Linux-AWK/C2/More-on-Single-Dimensional-Array-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:35, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 নমস্কাৰ, awkম’ৰ অন চিংগল দাইমেনচনেল আৰেৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি শিকিম - awk আৰে ফাইলৰ সৈতে ব্যৱহাৰ কৰিবলৈ
00:13 আৰে এটাৰ এলিমেন্তচ স্কেন কৰিবলৈ
00:16 দিলিত ষ্টেতমেন্ত
00:18 ARGV আৰে আৰু ENVIRON আৰে
00:22 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:25 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:37 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:41 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ আৰেৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:48 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু মূল জ্ঞান থাকিব লাগিব
00:55 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
01:00 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:10 আগতে আমি awk আৰেসমূহৰ কিছু তথ্য সামৰিলো
01:14 এতিয়া আহক চাওঁ কেনেকৈ আমি awk আৰেক ফাইল এটাৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰো
01:19 আমি একেটা ফাইল awkdemo.txt ব্যৱ্হাৰ কৰিম যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো
01:25 ইয়াত প্ৰথম ফিল্দ হৈছে ৰোল নাম্বাৰ আৰু ষষ্ঠ ফিল্দ হৈছে ষ্টুদেন্তৰ ষ্টাইপেন্দ
01:32 আহক প্ৰথমে সকলো ষ্টুদেন্তৰ বাবে HRA গণনা কৰো
01:36 ইয়াত, HRA হৈছে তেওঁলোকৰ ষ্টাইপেন্দ এমাউন্টৰ 30%
01:41 মই ইতিমধ্যে ক’দটো লিখিলো আৰু ইয়াক calculate_hra.awk হিচাবে ছেভ কৰিলো । আহক এতিয়া ফাইলটো চাওঁ
01:51 BEGIN চেকচনৰ ভিতৰত, ফিল্দ চেপাৰেতৰ পাইপ চিম্বলৰ সৈতে ইনিচিয়েলাইজ হৈছে
01:57 পাছত, action চেকচনত আমি আৰে এলিমেন্তচ ইনিচিয়েলাইজ কৰিছো
02:02 এই চেকচন ইনপুত ফাইল এটাৰ প্ৰতিটো শাৰীৰ বাবে এবাৰ এক্সিকিউত হ’ব
02:08 মই HRA ক এটা আৰে ভেৰিয়েবল আৰু ডলাৰ ওৱানক ইন্দেক্স হিচাবে ঘোষণা কৰিছো
02:14 ইয়াত ডলাৰ 1 এ 1st ফিল্দক সূচায়, যি হৈছে ৰোল নাম্বাৰ । আৰু ভেলু হৈছে ডলাৰ 6 পূৰণ জিৰ’ পইন্ত 3 য’ত ডলাৰ চিক্স হৈছে ষ্টাইপেন্দ ভেলু
02:27 গতিকে, আৰে HRAইন্দেক্স ৰোল নাম্বাৰত সংগত HRA এমাউন্ট এটা ভেলু হিচাবে থাকিব
02:35 আমি এই আৰেৰ সকলো এলিমেন্তচ কেনেকৈ স্কেন কৰিম?
02:39 আপুনি ফৰ লোপৰ এই ভেৰিয়েচনক ব্যৱ্হাৰ কৰিব লাগিব
02:43 এই লোপে আৰেটোত প্ৰতিটো ইন্দেক্সৰ বাবে ষ্টেতমেন্তচ এবাৰ এক্সিকিউত কৰিব
02:48 ভেৰিয়েবল var ইন্দেক্স ভেলুসমূহলৈ এটা এটাকৈ চেত হ’ব
02:53 ক’দটো END চেকচনৰ ভিতৰত লিখা হৈছে
02:57 এই চেকচন এক্সিকিউত হ’ব awk এ ইনপুত ফাইলৰ সকলো শাৰীক প্ৰচেচ কৰাৰ পাছত
03:04 ভেৰিয়েবল i এটা এটাকৈ প্ৰতিটো ইন্দেক্স ভেলু বা ৰোল নাম্বাৰলৈ ইনিচিয়েলাইজ হ’ব
03:10 ফৰ লোপৰ প্ৰতিটো ইতিৰেচনত, এটা নিৰ্দিষ্ট ৰোল নাম্বাৰৰ বাবে HRA প্ৰিন্ট হ’ব
03:16 টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক । CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
03:24 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:31 এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ calculate_hra.awk স্পেচ awkdemo.txt এন্টাৰ টিপক
03:45 আউতপুতে সকলো ষ্টুদেন্তৰ বাবে ৰোল নাম্বাৰ আৰু HRA দেখুৱায়
03:50 এতিয়া ধৰক, মই ৰোল S02 ষ্টুদেন্তৰ ৰেকৰ্দটো দিলিত কৰিব বিচাৰো
03:56 গতিকে, আমি ইন্দেক্স S02আৰে এলিমেন্তক দিলিত কৰিব লাগিব
04:01 মই ইয়াক calculate_hra.awk ক’দ ব্যৱ্হাৰ কৰি কৰো
04:06 ফৰ লোপৰ আগতে, এন্টাৰ টিপক আৰু নিম্ন ক’দ লিখক দিলিত স্পেচ hra বৰ বন্ধনীৰ ভিতৰত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত S02
04:19 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
04:23 মই টাৰ্মিনেল খালি কৰো
04:26 আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক । এন্টাৰ টিপক
04:33 ৰোল নাম্বাৰ S02 ষ্টুদেন্তৰ ৰেকৰ্দটো আউতপুতত প্ৰিন্ট হোৱা নাই
04:39 গতিকে, দিলিত কমান্দ ব্যৱ্হাৰ কৰি যিকোনো আৰে এলিমেন্ত দিলিত কৰিব পাৰি
04:44 আপুনি ইন্দেক্সৰ সৈতে আৰে নামটো উল্লেখ কৰিব লাগিব
04:48 কি হ’ব যদি মই এটা সম্পূৰ্ণ আৰে দিলিত কৰিব বিচাৰো? ইয়াক কৰিব পাৰি দিলিত ষ্টেতমেন্তত মাত্ৰ আৰে নামটো সূচীত কৰি
04:56 আহক ইয়াক চেষ্টা কৰিবলৈ ক’দটোলৈ যাওঁ
04:59 দিলিত ষ্টেতমেন্তৰ পৰা ইন্দেক্স S02 ক উৰ্দ্ধকমা আৰু বৰ বন্ধনীৰ সৈতে দিলিত কৰক
05:07 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
05:10 টাৰ্মিনেল খালি কৰক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক । এতিয়া এন্টাৰ টিপক
05:19 চাওঁক, আমি কোনো আউতপুত পোৱা নাই । সম্পূৰ্ণ আৰেটো দিলিত হ’ল
05:25 মনত ৰাখিব, এটা আগৰ টিউট’ৰিয়েল awk বুইল্ট-ইন ভেৰিয়েবলচত, আমি কৈছো - ARGCকমান্দ লাইন আৰগুমেন্তচৰ নাম্বাৰক প্ৰয়োগ কৰে
05:36 ARGV হৈছে এটা আৰে যি কমান্দ লাইন আৰগুমেন্তচক জমা কৰে । আমি কেনেকৈ সিহঁতৰ মানসমূহক দেখুৱাব পাৰো? আহক চাওঁ
05:45 মই ইতিমধ্যে ক’দটো argc_argv.awk ত লিখিলো । আহক উপাদানক চাওঁ
05:53 ক’দটো awk BEGIN চেকচনৰ ভিতৰত লিখা হৈছে
05:57 প্ৰথমে আমি আৰগুমেন্তৰ সংখ্যাক প্ৰিন্ট কৰিছো, যি হৈছে ARGV ৰ ভেলু
06:03 পাছত, ফৰ লোপ ব্যৱ্হাৰ কৰি, আমি i ৰ মানৰ বাবে লুপিং কৰিছো 0 ৰ পৰা ARGC-1 লৈকে
06:11 আৰু আমি ইন্দেক্স i ত ARGV প্ৰিন্ট কৰিছো । টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক
06:19 এতিয়া টাৰ্মিনেলত লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ argc আন্দাৰস্ক’ৰ argv দত awk স্পেচ ওৱান স্পেচ তু স্পেচ থ্ৰি
06:35 ইয়াত ওৱান তু থ্ৰি হৈছে কমান্দ লাইন আৰগুমেন্তচ । কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
06:43 আমি আৰগুমেন্তচৰ সংখ্যাটো 4 হিচাবে পাওঁ । কিন্তু আচলতে আমি মাত্ৰ 3 আৰগুমেন্তচ দিছিলো
06:50 আহক আমি ব্যক্তিগত আৰগুমেন্তচ এবাৰ চাওঁ । প্ৰথমে ইন্দেক্স 0আৰগুমেন্ত বা argv হৈছে প্ৰকৃততে awk, কমান্দ নেমটো
07:02 পাছত আমাৰ তিনিটা আৰগুমেন্তচ আছে যাক আমি কমান্দ লাইনত দিছো
07:07 সেইবাবে ARGC ৰ ভেলুটো সদায় কমান্দ লাইনত দিয়া আৰগুমেন্তৰ সংখ্যা প্লাচ ওৱান হয়
07:16 আহক আৰু এটা উদাহৰণ লওঁ । বুইল্ট-ইন ভেৰিয়েবল ENVIRON হৈছে এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ এটা এচ’চিয়েতিভ আৰে
07:24 আৰে এলিমেন্ত ইনদাইচেচ হৈছে এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ নামসমূহ । আৰে এলিমেন্ত ভেলুচ হৈছে নিৰ্দিষ্ট এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ ভেলুচ
07:35 আহক চাওঁ বিভিন্ন এনভাইৰ’নমেন্ত ভেৰিয়েবলৰ ভেলুচ আমি কেনেকৈ চাব পাৰো
07:40 প্ৰথমে, আহক আমাৰ ইউজাৰনেম প্ৰিন্ট কৰো
07:43 আমি এনভাইৰ’নমেন্ত ভেৰিয়েবল USER ৰ ভেলুক প্ৰিন্ট কৰিব লাগে
07:48 কমান্দ প্ৰমপ্তত নিম্নখিনি লিখক
07:53 এন্টাৰ টিপক
07:55 আউতপুতে লগ ইন হৈ থকা ইউজাৰৰ নামটো দেখুৱাব
08:00 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:05 এই টিউট’ৰিয়েলটোত আমি শিকিলো - awk আৰে ফাইলৰ সৈতে ব্যৱহাৰ কৰিবলৈ
08:11 আৰে এটাৰ এলিমেন্তচ স্কেন কৰিবলৈ
08:14 দিলিত ষ্টেতমেন্ত ARGV আৰে আৰু ENVIRON আৰে
08:20 এটা অনুশিলনী হিচাবে - পাচ কৰা ষ্টুদেন্তৰ বাবে নিৰ্দিষ্ট ভাৰ্ত্তা গণনা কৰক
08:25 পেপাৰ প্ৰেজেনতেচন ভাৰ্ত্তা যি হৈছে ষ্টাইপেন্দৰ 80%
08:30 পাৰফৰমেনচ ইনচেনতিভ যি হৈছে ষ্টাইপেন্দৰ 20%
08:35 ভাৰ্ত্তাসমূহক দুটা ভিন্ন আৰেত জমা কৰক
08:38 প্ৰতিটো ভাৰ্ত্তাৰ বাবে লগা মুঠ এমাউন্ট আৰু এভাৰেজ প্ৰিন্ট কৰক
08:43 awk প্ৰোগ্ৰামৰ পৰা এনভাইৰ’নমেন্ত ভেৰিয়েবল PATH ৰ ভেলুটো প্ৰিন্ট কৰক
08:48 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:56 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
09:05 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:08 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:12 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:24 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9