Difference between revisions of "Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 | VISUAL CUE ||NARRATION |- |0:00 ||উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আ…')
 
Line 1: Line 1:
{| border=1
 
|
 
VISUAL CUE
 
  
 +
{| border=1
 +
|VISUAL CUE
 
||NARRATION
 
||NARRATION
  
Line 19: Line 18:
 
|-
 
|-
 
|0:19
 
|0:19
||আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উপন্টু ডেস্কটপ৷
+
||আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷
  
 
|-
 
|-
Line 31: Line 30:
 
|-
 
|-
 
|0:40
 
|0:40
||এই এপ্লিকেশ্যন মেন্যুত সকলো উন্চটন কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷
+
||এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷
  
 
|-
 
|-
 
|0:48
 
|0:48
||এই এপ্লিকেশ্যন মেন্যুন আহক কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷
+
||আহক এই এপ্লিকেশ্যন মেন্যুন কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷
  
 
|-
 
|-
Line 55: Line 54:
 
|-
 
|-
 
|1:22
 
|1:22
||টাইপ কৰক ৫ (ইন্টু)৮ আৰু - চাইন টিপক৷
+
||টাইপ কৰক ৫ (ইন্টু)৮ আৰু চাইন টিপক৷
  
 
|-
 
|-
 
|1:32
 
|1:32
||চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷
+
||= চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷
  
 
|-
 
|-
Line 67: Line 66:
 
|-
 
|-
 
|1:46
 
|1:46
||আহক এটা বেলপ এপ্লিকেশ্যন চাও৷
+
||আহক এটা বেলগ এপ্লিকেশ্যন চাও৷
  
 
|-
 
|-
Line 83: Line 82:
 
|-
 
|-
 
|2:16
 
|2:16
||ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেড কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷
+
||ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷
  
 
|-
 
|-
 
|2:28
 
|2:28
||এইটো চেড কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেডত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেড কৰিম৷
+
||এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷
  
 
|-
 
|-
 
|2:45
 
|2:45
||এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব ঘত ফাইলটো চেড হব৷
+
||এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷
  
 
|-
 
|-
 
|2:56
 
|2:56
||মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেড বাটনত ক্লিক কৰিম৷
+
||মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷
  
 
|-
 
|-
Line 107: Line 106:
 
|-
 
|-
 
|3:30
 
|3:30
||মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷
+
||সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল
  
 
|-
 
|-
 
|3:35
 
|3:35
||বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷
+
||মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷
  
 
|-
 
|-
 
|3:40
 
|3:40
||ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বসয়ে জানিব পৰা ঘায়৷
+
||বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷
  
 
|-
 
|-
 
|3:44
 
|3:44
||http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷
+
||ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷
  
 
|-
 
|-
 
|3:50
 
|3:50
||টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷
+
||http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷
  
 
|-
 
|-
 
|4:00
 
|4:00
||ঘূৰি ঘাও এপ্লিকেশন (এক্সেচৰিজ) আৰু তাৰপিছত ঘাওক ট্যৰমিনেলটল:
+
||আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷
  
 
|-
 
|-
 
|4:12
 
|4:12
||ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইঞাৰপৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷
+
||এতিয়া এপ্লিকেশন (এক্সেচৰিজ) ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল:
  
 
|-
 
|-
 
|4:19
 
|4:19
||আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷
+
||ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷
  
 
|-
 
|-
 
|4:25
 
|4:25
||ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷
+
||আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷
  
 
|-
 
|-
 
|4:30
 
|4:30
||ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷
+
||ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷
  
 
|-
 
|-
 
|4:36
 
|4:36
||ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷
+
||ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷
  
 
|-
 
|-
 
|4:41
 
|4:41
||এই ফাইল আৰু ফল্ডাৰবোৰ হম ফল্ডাৰৰ পৰা দেখুৱাইছে৷
+
||ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷
  
 
|-
 
|-
 
|4:48
 
|4:48
||হম ফল্ডাৰকি আমি পিছত দেখা পাম৷
+
||এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷
  
 
|-
 
|-
 
|4:55
 
|4:55
||আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ডালদৰে বুজাই দিয়া হৈছে৷
+
||এই tutorial ত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷
  
 
|-
 
|-
 
|5:01
 
|5:01
||ট্যাৰমিনেল ক্লজ কৰক৷
+
||আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷
  
 
|-
 
|-
 
|5:17
 
|5:17
||এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷
+
||ট্যাৰমিনেল ক্লজ কৰক৷
  
 
|-
 
|-
 
|5:20
 
|5:20
||ইয়াৰৱবাবে ঘাওক এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ৷ ইয়াত ক্লিক কৰক৷
+
||এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷
  
 
|-
 
|-
 
|5:27
 
|5:27
||পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷
+
||ইয়াৰ বাবে এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷
  
 
|-
 
|-
 
|5:36
 
|5:36
||ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷
+
||পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷
  
 
|-
 
|-
 
|5:43
 
|5:43
||মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷
+
||ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷
  
 
|-
 
|-
 
|5:53
 
|5:53
||মই টাইপ কৰিম "www.gmail.com"
+
||মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷
  
 
|-
 
|-
 
|6:00
 
|6:00
||মই ঘেতিয়া টাইপ কৰিম ফাইয়াৰফক্সে কিছুমান সম্ডাবনা দেখুৱাব পাৰে৷
+
||মই টাইপ কৰিম "www.gmail.com"
  
 
|-
 
|-
 
|6:04
 
|6:04
||ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷
+
||মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷
  
 
|-
 
|-
 
|6:09
 
|6:09
||ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷
+
||ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷
  
 
|-
 
|-
 
|6:15
 
|6:15
||এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷
+
||ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷
  
 
|-
 
|-
 
|6:22
 
|6:22
||এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷
+
||এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷
  
 
|-
 
|-
 
|6:36
 
|6:36
||এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷
+
||এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷
  
 
|-
 
|-
 
|6:45
 
|6:45
||অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্ৰিডশীত আৰু প্ৰেজেন্টেশ্যন৷
+
||এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷
  
 
|-
 
|-
 
|6:53
 
|6:53
||ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷
+
||অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷
  
 
|-
 
|-
 
|7:03
 
|7:03
||ডবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷
+
||ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷
  
 
|-
 
|-
 
|7:07
 
|7:07
||আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷
+
||ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷
  
 
|-
 
|-
 
|7:12
 
|7:12
||ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷
+
||আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷
  
 
|-
 
|-
 
|7:21
 
|7:21
||মই এতিয়া পেন দ্ৰাইডৰ পা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোষ পেন দ্ৰাইডটো এটা ইউচবি চ্ৰটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷
+
||ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷
  
 
|-
 
|-
 
|7:35
 
|7:35
||ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷
+
||মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷
  
 
|-
 
|-
 
|7:48
 
|7:48
||তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাৱাব৷
+
||ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷
  
 
|-
 
|-
 
|7:53
 
|7:53
||আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ডৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ক্যি আৰু ডি টিপিম৷
+
||তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷
  
 
|-
 
|-
 
|8:08
 
|8:08
||ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইডটো উপস্থিত আছে৷
+
||আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু  ডি টিপিম৷
  
 
|-
 
|-
 
|8:37
 
|8:37
||দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷
+
||ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷
  
 
|-
 
|-
 
|8:42
 
|8:42
||এতিয়া মই ubuntuhumanity.ogv  মোডী ফাইলটো প্লে কৰিবলৈ বাছি লম৷
+
||দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷
  
 
|-
 
|-
 
|8:46
 
|8:46
||ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷
+
||এতিয়া মই ubuntuhumanity.ogv  মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷
  
 
|-
 
|-
 
|8:57
 
|8:57
||আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷
+
||ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ double click কৰিম।
  
 
|-
 
|-
 
|9:09
 
|9:09
||তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷
+
||ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷
  
 
|-
 
|-
 
|9:13
 
|9:13
||ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷
+
||আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷
  
 
|-
 
|-
 
|9:18
 
|9:18
||উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷
+
||তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷
  
 
|-
 
|-
 
|9:27
 
|9:27
||ঈমি কৰ পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷
+
||ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷
  
 
|-
 
|-
 
|9:29
 
|9:29
||ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷
+
||উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷
  
 
|-
 
|-
 
|9:34
 
|9:34
||আমাৰ হক ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ থাকে৷
+
||আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷
  
 
|-
 
|-
 
|9:42
 
|9:42
||লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷
+
||ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷
  
 
|-
 
|-
 
|9:56
 
|9:56
||আমি টেকস্ট এডিতৰত চেড কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷
+
||আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো।
  
 
|-
 
|-
 
|10:08
 
|10:08
||তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷
+
||লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷
  
 
|-
 
|-
 
|10:16
 
|10:16
||ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷
+
||আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷
  
 
|-
 
|-
 
|10:25
 
|10:25
||তাৰবাবে ঘাওক চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ আৰু ক্লিক কৰক৷
+
||তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷
  
 
|-
 
|-
 
|10:31
 
|10:31
||ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷
+
||Aren't you bored to see the same theme of desktop? Let's change it.
 +
 
 +
|-
 +
|10.31
 +
||ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷
  
 
|-
 
|-
 
|10:37
 
|10:37
||এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷
+
||তাৰবাবে চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷
  
 
|-
 
|-
 
|10:44
 
|10:44
||বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ডালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰিক ফন্ডাৰলৈ ঘুৰি ঘাও৷
+
||ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷
  
 
|-
 
|-
 
|10:52
 
|10:52
||ঘিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি এলাই ঘাব পাৰিব৷
+
||এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷
  
 
|-
 
|-
 
|10:58
 
|10:58
||এই ট্যুটৰিলেৰ ইয়াতেই সামবৰন মাৰিছো৷
+
||বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷
  
 
|-
 
|-
 
|11:10
 
|11:10
||ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,
+
||যিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷
  
 
|-
 
|-
 
|11:18
 
|11:18
||মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷
+
||এই ট্যুটৰিলেৰ ইয়াতেই সামৰনি মাৰিছো৷
  
 
|-
 
|-
 
|11:21
 
|11:21
||আইকনবোৰৰ বিষয়ে৷
+
||ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,
  
 
|-
 
|-
 
|11:31
 
|11:31
||স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
+
||মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷আইকনবোৰৰ বিষয়ে৷
  
 
|-
 
|-
 
|11:41
 
|11:41
 +
||স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
 +
 +
|-
 +
|11:47
 
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷
 
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷
  
 
|-
 
|-
 
|}
 
|}

Revision as of 15:14, 13 March 2014

VISUAL CUE NARRATION
0:00 উবন্টু ডেস্কটৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰবি জনাইছো৷
0:04 এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷
0:12 ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০..
0:19 আপোনালোকে এতিয়া ঘি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷
0:24 উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷
0:31 এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ ঘাওক আৰু ক্লিক কৰক৷
0:40 এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷
0:48 আহক এই এপ্লিকেশ্যন মেন্যুন কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷
0:55 আহক আমি ঘাও এপ্লিকেশ্যন (একচে্চৰিজ) ক্যেলকুলেটৰলৈ৷
1:04 ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷
1:12 আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷
1:18 কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷
1:22 টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷
1:32 = চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷
1:39 ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷
1:46 আহক এটা বেলগ এপ্লিকেশ্যন চাও৷
1:50 তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷
1:59 এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷
2:09 এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷
2:16 ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷
2:28 এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷
2:45 এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷
2:56 মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷
3:15 এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷
3:24 এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷
3:30 সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল
3:35 মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷
3:40 বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷
3:44 ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷
3:50 http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷
4:00 আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷
4:12 এতিয়া এপ্লিকেশন (এক্সেচৰিজ) ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল:
4:19 ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷
4:25 আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷
4:30 ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷
4:36 ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷
4:41 ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷
4:48 এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷
4:55 এই tutorial ত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷
5:01 আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http:sopken-tutorial.org ত ডালদৰে বুজাই দিয়া হৈছে৷
5:17 ট্যাৰমিনেল ক্লজ কৰক৷
5:20 এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷
5:27 ইয়াৰ বাবে এপ্লিকেশ্যন (ইন্টাৰনত) ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷
5:36 পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷
5:43 ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷
5:53 মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷
6:00 মই টাইপ কৰিম "www.gmail.com"
6:04 মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷
6:09 ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷
6:15 ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷
6:22 এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷
6:36 এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷
6:45 এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন (অফিচ)৷
6:53 অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷
7:03 ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷
7:07 ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷
7:12 আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক (এপ্লিকেশ্যন) চাউন্ড এন্ট ডিডিঅ৷
7:21 ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷
7:35 মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷
7:48 ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷
7:53 তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷
8:08 আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷
8:37 ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷
8:42 দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷
8:46 এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷
8:57 ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ double click কৰিম।
9:09 ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷
9:13 আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷
9:18 তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷
9:27 ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷
9:29 উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷
9:34 আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷
9:42 ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutoria.org ৰ পৰা৷
9:56 আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো।
10:08 লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷
10:16 আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷
10:25 তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷
10:31 Aren't you bored to see the same theme of desktop? Let's change it.
10.31 ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷
10:37 তাৰবাবে চিচট্যেম (প্ৰিফাৰেন্সেজ) এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷
10:44 ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটন্দ থিমচত থাকিব৷ আহক আমি ক্লেয়াৰলুক বাছি লও৷
10:52 এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷
10:58 বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷
11:10 যিটো থিম ডাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷
11:18 এই ট্যুটৰিলেৰ ইয়াতেই সামৰনি মাৰিছো৷
11:21 ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,
11:31 মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা৷আইকনবোৰৰ বিষয়ে৷
11:41 স্পকেন ট্যুটৰিবয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
11:47 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷

Contributors and Content Editors

Desicrew, Mousumi, Nancyvarkey, Pratik kamble