Linux-AWK/C2/Basics-of-Single-Dimensional-Array-in-awk/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | awk ত বেচিকচ অফ চিংগল দাইমেনচনেল আৰেৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত আমি awk ত আৰেৰ বিষয়ে শিকিম |
| 00:12 | আৰে এলিমেন্তচ এচাইন কৰিবলৈ |
| 00:15 | কেনেকৈ ই ভিন্ন হয় আৰেসমূহৰ পৰা অন্য প্ৰোগ্ৰামিং লেংগুৱেজত আৰু আৰে এটাৰ এলিমেন্তচ ৰেফাৰ কৰিবলৈ |
| 00:23 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
| 00:26 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
| 00:38 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:42 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি আমাৰ ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
| 00:49 | আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু জ্ঞান থাকিব লাগিব |
| 00:56 | যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
| 01:02 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
| 01:11 | awk ত আৰে এটা কি হয়? awk এ সংগত এলিমেন্তচ জমা কৰিবলৈ আৰেসমূহক সমৰ্থন কৰে |
| 01:18 | এলিমেন্তচ হ’ব পাৰে এটা নাম্বাৰ বা এটা ষ্ট্ৰিংগ |
| 01:21 | awk ত আৰেসমূহ আচ’চিয়েতিভ হয় |
| 01:24 | ই বুজায় যে প্ৰতিটো আৰে এলিমেন্ত এটা ইন্দেক্স-ভেলু পেয়াৰ হয় |
| 01:29 | অন্য প্ৰোগ্ৰামিং লেংগুৱেজত ই দেখিবলৈ আৰেসমূহৰ দৰে অতি একে হয় |
| 01:33 | কিন্তু তাত কিছু দৰকাৰী পাৰ্থক্য থাকে |
| 01:36 | প্ৰথমে, আমি আৰে এটাক ব্যৱ্হাৰ কৰাৰ আগতে দিক্লেয়াৰ কৰিব নালাগে |
| 01:41 | লগতে আৰেটোত কিমান এলিমেন্তচ থাকিব তাক সূচীত কৰিব নালাগে |
| 01:47 | প্ৰোগ্ৰামিং লেংগুৱেজত, আৰে ইন্দেক্স সাধাৰণতে এটা প’জিতিভ ইন্তিজাৰ হয় |
| 01:52 | ইন্দেক্স সদায় আৰম্ভ হয় 0 ৰ পৰা, পাছত 1, পাছত 2 এনেদৰেই যায় |
| 01:58 | কিন্তু awk ত, ইন্দেক্স যিকোনো হ’ব পাৰে – যিকোনো নাম্বাৰ বা এটা ষ্ট্ৰিংগ |
| 02:03 | এইটো হৈছে awk ত আৰে এলিমেন্ত এটা এচাইন কৰাৰ গাঠণি । আৰে নেম যিকোনো বৈধ ভেৰিয়েবল নাম হ’ব পাৰে |
| 02:11 | ইয়াত ইন্দেক্স এটা ইন্তিজাৰ বা এটা ষ্ট্ৰিংগ হ’ব পাৰে |
| 02:16 | ষ্ট্ৰিংগচ দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত লিখিব লাগিব, লাগিলে ই ইন্দেক্স নেম বা এটা ভেলু হওঁক |
| 02:23 | আহক ইয়াক এটা উদাহৰণৰ সৈতে বুজো |
| 02:27 | মই ইতিমধ্যে ক’দটো লিখিলো আৰু ইয়াক array_intro.awk হিচাবে ছেভ কৰিলো |
| 02:34 | এই ফাইল প্লেয়াৰৰ তলত ক’দ ফাইলচ লিংকত উপলদ্ধ । ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰক |
| 02:41 | ইয়াত মই সপ্তাহৰ দিনক এটা উদাহৰণ হিচাবে লৈছো আৰু ইয়াক BEGIN চেকচনৰ ভিতৰত লিখিছো |
| 02:48 | ইয়াত, আৰেৰ নামটো হৈছে দে |
| 02:52 | মই ইন্দেক্স 1 হিচাবে আৰু ভেলু চানদে হিচাবে চেত কৰিছো |
| 02:57 | এই আৰে এলিমেন্তত, মই ইন্দেক্স হিচাবে এটা ষ্ট্ৰিংগ ব্যৱ্হাৰ কৰিছো । গতিকে ইন্দেক্স ফাৰ্ষ্টৰ বাবে ভেলু হৈছে চানদে |
| 03:06 | সম্পূৰ্ণ আৰেটো এনেদৰেই গঠিত হৈছে |
| 03:10 | ইয়াত মন কৰিব, আৰে এলিমেন্তচ এটা ক্ৰমত নাই । মই দে ফ’ৰক দে থ্ৰিৰ আগতে ঘোষণা কৰিছো |
| 03:18 | awk ত আৰেচ, ইন্দেক্স এটা ক্ৰমৰ অৱস্থাত থাকিব নালাগে |
| 03:23 | এচ’চিয়েতিভ আৰেৰ এদভানতেজ হৈছে নতুন পেয়াৰচ যিকোনো সময়ত যোগ কৰিব পাৰি |
| 03:29 | মই আৰেত দে 6 যোগ কৰো |
| 03:33 | কাৰ্চৰ দাল অন্তিম শাৰীটোৰ শেষত থওঁক আৰু এন্টাৰ টিপক । পাছত নিম্নখিনি লিখক |
| 03:42 | ফাইলটো ছেভ কৰক |
| 03:44 | আমি আৰে ঘোষণা কৰিলো । কিন্তু কেনেকৈ আমি আৰে এলিমেন্তক ৰেফাৰ কৰিম? |
| 03:49 | আৰেনেম আৰু ইন্দেক্সক বৰ বন্ধনীৰ ভিতৰত লিখক এটা নিৰ্দিষ্ট ইন্দেক্সত এলিমেন্ত এটা ৰেফাৰ কৰিবলৈ । আহক ইয়াক চেষ্টা কৰো |
| 03:58 | পুনৰ এবাৰ ক’দলৈ যাওঁক |
| 04:01 | কাৰ্চৰ দাল বন্ধ কুটিল বন্ধনীৰ আগত থওঁক |
| 04:05 | এন্টাৰ টিপক আৰু লিখক প্ৰিন্ট স্পেচ দে বৰ বন্ধনীৰ মাজত 6 |
| 04:13 | ক’দটো ছেভ কৰক |
| 04:15 | CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
| 04:20 | cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
| 04:27 | এতিয়া লিখক awk স্পেচ হাইফেন সৰু f স্পেচ array_intro.awk এন্টাৰ টিপক |
| 04:38 | চাওঁক, আমি ফ্ৰাইদে আউতপুত হিচাবে পাওঁ |
| 04:42 | পাছত আমি চাম এটা বিশেষ ইন্দেক্সত আৰে এটাত কোনো এলিমেন্ত অৱস্থিত নেকি |
| 04:48 | ইয়াৰ বাবে, আমি ইন অপাৰেতৰ ব্যৱ্হাৰ কৰিব লাগিব । মই ইয়াক এটা উদাহৰণৰ সৈতে বৰ্ণনা কৰিম |
| 04:55 | ক’দটোলৈ ঘূৰি যাওঁক এদিতৰ উইন্দ’ত |
| 04:59 | কাৰ্চৰ দাল প্ৰিন্ট ষ্টেতমেন্তৰ শেষত থওঁক আৰু এন্টাৰ টিপক । পাছত দৰ্শিত ধৰণে লিখক |
| 05:09 | ক’দটো ছেভ কৰক |
| 05:11 | এতিয়া মই দুটা if কন্দিচনচ যোগ কৰিলো |
| 05:15 | প্ৰথম if কন্দিচনে ইন্দেক্স তু দেত অৱস্থিত হয় নেকি চায় |
| 05:21 | যদি হয়, তেন্তে সংগত প্ৰিন্ট ষ্টেতমেন্ত এক্সিকিউত হ’ব |
| 05:26 | পাছত দ্বিতীয় কন্দিচনে ইন্দেক্স চেভেন দেত অৱস্থিত হয় নেকি চায় । ই প্ৰিন্ট ষ্টেতমেন্তক এক্সিকিউত কৰিব যদি ই ট্ৰু হয় |
| 05:35 | আমি দেখা দৰে, ইন্দেক্স তু আৰেত আছে আৰু চেভেন নাইকীয়া । আহক এই ফাইলটো এক্সিকিউত কৰো আউতপুতক প্ৰমাণ কৰিবলৈ |
| 05:44 | টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক |
| 05:51 | এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক |
| 05:54 | আমি আশা কৰা দৰে আউতপুতটো পাওঁ |
| 05:57 | আমি এতিয়া ক’দটোত কিছু অধিক সলনি কৰিম । ইয়াত দেখুৱা ধৰণে ক’দক আপদেত কৰক |
| 06:04 | দে কন্দিচনত 7 ৰ তলত, মই আৰু এটা কন্দিচন যোগ কৰিলো |
| 06:09 | ই ইন্দেক্স চেভেনৰ ভেলুটো নাল হয় নে নহয় চাব |
| 06:14 | যদি ট্ৰু হয়, ই প্ৰিন্ট কৰিব ইন্দেক্স 7 ইজ নত নাল |
| 06:18 | আমি ইতিমধ্যে জানো যে আমাৰ 7 ৰ সৈতে কোনো ইন্দেক্স নাই, গতিকে ই একো প্ৰিন্ট নকৰে |
| 06:24 | পাছত, আমি দেত কন্দিচন 7 ৰ প্ৰিন্ট ষ্টেতমেন্ত সলালো |
| 06:30 | ক’দটো ছেভ কৰক । আহক চাওঁ কি হয় যেতিয়া আমি ক’দটো এক্সিকিউত কৰো |
| 06:35 | টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক |
| 06:43 | এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক |
| 06:46 | আমি এটা আশা নকৰা আউতপুত পালো |
| 06:49 | ষ্টেতমেন্ত "ইন্দেক্স 7 ইজ প্ৰেজেন্ত আফতাৰ নাল কম্পাৰিজন" প্ৰিন্ট হৈছে । ই কেনেকৈ সম্ভৱ? |
| 06:57 | যেতিয়া আমি লিখো, day[7] নত ইকুৱেল তু নাল, আমি ইন্দেক্স 7 ত এলিমেন্তটো এক্সেচ কৰিবলৈ চেষ্টা কৰিছো |
| 07:04 | এই এক্সেচে নিজে প্ৰথমে ইন্দেক্স 7 ত এলিমেন্ত এটা বনাব আৰু ইয়াক নাল ভেলুৰে ইনিচিয়েলাইজ কৰিব |
| 07:12 | পাছত, আমি চাবলৈ চেষ্টা কৰিছো যে ইন্দেক্স 7 ত প্ৰকৃততে কোনো এলিমেন্ত অৱস্থিত নেকি |
| 07:18 | যিহেতু নাল এলিমেন্ত ইতিমধ্যে নিৰ্মাণ হ’ল, আউতপুতে দেখুৱায় যে ইন্দেক্স 7 ইজ প্ৰেজেন্ত আফতাৰ নাল কম্পাৰিজন |
| 07:26 | গতিকে, ইয়াক মনত ৰাখিব । দে এত ইন্দেক্স 7 নত ইকুৱেল তু নাল হৈছে এলিমেন্ত এটাৰ অৱস্থিতি চাবলৈ এটা ভুল পথ |
| 07:34 | ই ইন্দেক্স 7 ত এটা নাল এলিমেন্ত বনাব |
| 07:38 | গতিকে, আমি ইন অপাৰেতৰ ব্যৱ্হাৰ কৰিব লাগিব |
| 07:41 | ই আৰেত কোনো অতিৰিক্ত এলিমেন্ত নবনাই । ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি |
| 07:50 | এই টিউট’ৰিয়েলটোত আমি শিকিলো awk ত আৰেৰ বিষয়ে |
| 07:54 | আৰে এলিমেন্তচ এচাইন কৰিবলৈ |
| 07:56 | কেনেকৈ ই ভিন্ন হয় আৰেসমূহৰ পৰা অন্য প্ৰোগ্ৰামিং লেংগুৱেজত |
| 08:00 | আৰে এটাৰ এলিমেন্তচ ৰেফাৰ কৰিবলৈ |
| 08:03 | এটা অনুশিলনী হিচাবে - এটা আৰে ফ্লাৱাৰ কালাৰ সূচীত কৰক |
| 08:07 | ইন্দেক্স হ’ব ফ্লাৱাৰচৰ নামবোৰ |
| 08:10 | মান হ’ব ফ্লাৱাৰচৰ সংগত কালাৰ |
| 08:14 | আপোনাৰ পচন্দৰ যিকোনো পাচটা ফ্লাৱাৰৰ বাবে এনত্ৰিচ ভৰাওঁক |
| 08:18 | চতুৰ্থ ফ্লাৱাৰৰ কালাৰটো প্ৰিন্ট কৰক । আৰেটোত “লতাচ” ফ্লাৱাৰটো আছে নেকি চাওঁক |
| 08:25 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 08:33 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে |
| 08:42 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 08:46 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 08:50 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 09:01 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |