Linux-AWK/C2/Variables-and-Operators-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:38, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awk কমান্দত ভেৰিয়েবলচ আৰু অপাৰেতৰচৰ এই স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি শিকিম- ইউজাৰ দিফাইন্দ ভেৰিয়েবলচ
00:12 অপাৰেতৰচ BEGIN আৰু END ষ্টেতমেন্তচ
00:17 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 ব্যৱ্হাৰ কৰিছো
00:26 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ লিনাক্স টিউট’ৰিয়েলচ চাব লাগিব
00:33 আপুনি C বা C++ ৰ দৰে সাধাৰণ প্ৰোগ্ৰামিং লেংগুৱেজত ব্যৱহৃত বেচিক অপাৰেতৰচৰ সৈতে পৰিচিত হ’ব লাগিব
00:41 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:47 awk এ ফিল্টাৰ এটাৰ আৰু প্ৰোগ্ৰামিং লেংগুৱেজ এটাৰ পাৱাৰক সংযুক্ত কৰে
00:52 গতিকে, ই ভেৰিয়েবলচ, কনষ্টেন্তচ, অপাৰেতৰচ, ইত্যাদিক সমৰ্থন কৰে
00:58 আহক চাওঁ awkভেৰিয়েবল এটা কি হয়
01:02 ভেৰিয়েবল এটা হৈছে এটা আইদেন্তিফায়াৰ যি এটা ভেলুক দৰ্শাই
01:07 Awkইউজাৰ-দিফাইন্দ ভেৰিয়েবলচ আৰু বুইল্ট-ইন ভেৰিয়েবলচ দুয়োটাকে সমৰ্থন কৰে
01:12 আমি এই টিউট’ৰিয়েলত ইউজাৰ-দিফাইন্দ ভেৰিয়েবলচৰ বিষয়ে শিকিম
01:17 ইউজাৰ-দিফাইন্দ ভেৰিয়েবলচৰ বাবে, ভেৰিয়েবল ঘোষণা কৰাৰ প্ৰয়োজন নাই
01:22 ভেৰিয়েবলচ স্পষ্টভাবে ইনিচিয়েলাইজ কৰিব নালাগে
01:26 Awk এ স্বয়ংক্ৰিয়ভাবে সিহঁতক জিৰ’ বা নাল ষ্ট্ৰিংগলৈ ইনিচিয়েলাইজ কৰে
01:32 ভেৰিয়েবল এটা লেতাৰ এটাৰে আৰম্ভ হ’ব লাগিব আৰু লেতাৰচ, দিজিতচ আৰু আন্দাৰস্ক’ৰচৰ সৈতে কন্তিনিউ হ’ব । ভেৰিয়েবলচ কেচ-চেনচিতিভ হয়
01:43 গতিকে, Salary কেপিতেল “S” ৰ সৈতে আৰু salary সৰু “s” ৰ সৈতে হৈছে দুটা বেলেগ ভেৰিয়েবলচ
01:50 আহক এতিয়া কিছু উদাহৰণ চাওঁ
01:53 CTRL + ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
01:58 টাৰ্মিনেলত, লিখক- awk স্পেচ আৰম্ভণি একক উৰ্দ্ধকমা আৰম্ভণি কুটিল বন্ধনী সৰু x সমান 1 চেমিকলন কেপিতেল X সমান দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত কেপিতেল A চেমিকলন সৰু a সমান দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত awk চেমিকলন সৰু b সমান দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত tutorial এন্টাৰ টিপক
02:25 লিখক print x এন্টাৰ টিপক
