব্দটো যি হৈছে মেথেমেতিকচ ("mathematics")
04:53 আমি লগতে ফাইলটোত শাৰী যোগ বা দিলিত কৰিবলৈ sed ব্যৱ্হাৰ কৰিব পাৰো
05:00 ধৰক, আমি সেই শাৰীসমূহ বাচিব বিচাৰিছো য’ত ষ্ট্ৰিমটো (stream) ইলেকট্ৰনিকচ ("electronics") হিচাবে নাই
05:06 তাৰ বাবে, আমাৰ d ফ্লেগ (flag) আছে
05:10 লিখক: sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ electronics শ্লাচ d একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt স্পেছ (space) গ্ৰেতাৰ দেন চিহ্ন স্পেছ (space) nonelectronics.txt
05:31 এন্টাৰ (Enter) টিপক
05:33 উপাদানক চাবলৈ, লিখক: cat স্পেছ (space) nonelectronics.txt
05:43 ধৰক, ফাইলটোৰ আৰম্ভণীতে আমি শাৰী এটা যোগ কৰিব বিচাৰো Student Information
05:49 তাৰ বাবে আমাৰ i একচনটো আছে
05:54 আমি লিখিব লাগিব: sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত '1i স্পেছ (space) Student Information' উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt
06:10 আৰু এন্টাৰ (Enter) টিপক
06:13 আপুনি আউতপুতটো দেখিছে
06:15 প্ৰকৃততে, আমি এনেদৰে বহুতো শাৰী ভৰাব পাৰো
06:20 ধৰক, আমি দুটা শাৰী যোগ কৰিব বিচাৰো । আমি ইয়াক একেধৰণে কৰিম
06:26 Student Informationৰ সৈতে আমি academicsকো পাছৰ বছৰত যোগ কৰিব বিচাৰো
06:33 গতিকে সেইবাবে আমি লিখিম sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 1i স্পেছ (space) Student Information শ্লাচ n 2013 উৰ্দ্ধক’মাৰ পাছত seddemo.txt
06:55 এন্টাৰ (Enter) টিপক
06:57 শ্লাচ (slash) nক মন কৰক ইনফৰমেচন (‘Information’) আৰু ‘2013’ ষ্ট্ৰিংগৰ মাজত
07:05 শ্লাচ (slash) nএ ষ্টুদেন্ত ইনফৰমেচনৰ পাছত 2013ক পাছৰ শাৰীটোত ছপা কৰে
07:12 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:14 আহক মূলভাব চাওঁ,
07:17 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
07:19 প্ৰতিকল্পিত স্থানান্তৰ
07:21 আৰু ইনচাৰ্চন
07:24 এটা এচাইনমেন্ত হিচাবে, একেটা টেকস্ত ফাইল seddemo.txt ব্যৱ্হাৰ কৰক
07:30 আৰু অঙ্কিত ("Ankit") নামটোক আচিচৰ ("Ashish") সৈতে সলনি বা প্ৰতিকল্পিত কৰিবলৈ চেষ্টা কৰক
07:35 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক http://spoken-tutorial.org/What_is_a_SpokenTutorial
07:39 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
07:42 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে
07:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:53 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:57 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক
08:04 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
08:09 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
08:16 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: http://spoken-tutorial.org\NMEICT-Intro.
08:22 স্ক্ৰিপ্তটো অনিৰ্বান আৰু শচীনে অৱদান দিছে
08:28 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9