Linux-AWK/C2/Conditional-statements-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:25, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awkকন্দিচনেল ষ্টেতমেন্তচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি awkif, else, else if ৰ বিষয়ে শিকিম
00:15 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:32 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:36 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:43 আপুনি C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ সৈতে পৰিচিত হ’ব লাগিব
00:50 যদি নহয়, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:56 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:06 কন্দিচনেল ষ্টেতমেন্ত এটাই একচন এটা প্ৰদৰ্শন কৰাৰ আগতে আমাক নিৰ্দিষ্ট কন্দিচন এটা চাবলৈ অনুমতি দিয়ে
01:14 আহক শিকো awkif, else, else-if ৰ দৰে কন্দিচনেল ষ্টেতমেন্তসমূহে কেনেকৈ কাম কৰে
01:22 যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে, if-else ষ্টেতমেন্তৰ গাঠণিটো হৈছে:
01:28 if কন্দিচনেল-expression1 ট্ৰু হয় তেন্তে action1 প্ৰদৰ্শন কৰক
01:34 else if কন্দিচনেল-expression2 ট্ৰু হয় তেন্তে action 2 প্ৰদৰ্শন কৰক
01:41 ইয়াৰ পাছত কিছু সংখ্যক else if ষ্টেতমেন্তচ থাকিব পাৰে
01:46 শেষত, যদি সূচীত কৰা কোনো কন্দিচনেল expressions ট্ৰু নহয়, তেন্তে action n প্ৰদৰ্শন কৰক
01:54 else আৰু else-if অংশসমূহ অপচনেল হয় । আহক উদাহৰণ এটা চাওঁ
02:02 আমি একেটা awkdemo.txt ফাইল ব্যৱ্হাৰ কৰিম, যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো
02:10 ধৰক, আমি 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিব লাগে
02:19 আহক এই কন্দিচনৰ বাবে awk ফাইল এটা বনাওঁ
02:23 নিম্ন ক’দক দৰ্শিত ধৰণে টেকস্ত এদিতৰ এটাত লিখক আৰু ইয়াক cond dot awk হিচাবে ছেভ কৰক । মই ইতিমধ্যে ইয়াক কৰিলো
02:34 একেটা ফাইল লগতে ক’দ ফাইলচ লিংকত উপলদ্ধ
02:39 এই ক’দত, আমি আউতপুত ফিল্দ চেপাৰেতৰ ক’লন হিচাবে চেত কৰিছো
02:45 প্ৰথম প্ৰিন্ট ষ্টেতমেন্তে ফিল্দ হেদিংগচ প্ৰিন্ট কৰিব
02:50 পাছত, if ষ্টেতমেন্তে চাব যে 6th ফিল্দৰ মানটো 8000 তকৈ বেচি হয়নেকি
02:58 যদি হয়, দ্বিতীয় প্ৰিন্ট ষ্টেতমেন্ত এক্সিকিউত হ’ব
03:03 $6 into 1.5 ইয়াৰ ভিতৰত প্ৰিন্ট ষ্টেতমেন্তে 6th ফিল্দৰ মানটো 1.5% ৰে পূৰণ কৰিব
03:13 আহক এতিয়া ক’দটো এক্সিকিউত কৰো
03:16 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
03:22 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:29 এতিয়া লিখক: awk স্পেচ হাইফেন কেপিতেল F পাইপ চিহ্ন দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত স্পেচ হাইফেন সৰু f স্পেচ cond দত awk স্পেচ awkdemo দত txt এন্টাৰ টিপক
03:49 আউতপুতে মাত্ৰ এজন ষ্টুদেন্তৰ ৰেকৰ্দ দেখুৱাইছে বৰ্ধিত ষ্টাইপেন্দৰ সৈতে যোনে কন্দিচনটো ফুলফিল কৰিছে
03:57 এতিয়া, ধৰক নিয়মটো সলনি হ’ল: 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিব লাগে
04:07 অন্যথা 30% ইনক্ৰিমেন্ত দিব লাগে । আমি তাক কেনেকৈ কৰিব পাৰো?
04:13 আমি এটা else ব্লক যোগ কৰিব লাগিব
04:16 cond দত awk ফাইললৈ পুনৰ এবাৰ যাওঁক
04:21 আহক নিম্ন শাৰি ক’দক যোগ কৰো । শেষৰ কুটিল বন্ধনীৰ আগত এন্টাৰ টিপক
04:30 else এন্টাৰ টিপক
04:33 প্ৰিন্ট স্পেচ ডলাৰ 2 কমা ডলাৰ 6 কমা ডলাৰ 6 ইনতু 1.3
04:42 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
04:46 আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ কী টিপক আৰু এন্টাৰ টিপক
04:53 এতিয়া আউতপুতটো লক্ষ্য কৰক । Yojna চৌধুৰীয়ে আগতে 1000 পাইছিলে । এতিয়া তেওঁ 1300 পাইছে
05:04 আহক নিয়মক পুনৰ সলনি কৰো । 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক 50% ইনক্ৰিমেন্ত দিয়ক
05:13 4000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক 40% ইনক্ৰিমেন্ত দিয়ক । অন্যথা 30% ইনক্ৰিমেন্ত দিয়ক
05:23 ক’দটোলৈ যাওঁক । দৰ্শিত ধৰণে ক’দক আপদেত কৰক
05:29 ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক
05:33 মই টাৰ্মিনেল খালি কৰো
05:36 এতিয়া আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ কী টিপক আৰু এন্টাৰ টিপক
05:44 এইবাৰ, মন কৰক যে ষ্টুদেন্ত মিৰা নায়াৰে 40% ইনক্ৰিমেন্ত পাইছে
05:51 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি
05:54 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি awkif, else, else if ৰ দৰে কন্দিচনেল ষ্টেতমেন্তচৰ বিষয়ে শিকিলো
06:05 এটা অনুশিলনী হিচাবে নিয়মৰ অনুসৰি গ্ৰেদ দিয়ক: যদি মাৰ্ক বেছি বা সমান হয় 90ৰ, গ্ৰেদ হ’ব A
06:15 যদি মাৰ্ক বেছি বা সমান হয় 80ৰ কিন্তু 90তকৈ কম হয়, গ্ৰেদ হ’ব B
06:23 যদি মাৰ্ক বেছি বা সমান হয় 70ৰ কিন্তু 80তকৈ কম হয়, গ্ৰেদ হ’ব C
06:30 যদি মাৰ্ক বেছি বা সমান হয় 60ৰ কিন্তু 70তকৈ কম হয়, গ্ৰেদ হ’ব D । অন্যথা গ্ৰেদ হ’ব F
06:41 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:49 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
06:58 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:02 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
07:08 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:20 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9