02:29 print কেপিতেল X এন্টাৰ টিপক
02:34 print a এন্টাৰ টিপক
02:37 print b এন্টাৰ টিপক
02:40 print a স্পেচ b এন্টাৰ টিপক
02:44 print সৰু x স্পেচ b এন্টাৰ টিপক
02:49 print সৰু x প্লাচ কেপিতেল X সামৰণি কুটিল বন্ধনী সামৰণি একক উৰ্দ্ধকমা আৰু এন্টাৰ টিপক
02:57 যিহেতু আমি এটা ফাইলনেম দিয়া নাই, awk' ক কিছু ইনপুত লাগিব ষ্টেনদাৰ্দ ইনপুতৰ পৰা
03:03 আৰু সেইবাবে, আমি যিকোনো লেতাৰ লিখিব পাৰো, ধৰক a আৰু তেতিয়া এন্টাৰ টিপক
03:10 এই উদাহৰণে কিছু বস্তু দেখুৱাই । ভেৰিয়েবলচ নাম্বাৰ এটাৰে ইনিচিয়েলাইজ কৰিব পাৰি
03:18 ইয়াক লগতে ইনিচিয়েলাইজ কৰিব পাৰি ভেলুৰ সৈতে এটা একক কেৰেক্তাৰ বা এটা ষ্ট্ৰিংগ হিচাবে
03:23 যদি ভেলু এটা কেৰেক্তাৰ বা এটা ষ্ট্ৰিংগ হয়, ভেৰিয়েবলটো ইনিচিয়েলাইজ কৰা হয় দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত ভেলুৰ সৈতে
03:31 আমি ভেৰিয়েবলচৰ ভেলুচ চাব পাৰো
03:35 লক্ষ্য কৰিব যে সৰু x আৰু কেপিতেল X বেলেগ ভেৰিয়েবলচ হিচাবে গণ্য কৰা হয়
03:41 ই প্ৰমাণ কৰে যে ভেৰিয়েবলচ কেচ-চেনচিতিভ হয়
03:45 লগতে, ই দেখুৱাই কেনেকৈ দুটা ষ্ট্ৰিংগচ যুক্ত কৰিব পাৰি
03:50 ইয়াত ভেৰিয়েবলচ সৰু a আৰু সৰু b যুক্ত হৈছে
03:55 গতিকে, ষ্ট্ৰিংগ যুক্ত কৰা অপাৰেতৰ হৈছে মাত্ৰ এটা স্পেচ
04:00 একেদৰে, যেতিয়া আমি সৰু x, যি এটা নাম্বাৰ আৰু ষ্ট্ৰিংগ b যুক্ত কৰো, x স্ব-পৰিবৰ্তিত হয় ষ্ট্ৰিংগলৈ । আৰু যুক্ত হোৱা আউতপুত 1tutorial হয়
04:13 কিয় ষ্ট্ৰিংগলৈ স্ব-পৰিবৰ্তন হয়?
04:16 তাৰ কাৰণ হৈছে awk এ ইয়াত x আৰু b ৰ মাজত এটা ষ্ট্ৰিংগ যুক্ত কৰা অপাৰেতৰ স্পেচক পাই
04:25 এতিয়া, সৰু x প্লাচ কেপিতেল X ৰ আউতপুতক চাওঁক । ইয়াত, আমাৰ আৰিথমেতিক অপাৰেতৰ প্লাচ আছে
04:33 গতিকে, X স্ব-পৰিবৰ্তিত হয় নিউমেৰিক জিৰ’লৈ আৰু যোগ হোৱা আউতপুত নিউমেৰিক 1 হয়
04:42 এতিয়ালৈকে, আমি কিছু অপাৰেতৰচ দেখিলো । আহক চাওঁ আমি আৰু অন্য কি অপাৰেতৰচ ব্যৱ্হাৰ কৰিব পাৰো
04:49 সমীকৰণত বিভিন্ন ধৰণৰ অপাৰেতৰচ ব্যৱ্হাৰ কৰিব পাৰি
04:53 ইয়াত ভিদিঅ’টো প’জ কৰক আৰু ইয়াত উল্লেখ কৰা সকলো অপাৰেতৰচ এবাৰ চাওঁক
04:58 মই ধৰো আপুনি এই মূল অপাৰেতৰচৰ সৈতে পৰিচিত বুলি
05:02 যদি নহয়, তেন্তে আমাৰ ওৱেবচাইতত C আৰু C++ চিৰিজত অপাৰেতৰচ টিউট’ৰিয়েলচ চাওঁক
05:09 মই এই অপাৰেতৰচে কাম কৰাৰ বিষয়ে বিতংকৈ আলোচনা নকৰো
05:14 মাত্ৰ বিকল্প হৈছে ষ্ট্ৰিংগ মেতচিং অপাৰেতৰ, যি হয়তো আপোনাৰ বাবে নতুন । আহক ইয়াক এটা উদাহৰণৰ সৈতে বুজো
05:23 awkdemo.txt নামৰ ফাইল এটা ক’দ ফাইলচ লিংকত দিয়া হৈছে । ইয়াক আপোনাৰ কম্পিউটাৰত দাউনল’দ কৰক
05:31 টাৰ্মিনেললৈ যাওঁক । আহক আগৰ প্ৰচেচক শেষ কৰো Ctrl আৰু D কীচ টিপি
05:38 মই টাৰ্মিনেল খালি কৰো
05:41 এতিয়া cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি awkdemo.txt ফাইলটো ছেভ কৰিছিলে
05:48 আহক এতিয়া এই ফাইলটো চাওঁ
05:52 ধৰক আমি ষ্টুদেন্তচক বিচাৰিব খুজিছো যোনে পাচ কৰিছে কিন্তু মাৰ্কচ 80 তকৈ কম পাইছে
05:58 এইক্ষেত্ৰত, আমি দুটা বেলেগ ফিল্দচ তুলনা কৰিব লাগিব
06:02 তেনে অৱস্থাত, আমি awk ৰ ৰিলেচনেল অপাৰেতৰচ ব্যৱ্হাৰ কৰিব পাৰো
06:07 এই অপাৰেতৰচে ষ্ট্ৰিংগচ আৰু নাম্বাৰচ দুয়োটাকে তুলনা কৰিব পাৰে
06:12 গতিকে, টাৰ্মিনেলত লিখক awk স্পেচ হাইফেন কেপিতেল F দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত ভাৰ্তিকেল বাৰ স্পেচ একক উৰ্দ্ধকমাৰ ভিতৰত ডলাৰ 5 সমান সমান দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Pass স্পেচ এম্পাৰচেন্দ এম্পাৰচেন্দ স্পেচ ডলাৰ 4 লেচ দেন 80 স্পেচ কুটিল বন্ধনীৰ ভিতৰত প্ৰিন্ট স্পেচ প্লাচ প্লাচ x কমা ডলাৰ 2 কমা ডলাৰ 4 কমা ডলাৰ 5 স্পেচ awkdemo.txt আৰু এন্টাৰ টিপক
06:54 এই কমান্দে কিছু সংখ্যক বস্তু দেখুৱায় । প্ৰথমতে, আমি ষ্ট্ৰিংগ এটা পঞ্চম ফিল্দটোৰ সৈতে তুলনা কৰো
07:01 দ্বিতীয়তে, আমি মাত্ৰ চতুৰ্থ ফিল্দক নাম্বাৰ এটাৰ সৈতে তুলনা কৰো
07:06 তৃতীয়তে, আমি দেখিছো যে দুটা বা অধিক তুলনাক আমি এম্পাৰচেন্দ অপাৰেতৰ ব্যৱ্হাৰ কৰি জইন কৰিব পাৰো
07:13 নিৰ্দিষ্ট নাম্বাৰ্চ বা ষ্ট্ৰিংগচৰ পৰিবৰ্তে, আমি লগতে ৰেগুলাৰ সমীকৰণক তুলনা কৰিব পাৰো
07:19 আমি শ্লাইদত দেখাৰ দৰে, আমাৰ এই উদ্দেশ্যে তিলদে আৰু এক্সক্লেমেচন তিলদে অপাৰেতৰচ আছে
07:27 এতিয়া ধৰক, আমি বিচাৰিব খুজিছো কম্পিউটাৰ চাইঞ্চৰ ষ্টুদেন্তক যোনে পাচ কৰিছে
07:32 যিহেতু কম্পিঊটাৰত এটা সৰু আৰু কেপিতেল C ৰ দুয়োটাই থাকিব পাৰে, আমি এটা ৰেগুলাৰ সমীকৰণ ব্যৱহাৰ কৰিব লাগিব
07:40 আমি লিখিম awk স্পেচ হাইফেন কেপিতেল F দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত পাইপ চিহ্ন স্পেচ একক উৰ্দ্ধকমাৰ ভিতৰত ডলাৰ 5 সমান সমান দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত Pass এম্পাৰচেন্দ এম্পাৰচেন্দ স্পেচ ডলাৰ 3 তিলদে শ্লাচ বৰ বন্ধনীৰ ভিতৰত সৰু c কেপিতেল C কম্পিঊটাৰচ শ্লাচ স্পেচ কুটিল বন্ধনীৰ ভিতৰত প্ৰিন্ট স্পেচ প্লাচ প্লাচ সৰু x কমা ডলাৰ 2 কমা ডলাৰ 3 কমা ডলাৰ 5 স্পেচ awkdemo.txt আৰু এন্টাৰ টিপক
08:24 যদি আমি তুলনাটো নিগেত কৰিব বিচাৰো, আমি তাক কৰিব পাৰো এক্সক্লেমেচন তিলদে অপাৰেতৰ ব্যৱ্হাৰ কৰি
08:30 ধৰক এতিয়া আমি সকলো নন-কম্পিউটাৰ ষ্টুদেন্তৰ তালিকা এখন বিচাৰো যোনে পাচ কৰিছে
08:35 আগৰ কমান্দ পাবলৈ আপ এৰ’ কী ব্যৱ্হাৰ কৰক
08:39 ডলাৰ 3 ৰ পাছত এক্সক্লেমেচন চিহ্ন যোগ কৰক আৰু এন্টাৰ টিপক
08:47 পাছত, আহক একেটা ফাইলত খালি লাইনৰ নাম্বাৰক গণনা কৰো
08:52 ফাইলটো খোলক আৰু চাওঁক তাত কিমান খালি লাইন আছে । গতিকে, ইয়াত তিনিটা খালি লাইন আছে
09:00 এতিয়া awk ব্যৱ্হাৰ কৰি খালি লাইনৰ নাম্বাৰক গণনা কৰিবলৈ, লিখক awk স্পেচ একক উৰ্দ্ধকমাৰ ভিতৰত ফ্ৰন্ত শ্লাচৰ ভিতৰত কেৰেত চিহ্ন ডলাৰ স্পেচ কুটিল বন্ধনীৰ ভিতৰত x সমান x প্লাচ 1 চেমিকলন স্পেচ প্ৰিন্ট x স্পেচ awkdemo.txt এন্টাৰ টিপক
09:26 আমি অন্তিম উত্তৰ হিচাবে 3 পালো
09:30 কেৰেত চিহ্নই লাইন এটাৰ আৰম্ভণিক চিহ্নিত কৰে য’ত ডলাৰে লাইন এটাৰ শেষক চিহ্নিত কৰে
09:37 গতিকে খালি লাইন এটাক ৰেগুলাৰ সমীকৰণ কেৰেত-ডলাৰৰ দ্বাৰা মিলোৱা হ’ব
09:43 মন কৰিব, আমি x ৰ ভেলুক ইনিচিয়েলাইজ কৰা নাই । Awkx ক ইনিচিয়েল ভেলু জিৰ’লৈ ইনিচিয়েলাইজ কৰিছে
09:51 এই কমান্দে আমাক খালি লাইনৰ চলিথকা গণনাটো দিয়ে । কাৰণ প্ৰতিবাৰে খালি লাইন এটা পালে, x ইনক্ৰিমেন্ত হ’ব আৰু তেতিয়া প্ৰিন্ট হ’ব
10:02 আমাৰ অন্তিম কমান্দত, আমি খালি লাইনৰ চলিথকা গণনাটো দেখিছো । কিন্তু ধৰক আমি মাত্ৰ খালি লাইনৰ মুঠ সংখ্যাক প্ৰিন্ট কৰিব বিচাৰো
10:12 তেন্তে আমি x মাত্ৰ এবাৰ প্ৰিন্ট কৰিব লাগিব, সম্পূৰ্ণ ফাইলটো পাৰ কৰাৰ পাছত
10:19 আমি লগতে হয়তো এটা হেদিং দিব বিচাৰো যি আউতপুতে কি বুজায় কয়
10:25 তেনে প্ৰয়োজনৰ বাবে awkBEGIN আৰু END চেকচনচ আছে
10:30 BEGIN চেকচনচত প্ৰি-প্ৰচেচিঙৰ বাবে প্ৰণালিসমূহ থাকে
10:34 এই চেকচন এক্সিকিউত কৰা হয় মেইন ইনপুত লুপক এক্সিকিউত কৰাৰ আগতে
10:40 END চেকচনে প’ষ্ট-প্ৰচেচিঙৰ বাবে প্ৰণালিসমূহ ৰাখে
10:45 এই চেকচন এক্সিকিউত কৰা হয় মেইন ইনপুত লুপ বন্ধ হোৱাৰ পাছত । BEGIN আৰু END প্ৰণালিসমূহ অপচনেল হয়
10:55 আহক ইয়াক কেনেকৈ কৰা হয় শিকো । টাৰ্মিনেলত লিখক awk স্পেচ আৰম্ভণি একক উৰ্দ্ধকমা BEGIN incaps কুটিল বন্ধনীৰ ভিতৰত প্ৰিন্ট স্পেচ দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত The number of empty lines in awkdemo are এন্টাৰ টিপক
11:14 ফ্ৰন্ত শ্লাচৰ ভিতৰত কেৰেত চিহ্ন ডলাৰ চিহ্ন স্পেচ কুটিল বন্ধনীৰ ভিতৰত x সমান x প্লাচ 1 এন্টাৰ টিপক
11:26 end স্পেচ কুটিল বন্ধনীৰ ভিতৰত প্ৰিন্ট স্পেচ x সামৰণি একক উৰ্দ্ধকমা স্পেচ awkdemo.txt আৰু এন্টাৰ টিপক
11:39 চাওঁক, আমি আশাকৰা আউতপুত নাপালো । আমি আউতপুত 3 হিচাবে পাব লাগিছিল, কাৰণ ফাইলটোত তিনিটা খালি লাইন আছে
11:48 আপুনি কি হ’ল বুলি ভাবে? আচলতে, আমি end ক আপাৰ কেচ END হিচাবে লিখিব লাগিছিল
11:54 গতিকে, আহক কমান্দটো ম’দিফাই কৰো
11:57 টাৰ্মিনেলত আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
12:03 এতিয়া ল’ৱাৰ কেচ end ক আপাৰ কেচ END লৈ ম’দিফাই কৰক আৰু এন্টাৰ টিপক
12:11 এতিয়া খালি লাইনৰ মুঠ সংখ্যা আউতপুতত দৰ্শিত হৈছে
12:16 পাছত, আহক আমি awkdemo.txt ফাইলত পোৱা সকলো ষ্টুদেন্তৰ এভাৰেজ চেলাৰি বিচাৰো
12:24 তাক পাবলৈ, টাৰ্মিনেলত দেখুৱা ধৰণে কমান্দটো লিখক আৰু এন্টাৰ টিপক আৰু আমি আশাকৰা আউতপুত পাওঁ
12:35 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:40 এই টিউট’ৰিয়েলটোত আমি শিকিলো awkইউজাৰ দিফাইন্দ ভেৰিয়েবলচ
12:45 অপাৰেতৰচ BEGIN আৰু END ষ্টেতমেন্তচ
12:49 এটা অনুশিলনী হিচাবে প্ৰতিটো লাইন প্ৰিন্ট কৰক য’ত শেষৰ ফিল্দৰ ভেলুটো 5000 তকৈ বেছি হয় আৰু ইলেকত্ৰিকেল দিপাৰ্তমেন্তৰ অন্তৰ্গত ষ্টুদেন্ত
13:00 সকলো ষ্টুদেন্তৰ এভাৰেজ মাৰ্কচ প্ৰিন্ট কৰক আউতপুতত “Average marks” হেদিঙৰ সৈতে
13:07 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
13:23 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:27 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
13:32 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
13:42 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
13:47 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
13:51 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
13:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:10 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9