Linux-Old/C2/Ubuntu-Desktop-10.10/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 উবন্টু ডেস্কটপৰ স্পকেন ট্যুটৰিয়ললৈ আপোনালোকক আদৰনি জনাইছো৷
00:04 এই ট্যুটৰিয়েল ব্যৱহাৰ কৰি আমি পৰিচিত হম জিনম এনডাইৰনমেন্টন উবুন্টু ডেস্কটপৰ সৈতে৷
00:12 ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু ১০.১০
00:19 আপোনালোকে এতিয়া যি দেখিছে সেইয়া হৈছে উবন্টু ডেস্কটপ৷
00:24 উপৰৰ বাওহাতৰ চাইদৰ কোণত আমি দেখিবলৈ পাম মেইন মেন্যু৷
00:31 এইটো খোলিবলৈ অল্ট- এফ১ টিপক বা এপ্লিকেশ্যনলৈ যাওক আৰু ক্লিক কৰক৷
00:40 এই এপ্লিকেশ্যন মেন্যুত সকলো উঞ্চটল কৰা এপ্লিকেশ্যনবোৰ শ্ৰেনী সাৰিত থাকে৷
00:48 আহক এই এপ্লিকেশ্যন মেন্যুত কিছুমান দৰকাৰি এপ্লিকেশ্যন বিষয়ে সহজ হও৷
00:55 আহক আমি যাও এপ্লিকেশ্যন একচে্চৰিজ ক্যেলকুলেটৰলৈ৷
01:04 ক্যেলকুলেটৰে এৰিথম্যমতিক ছাইন্টফিক আৰু ফাইনেন্সিয়েল ক্যেলকুলশ্যনত সহায় কৰে৷
01:12 আহক এইটো খোলো৷ ক্যেলকুলেটৰত ক্লিক কৰক৷
01:18 কিছুমান সাধশৰন ক্যেল্কুলেশ্যন কৰি চাও৷
01:22 টাইপ কৰক ৫ (ইন্টু)৮ আৰু = চাইন টিপক৷
01:32 = চাইন টিপাৰ সলনি আপোনি এন্টাৰ ক্যিয়ো টাইপ কৰিব পাৰে৷
01:39 ক্লজ বাটন টিপি ক্যেলকুলেটৰৰ পৰা ওলাই আহক৷
01:46 আহক এটা বেলগ এপ্লিকেশ্যন চাও৷
01:50 তাৰবাবে এপ্লিকেশ্যনলৈ ঘূৰি ঘাওক আৰু এক্সেচৰিজলৈ ঘাওক৷
01:59 এক্সেচৰিজত টেকষ্ট এডিতৰ অপেন কৰক৷ ইয়াত ক্লিক কৰক৷
02:09 এতিয়া আপোনি স্ক্ৰিনত ঘি দেখিব সেইয়া হৈছে জিএডিত টেকষ্ট এডিতৰ৷
02:16 ইয়াত মই কিছোমান টেকষ্ট টাইপ কৰিম আৰু চেভ কৰিম৷ টাইপ এইচ-আই-আই-ও-ডব্লু-ও-আৰ-আই-ডি৷
02:28 এইটো চেভ কৰিবলৈ কন্ট্ৰোল চিফ টিপিৰ পাৰে বা ফাইললৈ গৈ চেভত ক্লিক কৰিব পাৰে৷ মই ফাইললৈ ঘাম আৰু চেভ কৰিম৷
02:45 এতিয়া এটা সৰু ডাইলগ বক্স ওলাব৷ ই ফাইলনেম আৰু লোকেশ্যন বিচাৰিব যত ফাইলটো চেড হব৷
02:56 মই নামটোৰ বাবে হ্যালো. টেক্সট্ টাইপ কৰিম আৰু লোকেশ্যনৰ বাবে ডেস্কটপ দি চেভ বাটনত ক্লিক কৰিম৷
03:15 এতিয়া এই জিএডিটতো ক্লজ কৰক আৰু চাও আহক আমাৰ ফাইলটো ডেস্কপত চেড হলনে নাই৷
03:24 এতিয়া ডেস্কটপত আপোনি হ্যালো টেক্সট্ ফাইলটো দেখা পাব৷
03:30 সেয়ে আমাৰ text file টো সফলভাবে চেভ হ’ল
03:35 মই দুবাৰ ক্লিক কৰি এই ফাইলটো খোলিম৷
03:40 বাহ! আমি লিখা টেকষ্টৰ সৈতে টেকষ্ট ফাইলটো খোলি গল৷
03:44 ইন্টাৰনেনটত জিএডিত টেকষ্ট এডিতৰ বিষয়ে জানিব পৰা যায়৷
03:50 http://spoken-tutorial.org ত ইয়াৰ স্পকেন ট্যুটৰিয়েল পাব৷
04:00 আহক টেকষ্ট এডিটৰ ক্লজ কৰি আহক আমি এক্সেচৰিজৰ বেলেপ এটা এপ্লিকেশন টাবমিনেলৈ ঘাও৷
04:12 এতিয়া এপ্লিকেশন এক্সেচৰিজ ঘূৰি ঘাও আৰু তাৰপিছত ট্যৰমিনেলটল:
04:19 ট্যৰমিনেলক কমান্ড লাইন বুলি কোৱা হয় ঘিহেতো ইয়াৰ পৰা কমপ্যুতাক কমান্ড দিব পৰা ঘায়৷
04:25 আচলতে ই গুইউআস তকৈ বেচি শক্তিশালী৷
04:30 ট্যৰমিনেল কি বুজিবলৈ আহক এটা সৰু কমান্ড টাইপ কৰি চাও৷
04:36 ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷
04:41 ই বৰ্তমান ডাইৰেক্টৰিত থকা সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দখোৱাব৷
04:48 এই ফাইল আৰু ফল্ডাৰবোৰ হয় ফল্ডাৰৰ পৰা দেখুৱাইছে৷
04:55 এই টিউটৰিয়েলত হম ফল্ডাৰকি হ’ম আমি পিছত দেখা পাম৷
05:01 আমি আৰু ট্যাৰমিনেলৰ লগত আৰু বেছি সময় খৰছ নকৰো৷ ইয়াৰ কমান্ডৰ বিষয়ে লিন্যাক্স স্পকেন ট্যুটৰিয়েলৰ http://spoken-tutorial.org ত ভালদৰে বুজাই দিয়া হৈছে৷
05:17 ট্যাৰমিনেল ক্লজ কৰক৷
05:20 এতিয়া ইয়াৰ পিছৰ এপ্লিকেশ্যন ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ ঘাও৷ এইটো খোলক৷
05:27 ইয়াৰ বাবে এপ্লিকেশ্যন ইন্টাৰনেত ফাইয়াৰ ফক্স ৱেব ব্ৰাউজাৰলৈ যাওক। ইয়াত ক্লিক কৰক৷
05:36 পৃথিবী ঘোৰা জালত সোমাবলৈ ফাইয়াৰ ফক্স ব্যৱহাৰ কৰা হয় ৷ ফাইয়াৰ ফক্স অপনে হৈ গল৷
05:43 ইয়া জমেইল চাইটলৈ ঘাওক৷ ইয়াৰ বাবে এড্ৰেছ বাৰলৈ ঘাওক বা এফ৬ টিপক৷ মই এতিয়া এফ৬ টিপিছো৷
05:53 মই এতিয়া এড্ৰেছ বাৰত আৰু বেকস্পচ টিপি এড্ৰেছ বাৰ খালি কৰিম৷
06:00 মই টাইপ কৰিম "www.gmail.com"
06:04 মই যেতিয়া টাইপ কৰিম ফাইয়াৰ ফক্সে কিছুমান সম্ভাবনা দেখুৱাব পাৰে৷
06:09 ইয়াৰ ঘিকোনো এটা বাছি লব পাৰে বা সম্পূৰ্ণ এড্ৰেছ টাইপ কৰিব পাৰে৷
06:15 ফাইয়াৰফক্সে ঘে পোনপতিয়াকৈ ৱেবচাইটৰ লগত লগাই দিব পাৰে বা ই লগইন আৰু পাছৱৰ্ড বিচাৰিব পাৰে৷
06:22 এতিয়া আমি ইউজাৰনেম আৰু পাছৱৰ্ড টাইপ কৰিম আৰু এন্টাৰ টিপম৷
06:36 এতিয়া স্ক্ৰীনত জী-মেল ৱেব পেজ অপেন হোৱা দেখিবলৈ পাব৷ এইটো ক্লজ কৰক আৰু ইয়াৰ পিছৰতোলৈ আগ বাঢ়ো৷
06:45 এতিয়া অফিচ মেন্যু লৈ ঘাওক৷ সেইটো এপ্লিকেশ্যন৷
06:53 অফিচ মেন্যুত পাম অপেনঅফিচ ৱৰ্ড প্ৰছেচৰ, স্প্রেডশীত আৰু প্ৰেজেন্টেশ্যন৷
07:03 ইন্টাৰনেটত ইয়াৰ বিষয়ে আৰু বহুতো জানিব পৰা ঘায়৷
07:07 ভবিস্যতে আমাৰ ৱেবচাইটতো ইয়াৰ বিষয়ে স্পকেন ট্যুটৰিয়েল পাব৷
07:12 আহক আমি এতিয়া চাউন্ড এন্ড ডিডিঅ মেন্য চাও৷ তাৰবাবে ঘাওক এপ্লিকেশ্যন চাউন্ড আৰু ভিডিঅ৷
07:21 ইয়াত এটা দৰকৰী এপ্লিকেশ্যন হৈছে মোডি প্লেয়াৰ৷ এইটো ডিডিঅ আৰু চংপচ প্লে কৰিবলৈ ব্যৱহাৰ কৰে৷ বাই দিফল্ট ই অপেন ফৰমেত ডিডিঅ ফাইবোৰহে প্লে কৰিব৷
07:35 মই এতিয়া পেন দ্ৰাইভৰ পৰা এটা চেমপল ফাইল প্লে কৰিম৷ মই মোৰ পেন দ্ৰাইডটো এটা ইউচবি স্লটত ডৰাইছো৷ মোৰ পেন দ্ৰাইড অপনেন হৈ গল৷
07:48 ঘদি অপনে নহয় তেতিয়াহেল ডেস্কটপৰ পৰা ঘাব পাৰিব৷
07:53 তলত বাও হাতৰ কোণত থকা আইকনটোত ক্লিক কৰক৷ আমি ইয়াত ক্লিক কৰিলে অকল ডেস্কটপ দেখিবলৈ পাব৷ আকৌ এবাৰ ক্লিক কৰিলেই ডেস্কটপৰ লগত অপেনহৈ থকা ফাইলবোৰো দেখাব৷
08:08 আমি ডেস্কটপলৈ ৱিন্ডজ ক্যি আৰু ডি একে সময়তে টিপিও ঘাব পাৰো৷ উবুন্টুৰ আগৰ ভাৰচুনত ডেস্কটপলৈ ঘোৱাৰ ক্যি কম্বনেশ্যনটো আচিল কন্ট্ৰোল-আল্ট্-ডি৷ বেলেগ ডৰচনত এইবোৰ সলনি হৈ পাকে৷ আহক আমি এতিয়া ৱিন্ডজ ক্যি আৰু ডি টিপিম৷
08:37 ইয়াত দেখিবলৈ পাব ঘে আপোনাৰ পেন ড্ৰাইভটো উপস্থিত আছে৷
08:42 দুবাৰ ক্লিক কৰি এইটো অপেন কৰিম৷
08:46 এতিয়া মই ubuntuhumanity.ogv মোভী ফাইলটো প্লে কৰিবলৈ বাছি লম৷
08:57 ইয়াত এইটো মোৰ ফাইল। এতিয়া ইয়াক খুলিবলৈ ডবল ক্লিক কৰিম।
09:09 ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়৷ এইটো ক্লজ কৰক৷
09:13 আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও৷
09:18 তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম৷ ইয়াম আমি হুম ফন্দাৰ পাম৷
09:27 ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম৷
09:29 উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে৷
09:34 আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে "our house" ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো৷
09:42 ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে৷ ইয়াৰ বিষয়ে আৰু জানিব পাৰি http://spoken-tutorial.org ৰ পৰা৷
09:56 আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ, ডক্যুমেন্টচ, ডাউনলদ, ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো।
10:08 লিন্যাক্সত সকলোবোৰেই ফাইল৷ দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম৷
10:16 আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম৷
10:25 তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই৷ এই ফল্ডাৰটো ক্লজ কৰি দিও৷
10.31 ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি? আহক এইটো সলাই দিও৷
10:37 তাৰবাবে চিচট্যেম প্ৰিফাৰেন্সেজ এপিয়াৰেন্সলৈ ঘাওক আৰু ক্লিক কৰক৷
10:44 ইয়াত থিমচ ট্যেবৰ তলত বহুতো প্ৰি ইন্চটল্দ থিমচত থাকিব৷ আহক আমি ক্লিয়াৰলুক বাছি লও৷
10:52 এইটোত ক্লিক কৰিলে মেচিনটো লাহেকৈ সলনি হৈ আহিব৷
10:58 বাওহাতৰ তলৰ কোনত থকা ডেস্কটপ আইকনটোত ক্লিক কৰি এইটো ভালকৈ চাব পাৰিব৷ এই আইকনটোত ক্লিক কৰি ফন্ডাৰলৈ ঘুৰি ঘাও৷
11:10 যিটো থিম ভাল লাগে সেইটোৰ সৈতে খেলি ক্লজ বাটনত ক্লিক কৰি উলাই ঘাব পাৰিব৷
11:18 এই ট্যুটৰিয়েল ইয়াতেই সামৰনি মাৰিছো৷
11:21 ইয়াত আমি শিকিলো উবুন্টউ ডেস্কটপৰ বিষয়ে,মেইন মেন্যুৰ বিষয়ে আৰু উবুন্টু স্ক্ৰিনত দেখি থকা আইকনবোৰৰ বিষয়ে৷
11:31 স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয় যি ICT দ্ৱাৰা নেছনেল মিছন অন এদুকেছন দ্ৱাৰা সমৰ্থিত
11:41 ইয়াৰ উপৰত আধিক তথয় জানিবলৈ এই লিন্কত থকা তথয়বোৰ চাওক
11:47 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই, মই মৌচুমি মেধি আই আই টি বম্বেৰপৰা চাইন অফ কৰিছো যোগদানৰ বাবে ধনয়বাদ

Contributors and Content Editors

Desicrew, Mousumi, Nancyvarkey, Pratik kamble