Linux-AWK/C2/Loops-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:42, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awkলুপচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত আমি শিকিম- awkwhile, do-while, for আৰু অধিক লুপ কৰাৰ গঠণৰ বিষয়ে
00:16 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:32 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:36 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:43 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ সৈতে পৰিচিত হ’ব লাগিব
00:50 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:56 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:06 লুপ এটাই আমাক এটা বা অধিক একচনচ বাৰে বাৰে প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে
01:12 while, do-while আৰু for হৈছে awk ত উপলদ্ধ লুপচ
01:18 while লুপৰ গাঠণিটো ইয়াত চাব পাৰি
01:22 While লুপে প্ৰথমে চায় সূচীত কন্দিচনটো ট্ৰু হয় নে নহয়
01:27 যদি হয়, তেন্তে ই বদিৰ ভিতৰত ক’দটো এক্সিকিউত কৰে । এই লুপটো ৰিপিত হ’ব যেতিয়ালৈকে সূচীত while কন্দিচনটো ট্ৰু হয়
01:37 আমি একেটা awkdemo.txt ফাইল ব্যৱ্হাৰ কৰিম, যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো
01:43 মই ইতিমধ্যে while_loop.awk নামৰ স্ক্ৰিপ্ত এটা লিখিলো
01:48 একেটা ফাইল এই টিউট’ৰিয়েলৰ ক’দ ফাইলচ লিংকত উপলদ্ধ
01:53 ইয়াত আমি ফিল্দ চেপাৰেতৰ পাইপ চিহ্ন হিচাবে চেত কৰিছো
01:58 আচলতে, আমি লুপ ভেৰিয়েবল i ৰ ভেলুক 1 হিচাবে চেত কৰিব লাগিব
02:04 ইয়াত, আমি আৰু এটা ভেৰিয়েবল f লৈছো আৰু ইয়াক 1 লৈ ইনিচিয়েলাইজ কৰিছো
02:10 ভেৰিয়েবল f এ প্ৰতিটো ৰেকৰ্দৰ বাবে ফিল্দ কাউন্টাৰ বা ফিল্দচৰ প’জিচনক দৰ্শাই
02:17 এতিয়া, while কন্দিচনত, আমি চাওঁ i লেচ দেন বা ইকুৱেল তু 3 হয় নেকি
02:23 যদি হয়, তেন্তে ই fth ফিল্দৰ ভেলুক প্ৰিন্ট কৰিব, awkdemo.txt ফাইলত থকা সেই ৰেকৰ্দৰ বাবে
02:31 তেতিয়া আমি ফিল্দ কাউন্টাৰ f ক 1 ৰে বৰ্ধিত কৰিম
02:36 তাৰ পাছত, আমি লগতে লুপ ভেৰিয়েবল i ৰ ভেলুক 1 ৰে বৰ্ধিত কৰিম
02:43 এই printf হৈছে প্ৰতিটো ৰৌৰ শেষত এটা নিউলাইন কেৰেক্তাৰ প্ৰিন্ট কৰিবলৈ
02:49 এই লুপ এক্সিকিউত হ’ব awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দচৰ বাবে
02:55 যি বুজায় যে প্ৰথম তিনিটা ফিল্দ প্ৰিন্ট হ’ব প্ৰতিটো ৰেকৰ্দৰ বাবে
03:00 আহক এতিয়া এই ক’দক এক্সিকিউত কৰো
03:03 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
03:09 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:16 এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ while_loop.awk স্পেচ awkdemo.txt এন্টাৰ টিপক
03:29 লক্ষ্য কৰক যে আমি আউতপুতত সকলো ৰৌচৰ প্ৰথম তিনিটা ফিল্দ পাওঁ
03:35 আহক do-while লুপৰ লগতো একেটাই কৰো
03:38 do-while লুপৰ গাঠণিটো ইয়াত চাব পাৰি
03:42 do-while লুপে বদিৰ ভিতৰত ক’দটো সদায় এবাৰ এক্সিকিউত কৰে
03:47 পাছত ই সূচীত কৰা কন্দিচনটো চায় আৰু বদিৰ ভিতৰত ক’দটো ৰিপিত কৰে, যেতিয়ালৈকে সূচীত কৰা কন্দিচনটো ট্ৰু হয়
03:56 মই ইতিমধ্যে স্ক্ৰিপ্ত এটা লিখিলো আৰু ইয়াক do_loop.awk হিচাবে নাম দিলো । একেটা ফাইল ক’দ ফাইলচ লিংকত উপলদ্ধ
04:06 এই ক’দত, লুপৰ ভিতৰত এইবোৰ হৈছে ষ্টেতমেন্ত, যি প্ৰথমে এক্সিকিউত হ’ব । এইটো হৈছে চাবলগীয়া কন্দিচন
04:15 তাৰ পাছত, লুপৰ ভিতৰত থকা ষ্টেতমেন্তচ বাৰে বাৰে এক্সিকিউত হ’ব যেতিয়ালৈকে কন্দিচনটো ট্ৰু হয়
04:23 এই লুপে awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দৰ বাবে ইতিৰেত কৰিব । যি বুজায় যে প্ৰথম তিনিটা ফিল্দ প্ৰিন্ট হ’ব সকলো ৰেকৰ্দৰ বাবে
04:33 আহক টাৰ্মিনেললৈ যাওঁ । মই টাৰ্মিনেল খালি কৰো
04:38 এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ দু আন্দাৰস্ক’ৰ লুপ দত awk স্পেচ awkdemo দত txt এন্টাৰ টিপক
04:52 আমি একেটা আউতপুত পাওঁ । তেন্তে কিয় আমাৰ দুয়োটা while আৰু do-while লুপচ আছে?
04:58 আহক পাৰ্থক্যক বুজো
05:00 while আন্দাৰস্ক’ৰ লুপ দত awk ফাইললৈ যাওঁক
05:05 এতিয়া, লুপ কাউন্টাৰ i ৰ ভেলুক 1 ৰ পৰা 4 লৈ সলাওঁক
05:11 ই সূচীত কৰা কন্দিচনক ফলচ কৰিব আৰম্ভণিৰ পৰা । গতিকে ই বুজায়, আমি কোনো আউতপুত পাব নালাগে
05:19 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
05:22 টাৰ্মিনেল খালি কৰক । এতিয়া while লুপ এক্সিকিউত কৰিবৰ বাবে কমান্দ নোপোৱালৈকে আপ এৰ’ কী টিপক
05:30 এতিয়া এন্টাৰ টিপক
05:32 চাওঁক, আমি কোনো আউতপুত পোৱা নাই খালি লাইনচৰ বাহিৰে
05:37 awkdemo.txt ফাইলত থকা প্ৰতিটো ৰেকৰ্দৰ বাবে, আউতপুতত খালি লাইনচ প্ৰিন্ট হৈছে
05:44 এতিয়া, আহক do লুপৰ ফাইলটোত কিছু পৰিবৰ্তন কৰো
05:48 do আন্দাৰস্ক’ৰ লুপ দত awk ফাইললৈ যাওঁক
05:53 i ৰ ভেলুক 1 ৰ পৰা 4 লৈ সলাওঁক
05:57 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
06:01 টাৰ্মিনেল খালি কৰক । এতিয়া do লুপৰ বাবে কমান্দ নোপোৱালৈকে আপ এৰ’ কী টিপক । এন্টাৰ টিপক
06:10 আউতপুতত, প্ৰতিটো ৰৌৰ বাবে মাত্ৰ প্ৰথম ফিল্দটো প্ৰিন্ট হৈছে । কাৰণটো কি?
06:16 প্ৰতিটো ৰৌৰ বাবে, awk এ প্ৰথমে প্ৰথম ফিল্দত থকা ভেলুটো প্ৰিন্ট কৰে, কাৰণ ভেৰিয়েবল f ৰ ভেলু 1 লৈ ইনিচিয়েলাইজ কৰা আছে । পাছত কন্দিচনটো চোৱা হয়
06:28 যিহেতু লুপ কাউন্টাৰ i ৰ ভেলু হৈছে 4, তেন্তে কন্দিচনটো ফলচ হয় । গতিকে, লুপটো তাতহে মাত্ৰ বন্ধ কৰা হৈছে, সেই ৰেকৰ্দৰ বাবে
06:39 এই লুপে awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দৰ বাবে ইতিৰেত কৰিব
06:44 যি বুজায় যে প্ৰতিটো ৰেকৰ্দৰ বাবে প্ৰথম ফিল্দটো প্ৰিন্ট হ’ব
06:49 আমি প্ৰতিটো ৰেকৰ্দৰ বাবে অতিকমেও এবাৰ আউতপুত পাইছো
06:53 do-while লুপ ব্যৱ্হাৰ কৰক, কাম এটাৰ বাবে যি অতিকমেও এবাৰ এক্সিকিউত হ’ব লাগে, যিকোনো অন্য কন্দিচনৰ বাবে
07:01 আমি একেটা for লুপৰ সৈতেওঁ কৰিব পাৰো
07:05 for লুপৰ গাঠণিটো ইয়াত চাব পাৰি
07:09 for ষ্টেতমেন্ত আৰম্ভ হয় ইনিচিয়েলাইজেচন এক্সিকিউত কৰি
07:14 তেতিয়া, যেতিয়ালৈকে কন্দিচনটো ট্ৰু হয়, ই ভিতৰত থকা ষ্টেতমেন্তচ বাৰে বাৰে এক্সিকিউত কৰে আৰু পাছত ইনক্ৰিমেন্ত কৰে
07:23 আপুনি C বা C++ ৰ দৰে প্ৰোগ্ৰামিং লেংগুৱেজ এটাৰ সৈতে পৰিচিত বুলি ধৰি, মই গাঠণিটো বিতংকৈ বৰ্ণনা নকৰো
07:30 এই কন্দিচনৰ বাবে for লুপটো দেখিবলৈ এনেকুৱা হয়
07:35 ইয়াত, ইনিচিয়েলাইজেচন, কন্দিচন চোৱা আৰু ভেৰিয়েবল ইনক্ৰিমেন্ত কৰা একেটা লাইনতে কৰা হয়
07:43 ইয়াক নিজে চেষ্টা কৰক
07:46 কিছু অধিক লুপ কৰাৰ গঠণ আছে ব্ৰেক, কন্তিনিউ, এক্সিত
07:53 আমি এইবোৰৰ বিষয়ে কিছু সংগত উদাহৰণ পাছৰ টিউট’ৰিয়েলচত চাম
07:58 আমাৰ ফাইলত হয়তো এটা একক আৰু মাল্টিলাইন কমেন্তচ থাকিব পাৰে
08:03 ইয়াত মন কৰিব যে একক লাইনৰ কমেন্তচ' ঘোষণা কৰা হয় এটা হাচ (#) চিহ্নৰে'
08:10 মাল্টিলাইন কমেন্তচ ঘোষণা কৰা হয় দুটা হাচ(##) চিহ্নৰ সহায়ত
08:16 এতিয়া, এই কমেন্তচ চোৱাৰ আৰু আউতপুতত প্ৰিন্ট কৰাৰ কোনো যুক্তি নাই
08:22 আমি হাচ(##) চিহ্নৰে আৰম্ভ হোৱা লাইনসমূহক এৰিব লাগিব । আমি ইয়াক কেনেকৈ কৰিম?
08:28 মনত পেলাওঁক 8000 তকৈ বেছি পোৱাক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিয়া কেচটোলৈ
08:36 আমি কমেন্তচ এৰিবলৈ একেটা উদাহৰণ ব্যৱ্হাৰ কৰিম
08:40 মই এই এক্সিকিউচনৰ বাবে ইয়াত দেখুৱা ধৰণে next.awk নামৰ ফাইল এটা বনালো
08:47 এতিয়া, এই কমান্দে কি বুজায়?
08:50 awkকেৰেত চিহ্ন হাচ চিহ্ন(^#) পেতাৰ্নৰ বাবে চাৰ্চ কৰিব, প্ৰতিটো লাইনৰ আৰম্ভণিত
08:57 যদি পেতাৰ্নটো পাই, next কীৱৰ্দে awk ক বৰ্তমান লাইনটো লগে লগে এৰিবলৈ কয়
09:04 তেতিয়া awk এ ফাইলটোত পাছৰ লাইনৰ পৰা প্ৰচেচ কৰিবলৈ আৰম্ভ কৰিব । ই প্ৰচেচ কৰা সময়ক ছেভ কৰিব
09:12 টাৰ্মিনেললৈ যাওঁক আৰু ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক আৰু এন্টাৰ টিপক
09:20 আমি কোনো কমেন্তচ অবিহনে আউতপুত পাওঁ
09:24 ধৰক, আমাৰ ষ্টুদেন্তৰ ৰেকৰ্দচ বহুতো ফাইলত একেটা ফৰ্মেতত আছে । ধৰক awkdemo_mod.txt আৰু awkdemo2.txt
09:37 চাওঁক, এইটো আমাৰ আগৰ ফাইলৰ সৈতে একে
09:41 ইয়াতো হাচ চিহ্নৰ সৈতে কমেন্তচ আছে
09:45 আৰু ইয়াৰ শেষত ডাঙৰ টেকস্ত আছে দুটা হাচ ## চিহ্নৰ সৈতে
09:50 গতিকে আমাৰ দেতা দুটা বেলেগ ফাইলত আছে । awk এ দুয়োটা ফাইল প্ৰচেচ কৰিব লাগিব সকলো ষ্টুদেন্তক এটা ইনক্ৰিমেন্ত দিবলৈ
09:59 প্ৰথম ফাইলটোত আমি এবাৰ দুটা হাচ(##) চিহ্ন পালে, awk এ সেই সম্পূৰ্ণ ফাইলটো প্ৰচেচ কৰা বন্ধ কৰিব লাগিব
10:06 তেতিয়া ই পাছৰ ফাইলৰ পৰা এক্সিকিউচন আৰম্ভ কৰিব লাগিব । ই প্ৰচেচ কৰা সময়ক ছেভ কৰিব
10:13 ইয়াত দেখুৱা ধৰণে next.awk ক ম’দিফাই কৰক
10:17 বিগিন ষ্টেতমেন্তৰ তলত মই যোগ কৰিলো ডলাৰ জিৰ’ তিলদে শ্লাচ কেৰেত চিহ্ন দাবল হেচ শ্লাচ বন্ধনীৰ ভিতৰত নেক্সতফাইল চেমিকলন
10:29 ই প্ৰতিটো লাইনৰ আৰম্ভণিত দুটা হেচ # চিহ্নৰ বাবে চাৰ্চ কৰিব
10:34 যদি পাই, awk এ বৰ্তমান ফাইলটো স্কিপ কৰিব পাছৰ ফাইলটো প্ৰচেচ কৰিবলৈ
10:39 ফাইলটো ছেভ কৰক
10:41 টাৰ্মিনেললৈ যাওঁক আৰু নিম্ন ধৰণে কমান্দটো লিখক । এন্টাৰ টিপক
10:48 চাওঁক, আমি দুয়োটা ফাইলৰ পৰা আউতপুত পাইছো
10:53 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
10:58 এই টিউট’ৰিয়েলটোত আমি শিকিলো awkwhile, do-while, for, next, nextfile ৰ বিষয়ে
11:06 এটা অনুশিলনী হিচাবে awkdemo2.txt ৰ ষ্টুদেন্তৰ ৰেকৰ্দচৰ বাবে, মাত্ৰ ইভেন ফিল্দচ প্ৰিন্ট কৰক যেনে ফিল্দ 2, ফিল্দ 4 ইত্যাদি, ইনপুত ফাইলটোত কিমান ফিল্দচ আছে সেই অনুসৰি
11:22 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:43 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? এই চাইতলৈ যাওঁক
11:49 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:01 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9