LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম
00:08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00:10 ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা
00:13 পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা
00:16 আনডু আৰু ৰিডু কৰা
00:18 এটি পাতৰ পুনঃনামকৰণ
00:20 আৰু এটি পৃষ্ঠা ছপা কৰা
00:22 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
00:33 WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
00:40 এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
00:44  পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ?
00:46 এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
00:53 উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
00:57 মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
01:01 যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
01:07 পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক
01:11 ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
01:18 এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়
01:23 ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
01:29 এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক
01:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে
01:38 পেজ ট্যাবটি নির্বাচন কৰক
01:41 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
01:47 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
01:54 সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
01:58 এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
02:02 ক্লিক কৰক 'OK ' .
02:04 অঙ্কনটো দেখাত কেনে লাগিছে?
02:06 এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !
02:08 ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
02:14 আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
02:15 ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
02:18 আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
02:23 সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
02:29 আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
02:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
02:38 পেজ ট্যাবত ক্লিক কৰক ।
02:40 ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 .
02:45 এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
02:48 ক্লিক কৰক 'OK ' .
02:52 অঙ্কনটো মার্জিনত ৰাখিছে।
02:55 আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
03:00 পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি ।
03:05 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
03:09 এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
03:15 WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
03:21 প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
03:27 ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
03:31 Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
03:35 আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
03:41 Page number-ৰত ক্লিক কৰো ।
03:43 ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
03:48 এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
03:55 এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক
04:01 নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক ।
04:07 এতিয়া ইয়াক তললৈ নিয়ক ।
04:11 চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
04:17 ইয়াত পৃষ্ঠা নম্বৰ নাই !
04:20 আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
04:26 এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
04:30 প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
04:36 পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
04:39 পেজ ট্যাবত ক্লিক কৰক ।
04:41  Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
04:45 ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
04:49 ক্লিক কৰক 'OK' .
04:52 পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
04:58 একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। 
05:01 এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।
05:05 আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
05:10 Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
05:14 এটি হল তাৰিখ (fixed) আৰু সময় (fixed) ।
05:18 অন্যটি হল তাৰিখ (variable) আৰু সময় (variable) ।
05:23 তাৰিখ (fixed) আৰু সময় (fixed) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
05:29 এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
05:33 অন্যফালে, তাৰিখ (variable) আৰু সময় (variable) বিকল্পয়ে ।
05:37 আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
05:42 ইয়াত সময় (variable) যোগ কৰো।
05:46 এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
05:56 যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
06:03 এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
06:08 ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো
06:17 সেয়ে প্রথম পাতলৈ যাও
06:19 প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options .
06:24 Options ডায়লগ বাক্স প্রদর্শিত হৈছে ।
06:27 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
06:34 ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
06:40 ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
06:44 First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
06:53 OK ক্লিক কৰক .
06:55 প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
07.02 Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
07:07 এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
07:15 এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
07:21 মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
07:25 এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
07:28 আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
07:31 আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
07:38 শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
07:45 ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
07:48 আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। 
07:53 প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
07:57 লেখকৰ নাম আৰু দেখা নাযায় !
08:00         CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
08:06 আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
08:13 এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
08:18 এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
08:23 এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
08:26 লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
08:29 এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
08:33 দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
08:38 এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
08:42 পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
08:51 এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
08:54 Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
09:00 Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
09:03 নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" .
09:08 'OK 'ক্লিক কৰক .
09:10 এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
09:14 আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
09:18 পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
09:23 এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
09:28 মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
09:33 প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
09:36 General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
09:41 অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
09:48 বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
09:53 প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
09:58 General, LibreOffice Draw, Page Layout, বিকল্প ।
10:04 LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।
10:09 LibreOffice Draw ট্যাবত ক্লিক কৰক ।
10:13 পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক ।
10:17 এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
10:23 ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
10:29 আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট
10:34 আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
10:40 এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
10:45 এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
10:48 ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
10:50 আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
10:54 আনডু আৰু ৰিডু কৰা ।
10:57 এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
10:58 এটি পৃষ্ঠা ছপা ।
11:01 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
11:03 আৰু দুটি পৃষ্ঠা যোগ কৰক ।
11:06 প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
11:14 এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
11:21 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
11:24 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:28 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:32 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:34 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:37 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:41 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:47 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:10 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble