Linux-AWK/C2/Conditional-statements-in-awk/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | নমস্কাৰ আৰু awk ত কন্দিচনেল ষ্টেতমেন্তচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত আমি awk ত if, else, else if ৰ বিষয়ে শিকিম |
00:15 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
00:32 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:36 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
00:43 | আপুনি C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ সৈতে পৰিচিত হ’ব লাগিব |
00:50 | যদি নহয়, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
00:56 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
01:06 | কন্দিচনেল ষ্টেতমেন্ত এটাই একচন এটা প্ৰদৰ্শন কৰাৰ আগতে আমাক নিৰ্দিষ্ট কন্দিচন এটা চাবলৈ অনুমতি দিয়ে |
01:14 | আহক শিকো awk ত if, else, else-if ৰ দৰে কন্দিচনেল ষ্টেতমেন্তসমূহে কেনেকৈ কাম কৰে |
01:22 | যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে, if-else ষ্টেতমেন্তৰ গাঠণিটো হৈছে: |
01:28 | if কন্দিচনেল-expression1 ট্ৰু হয় তেন্তে action1 প্ৰদৰ্শন কৰক |
01:34 | else if কন্দিচনেল-expression2 ট্ৰু হয় তেন্তে action 2 প্ৰদৰ্শন কৰক |
01:41 | ইয়াৰ পাছত কিছু সংখ্যক else if ষ্টেতমেন্তচ থাকিব পাৰে |
01:46 | শেষত, যদি সূচীত কৰা কোনো কন্দিচনেল expressions ট্ৰু নহয়, তেন্তে action n প্ৰদৰ্শন কৰক |
01:54 | else আৰু else-if অংশসমূহ অপচনেল হয় । আহক উদাহৰণ এটা চাওঁ |
02:02 | আমি একেটা awkdemo.txt ফাইল ব্যৱ্হাৰ কৰিম, যাক আমি আগতে ব্যৱ্হাৰ কৰিছিলো |
02:10 | ধৰক, আমি 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিব লাগে |
02:19 | আহক এই কন্দিচনৰ বাবে awk ফাইল এটা বনাওঁ |
02:23 | নিম্ন ক’দক দৰ্শিত ধৰণে টেকস্ত এদিতৰ এটাত লিখক আৰু ইয়াক cond dot awk হিচাবে ছেভ কৰক । মই ইতিমধ্যে ইয়াক কৰিলো |
02:34 | একেটা ফাইল লগতে ক’দ ফাইলচ লিংকত উপলদ্ধ |
02:39 | এই ক’দত, আমি আউতপুত ফিল্দ চেপাৰেতৰ ক’লন হিচাবে চেত কৰিছো |
02:45 | প্ৰথম প্ৰিন্ট ষ্টেতমেন্তে ফিল্দ হেদিংগচ প্ৰিন্ট কৰিব |
02:50 | পাছত, if ষ্টেতমেন্তে চাব যে 6th ফিল্দৰ মানটো 8000 তকৈ বেচি হয়নেকি |
02:58 | যদি হয়, দ্বিতীয় প্ৰিন্ট ষ্টেতমেন্ত এক্সিকিউত হ’ব |
03:03 | $6 into 1.5 ইয়াৰ ভিতৰত প্ৰিন্ট ষ্টেতমেন্তে 6th ফিল্দৰ মানটো 1.5% ৰে পূৰণ কৰিব |
03:13 | আহক এতিয়া ক’দটো এক্সিকিউত কৰো |
03:16 | CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
03:22 | cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
03:29 | এতিয়া লিখক: awk স্পেচ হাইফেন কেপিতেল F পাইপ চিহ্ন দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত স্পেচ হাইফেন সৰু f স্পেচ cond দত awk স্পেচ awkdemo দত txt এন্টাৰ টিপক |
03:49 | আউতপুতে মাত্ৰ এজন ষ্টুদেন্তৰ ৰেকৰ্দ দেখুৱাইছে বৰ্ধিত ষ্টাইপেন্দৰ সৈতে যোনে কন্দিচনটো ফুলফিল কৰিছে |
03:57 | এতিয়া, ধৰক নিয়মটো সলনি হ’ল: 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক ষ্টাইপেন্দত 50% ইনক্ৰিমেন্ত দিব লাগে |
04:07 | অন্যথা 30% ইনক্ৰিমেন্ত দিব লাগে । আমি তাক কেনেকৈ কৰিব পাৰো? |
04:13 | আমি এটা else ব্লক যোগ কৰিব লাগিব |
04:16 | cond দত awk ফাইললৈ পুনৰ এবাৰ যাওঁক |
04:21 | আহক নিম্ন শাৰি ক’দক যোগ কৰো । শেষৰ কুটিল বন্ধনীৰ আগত এন্টাৰ টিপক |
04:30 | else এন্টাৰ টিপক |
04:33 | প্ৰিন্ট স্পেচ ডলাৰ 2 কমা ডলাৰ 6 কমা ডলাৰ 6 ইনতু 1.3 |
04:42 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
04:46 | আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ কী টিপক আৰু এন্টাৰ টিপক |
04:53 | এতিয়া আউতপুতটো লক্ষ্য কৰক । Yojna চৌধুৰীয়ে আগতে 1000 পাইছিলে । এতিয়া তেওঁ 1300 পাইছে |
05:04 | আহক নিয়মক পুনৰ সলনি কৰো । 8000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক 50% ইনক্ৰিমেন্ত দিয়ক |
05:13 | 4000 টকাতকৈ অধিক পোৱা ষ্টুদেন্তক 40% ইনক্ৰিমেন্ত দিয়ক । অন্যথা 30% ইনক্ৰিমেন্ত দিয়ক |
05:23 | ক’দটোলৈ যাওঁক । দৰ্শিত ধৰণে ক’দক আপদেত কৰক |
05:29 | ফাইলটো ছেভ কৰক আৰু টাৰ্মিনেললৈ যাওঁক |
05:33 | মই টাৰ্মিনেল খালি কৰো |
05:36 | এতিয়া আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ কী টিপক আৰু এন্টাৰ টিপক |
05:44 | এইবাৰ, মন কৰক যে ষ্টুদেন্ত মিৰা নায়াৰে 40% ইনক্ৰিমেন্ত পাইছে |
05:51 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি |
05:54 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি awk ত if, else, else if ৰ দৰে কন্দিচনেল ষ্টেতমেন্তচৰ বিষয়ে শিকিলো |
06:05 | এটা অনুশিলনী হিচাবে নিয়মৰ অনুসৰি গ্ৰেদ দিয়ক: যদি মাৰ্ক বেছি বা সমান হয় 90ৰ, গ্ৰেদ হ’ব A |
06:15 | যদি মাৰ্ক বেছি বা সমান হয় 80ৰ কিন্তু 90তকৈ কম হয়, গ্ৰেদ হ’ব B |
06:23 | যদি মাৰ্ক বেছি বা সমান হয় 70ৰ কিন্তু 80তকৈ কম হয়, গ্ৰেদ হ’ব C |
06:30 | যদি মাৰ্ক বেছি বা সমান হয় 60ৰ কিন্তু 70তকৈ কম হয়, গ্ৰেদ হ’ব D । অন্যথা গ্ৰেদ হ’ব F |
06:41 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
06:49 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে |
06:58 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
07:02 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
07:08 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
07:20 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |