Difference between revisions of "LibreOffice-Suite-Math/C2/Matrices-Aligning-Equations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 | Time ||Narration |- |00:00 ||LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|…')
 
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|
+
|Time
Time
+
 
||Narration
 
||Narration
  
Line 10: Line 9:
 
|-
 
|-
 
|00:04
 
|00:04
||এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি ল’ম:
+
||এই টিউটৰিয়েলত আমি Matrix কেনেকৈ লিখিব লাগে তাক শিকিম
  
 
|-
 
|-
 
|00:08
 
|00:08
||Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta আৰু pi
+
||আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম|
  
 
|-
 
|-
|00:15
+
|00:12
||Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps ব্যৱহাৰ|
+
||এইটোৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে: MathExample1.odt.
  
 
|-
 
|-
|00:21
+
|00:25
||Math ব্যৱহাৰ কৰি কেনেকৈ Greek আখৰ লিখিব পাৰি|
+
||আপুনি তাত Math ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব|
  
 
|-
 
|-
|00:26
+
|00:30
||এইয়া কৰিবলৈ প্ৰথমে সেই Writer ডুকুমেন্টটো খোলা যাওক যিটো আমি ইয়াৰ আগৰ টিউটৰিয়েলত প্ৰস্তুত কৰিছিলো, অৰ্থাত MathExample1.odt  |  
+
||এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম|  
  
 
|-
 
|-
|00:41
+
|00:39
||ধূসৰ বাকছটো য’ত আমি লিখা সূত্ৰবিলাক আছে তাত ডাবল ক্লিক কৰক|
+
||Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক.
  
 
|-
 
|-
|00:47
+
|00:49
||ইয়ে Math Formula Editor আৰু Elements ৱিণ্ড’খন খোল খোৱাব|
+
||গণিতত এটা Matrix হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক elements বুলি কোৱা হয়|  
  
 
|-
 
|-
|00:54
+
|00:59
||Formula Editor-ৰ কাষটোত ক্লিক কৰক আৰু ইয়াক উপঙাই ৰাখিবলৈ সোঁফাললৈ টানি নি এৰি দিয়ক|  
+
||Math-ৰ Matrix  আৰু element বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ mark up আছে|
  
 
|-
 
|-
|01:02
+
|01:08
||ইয়ে Writer-ৰ ৱিণ্ড’খন ডাঙৰ কৰি দিয়ে যাৰ বাবে দেখাত সুবিধাজনক হয়|  
+
||মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে, গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম|  
  
 
|-
 
|-
|01:07
+
|01:24
||এতিয়া, Greek আখৰ, উদাহৰণ স্বৰূপে, alpha, beta, theta আৰু pi গাণিতীক সূত্ৰসমূহত সাধাৰণতে দেখিবলৈ পোৱা যায়|
+
||এই matrix-টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে|
  
 
|-
 
|-
|01:16
+
|01:29
||পিছে এই আখৰবোৰ আমি Elements ৱিণ্ড’খনত দেখা নাপাও|
+
||আমি Formula Editor ৱিণ্ড’ত Matrix’ markup ব্যৱহাৰ কৰিম আৰু তাত element বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম|
 
+
|-
+
|01:21
+
||আমি সেইবোৰ শতাংশ চিনৰ পাছত ইংৰাজীত আখৰটোৰ নামটো ব্যৱহাৰ কৰি পোনপটীয়াকৈ লিখিব পাৰো|
+
 
+
|-
+
|01:30
+
||উদাহৰণ স্বৰূপে, pi লিখিবলৈ, আমি Formula Editor-ত মাত্ৰ % pi  টাইপ কৰিলেই হ’ল|  
+
  
 
|-
 
|-
 
|01:40
 
|01:40
||To write a lowercase character, type the name of the character in lowercase.
+
||মন কৰক যে এটা শাৰীত থকা elements বিলাক এতিয়া এটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|
  
 
|-
 
|-
|01:41
+
|01:48
||সৰু ফলাৰ আখৰ লিখিবলৈ আখৰটোৰ নাম সৰু ফলাত টাইপ কৰিলেই হ’ল|  
+
||আৰু শাৰীবিলাক দুটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|  
  
 
|-
 
|-
|01:47
+
|01:55
||উদাহৰণ স্বৰূপে, সৰু ফলা alpha লিখিবলৈ হ’লে, %alpha বা %beta টাইপ কৰিলেই হ’ল|
+
||ব্ৰেকেটৰ ভিতৰত থকা matrix-টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক|
  
 
|-
 
|-
|01:59
+
|02:01
||বৰ ফলাৰ আখৰ এটা লিখিবলৈ হ’লে আখৰটোৰ নাম বৰ ফলাত টাইপ কৰিলেই হ’ল|  
+
||এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix-টোৰ সকলোবিলাক element পূৰাকৈ আৱৰি ধৰিব নোৱাৰে|  
  
 
|-
 
|-
|02:06
+
|02:12
||উদাহৰণ স্বৰূপে, গামা শব্দটো বৰ ফলাত লিখিবলৈ হ’লে %GAMMA বা %THETA টাইপ কৰক|
+
||সেইবিলাক প্ৰতিটো element-ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix-ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি|  
  
 
|-
 
|-
|02:17
+
|02:22
||Greek আখৰ লিখাৰ অইন এটা উপায় হৈছে Tools মেন্যুত থকা Catalog-ৰ ব্যৱহাৰ|  
+
||এইটো সমাধান কৰিবলৈ আমি ‘Left’ আৰু ‘Right’ শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো|
  
 
|-
 
|-
|02:26
+
|02:28
||Symbol-ত  থকা Greek চয়ন কৰক
+
||অৰ্থাত, ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে Left আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত Right দিব লাগিব|
  
 
|-
 
|-
|02:31
+
|02:41
||আৰু তালিকাৰ পৰা Greek আখৰ এটাত ক্লিক কৰক|  
+
||ইয়াৰ পিছৰ উদাহৰণটো মই copy আৰু paste কৰি লও|
  
 
|-
 
|-
|02:35
+
|02:46
||alpha হিচাপে Greek আখৰটোৰ mark up প্ৰদৰ্শিত তালিকাখনত মন কৰক|  
+
||গতিকে, 4 by 1 matrix এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|  
  
 
|-
 
|-
|02:43
+
|02:52
||গতিকে, এই ধৰণে আমি এটা সূত্ৰত Greek আখৰ যোগে দিব পাৰো|
+
||Writer-ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক|  
  
 
|-
 
|-
|02:49
+
|02:57
||অইন Greek আখৰ বিলাকৰ mark up জানিবলৈ Symbols Catalog অনুসন্ধান কৰি চাওক|
+
||মেত্ৰিক্সটোৰ বাবে markup টো স্ক্ৰীণত দেখুওৱা ধৰণৰ|
  
 
|-
 
|-
|02:56
+
|03:03
||এতিয়া আমাৰ সূত্ৰত কেনেকৈ Brackets ব্যৱহাৰ কৰিব লাগে তাক শিকো আহক|
+
||ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো|  
  
 
|-
 
|-
|03:02
+
|03:09
||Math does not know about order of operation in a formula.
+
||মেত্ৰিক্স mark up ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো|
  
 
|-
 
|-
|03:01
+
|03:17
||Math-এ এটা সূত্ৰত কেনেকৈ অৰ্ডাৰ অফ অপাৰেশ্যন ব্যৱহাৰ কৰিব লাগে তাক নাজানে|
+
||এতিয়া আহক আমি Matrix যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও|  
  
 
|-
 
|-
|03:07
+
|03:23
||সেয়ে আমি অৰ্ডাৰ অফ অপাৰেশ্যন কথা কবলৈ Brackets ব্যৱহাৰ কৰিব লাগিব|
+
||Formula Editor ৱিণ্ড’ খনত আমি এডাল নতুন ৰেখালৈ যাও আহক|  
  
 
|-
 
|-
|03:13
+
|03:28
||উদাহৰণ স্বৰূপে, ‘First add x and y, then divide 5 by the result’ বুলি কেনেকৈ লিখিম?
+
||আমি Enter কি-টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো|
  
 
|-
 
|-
|03:22
+
|03:36
||আমি টাইপ কৰিব পাৰো ‘ 5 over x + y ‘ |
+
||প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 by 3 –ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক|
  
 
|-
 
|-
|03:28
+
|03:46
||এতিয়া, এইয়াই আমি প্ৰকৄততে লিখিব খুজিছিলো নে?
+
||ইয়াৰ পাছত, যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক|
  
 
|-
 
|-
|03:32
+
|03:54
||এতিয়া, প্ৰথমে আমি x আৰু y-ক যোগ কৰিব পাৰো, আৰু এই কাম আমি x আৰু y-ক ব্ৰেকেটৰ মাজত লিখি কৰিব পাৰো|  
+
||এইটো কৰিবলৈ আমি মাত্ৰ Writer-ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হ’ল|  
  
 
|-
 
|-
|03:44
+
|04:03
||আৰু mark up টো দেখাত এনে হ’ব: ‘5 over x+y in curly brackets’
+
||মন কৰক যে Formula Editor Window-খনত দুয়ুটা matrix mark ups-ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে
  
 
|-
 
|-
|03:52
+
|04:12
||গতিকে ব্ৰেকেটৰ ব্যৱহাৰৰ দ্বাৰা সূত্ৰত অৰ্ডাৰ অফ অপাৰেশ্যন সঠিক ভাৱে নিৰূপন কৰিব
+
||এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক|
  
 
|-
 
|-
|03:58
+
|04:17
||আহক আমি আমাৰ কাম উপৰত থকা File মেন্যুত থকা Save ব্যৱহাৰ কৰি ছেভ কৰো|
+
||গতিকে, সেইয়া হৈছে যোগ চিহ্ন|  
  
 
|-
 
|-
|04:08
+
|04:20
||এতিয়া আমি Quadratic Equation এটা সমাধান কৰিবলৈ দৰকাৰী পদক্ষেপ সমূহ লিখি উলিয়াও আহক|  
+
||ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক|  
  
 
|-
 
|-
|04:13
+
|04:28
||Control + Enter দবাই Writer ডকুমেন্টত আমি এটা নতুন পেজলৈ যাম|  
+
||আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব|  
  
 
|-
 
|-
|04:21
+
|04:35
||আমি টাইপ কৰো আহক: ‘Solving a Quadratic Equation’
+
||মন কৰক যে আমি আমাৰ উদাহৰণত Greek আখৰ ব্যৱহাৰ কৰিছোঁ|
  
 
|-
 
|-
|04:25
+
|04:42
||আৰু Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰো|
+
||গতিকে, দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল|
  
 
|-
 
|-
|04:33
+
|04:47
||মই ইতিমধ্যে quadratic equation বিলাক টাইপ কৰিছো, গতিকে সময় বচাবলৈ মই সেইবিলাকক cut আৰু paste কৰিম|
+
||আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো|
  
 
|-
 
|-
|04:42
+
|04:50
||গতিকে, আমি x squared - 7 x + 3 = 0 হৈছে আমি সমাধান কৰিব খোজা quadratic equation |
+
||ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক|  
  
 
|-
 
|-
|04:53
+
|04:58
||ইয়াক সমাধান কৰিবলৈ স্ক্ৰীণত দেখুওৱাৰ quadratic formula আমি ব্যৱহাৰ কৰিব পাৰো|  
+
||আমি এটা 2 by 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম|
  
 
|-
 
|-
|04:59
+
|05:04
||ইয়াত ‘a’ হৈছে সংখ্যাটোৰ x বৰ্গফলৰ সহগ, ‘b’ হৈছে x সংখ্যাৰ সহগ আৰু ‘c’ হৈছে ধ্ৰুৱক|  
+
||আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত ‘4 times’ লিখিম|
  
 
|-
 
|-
|05:11
+
|05:10
||আমি সমীকৰণটো a-ৰ ঠাইত ১, b-ৰ ঠাইত -৭ আৰু c-ৰ ঠাইত ৩ ব্যৱহাৰ কৰি সমাধা কৰিব পাৰো|  
+
||এতিয়া মই FEW-ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম|  
  
 
|-
 
|-
|05:23
+
|05:17
||গতিকে, প্ৰথমে আমি সমাধান কৰিব খোজা quadratic equation-টোৰ  mark up-টো লিখি উলিওৱা যাওক|
+
||শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ‘equal to’ চিহ্নটো লিখো আহক
  
 
|-
 
|-
|05:30
+
|05:24
||প্ৰথমে আমি Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰিম|
+
||মেত্ৰিক্স উত্পাদকটোৰ পিছত, মই মেত্ৰিক্স উত্পাদকটোৰ বাবে mark up-টো কপি আৰু পেইষ্ট কৰিছো|
  
 
|-
 
|-
|05:39
+
|05:33
||Format Editor Window-ত, আমি mark up-টো এনেদৰে টাইপ কৰিম:
+
||গতিকে সেইটোৱেই হৈছে এটা 2 by 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল|
  
 
|-
 
|-
|05:46
+
|05:40
||x squared minus 7 x যোগ 3 = 0
+
||এতিয়া আমি মেত্ৰিক্সবিলাকক ফ’ন্ট, ফ’ন্টৰ আকাৰ, এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো|
  
 
|-
 
|-
|05:53
+
|05:51
||পঠনযোগ্যতা বঢ়াবলৈ খালী লাইন দিবলৈ দুদাল নতুন লাইন লিখা যাওক|  
+
||উদাহৰণ হিছাপে, স্পেচিং বাছি লোৱা যাওক|
  
 
|-
 
|-
|06:01
+
|05:55
||Enter দবাওক আৰু ‘Quadratic Formula’ টাইপ কৰক: Enter দবাওক
+
||সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি Matrices বাছি লও আহক|
  
 
|-
 
|-
|06:07
+
|06:02
||কঠিন সূত্ৰ এটা ইয়াৰ আটাইতকৈ ভিতৰত থকা উপাদান সমূহৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সূত্ৰটো ভাঙি পেলোৱাটো এটা ভাল অভ্যাস|
+
||আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক| OK ক্লিক কৰক|
  
 
|-
 
|-
|06:16
+
|06:17
||আৰু তাৰ পাছত আমি এই উপাদান সমূহ ব্যৱহাৰ কৰি আমাৰ কাম আগবঢ়াব পাৰো|  
+
||মেত্ৰিক্সবিলাক আৰু সিহঁতৰ elements বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক|  
  
 
|-
 
|-
|06:21
+
|06:23
||সেয়ে আমি প্ৰথমে আটাইতকৈ ভিতৰৰ square root function-টো লিখি উলিয়াম|
+
||File আৰু তাৰ পাছত Save-ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক|
  
 
|-
 
|-
|06:27
+
|06:29
||আৰু curly bracketsৰ মাজত  mark up-টো হৈছে ‘square root of b squared - 4ac’ |
+
||এতিয়া, আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো|.
  
 
|-
 
|-
 
|06:37
 
|06:37
||ইয়াৰ পাছত, উপৰৰ সমীকৰণটোত মাজু বন্ধনিৰ মাজত আমি ‘minus b plus or minus’ যোগ কৰিম|
+
||উদাহৰণ স্বৰূপে, আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ‘equal to’ চিহ্নৰ সৈতে এলাইন কৰিব পাৰো|
  
 
|-
 
|-
|06:48
+
|06:46
||আৰু এযোৰ মাজু বন্ধনি ব্যৱহাৰ কৰি আমি উপৰৰ বিন্যাসটো লব কৰি পেলাম|  
+
||এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো|
  
 
|-
 
|-
|06:57
+
|06:52
||বিন্যাসটোত  ‘over 2a’ যোগ কৰক|
+
||মন কৰক যে সিহঁত ‘equal to’ চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই|
  
 
|-
 
|-
|07:02
+
|06:58
||আৰু অৱশেষত ‘x equals’ আৰম্ভণিত যোগ দিয়ক
+
||গতিকে, আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ matrix mark ব্যৱহাৰ কৰিব পাৰো|
  
 
|-
 
|-
|07:08
+
|07:03
||‘equal to’ চিহ্নক আৱৰি দুটা দীঘল খালী ঠাইৰ হৈতে|  
+
||আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ element হিছাপে গন্য কৰিব পাৰো|  
  
 
|-
 
|-
|07:13
+
|07:10
||আৰু সেইটোৱেই হৈছে quadratic সূত্ৰ|
+
||ইয়াত 2x এটা ভাগ, y এটা ভাগ, ‘equal to’ চিনটো এটা ভাগ, ইত্যাদি|  
  
 
|-
 
|-
|07:16
+
|07:20
||এই ধৰণে আমি জটিল সূত্ৰ এটা ভাঙি পেলাব পাৰো আৰু সিহঁতক এটা এটা অংশকৈ গঢ়িব পাৰো|  
+
||এন্টাৰ দুবাৰ দবাওক|  Mark up-টো কপি আৰু পেইষ্ট কৰক|  
  
 
|-
 
|-
|07:22
+
|07:26
||ইয়াৰ পিছত Formula Editor ৱিণ্ড’ খনত তলত দিয়া ধৰণে বাকী থকা পাঠ সমূহ যোগ দিও আহক|  
+
||আৰু এনেকৈ নতুন mark up-টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
  
 
|-
 
|-
|07:29
+
|07:31
||এডাল নতুন ৰেখাৰ পাছত টাইপ কৰক ‘Where ‘a’ is the coefficient of the x squared term, b is the coefficient of the x term, c is the constant’ |
+
||ইয়াত আমি matrix mark up ব্যৱহাৰ কৰিছো, সমীকৰণৰ প্ৰতিটো অংশক এটা element হিছাপে গণ্য কৰিছো আৰু সিহঁতক # চিহ্নৰ দ্বাৰা পৄথক কৰিছো|  
  
 
|-
 
|-
 
|07:43
 
|07:43
||আৰু দুডাল নতুন ৰেখাৰ পাছত টাইপ কৰক: ‘We can solve the equation by substituting 1 for a, -7 for b, 3 for c’|
+
||আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো|
  
 
|-
 
|-
|07:59
+
|07:50
||গতিকে প্ৰতিকল্প প্ৰতিষ্ঠাপনৰ পাছত স্ক্ৰীণত দেখুওৱাৰ দৰে mark up-টো দেখা যাব:
+
||গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
  
 
|-
 
|-
|08:05
+
|07:56
||গতিকে আমি সমীকৰণ্টোত সংখ্যাবিলাকক বন্ধনি ব্যৱহাৰ কৰি সলনি কৰিলো|
+
||আহক আমি অইন এযোৰ সমীকৰণ লিখো|  
  
 
|-
 
|-
|08:12
+
|07:59
||ঠিক তেনে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
+
||ধৰা হওক, ’equal to’ চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই|
  
 
|-
 
|-
|08:15
+
|08:09
||উপৰৰ quadratic equation সমীকৰণটো সমাধান কৰিবলৈ বাকী থকা পদক্ষেপ কেইটা সম্পূৰ্ণ কৰক|
+
||স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ‘equal to’ চিনৰ লগত এলাইন হৈ থকা নাই|
  
 
|-
 
|-
|08:20
+
|08:16
||দুয়ুটা ফল বেলেগে বেলেগে প্ৰদৰ্শন কৰক|
+
||সিহঁতক এলাইন কৰিবলৈ mark up-টো পুনৰ লিখি উলিয়াও আহক| এন্টাৰ কি-টো দুবাৰ দবাওক| মই mark up-টো কপি আৰু পেইষ্ট কৰিছো|
  
 
|-
 
|-
|08:23
+
|08:25
||এলাইনমেন্ট আৰু স্পেচিং ব্যৱহাৰ কৰি পদক্ষেপ সমূহ ফৰমেট কৰক|  
+
||গতিকে ইয়াত আমি ‘equal to’ চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে align r আৰু align l ব্যৱহাৰ কৰিছো|  
  
 
|-
 
|-
|08:28
+
|08:36
||দীঘল খালী ঠাই আৰু নতুন ৰেখা যেতিয়াই প্ৰয়োজন হয় যোগ কৰক|  
+
||আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
  
 
|-
 
|-
|08:33
+
|08:41
||এই সূত্ৰটো লিখক: ’pi is similar or equal to 3.14159’
+
||তেতিয়া হলে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
  
 
|-
 
|-
 
|08:43
 
|08:43
||This brings us to the end of this tutorial on Greek Characters, Brackets and Equations in LibreOffice Math.
+
||2x3 matrix-ক 3x1 matrix-ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক| ফৰমেটিং ব্যৱহাৰ কৰি ফ’ন্ট, আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক|
 
+
|-
+
|08:42
+
||এইখিনিতে আমাৰ LibreOffice Math-ত Greek আখৰ, বন্ধনি আৰু সমীকৰণ বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে| 
+
 
+
|-
+
|08:52
+
||চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
+
  
 
|-
 
|-
 
|08:56
 
|08:56
||Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta and pi
+
||তিনিযোৰা সমীকৰণ লিখি উলিয়াওক| ‘equal to’ চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক|
  
 
|-
 
|-
|09:01
+
|09:04
||Using Brackets Writing Steps to solve a Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps-ৰ ব্যৱহাৰ|
+
||এইখিনিতে আমাৰ LibreOffice Math-ত Matrix আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে|
  
 
|-
 
|-
|09:07
+
|09:11
||Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ,
+
||চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
  
 
|-
 
|-
|09:12
+
|09:15
||যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
+
||এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা|
 
+
|-
+
|09:19
+
||This project is co-ordinated by http://spoken-tutorial.org.
+
  
 
|-
 
|-
 
|09:20
 
|09:20
||এই প্ৰকল্পত সহযোগ কৰিছে  http://spoken-tutorial.org-এ
+
||Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
  
 
|-
 
|-
|09:24
+
|09:32
||এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
+
||এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org.
  
 
|-
 
|-
|09:29
+
|09:37
||এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া Ria DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|
+
||এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ  http://spoken-tutorial.org/NMEICT-Intro.
  
 
|-
 
|-
|09:38
+
|09:40
||অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|
+
||এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|
 
+
 
|-
 
|-
 
|}
 
|}

Latest revision as of 11:57, 1 October 2014

Time Narration
00:00 LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:04 এই টিউটৰিয়েলত আমি Matrix কেনেকৈ লিখিব লাগে তাক শিকিম
00:08 আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম|
00:12 এইটোৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে: MathExample1.odt.
00:25 আপুনি তাত Math ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব|
00:30 এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম|
00:39 Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক.
00:49 গণিতত এটা Matrix হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক elements বুলি কোৱা হয়|
00:59 Math-ৰ Matrix আৰু element বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ mark up আছে|
01:08 মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে, গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম|
01:24 এই matrix-টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে|
01:29 আমি Formula Editor ৱিণ্ড’ত Matrix’ markup ব্যৱহাৰ কৰিম আৰু তাত element বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম|
01:40 মন কৰক যে এটা শাৰীত থকা elements বিলাক এতিয়া এটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|
01:48 আৰু শাৰীবিলাক দুটা hash চিহ্নৰ দ্বাৰা পৄথক হৈছে|
01:55 ব্ৰেকেটৰ ভিতৰত থকা matrix-টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক|
02:01 এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix-টোৰ সকলোবিলাক element পূৰাকৈ আৱৰি ধৰিব নোৱাৰে|
02:12 সেইবিলাক প্ৰতিটো element-ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix-ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি|
02:22 এইটো সমাধান কৰিবলৈ আমি ‘Left’ আৰু ‘Right’ শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো|
02:28 অৰ্থাত, ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে Left আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত Right দিব লাগিব|
02:41 ইয়াৰ পিছৰ উদাহৰণটো মই copy আৰু paste কৰি লও|
02:46 গতিকে, 4 by 1 matrix এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
02:52 Writer-ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক|
02:57 মেত্ৰিক্সটোৰ বাবে markup টো স্ক্ৰীণত দেখুওৱা ধৰণৰ|
03:03 ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো|
03:09 মেত্ৰিক্স mark up ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো|
03:17 এতিয়া আহক আমি Matrix যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও|
03:23 Formula Editor ৱিণ্ড’ খনত আমি এডাল নতুন ৰেখালৈ যাও আহক|
03:28 আমি Enter কি-টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো|
03:36 প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 by 3 –ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক|
03:46 ইয়াৰ পাছত, যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক|
03:54 এইটো কৰিবলৈ আমি মাত্ৰ Writer-ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হ’ল|
04:03 মন কৰক যে Formula Editor Window-খনত দুয়ুটা matrix mark ups-ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে
04:12 এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক|
04:17 গতিকে, সেইয়া হৈছে যোগ চিহ্ন|
04:20 ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক|
04:28 আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব|
04:35 মন কৰক যে আমি আমাৰ উদাহৰণত Greek আখৰ ব্যৱহাৰ কৰিছোঁ|
04:42 গতিকে, দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল|
04:47 আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো|
04:50 ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক|
04:58 আমি এটা 2 by 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম|
05:04 আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত ‘4 times’ লিখিম|
05:10 এতিয়া মই FEW-ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম|
05:17 শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ‘equal to’ চিহ্নটো লিখো আহক
05:24 মেত্ৰিক্স উত্পাদকটোৰ পিছত, মই মেত্ৰিক্স উত্পাদকটোৰ বাবে mark up-টো কপি আৰু পেইষ্ট কৰিছো|
05:33 গতিকে সেইটোৱেই হৈছে এটা 2 by 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল|
05:40 এতিয়া আমি মেত্ৰিক্সবিলাকক ফ’ন্ট, ফ’ন্টৰ আকাৰ, এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো|
05:51 উদাহৰণ হিছাপে, স্পেচিং বাছি লোৱা যাওক|
05:55 সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি Matrices বাছি লও আহক|
06:02 আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক| OK ক্লিক কৰক|
06:17 মেত্ৰিক্সবিলাক আৰু সিহঁতৰ elements বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক|
06:23 File আৰু তাৰ পাছত Save-ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক|
06:29 এতিয়া, আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো|.
06:37 উদাহৰণ স্বৰূপে, আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ‘equal to’ চিহ্নৰ সৈতে এলাইন কৰিব পাৰো|
06:46 এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো|
06:52 মন কৰক যে সিহঁত ‘equal to’ চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই|
06:58 গতিকে, আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ matrix mark ব্যৱহাৰ কৰিব পাৰো|
07:03 আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ element হিছাপে গন্য কৰিব পাৰো|
07:10 ইয়াত 2x এটা ভাগ, y এটা ভাগ, ‘equal to’ চিনটো এটা ভাগ, ইত্যাদি|
07:20 এন্টাৰ দুবাৰ দবাওক| Mark up-টো কপি আৰু পেইষ্ট কৰক|
07:26 আৰু এনেকৈ নতুন mark up-টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব|
07:31 ইয়াত আমি matrix mark up ব্যৱহাৰ কৰিছো, সমীকৰণৰ প্ৰতিটো অংশক এটা element হিছাপে গণ্য কৰিছো আৰু সিহঁতক # চিহ্নৰ দ্বাৰা পৄথক কৰিছো|
07:43 আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো|
07:50 গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
07:56 আহক আমি অইন এযোৰ সমীকৰণ লিখো|
07:59 ধৰা হওক, ’equal to’ চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই|
08:09 স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ‘equal to’ চিনৰ লগত এলাইন হৈ থকা নাই|
08:16 সিহঁতক এলাইন কৰিবলৈ mark up-টো পুনৰ লিখি উলিয়াও আহক| এন্টাৰ কি-টো দুবাৰ দবাওক| মই mark up-টো কপি আৰু পেইষ্ট কৰিছো|
08:25 গতিকে ইয়াত আমি ‘equal to’ চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে align r আৰু align l ব্যৱহাৰ কৰিছো|
08:36 আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ|
08:41 তেতিয়া হলে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
08:43 2x3 matrix-ক 3x1 matrix-ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক| ফৰমেটিং ব্যৱহাৰ কৰি ফ’ন্ট, আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক|
08:56 তিনিযোৰা সমীকৰণ লিখি উলিয়াওক| ‘equal to’ চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক|
09:04 এইখিনিতে আমাৰ LibreOffice Math-ত Matrix আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে|
09:11 চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
09:15 এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা|
09:20 Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
09:32 এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org.
09:37 এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:40 এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো|অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Udaya