Linux-AWK/C2/Basics-of-Single-Dimensional-Array-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:31, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 awkবেচিকচ অফ চিংগল দাইমেনচনেল আৰেৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি awkআৰেৰ বিষয়ে শিকিম
00:12 আৰে এলিমেন্তচ এচাইন কৰিবলৈ
00:15 কেনেকৈ ই ভিন্ন হয় আৰেসমূহৰ পৰা অন্য প্ৰোগ্ৰামিং লেংগুৱেজত আৰু আৰে এটাৰ এলিমেন্তচ ৰেফাৰ কৰিবলৈ
00:23 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:26 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:38 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:42 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:49 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু জ্ঞান থাকিব লাগিব
00:56 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
01:02 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:11 awkআৰে এটা কি হয়? awk এ সংগত এলিমেন্তচ জমা কৰিবলৈ আৰেসমূহক সমৰ্থন কৰে
01:18 এলিমেন্তচ হ’ব পাৰে এটা নাম্বাৰ বা এটা ষ্ট্ৰিংগ
01:21 awkআৰেসমূহ আচ’চিয়েতিভ হয়
01:24 ই বুজায় যে প্ৰতিটো আৰে এলিমেন্ত এটা ইন্দেক্স-ভেলু পেয়াৰ হয়
01:29 অন্য প্ৰোগ্ৰামিং লেংগুৱেজত ই দেখিবলৈ আৰেসমূহৰ দৰে অতি একে হয়
01:33 কিন্তু তাত কিছু দৰকাৰী পাৰ্থক্য থাকে
01:36 প্ৰথমে, আমি আৰে এটাক ব্যৱ্হাৰ কৰাৰ আগতে দিক্লেয়াৰ কৰিব নালাগে
01:41 লগতে আৰেটোত কিমান এলিমেন্তচ থাকিব তাক সূচীত কৰিব নালাগে
01:47 প্ৰোগ্ৰামিং লেংগুৱেজত, আৰে ইন্দেক্স সাধাৰণতে এটা প’জিতিভ ইন্তিজাৰ হয়
01:52 ইন্দেক্স সদায় আৰম্ভ হয় 0 ৰ পৰা, পাছত 1, পাছত 2 এনেদৰেই যায়
01:58 কিন্তু awk ত, ইন্দেক্স যিকোনো হ’ব পাৰে – যিকোনো নাম্বাৰ বা এটা ষ্ট্ৰিংগ
02:03 এইটো হৈছে awkআৰে এলিমেন্ত এটা এচাইন কৰাৰ গাঠণি । আৰে নেম যিকোনো বৈধ ভেৰিয়েবল নাম হ’ব পাৰে
02:11 ইয়াত ইন্দেক্স এটা ইন্তিজাৰ বা এটা ষ্ট্ৰিংগ হ’ব পাৰে
02:16 ষ্ট্ৰিংগচ দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত লিখিব লাগিব, লাগিলে ই ইন্দেক্স নেম বা এটা ভেলু হওঁক
02:23 আহক ইয়াক এটা উদাহৰণৰ সৈতে বুজো
02:27 মই ইতিমধ্যে ক’দটো লিখিলো আৰু ইয়াক array_intro.awk হিচাবে ছেভ কৰিলো
02:34 এই ফাইল প্লেয়াৰৰ তলত ক’দ ফাইলচ লিংকত উপলদ্ধ । ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰক
02:41 ইয়াত মই সপ্তাহৰ দিনক এটা উদাহৰণ হিচাবে লৈছো আৰু ইয়াক BEGIN চেকচনৰ ভিতৰত লিখিছো
02:48 ইয়াত, আৰেৰ নামটো হৈছে দে
02:52 মই ইন্দেক্স 1 হিচাবে আৰু ভেলু চানদে হিচাবে চেত কৰিছো
02:57 এই আৰে এলিমেন্তত, মই ইন্দেক্স হিচাবে এটা ষ্ট্ৰিংগ ব্যৱ্হাৰ কৰিছো । গতিকে ইন্দেক্স ফাৰ্ষ্টৰ বাবে ভেলু হৈছে চানদে
03:06 সম্পূৰ্ণ আৰেটো এনেদৰেই গঠিত হৈছে
03:10 ইয়াত মন কৰিব, আৰে এলিমেন্তচ এটা ক্ৰমত নাই । মই দে ফ’ৰক দে থ্ৰিৰ আগতে ঘোষণা কৰিছো
03:18 awk ত আৰেচ, ইন্দেক্স এটা ক্ৰমৰ অৱস্থাত থাকিব নালাগে
03:23 এচ’চিয়েতিভ আৰেৰ এদভানতেজ হৈছে নতুন পেয়াৰচ যিকোনো সময়ত যোগ কৰিব পাৰি
03:29 মই আৰেত দে 6 যোগ কৰো
03:33 কাৰ্চৰ দাল অন্তিম শাৰীটোৰ শেষত থওঁক আৰু এন্টাৰ টিপক । পাছত নিম্নখিনি লিখক
03:42 ফাইলটো ছেভ কৰক
03:44 আমি আৰে ঘোষণা কৰিলো । কিন্তু কেনেকৈ আমি আৰে এলিমেন্তক ৰেফাৰ কৰিম?
03:49 আৰেনেম আৰু ইন্দেক্সক বৰ বন্ধনীৰ ভিতৰত লিখক এটা নিৰ্দিষ্ট ইন্দেক্সত এলিমেন্ত এটা ৰেফাৰ কৰিবলৈ । আহক ইয়াক চেষ্টা কৰো
03:58 পুনৰ এবাৰ ক’দলৈ যাওঁক
04:01 কাৰ্চৰ দাল বন্ধ কুটিল বন্ধনীৰ আগত থওঁক
04:05 এন্টাৰ টিপক আৰু লিখক প্ৰিন্ট স্পেচ দে বৰ বন্ধনীৰ মাজত 6
04:13 ক’দটো ছেভ কৰক
04:15 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
04:20 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
04:27 এতিয়া লিখক awk স্পেচ হাইফেন সৰু f স্পেচ array_intro.awk এন্টাৰ টিপক
04:38 চাওঁক, আমি ফ্ৰাইদে আউতপুত হিচাবে পাওঁ
04:42 পাছত আমি চাম এটা বিশেষ ইন্দেক্সত আৰে এটাত কোনো এলিমেন্ত অৱস্থিত নেকি
04:48 ইয়াৰ বাবে, আমি ইন অপাৰেতৰ ব্যৱ্হাৰ কৰিব লাগিব । মই ইয়াক এটা উদাহৰণৰ সৈতে বৰ্ণনা কৰিম
04:55 ক’দটোলৈ ঘূৰি যাওঁক এদিতৰ উইন্দ’ত
04:59 কাৰ্চৰ দাল প্ৰিন্ট ষ্টেতমেন্তৰ শেষত থওঁক আৰু এন্টাৰ টিপক । পাছত দৰ্শিত ধৰণে লিখক
05:09 ক’দটো ছেভ কৰক
05:11 এতিয়া মই দুটা if কন্দিচনচ যোগ কৰিলো
05:15 প্ৰথম if কন্দিচনে ইন্দেক্স তু দেত অৱস্থিত হয় নেকি চায়
05:21 যদি হয়, তেন্তে সংগত প্ৰিন্ট ষ্টেতমেন্ত এক্সিকিউত হ’ব
05:26 পাছত দ্বিতীয় কন্দিচনে ইন্দেক্স চেভেন দেত অৱস্থিত হয় নেকি চায় । ই প্ৰিন্ট ষ্টেতমেন্তক এক্সিকিউত কৰিব যদি ই ট্ৰু হয়
05:35 আমি দেখা দৰে, ইন্দেক্স তু আৰেত আছে আৰু চেভেন নাইকীয়া । আহক এই ফাইলটো এক্সিকিউত কৰো আউতপুতক প্ৰমাণ কৰিবলৈ
05:44 টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
05:51 এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
05:54 আমি আশা কৰা দৰে আউতপুতটো পাওঁ
05:57 আমি এতিয়া ক’দটোত কিছু অধিক সলনি কৰিম । ইয়াত দেখুৱা ধৰণে ক’দক আপদেত কৰক
06:04 দে কন্দিচনত 7 ৰ তলত, মই আৰু এটা কন্দিচন যোগ কৰিলো
06:09 ইন্দেক্স চেভেনৰ ভেলুটো নাল হয় নে নহয় চাব
06:14 যদি ট্ৰু হয়, ই প্ৰিন্ট কৰিব ইন্দেক্স 7 ইজ নত নাল
06:18 আমি ইতিমধ্যে জানো যে আমাৰ 7 ৰ সৈতে কোনো ইন্দেক্স নাই, গতিকে ই একো প্ৰিন্ট নকৰে
06:24 পাছত, আমি দেত কন্দিচন 7 ৰ প্ৰিন্ট ষ্টেতমেন্ত সলালো
06:30 ক’দটো ছেভ কৰক । আহক চাওঁ কি হয় যেতিয়া আমি ক’দটো এক্সিকিউত কৰো
06:35 টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
06:43 এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
06:46 আমি এটা আশা নকৰা আউতপুত পালো
06:49 ষ্টেতমেন্ত "ইন্দেক্স 7 ইজ প্ৰেজেন্ত আফতাৰ নাল কম্পাৰিজন" প্ৰিন্ট হৈছে । ই কেনেকৈ সম্ভৱ?
06:57 যেতিয়া আমি লিখো, day[7] নত ইকুৱেল তু নাল, আমি ইন্দেক্স 7এলিমেন্তটো এক্সেচ কৰিবলৈ চেষ্টা কৰিছো
07:04 এই এক্সেচে নিজে প্ৰথমে ইন্দেক্স 7 ত এলিমেন্ত এটা বনাব আৰু ইয়াক নাল ভেলুৰে ইনিচিয়েলাইজ কৰিব
07:12 পাছত, আমি চাবলৈ চেষ্টা কৰিছো যে ইন্দেক্স 7 ত প্ৰকৃততে কোনো এলিমেন্ত অৱস্থিত নেকি
07:18 যিহেতু নাল এলিমেন্ত ইতিমধ্যে নিৰ্মাণ হ’ল, আউতপুতে দেখুৱায় যে ইন্দেক্স 7 ইজ প্ৰেজেন্ত আফতাৰ নাল কম্পাৰিজন
07:26 গতিকে, ইয়াক মনত ৰাখিব । দে এত ইন্দেক্স 7 নত ইকুৱেল তু নাল হৈছে এলিমেন্ত এটাৰ অৱস্থিতি চাবলৈ এটা ভুল পথ
07:34 ইন্দেক্স 7 ত এটা নাল এলিমেন্ত বনাব
07:38 গতিকে, আমি ইন অপাৰেতৰ ব্যৱ্হাৰ কৰিব লাগিব
07:41 আৰেত কোনো অতিৰিক্ত এলিমেন্ত নবনাই । ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি
07:50 এই টিউট’ৰিয়েলটোত আমি শিকিলো awkআৰেৰ বিষয়ে
07:54 আৰে এলিমেন্তচ এচাইন কৰিবলৈ
07:56 কেনেকৈ ই ভিন্ন হয় আৰেসমূহৰ পৰা অন্য প্ৰোগ্ৰামিং লেংগুৱেজত
08:00 আৰে এটাৰ এলিমেন্তচ ৰেফাৰ কৰিবলৈ
08:03 এটা অনুশিলনী হিচাবে - এটা আৰে ফ্লাৱাৰ কালাৰ সূচীত কৰক
08:07 ইন্দেক্স হ’ব ফ্লাৱাৰচৰ নামবোৰ
08:10 মান হ’ব ফ্লাৱাৰচৰ সংগত কালাৰ
08:14 আপোনাৰ পচন্দৰ যিকোনো পাচটা ফ্লাৱাৰৰ বাবে এনত্ৰিচ ভৰাওঁক
08:18 চতুৰ্থ ফ্লাৱাৰৰ কালাৰটো প্ৰিন্ট কৰক । আৰেটোত “লতাচ” ফ্লাৱাৰটো আছে নেকি চাওঁক
08:25 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:33 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
08:42 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:46 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
08:50 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:01 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9