Linux-AWK/C2/Loops-in-awk/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ আৰু awk ত লুপচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত আমি শিকিম- awk ত while, do-while, for আৰু অধিক লুপ কৰাৰ গঠণৰ বিষয়ে |
00:16 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
00:32 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:36 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
00:43 | আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ সৈতে পৰিচিত হ’ব লাগিব |
00:50 | যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
00:56 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
01:06 | লুপ এটাই আমাক এটা বা অধিক একচনচ বাৰে বাৰে প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে |
01:12 | while, do-while আৰু for হৈছে awk ত উপলদ্ধ লুপচ |
01:18 | while লুপৰ গাঠণিটো ইয়াত চাব পাৰি |
01:22 | While লুপে প্ৰথমে চায় সূচীত কন্দিচনটো ট্ৰু হয় নে নহয় |
01:27 | যদি হয়, তেন্তে ই বদিৰ ভিতৰত ক’দটো এক্সিকিউত কৰে । এই লুপটো ৰিপিত হ’ব যেতিয়ালৈকে সূচীত while কন্দিচনটো ট্ৰু হয় |
01:37 | আমি একেটা awkdemo.txt ফাইল ব্যৱ্হাৰ কৰিম, যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো |
01:43 | মই ইতিমধ্যে while_loop.awk নামৰ স্ক্ৰিপ্ত এটা লিখিলো |
01:48 | একেটা ফাইল এই টিউট’ৰিয়েলৰ ক’দ ফাইলচ লিংকত উপলদ্ধ |
01:53 | ইয়াত আমি ফিল্দ চেপাৰেতৰ পাইপ চিহ্ন হিচাবে চেত কৰিছো |
01:58 | আচলতে, আমি লুপ ভেৰিয়েবল i ৰ ভেলুক 1 হিচাবে চেত কৰিব লাগিব |
02:04 | ইয়াত, আমি আৰু এটা ভেৰিয়েবল f লৈছো আৰু ইয়াক 1 লৈ ইনিচিয়েলাইজ কৰিছো |
02:10 | ভেৰিয়েবল f এ প্ৰতিটো ৰেকৰ্দৰ বাবে ফিল্দ কাউন্টাৰ বা ফিল্দচৰ প’জিচনক দৰ্শাই |
02:17 | এতিয়া, while কন্দিচনত, আমি চাওঁ i লেচ দেন বা ইকুৱেল তু 3 হয় নেকি |
02:23 | যদি হয়, তেন্তে ই fth ফিল্দৰ ভেলুক প্ৰিন্ট কৰিব, awkdemo.txt ফাইলত থকা সেই ৰেকৰ্দৰ বাবে |
02:31 | তেতিয়া আমি ফিল্দ কাউন্টাৰ f ক 1 ৰে বৰ্ধিত কৰিম |
02:36 | তাৰ পাছত, আমি লগতে লুপ ভেৰিয়েবল i ৰ ভেলুক 1 ৰে বৰ্ধিত কৰিম |
02:43 | এই printf হৈছে প্ৰতিটো ৰৌৰ শেষত এটা নিউলাইন কেৰেক্তাৰ প্ৰিন্ট কৰিবলৈ |
02:49 | এই লুপ এক্সিকিউত হ’ব awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দচৰ বাবে |
02:55 | যি বুজায় যে প্ৰথম তিনিটা ফিল্দ প্ৰিন্ট হ’ব প্ৰতিটো ৰেকৰ্দৰ বাবে |
03:00 | আহক এতিয়া এই ক’দক এক্সিকিউত কৰো |
03:03 | CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
03:09 | cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
03:16 | এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ while_loop.awk স্পেচ awkdemo.txt এন্টাৰ টিপক |
03:29 | লক্ষ্য কৰক যে আমি আউতপুতত সকলো ৰৌচৰ প্ৰথম তিনিটা ফিল্দ পাওঁ |
03:35 | আহক do-while লুপৰ লগতো একেটাই কৰো |
03:38 | do-while লুপৰ গাঠণিটো ইয়াত চাব পাৰি |
03:42 | do-while লুপে বদিৰ ভিতৰত ক’দটো সদায় এবাৰ এক্সিকিউত কৰে |
03:47 | পাছত ই সূচীত কৰা কন্দিচনটো চায় আৰু বদিৰ ভিতৰত ক’দটো ৰিপিত কৰে, যেতিয়ালৈকে সূচীত কৰা কন্দিচনটো ট্ৰু হয় |
03:56 | মই ইতিমধ্যে স্ক্ৰিপ্ত এটা লিখিলো আৰু ইয়াক do_loop.awk হিচাবে নাম দিলো । একেটা ফাইল ক’দ ফাইলচ লিংকত উপলদ্ধ |
04:06 | এই ক’দত, লুপৰ ভিতৰত এইবোৰ হৈছে ষ্টেতমেন্ত, যি প্ৰথমে এক্সিকিউত হ’ব । এইটো হৈছে চাবলগীয়া কন্দিচন |
04:15 | তাৰ পাছত, লুপৰ ভিতৰত থকা ষ্টেতমেন্তচ বাৰে বাৰে এক্সিকিউত হ’ব যেতিয়ালৈকে কন্দিচনটো ট্ৰু হয় |
04:23 | এই লুপে awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দৰ বাবে ইতিৰেত কৰিব । যি বুজায় যে প্ৰথম তিনিটা ফিল্দ প্ৰিন্ট হ’ব সকলো ৰেকৰ্দৰ বাবে |
04:33 | আহক টাৰ্মিনেললৈ যাওঁ । মই টাৰ্মিনেল খালি কৰো |
04:38 | এতিয়া লিখক: awk স্পেচ হাইফেন সৰু f স্পেচ দু আন্দাৰস্ক’ৰ লুপ দত awk স্পেচ awkdemo দত txt এন্টাৰ টিপক |
04:52 | আমি একেটা আউতপুত পাওঁ । তেন্তে কিয় আমাৰ দুয়োটা while আৰু do-while লুপচ আছে? |
04:58 | আহক পাৰ্থক্যক বুজো |
05:00 | while আন্দাৰস্ক’ৰ লুপ দত awk ফাইললৈ যাওঁক |
05:05 | এতিয়া, লুপ কাউন্টাৰ i ৰ ভেলুক 1 ৰ পৰা 4 লৈ সলাওঁক |
05:11 | ই সূচীত কৰা কন্দিচনক ফলচ কৰিব আৰম্ভণিৰ পৰা । গতিকে ই বুজায়, আমি কোনো আউতপুত পাব নালাগে |
05:19 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
05:22 | টাৰ্মিনেল খালি কৰক । এতিয়া while লুপ এক্সিকিউত কৰিবৰ বাবে কমান্দ নোপোৱালৈকে আপ এৰ’ কী টিপক |
05:30 | এতিয়া এন্টাৰ টিপক |
05:32 | চাওঁক, আমি কোনো আউতপুত পোৱা নাই খালি লাইনচৰ বাহিৰে |
05:37 | awkdemo.txt ফাইলত থকা প্ৰতিটো ৰেকৰ্দৰ বাবে, আউতপুতত খালি লাইনচ প্ৰিন্ট হৈছে |
05:44 | এতিয়া, আহক do লুপৰ ফাইলটোত কিছু পৰিবৰ্তন কৰো |
05:48 | do আন্দাৰস্ক’ৰ লুপ দত awk ফাইললৈ যাওঁক |
05:53 | i ৰ ভেলুক 1 ৰ পৰা 4 লৈ সলাওঁক |
05:57 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
06:01 | টাৰ্মিনেল খালি কৰক । এতিয়া do লুপৰ বাবে কমান্দ নোপোৱালৈকে আপ এৰ’ কী টিপক । এন্টাৰ টিপক |
06:10 | আউতপুতত, প্ৰতিটো ৰৌৰ বাবে মাত্ৰ প্ৰথম ফিল্দটো প্ৰিন্ট হৈছে । কাৰণটো কি? |
06:16 | প্ৰতিটো ৰৌৰ বাবে, awk এ প্ৰথমে প্ৰথম ফিল্দত থকা ভেলুটো প্ৰিন্ট কৰে, কাৰণ ভেৰিয়েবল f ৰ ভেলু 1 লৈ ইনিচিয়েলাইজ কৰা আছে । পাছত কন্দিচনটো চোৱা হয় |
06:28 | যিহেতু লুপ কাউন্টাৰ i ৰ ভেলু হৈছে 4, তেন্তে কন্দিচনটো ফলচ হয় । গতিকে, লুপটো তাতহে মাত্ৰ বন্ধ কৰা হৈছে, সেই ৰেকৰ্দৰ বাবে |
06:39 | এই লুপে awkdemo.txt ফাইলত থকা সকলো ৰেকৰ্দৰ বাবে ইতিৰেত কৰিব |
06:44 | যি বুজায় যে প্ৰতিটো ৰেকৰ্দৰ বাবে প্ৰথম ফিল্দটো প্ৰিন্ট হ’ব |
06:49 | আমি প্ৰতিটো ৰেকৰ্দৰ বাবে অতিকমেও এবাৰ আউতপুত পাইছো |
06:53 | do-while লুপ ব্যৱ্হাৰ কৰক, কাম এটাৰ বাবে যি অতিকমেও এবাৰ এক্সিকিউত হ’ব লাগে, যিকোনো অন্য কন্দিচনৰ বাবে |
07:01 | আমি একেটা for লুপৰ সৈতেওঁ কৰিব পাৰো |
07:05 | for লুপৰ গাঠণিটো ইয়াত চাব পাৰি |
07:09 | for ষ্টেতমেন্ত আৰম্ভ হয় ইনিচিয়েলাইজেচন এক্সিকিউত কৰি |
07:14 | তেতিয়া, যেতিয়ালৈকে কন্দিচনটো ট্ৰু হয়, ই ভিতৰত থকা ষ্টেতমেন্তচ বাৰে বাৰে এক্সিকিউত কৰে আৰু পাছত ইনক্ৰিমেন্ত কৰে |
07:23 | আপুনি C বা C++ ৰ দৰে প্ৰোগ্ৰামিং লেংগুৱেজ এটাৰ সৈতে পৰিচিত বুলি ধৰি, মই গাঠণিটো বিতংকৈ বৰ্ণনা নকৰো |
07:30 | এই কন্দিচনৰ বাবে for লুপটো দেখিবলৈ এনেকুৱা হয় |
07:35 | ইয়াত, ইনিচিয়েলাইজেচন, কন্দিচন চোৱা আৰু ভেৰিয়েবল ইনক্ৰিমেন্ত কৰা একেটা লাইনতে কৰা হয় |
07:43 | ইয়াক নিজে চেষ্টা কৰক |
07:46 | কিছু অধিক লুপ কৰাৰ গঠণ আছে ব্ৰেক, কন্তিনিউ, এক্সিত |
07:53 | আমি এইবোৰৰ বিষয়ে কিছু সংগত উদাহৰণ পাছৰ টিউট’ৰিয়েলচত চাম |
07:58 | আমাৰ ফাইলত হয়তো এটা একক আৰু মাল্টিলাইন কমেন্তচ থাকিব পাৰে |
08:03 | ইয়াত মন কৰিব যে একক লাইনৰ কমেন্তচ' ঘোষণা কৰা হয় এটা হাচ (#) চিহ্নৰে' |
08:10 | মাল্টিলাইন কমেন্তচ ঘোষণা কৰা হয় দুটা হাচ(##) চিহ্নৰ সহায়ত |
08:16 | এতিয়া, এই কমেন্তচ চোৱাৰ আৰু আউতপুতত প্ৰিন্ট কৰাৰ কোনো যুক্তি নাই |
08:22 | আমি হাচ(##) চিহ্নৰে আৰম্ভ হোৱা লাইনসমূহক এৰিব লাগিব । আমি ইয়াক কেনেকৈ কৰিম? |
08:28 | মনত পেলাওঁক 8000 তকৈ বেছি পোৱাক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিয়া কেচটোলৈ |
08:36 | আমি কমেন্তচ এৰিবলৈ একেটা উদাহৰণ ব্যৱ্হাৰ কৰিম |
08:40 | মই এই এক্সিকিউচনৰ বাবে ইয়াত দেখুৱা ধৰণে next.awk নামৰ ফাইল এটা বনালো |
08:47 | এতিয়া, এই কমান্দে কি বুজায়? |
08:50 | awk এ কেৰেত চিহ্ন হাচ চিহ্ন(^#) পেতাৰ্নৰ বাবে চাৰ্চ কৰিব, প্ৰতিটো লাইনৰ আৰম্ভণিত |
08:57 | যদি পেতাৰ্নটো পাই, next কীৱৰ্দে awk ক বৰ্তমান লাইনটো লগে লগে এৰিবলৈ কয় |
09:04 | তেতিয়া awk এ ফাইলটোত পাছৰ লাইনৰ পৰা প্ৰচেচ কৰিবলৈ আৰম্ভ কৰিব । ই প্ৰচেচ কৰা সময়ক ছেভ কৰিব |
09:12 | টাৰ্মিনেললৈ যাওঁক আৰু ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক আৰু এন্টাৰ টিপক |
09:20 | আমি কোনো কমেন্তচ অবিহনে আউতপুত পাওঁ |
09:24 | ধৰক, আমাৰ ষ্টুদেন্তৰ ৰেকৰ্দচ বহুতো ফাইলত একেটা ফৰ্মেতত আছে । ধৰক awkdemo_mod.txt আৰু awkdemo2.txt ত |
09:37 | চাওঁক, এইটো আমাৰ আগৰ ফাইলৰ সৈতে একে |
09:41 | ইয়াতো হাচ চিহ্নৰ সৈতে কমেন্তচ আছে |
09:45 | আৰু ইয়াৰ শেষত ডাঙৰ টেকস্ত আছে দুটা হাচ ## চিহ্নৰ সৈতে |
09:50 | গতিকে আমাৰ দেতা দুটা বেলেগ ফাইলত আছে । awk এ দুয়োটা ফাইল প্ৰচেচ কৰিব লাগিব সকলো ষ্টুদেন্তক এটা ইনক্ৰিমেন্ত দিবলৈ |
09:59 | প্ৰথম ফাইলটোত আমি এবাৰ দুটা হাচ(##) চিহ্ন পালে, awk এ সেই সম্পূৰ্ণ ফাইলটো প্ৰচেচ কৰা বন্ধ কৰিব লাগিব |
10:06 | তেতিয়া ই পাছৰ ফাইলৰ পৰা এক্সিকিউচন আৰম্ভ কৰিব লাগিব । ই প্ৰচেচ কৰা সময়ক ছেভ কৰিব |
10:13 | ইয়াত দেখুৱা ধৰণে next.awk ক ম’দিফাই কৰক |
10:17 | বিগিন ষ্টেতমেন্তৰ তলত মই যোগ কৰিলো ডলাৰ জিৰ’ তিলদে শ্লাচ কেৰেত চিহ্ন দাবল হেচ শ্লাচ বন্ধনীৰ ভিতৰত নেক্সতফাইল চেমিকলন |
10:29 | ই প্ৰতিটো লাইনৰ আৰম্ভণিত দুটা হেচ # চিহ্নৰ বাবে চাৰ্চ কৰিব |
10:34 | যদি পাই, awk এ বৰ্তমান ফাইলটো স্কিপ কৰিব পাছৰ ফাইলটো প্ৰচেচ কৰিবলৈ |
10:39 | ফাইলটো ছেভ কৰক |
10:41 | টাৰ্মিনেললৈ যাওঁক আৰু নিম্ন ধৰণে কমান্দটো লিখক । এন্টাৰ টিপক |
10:48 | চাওঁক, আমি দুয়োটা ফাইলৰ পৰা আউতপুত পাইছো |
10:53 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
10:58 | এই টিউট’ৰিয়েলটোত আমি শিকিলো awk ত while, do-while, for, next, nextfile ৰ বিষয়ে |
11:06 | এটা অনুশিলনী হিচাবে awkdemo2.txt ৰ ষ্টুদেন্তৰ ৰেকৰ্দচৰ বাবে, মাত্ৰ ইভেন ফিল্দচ প্ৰিন্ট কৰক যেনে ফিল্দ 2, ফিল্দ 4 ইত্যাদি, ইনপুত ফাইলটোত কিমান ফিল্দচ আছে সেই অনুসৰি |
11:22 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:43 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? এই চাইতলৈ যাওঁক |
11:49 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:01 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |