Linux/C3/More-on-sed-command/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | More on sedৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি কিছু উদাহৰণৰ সহায়ত sed কমান্দচ (commands) কিছু অধিক শিকিম |
| 00:13 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
| 00:15 | উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু |
| 00:20 | GNU বেচ (BASH) ভাৰ্চন 4.2.24 |
| 00:24 | মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব |
| 00:32 | আগতীয়াকৈ, |
| 00:34 | আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব |
| 00:37 | আপুনি sed তোলৰ অৱ্গত হ’ব লাগিব |
| 00:40 | সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org |
| 00:46 | sedৰ মূল ব্যৱ্হাৰ হৈছে প্ৰতিকল্পন |
| 00:49 | ইনপুতটোত কিবা পেতাৰ্নক অন্য কিবাৰে স্থানান্তৰ কৰা |
| 00:55 | আহক প্ৰথমে আচল seddemo.txt ফাইলটো চাওঁ |
| 01:01 | মন কৰিব যে কুমাৰ ("Kumar") শব্দটো দুবাৰ চতুৰ্থ শাৰীত আৰু এবাৰ ষষ্ঠ শাৰীত আছে |
| 01:10 | যদি আপুনি সকলো কুমাৰক ("Kumar") ৰয়ৰ ("Roy") সৈতে সলাব বিচাৰে, |
| 01:16 | টাৰ্মিনেলত (terminal) লিখক: |
| 01:18 | sed স্পেচ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত s ফ্ৰন্ত শ্লাচ / আৰম্ভণী বৰ বন্ধনী সৰুফলা k বৰফলা K সামৰণী বৰ বন্ধনী umar শ্লাচ Roy শ্লাচ একক উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) seddemo.txt |
| 01:40 | এন্টাৰ (Enter) টিপক |
| 01:43 | চতুৰ্থ শাৰীতো চাওঁক |
| 01:46 | মাত্ৰ প্ৰথম কুমাৰটো ("Kumar") ৰয়লৈ ("Roy") সলনি হৈছে, দ্বিতীয়টো নহয় |
| 01:52 | ষষ্ঠ শাৰীত কুমাৰ ("Kumar") শব্দটো এবাৰ আছে আৰু ই এতিয়া সলনি হৈছে |
| 01:57 | গতিকে, আমি দেখিছো শাৰীৰ মাত্ৰ প্ৰথম এনত্ৰিটো সলনি হৈছে |
| 02:03 | ইয়াৰ কাৰণ হৈছে, দিফল্তভাবে, যিকোনো শাৰীৰ প্ৰথম মিলা এনত্ৰিটো প্ৰতিকল্পিত হয় |
| 02:11 | সকলো মিলা এনত্ৰিচ প্ৰতিকল্পিত কৰিবলৈ আমি flag g অপচনটো ব্যৱ্হাৰ কৰিব লাগিব |
| 02:17 | মই প্ৰমপ্তটো খালী কৰিম |
| 02:20 | লিখক: sed স্পেছ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) 's ফ্ৰন্ত শ্লাচ আৰম্ভণী বৰ বন্ধনী সৰুফলা k বৰফলা K সামৰণী বৰ বন্ধনী umar শ্লাচ Roy শ্লাচ g' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt । এন্টাৰ (Enter) টিপক |
| 02:43 | এতিয়া, চতুৰ্থ শাৰীটোৰ দুয়োটা এনত্ৰি সলনি হৈছে |
| 02:48 | আমি একেবাৰতে বহুতো প্ৰতিকল্পও কৰিব পাৰো |
| 02:53 | ধৰক, আমি ইলেকট্ৰনিকচ ("electronics") শব্দটো ইলেকট্ৰিকেলৰ ("electrical") সৈতে সলাব বিচাৰিছো |
| 02:58 | আৰু চিভিলটো ("civil") মেতালাৰজিৰ ("metallurgy") সৈতে seddemo.txt ফাইলটোত |
| 03:04 | মই প্ৰমপ্তটো (prompt) খালী কৰো |
| 03:07 | লিখক: sed স্পেছ (space) হাইফেন (hyphen) e স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘s ফ্ৰন্ত শ্লাচ electronics শ্লাচ electrical শ্লাচ g’ একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) হাইফেন (hyphen) e স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ‘s ফ্ৰন্ত শ্লাচ civil শ্লাচ metallurgy শ্লাচ g’ একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt |
| 03:37 | এন্টাৰ (Enter) টিপক |
| 03:39 | আপুনি দেখিছে শব্দসমূহ সলনি হৈছে |
| 03:43 | এতিয়া আমি অনিৰ্বানৰ ('Anirban') ষ্ট্ৰিমটো (stream) কম্পিউতাৰচৰ ("computers") পৰা মেথেমেতিকচলৈ ("mathematics") সলাব বিচাৰো |
| 03:49 | তেনেক্ষেত্ৰত আমি লিখিব লাগিব: |
| 03:54 | sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 'ফ্ৰন্ত-শ্লাচ Anirban শ্লাচ s শ্লাচ computers শ্লাচ mathematics শ্লাচ g' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt |
| 04:11 | এন্টাৰ (Enter) টিপক |
| 04:14 | আমি দেখিছো যে ষ্ট্ৰিমটো (stream) সলনি হৈছে |
| 04:17 | আহক আমি বুজো ই কি হয় |
| 04:21 | প্ৰথমে আমি লিখো sed, তাৰপাছত আমি মিলাব লগা পেতাৰ্নটো একক উৰ্দ্ধক’মাত লিখো |
| 04:28 | ই অনিৰ্বান ("Anirban") |
| 04:30 | এতিয়া শ্লাচৰ পাছত অপাৰেচনটো আহে |
| 04:34 | ই 's' যি প্ৰতিকল্পিত কৰিবলৈ আহে আমি আগতে দেখাৰ দৰে |
| 04:41 | তেতিয়া আমি সলাব লগা পেতাৰ্নটো উল্লেখ কৰো যি হৈছে কম্পিউতাৰচ ("computers") |
| 04:47 | পাছত প্ৰতিকল্পিত হ’ব লগা নতুন শব্দটো যি হৈছে মেথেমেতিকচ ("mathematics") |
| 04:53 | আমি লগতে ফাইলটোত শাৰী যোগ বা দিলিত কৰিবলৈ sed ব্যৱ্হাৰ কৰিব পাৰো |
| 05:00 | ধৰক, আমি সেই শাৰীসমূহ বাচিব বিচাৰিছো য’ত ষ্ট্ৰিমটো (stream) ইলেকট্ৰনিকচ ("electronics") হিচাবে নাই |
| 05:06 | তাৰ বাবে, আমাৰ d ফ্লেগ (flag) আছে |
| 05:10 | লিখক: sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ electronics শ্লাচ d একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt স্পেছ (space) গ্ৰেতাৰ দেন চিহ্ন স্পেছ (space) nonelectronics.txt |
| 05:31 | এন্টাৰ (Enter) টিপক |
| 05:33 | উপাদানক চাবলৈ, লিখক: cat স্পেছ (space) nonelectronics.txt |
| 05:43 | ধৰক, ফাইলটোৰ আৰম্ভণীতে আমি শাৰী এটা যোগ কৰিব বিচাৰো Student Information |
| 05:49 | তাৰ বাবে আমাৰ i একচনটো আছে |
| 05:54 | আমি লিখিব লাগিব: sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত '1i স্পেছ (space) Student Information' উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) seddemo.txt |
| 06:10 | আৰু এন্টাৰ (Enter) টিপক |
| 06:13 | আপুনি আউতপুতটো দেখিছে |
| 06:15 | প্ৰকৃততে, আমি এনেদৰে বহুতো শাৰী ভৰাব পাৰো |
| 06:20 | ধৰক, আমি দুটা শাৰী যোগ কৰিব বিচাৰো । আমি ইয়াক একেধৰণে কৰিম |
| 06:26 | Student Informationৰ সৈতে আমি academicsকো পাছৰ বছৰত যোগ কৰিব বিচাৰো |
| 06:33 | গতিকে সেইবাবে আমি লিখিম sed স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত 1i স্পেছ (space) Student Information শ্লাচ n 2013 উৰ্দ্ধক’মাৰ পাছত seddemo.txt |
| 06:55 | এন্টাৰ (Enter) টিপক |
| 06:57 | শ্লাচ (slash) nক মন কৰক ইনফৰমেচন (‘Information’) আৰু ‘2013’ ষ্ট্ৰিংগৰ মাজত |
| 07:05 | শ্লাচ (slash) nএ ষ্টুদেন্ত ইনফৰমেচনৰ পাছত 2013ক পাছৰ শাৰীটোত ছপা কৰে |
| 07:12 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 07:14 | আহক মূলভাব চাওঁ, |
| 07:17 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
| 07:19 | প্ৰতিকল্পিত স্থানান্তৰ |
| 07:21 | আৰু ইনচাৰ্চন |
| 07:24 | এটা এচাইনমেন্ত হিচাবে, একেটা টেকস্ত ফাইল seddemo.txt ব্যৱ্হাৰ কৰক |
| 07:30 | আৰু অঙ্কিত ("Ankit") নামটোক আচিচৰ ("Ashish") সৈতে সলনি বা প্ৰতিকল্পিত কৰিবলৈ চেষ্টা কৰক |
| 07:35 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক http://spoken-tutorial.org/What_is_a_SpokenTutorial |
| 07:39 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
| 07:42 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে |
| 07:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 07:53 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 07:57 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক |
| 08:04 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 08:09 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
| 08:16 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: http://spoken-tutorial.org\NMEICT-Intro. |
| 08:22 | স্ক্ৰিপ্তটো অনিৰ্বান আৰু শচীনে অৱদান দিছে |
| 08:28 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |