LibreOffice-Suite-Math/C2/Matrices-Aligning-Equations/Assamese

From Script | Spoken-Tutorial
Revision as of 16:04, 5 July 2013 by Udaya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Time

Narration
00:00 LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:04 এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি ল’ম:
00:08 Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta আৰু pi
00:15 Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps ব্যৱহাৰ|
00:21 Math ব্যৱহাৰ কৰি কেনেকৈ Greek আখৰ লিখিব পাৰি|
00:26 এইয়া কৰিবলৈ প্ৰথমে সেই Writer ডুকুমেন্টটো খোলা যাওক যিটো আমি ইয়াৰ আগৰ টিউটৰিয়েলত প্ৰস্তুত কৰিছিলো, অৰ্থাত MathExample1.odt |
00:41 ধূসৰ বাকছটো য’ত আমি লিখা সূত্ৰবিলাক আছে তাত ডাবল ক্লিক কৰক|
00:47 ইয়ে Math Formula Editor আৰু Elements ৱিণ্ড’খন খোল খোৱাব|
00:54 Formula Editor-ৰ কাষটোত ক্লিক কৰক আৰু ইয়াক উপঙাই ৰাখিবলৈ সোঁফাললৈ টানি নি এৰি দিয়ক|
01:02 ইয়ে Writer-ৰ ৱিণ্ড’খন ডাঙৰ কৰি দিয়ে যাৰ বাবে দেখাত সুবিধাজনক হয়|
01:07 এতিয়া, Greek আখৰ, উদাহৰণ স্বৰূপে, alpha, beta, theta আৰু pi গাণিতীক সূত্ৰসমূহত সাধাৰণতে দেখিবলৈ পোৱা যায়|
01:16 পিছে এই আখৰবোৰ আমি Elements ৱিণ্ড’খনত দেখা নাপাও|
01:21 আমি সেইবোৰ শতাংশ চিনৰ পাছত ইংৰাজীত আখৰটোৰ নামটো ব্যৱহাৰ কৰি পোনপটীয়াকৈ লিখিব পাৰো|
01:30 উদাহৰণ স্বৰূপে, pi লিখিবলৈ, আমি Formula Editor-ত মাত্ৰ % pi টাইপ কৰিলেই হ’ল|
01:40 To write a lowercase character, type the name of the character in lowercase.
01:41 সৰু ফলাৰ আখৰ লিখিবলৈ আখৰটোৰ নাম সৰু ফলাত টাইপ কৰিলেই হ’ল|
01:47 উদাহৰণ স্বৰূপে, সৰু ফলা alpha লিখিবলৈ হ’লে, %alpha বা %beta টাইপ কৰিলেই হ’ল|
01:59 বৰ ফলাৰ আখৰ এটা লিখিবলৈ হ’লে আখৰটোৰ নাম বৰ ফলাত টাইপ কৰিলেই হ’ল|
02:06 উদাহৰণ স্বৰূপে, গামা শব্দটো বৰ ফলাত লিখিবলৈ হ’লে %GAMMA বা %THETA টাইপ কৰক|
02:17 Greek আখৰ লিখাৰ অইন এটা উপায় হৈছে Tools মেন্যুত থকা Catalog-ৰ ব্যৱহাৰ|
02:26 Symbol-ত থকা Greek চয়ন কৰক
02:31 আৰু তালিকাৰ পৰা Greek আখৰ এটাত ক্লিক কৰক|
02:35 alpha হিচাপে Greek আখৰটোৰ mark up প্ৰদৰ্শিত তালিকাখনত মন কৰক|
02:43 গতিকে, এই ধৰণে আমি এটা সূত্ৰত Greek আখৰ যোগে দিব পাৰো|
02:49 অইন Greek আখৰ বিলাকৰ mark up জানিবলৈ Symbols Catalog অনুসন্ধান কৰি চাওক|
02:56 এতিয়া আমাৰ সূত্ৰত কেনেকৈ Brackets ব্যৱহাৰ কৰিব লাগে তাক শিকো আহক|
03:02 Math does not know about order of operation in a formula.
03:01 Math-এ এটা সূত্ৰত কেনেকৈ অৰ্ডাৰ অফ অপাৰেশ্যন ব্যৱহাৰ কৰিব লাগে তাক নাজানে|
03:07 সেয়ে আমি অৰ্ডাৰ অফ অপাৰেশ্যন কথা কবলৈ Brackets ব্যৱহাৰ কৰিব লাগিব|
03:13 উদাহৰণ স্বৰূপে, ‘First add x and y, then divide 5 by the result’ বুলি কেনেকৈ লিখিম?
03:22 আমি টাইপ কৰিব পাৰো ‘ 5 over x + y ‘ |
03:28 এতিয়া, এইয়াই আমি প্ৰকৄততে লিখিব খুজিছিলো নে?
03:32 এতিয়া, প্ৰথমে আমি x আৰু y-ক যোগ কৰিব পাৰো, আৰু এই কাম আমি x আৰু y-ক ব্ৰেকেটৰ মাজত লিখি কৰিব পাৰো|
03:44 আৰু mark up টো দেখাত এনে হ’ব: ‘5 over x+y in curly brackets’
03:52 গতিকে ব্ৰেকেটৰ ব্যৱহাৰৰ দ্বাৰা সূত্ৰত অৰ্ডাৰ অফ অপাৰেশ্যন সঠিক ভাৱে নিৰূপন কৰিব
03:58 আহক আমি আমাৰ কাম উপৰত থকা File মেন্যুত থকা Save ব্যৱহাৰ কৰি ছেভ কৰো|
04:08 এতিয়া আমি Quadratic Equation এটা সমাধান কৰিবলৈ দৰকাৰী পদক্ষেপ সমূহ লিখি উলিয়াও আহক|
04:13 Control + Enter দবাই Writer ডকুমেন্টত আমি এটা নতুন পেজলৈ যাম|
04:21 আমি টাইপ কৰো আহক: ‘Solving a Quadratic Equation’
04:25 আৰু Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰো|
04:33 মই ইতিমধ্যে quadratic equation বিলাক টাইপ কৰিছো, গতিকে সময় বচাবলৈ মই সেইবিলাকক cut আৰু paste কৰিম|
04:42 গতিকে, আমি x squared - 7 x + 3 = 0 হৈছে আমি সমাধান কৰিব খোজা quadratic equation |
04:53 ইয়াক সমাধান কৰিবলৈ স্ক্ৰীণত দেখুওৱাৰ quadratic formula আমি ব্যৱহাৰ কৰিব পাৰো|
04:59 ইয়াত ‘a’ হৈছে সংখ্যাটোৰ x বৰ্গফলৰ সহগ, ‘b’ হৈছে x সংখ্যাৰ সহগ আৰু ‘c’ হৈছে ধ্ৰুৱক|
05:11 আমি সমীকৰণটো a-ৰ ঠাইত ১, b-ৰ ঠাইত -৭ আৰু c-ৰ ঠাইত ৩ ব্যৱহাৰ কৰি সমাধা কৰিব পাৰো|
05:23 গতিকে, প্ৰথমে আমি সমাধান কৰিব খোজা quadratic equation-টোৰ mark up-টো লিখি উলিওৱা যাওক|
05:30 প্ৰথমে আমি Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰিম|
05:39 Format Editor Window-ত, আমি mark up-টো এনেদৰে টাইপ কৰিম:
05:46 x squared minus 7 x যোগ 3 = 0
05:53 পঠনযোগ্যতা বঢ়াবলৈ খালী লাইন দিবলৈ দুদাল নতুন লাইন লিখা যাওক|
06:01 Enter দবাওক আৰু ‘Quadratic Formula’ টাইপ কৰক: Enter দবাওক
06:07 কঠিন সূত্ৰ এটা ইয়াৰ আটাইতকৈ ভিতৰত থকা উপাদান সমূহৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সূত্ৰটো ভাঙি পেলোৱাটো এটা ভাল অভ্যাস|
06:16 আৰু তাৰ পাছত আমি এই উপাদান সমূহ ব্যৱহাৰ কৰি আমাৰ কাম আগবঢ়াব পাৰো|
06:21 সেয়ে আমি প্ৰথমে আটাইতকৈ ভিতৰৰ square root function-টো লিখি উলিয়াম|
06:27 আৰু curly bracketsৰ মাজত mark up-টো হৈছে ‘square root of b squared - 4ac’ |
06:37 ইয়াৰ পাছত, উপৰৰ সমীকৰণটোত মাজু বন্ধনিৰ মাজত আমি ‘minus b plus or minus’ যোগ কৰিম|
06:48 আৰু এযোৰ মাজু বন্ধনি ব্যৱহাৰ কৰি আমি উপৰৰ বিন্যাসটো লব কৰি পেলাম|
06:57 বিন্যাসটোত ‘over 2a’ যোগ কৰক|
07:02 আৰু অৱশেষত ‘x equals’ আৰম্ভণিত যোগ দিয়ক
07:08 ‘equal to’ চিহ্নক আৱৰি দুটা দীঘল খালী ঠাইৰ হৈতে|
07:13 আৰু সেইটোৱেই হৈছে quadratic সূত্ৰ|
07:16 এই ধৰণে আমি জটিল সূত্ৰ এটা ভাঙি পেলাব পাৰো আৰু সিহঁতক এটা এটা অংশকৈ গঢ়িব পাৰো|
07:22 ইয়াৰ পিছত Formula Editor ৱিণ্ড’ খনত তলত দিয়া ধৰণে বাকী থকা পাঠ সমূহ যোগ দিও আহক|
07:29 এডাল নতুন ৰেখাৰ পাছত টাইপ কৰক ‘Where ‘a’ is the coefficient of the x squared term, b is the coefficient of the x term, c is the constant’ |
07:43 আৰু দুডাল নতুন ৰেখাৰ পাছত টাইপ কৰক: ‘We can solve the equation by substituting 1 for a, -7 for b, 3 for c’|
07:59 গতিকে প্ৰতিকল্প প্ৰতিষ্ঠাপনৰ পাছত স্ক্ৰীণত দেখুওৱাৰ দৰে mark up-টো দেখা যাব:
08:05 গতিকে আমি সমীকৰণ্টোত সংখ্যাবিলাকক বন্ধনি ব্যৱহাৰ কৰি সলনি কৰিলো|
08:12 ঠিক তেনে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
08:15 উপৰৰ quadratic equation সমীকৰণটো সমাধান কৰিবলৈ বাকী থকা পদক্ষেপ কেইটা সম্পূৰ্ণ কৰক|
08:20 দুয়ুটা ফল বেলেগে বেলেগে প্ৰদৰ্শন কৰক|
08:23 এলাইনমেন্ট আৰু স্পেচিং ব্যৱহাৰ কৰি পদক্ষেপ সমূহ ফৰমেট কৰক|
08:28 দীঘল খালী ঠাই আৰু নতুন ৰেখা যেতিয়াই প্ৰয়োজন হয় যোগ কৰক|
08:33 এই সূত্ৰটো লিখক: ’pi is similar or equal to 3.14159’
08:43 This brings us to the end of this tutorial on Greek Characters, Brackets and Equations in LibreOffice Math.
08:42 এইখিনিতে আমাৰ LibreOffice Math-ত Greek আখৰ, বন্ধনি আৰু সমীকৰণ বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে|
08:52 চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
08:56 Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta and pi
09:01 Using Brackets Writing Steps to solve a Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps-ৰ ব্যৱহাৰ|
09:07 Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ,
09:12 যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
09:19 This project is co-ordinated by http://spoken-tutorial.org.
09:20 এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org-এ
09:24 এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:29 এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া Ria DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|
09:38 অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Udaya