Linux/C2/Desktop-Customization-16.04/Assamese

From Script | Spoken-Tutorial
Revision as of 10:40, 2 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত দেস্কট’প কাষ্ট’মাইজেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:11 এই টিউট’ৰিয়েলটোত আমি শিকিম ল’ঞ্চাৰৰ বিষয়ে আৰু কেনেকৈ ল’ঞ্চাৰত এপ্লিকেচনচ ৰিম’ভ আৰু এদ কৰা হয়
00:21 বহুতো দেস্কট’প ব্যৱ্হাৰ কৰা, দেস্কট’পৰ থিম সলোৱা
00:27 ইন্টাৰনেত কানেক্তিভিতি, চাউন্দ চেতিংগচ
00:32 টাইম আৰু দেত চেতিংগচ আৰু অন্য ইউজাৰ একাউন্টলৈ যোৱা
00:39 এই টিউট’ৰিয়েলটোৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো
00:46 আহক ল’ঞ্চাৰৰ সৈতে আৰম্ভ কৰো
00:49 ল’ঞ্চাৰ হৈছে উবুন্তো লিনাক্স দেস্কট’পত বাওঁফালে থকা দিফল্ট পেনেল, য’ত কিছুমান দিফল্ট এপ্লিকেচনচ থাকে
00:59 ল’ঞ্চাৰে সঘনাই ব্যৱহৃত হোৱা এপ্লিকেচনচ এক্সেচ কৰিবলৈ সহজ কৰে
01:05 গতিকে, আমি ল’ঞ্চাৰত দেস্কট’প চৰ্তকাতত ক্লিক কৰি প্ৰোগ্ৰাম এটা ল’ঞ্চ কৰিব পাৰো
01:12 দিফল্টভাবে, ল’ঞ্চাৰত কিছুমান এপ্লিকেচনচ থাকে
01:17 আহক আমি নিজৰ প্ৰয়োজন অনুসৰি ল’ঞ্চাৰক কাষ্ট’মাইজ কৰিবলৈ শিকো
01:22 মোৰ দৈনিক কামৰ বাবে, মোক এপ্লিকেচনচ লাগে যেনে টাৰ্মিনেল, লিবৰেঅফিচ ৰাইতাৰ, gedit ইত্যাদি
01:34 আহক এই এপ্লিকেচনচ ল’ঞ্চাৰত যোগ কৰো
01:38 তাক কৰাৰ আগতে, মই কিছুমান এপ্লিকেচনচ আতৰাম যি মোক নালাগে
01:44 ধৰক মই ল’ঞ্চাৰৰ পৰা Amazon এপ্লিকেচনটো আতৰাব বিচাৰো
01:49 Amazon এপ্লিকেচন আইকনলৈ যাওঁক, ৰাইত-ক্লিক কৰক আৰু আনল’ক ফ্ৰম ল’ঞ্চাৰ বাচক
01:58 আপুনি দেখিছে যে ল’ঞ্চাৰৰ পৰা Amazon এপ্লিকেচন আইকন আতৰিছে
02:04 একেদৰেই, আমি সকলো চৰ্তকাত আতৰাব পাৰো যাক আমি সঘনাই ব্যৱ্হাৰ নকৰো
02:11 মই ইয়াত ল’ঞ্চাৰৰ পৰা কিছুমান এপ্লিকেচনচ আতৰালো, যি আপুনি দেখিছে
02:17 এতিয়া, মই ল’ঞ্চাৰত টাৰ্মিনেল চৰ্তকাত যোগ কৰিম
02:22 ল’ঞ্চাৰৰ ওপৰত, দাচ হ’মত ক্লিক কৰক
02:26 চাৰ্চ বাৰত, লিখক “terminal” । টাৰ্মিনেল আইকনত ক্লিক কৰক ইয়াক খুলিবলৈ
02:34 আপুনি ল’ঞ্চাৰত টাৰ্মিনেল আইকন চাব পাৰে
02:38 টাৰ্মিনেল আইকনক ল’ঞ্চাৰত ফিক্স কৰিবলৈ, প্ৰথমে ইয়াত ৰাইত-ক্লিক কৰক । তাৰপাছত লক তু ল’ঞ্চাৰ বাচক
02:47 ল’ঞ্চাৰত এপ্লিকেচন চৰ্তকাতচ ফিক্স কৰাৰ আন এটা পদ্ধতি হৈছে দ্ৰাগিং আৰু দ্ৰ’পিং । মই ইয়াক এতিয়া বৰ্ণনা কৰিম
02:57 দাচ হ’ম খোলক আৰু চাৰ্চ বাৰত, লিখক gedit
03:03 gedit আইকনক ল’ঞ্চাৰত দ্ৰাগ কৰক
03:07 এতিয়া, gedit আইকনক ল’ঞ্চাৰত দ্ৰ’প কৰক । আপুনি দেখিছে যে gedit চৰ্তকাত এতিয়া ল’ঞ্চাৰত যোগ হ’ল
03:16 এনেদৰেই আমি ল’ঞ্চাৰত চৰ্তকাতচ যোগ কৰিব পাৰো
03:21 উবুন্তো লিনাক্স OS ত পাছৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মাল্টিপ’ল ওৱৰ্কস্পেচ বা দেস্কট’প
03:28 কেতিয়াবা আমি বহুতো এপ্লিকেচনত কাম কৰো
03:33 আৰু আমাৰ এটা এপ্লিকেচনৰ পৰা আন এটালৈ যাবলৈ অসুবিধা হয়
03:38 ইয়াক অধিক সহজ কৰিবলৈ, আমি ওৱৰ্কস্পেচ Switcher ব্যৱ্হাৰ কৰিব পাৰো
03:42 আহক দেস্কট’পলৈ ঘূৰি যাওঁ
03:45 উবুন্তো 16.04 ত মাল্টিপ’ল ওৱৰ্কস্পেচ দিফল্টভাবে নাহে
03:51 ইয়াক এনাবল কৰিবলৈ, চিষ্টেম চেতিংগচ ক্লিক কৰক আৰু পাছত এপিয়াৰেঞ্চ
03:58 এপিয়াৰেঞ্চ উইন্দ’ত, Behavior টেবত ক্লিক কৰক
04:02 ইয়াত, এনাবল ওৱৰ্কস্পেচেচ অপচনক বাচক । ই ল’ঞ্চাৰত মাল্টিপ’ল ওৱৰ্কস্পেচেচ আইকন এনাবল কৰিব
04:11 এই উইন্দ’ক বন্ধ কৰক
04:13 ল’ঞ্চাৰত, ওৱৰ্কস্পেচ Switcher আইকন বিচাৰক আৰু তাত ক্লিক কৰক
04:19 ই ৪টা দেস্কট’পৰ সৈতে ৪টা ভাগ দেখুৱায়
04:24 দিফল্টভাবে, ওপৰত-বাওঁফালৰ দেস্কট’প নিৰ্বাচিত হৈছে
04:29 সেই দেস্কট’পত আমি বৰ্তমান কাম কৰি আছো
04:34 এতিয়া, আহক দ্বিতীয় দেস্কট’পটো বাচো তাত দুবাৰ-ক্লিক কৰি
04:39 মই ইয়াত টাৰ্মিনেলটো খুলিম ল’ঞ্চাৰত টাৰ্মিনেল আইকনত ক্লিক কৰি
04:45 এতিয়া, ওৱৰ্কস্পেচ Switcher ত পুনৰ ক্লিক কৰক
04:49 আপুনি দেখিছে টাৰ্মিনেল দ্বিতীয় ওৱৰ্কস্পেচত আৰু আমাৰ দেস্কট’প প্ৰথমত
04:55 এনেদৰেই, আপুনি মাল্টিপল দেস্কট’পত কাম কৰিব পাৰে
04:59 আহক এতিয়া প্ৰথম দেস্কট’পলৈ ঘূৰি যাওঁ
05:03 Trash হৈছে ল’ঞ্চাৰত আন এটা দৰকাৰি আইকন
05:07 Trash ত সকলো দিলিত কৰা ফাইলচ আৰু ফ’ল্দাৰচ থাকে । যদি আমি ভুলতে ফাইল এটা দিলিত কৰো, আমি ইয়াক Trash ৰ পৰা ৰিষ্ট’ৰ কৰিব পাৰো
05:17 ইয়াক বুজাবলৈ, মই Hello.txt দিলিত কৰিম যি মোৰ দেস্কট’পত আছে
05:23 ফাইলত ৰাইত-ক্লিক কৰক আৰু Move to Trash অপচনত ক্লিক কৰক
05:29 ইয়াক ৰিষ্ট’ৰ কৰিবলৈ, ল’ঞ্চাৰত Trash আইকনত ক্লিক কৰক । Trash ফ’ল্দাৰ খুলিছে
05:37 ফাইলটো বাচক, তাত ৰাইত-ক্লিক কৰক আৰু ৰিষ্ট’ৰ অপচনত ক্লিক কৰক
05:43 Trash ফ’ল্দাৰ উইন্দ’ বন্ধ কৰক আৰু দেস্কট’পলৈ ঘূৰি আহক
05:48 আমি ফাইলটো দেখিছো যাক আমি আগতে দিলিত কৰিছিলো এতিয়া ৰিষ্ট’ৰ হ’ল
05:53 আপনাৰ চিষ্টেমৰ পৰা ফাইল এটা স্থায়ীভাবে দিলিত কৰিবলৈ, প্ৰথমে তাক বাচক আৰু তেতিয়া Shift+Delete কীচ টিপক
06:01 দাইল’গ বক্স এটা আহিব সুধি, “Are you sure you want to permanently delete Hello.txt?দিলিত বুটামত ক্লিক কৰক
06:12 Trash আইকনত পুনৰ এবাৰ ক্লিক কৰক
06:15 আমি Trash ফ’ল্দাৰত ফাইলটো বিচাৰি নাপাওঁ, যিহেতু ই আমাৰ চিষ্টেমৰ পৰা স্থায়ীভাবে দিলিত হ’ল
06:23 আপুনি দেস্কট’পৰ একেটা থিম দেখি বিৰক্ত হোৱা নাইনে ? আহক ইয়াক সলাওঁ
06:28 ল’ঞ্চাৰলৈ যাওঁক আৰু চিষ্টেম চেতিংগচ বাচক । আৰু তেতিয়া এপিয়াৰেঞ্চলৈ যাওঁক
06:35 এপিয়াৰেঞ্চ উইন্দ’ খুলিছে
06:38 ইয়াত থিমচ টেবৰ ভিতৰত, আমাৰ বহুতো পূৰ্বে-ইনষ্ট’ল হৈ থকা থিম আছে
06:44 আপোনাৰ প্ৰয়োজনীয়তাৰ অনুসৰি এই থিমচ চাওঁক
06:47 যিকোনো এটাত ক্লিক কৰাৰ লগে লগে, আপুনি দেখিছে যে পৰিবৰ্তন দেস্কট’পত প্ৰয়োগ হয়
06:54 সৰু X আইকনত ক্লিক কৰক উইন্দ’খন বন্ধ কৰিবলৈ
06:58 এতিয়া, আমি দেস্কট’পৰ ওপৰত সোফালে চুকত উপলদ্ধ কিছু আইকনচ চাম
07:04 প্ৰথমটো হৈছে ইন্টাৰনেত কানেক্তিভিতি
07:07 সংযোগ স্থাপিত হয় যদি আপুনি যিকোনো Lan বা Wifi নেটৱৰ্কৰ সৈতে সংযুক্ত হয়
07:13 আপুনি এইবোৰ ইয়াত চাব পাৰে
07:16 আপুনি এক্সেচ থকা নেটৱৰ্ক বাচিব পাৰে
07:20 নেটৱৰ্ক এনাবল বা দিজেবল কৰিবলৈ, Enable Networking অপচনক চেক বা আনচেক কৰক
07:27 আমি লগতে Edit Connections অপচন ব্যৱ্হাৰ কৰি নেটৱৰ্ক এদিত কৰিব পাৰো
07:32 পাছৰ আইকন হৈছে চাউন্দৰ
07:35 আপুনি ইয়াত এদাল শ্লাইদাৰ দেখিছে
07:37 ই আমাক সহায় কৰে অদিঅ’ লেভেল ইনক্ৰিজ বা দিক্ৰিজ কৰিবলৈ, আমাৰ পচন্দ অনুসৰি
07:43 আমি পাচলৈ আমাৰ চিষ্টেমৰ চাউন্দ লেভেল মিলাব পাৰো, চাউন্দ চেতিংগচ ক্লিক কৰি । এই উইন্দ’ত চেতিংগচ আপুনি নিজে চাওঁক
07:53 পাছৰ আইকন হৈছে Time & Date । যদি আমি এই আইকনত ক্লিক কৰো, কালেন্দাৰ খুলে
08:00 আমি বৰ্তমান তাৰিখ, মাহ আৰু বছৰ চাব পাৰো
08:04 এৰ’ বুটামে আমাক অন্য মাহ আৰু বছৰলৈ যাবলৈ অনুমতি দিয়ে, আমাৰ পচন্দ অনুসৰি
08:11 আমি দেত আৰু টাইম এদিত কৰিব পাৰো Time & Date Settings ক্লিক কৰি
08:16 এই অপচনক পাচলৈ আপুনি নিজে চাওঁক
08:20 পাছত, wheel বা পাৱাৰ আইকনত ক্লিক কৰক
08:24 ইয়াত আমি Log Out আৰু Shut Down অপচনৰ সৈতে কিছু চৰ্তকাত অপচনচ দেখিছো
08:31 আমি লগতে আমাৰ চিষ্টেমত উপলদ্ধ সকলো user accounts দেখিছো
08:36 আমি বিচৰা যিকোনো user account লৈ যাব পাৰো, সেই নিৰ্দিষ্ট ইউজাৰত ক্লিক কৰি
08:43 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:48 এই টিউট’ৰিয়েলত আমি শিকিলো ল’ঞ্চাৰৰ বিষয়ে আৰু কেনেকৈ ল’ঞ্চাৰত এপ্লিকেচনচ ৰিম’ভ আৰু এদ কৰা হয়
08:55 মাল্টিপ’ল দেস্কট’পৰ ব্যৱ্হাৰ, দেস্কট’প থিম সলোৱা
09:01 ইন্টাৰনেত কানেক্তিভিতি, চাউন্দ চেতিংগচ
09:04 Time & Date চেতিংগচ আৰু অন্য user accountsলৈ যোৱা
09:10 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
09:27 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:30 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
09:35 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক
09:41 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
09:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:57 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9