LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese

From Script | Spoken-Tutorial
Revision as of 10:49, 20 May 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00.01 LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম
00.08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00.10 ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা
00.13 পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা
00.16 আনডু আৰু ৰিডু কৰা
00.18 এটি পাতৰ পুনঃনামকৰণ
00.20 আৰু এটি পৃষ্ঠা ছপা কৰা
00.22 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
00.33 WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
00.40 এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
00.44  পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ?
00.46 এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
00.53 উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
00.57 মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
01.01 যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
01.07 পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক
01.11 ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
01.18 এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়
01.23 ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
01.29 এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক
01.35 পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে
01.38 পেজ ট্যাবটি নির্বাচন কৰক
01.41 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
01.47 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
01.54 সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
01.58 এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
02.02 ক্লিক কৰক 'OK ' .
02.04 অঙ্কনটো দেখাত কেনে লাগিছে?
02.06 এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !
02.08 ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
02.14 আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
02.15 ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
02.18 আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
02.23 সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
02.29 আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
02.35 পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
02.38 পেজ ট্যাবত ক্লিক কৰক ।
02.40 ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 .
02.45 এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
02.48 ক্লিক কৰক 'OK ' .
02.52 অঙ্কনটো মার্জিনত ৰাখিছে।
02.55 আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
03.00 পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি ।
03.05 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
03.09 এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
03.15 WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
03.21 প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
03.27 ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
03.31 Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
03.35 আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
03.41 Page number-ৰত ক্লিক কৰো ।
03.43 ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
03.48 এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
03.55 এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক
04.01 নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক ।
04.07 এতিয়া ইয়াক তললৈ নিয়ক ।
04.11 চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
04.17 ইয়াত পৃষ্ঠা নম্বৰ নাই !
04.20 আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
04.26 এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
04.30 প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
04.36 পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
04.39 পেজ ট্যাবত ক্লিক কৰক ।
04.41  Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
04.45 ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
04.49 ক্লিক কৰক 'OK' .
04.52 পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
04.58 একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। 
05.01 এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।
05.05 আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
05.10 Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
05.14 এটি হল তাৰিখ (fixed) আৰু সময় (fixed) ।
05.18 অন্যটি হল তাৰিখ (variable) আৰু সময় (variable) ।
05.23 তাৰিখ (fixed) আৰু সময় (fixed) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
05.29 এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
05.33 অন্যফালে, তাৰিখ (variable) আৰু সময় (variable) বিকল্পয়ে ।
05.37 আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
05.42 ইয়াত সময় (variable) যোগ কৰো।
05.46 এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
05.56 যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
06.03 এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
06.08 ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো
06.17 সেয়ে প্রথম পাতলৈ যাও
06.19 প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options .
06.24 Options ডায়লগ বাক্স প্রদর্শিত হৈছে ।
06.27 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
06.34 ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
06.40 ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
06.44 First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
06.53 OK ক্লিক কৰক .
06.55 প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
07.02 Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
07.07 এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
07.15 এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
07.21 মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
07.25 এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
07.28 আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
07.31 আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
07.38 শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
07.45 ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
07.48 আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। 
07.53 প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
07.57 লেখকৰ নাম আৰু দেখা নাযায় !
08.00         CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
08.06 আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
08.13 এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
08.18 এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
08.23 এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
08.26 লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
08.29 এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
08.33 দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
08.38 এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
08.42 পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
08.51 এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
08.54 Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
09.00 Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
09.03 নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" .
09.08 'OK 'ক্লিক কৰক .
09.10 এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
09.14 আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
09.18 পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
09.23 এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
09.28 মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
09.33 প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
09.36 General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
09.41 অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
09.48 বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
09.53 প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
09.58 General, LibreOffice Draw, Page Layout, বিকল্প ।
10.04 LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।
10.09 LibreOffice Draw ট্যাবত ক্লিক কৰক ।
10.13 পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক ।
10.17 এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
10.23 ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
10.29 আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট
10.34 আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
10.40 এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
10.45 এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
10.48 ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
10.50 আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
10.54 আনডু আৰু ৰিডু কৰা ।
10.57 এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
10.58 এটি পৃষ্ঠা ছপা ।
11.01 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
11.03 আৰু দুটি পৃষ্ঠা যোগ কৰক ।
11.06 প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
11.14 এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
11.21 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
11.24 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11.28 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11.32 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11.34 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11.37 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11.41 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11.47 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11.52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11.59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12.10 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble