Difference between revisions of "LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by the same user not shown)
Line 8: Line 8:
  
 
|-
 
|-
||00:08
+
|00:08
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব:
+
| এই টিউটোৰিয়েলটিত আপোনি শিকিব:
  
 
|-
 
|-
||00:10
+
|00:10
|| ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা  
+
| ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা  
  
 
|-
 
|-
||00:13
+
|00:13
|| পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা  
+
| পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা  
  
 
|-
 
|-
||00:16
+
|00:16
|| আনডু আৰু ৰিডু কৰা
+
| আনডু আৰু ৰিডু কৰা
  
 
|-
 
|-
||00:18
+
|00:18
|| এটি পাতৰ পুনঃনামকৰণ  
+
| এটি পাতৰ পুনঃনামকৰণ  
  
 
|-
 
|-
|| 00:20
+
| 00:20
|| আৰু এটি পৃষ্ঠা ছপা কৰা  
+
| আৰু এটি পৃষ্ঠা ছপা কৰা  
  
 
|-
 
|-
|| 00:22
+
| 00:22
|| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
+
| ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
  
 
|-
 
|-
|| 00:33
+
| 00:33
||'''WaterCycle''' ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
+
|'''WaterCycle''' ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
  
 
|-
 
|-
|| 00:40
+
| 00:40
|| এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
+
| এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
  
 
|-
 
|-
|| 00:44   
+
| 00:44   
 
| ''পৃষ্ঠা মার্জিন'' কিয় প্রয়োজনীয় ?
 
| ''পৃষ্ঠা মার্জিন'' কিয় প্রয়োজনীয় ?
  
 
|-
 
|-
|| 00:46
+
| 00:46
|| এটি পাতত'''পৃষ্ঠা মার্জিন'''য়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
+
| এটি পাতত'''পৃষ্ঠা মার্জিন'''য়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
  
 
|-
 
|-
|| 00:53
+
| 00:53
|| উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
+
| উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
  
 
|-
 
|-
|| 00:57
+
| 00:57
|| মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
+
| মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
  
 
|-
 
|-
|| 01:01
+
| 01:01
|| যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
+
| যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
  
 
|-
 
|-
|| 01:07
+
| 01:07
|| পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত '''WaterCycle''' আঁকাটোক ছাপক
+
| পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত '''WaterCycle''' আঁকাটোক ছাপক
  
 
|-
 
|-
|| 01:11
+
| 01:11
|| ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
+
| ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
  
 
|-
 
|-
|| 01:18
+
| 01:18
|| এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়  
+
| এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়  
  
 
|-
 
|-
|| 01:23
+
| 01:23
|| ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
+
| ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
  
 
|-
 
|-
|| 01:29
+
| 01:29
|| এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু ''পেজ''' ক্লিক কৰক
+
| এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু ''পেজ''' ক্লিক কৰক
 +
 
 
|-
 
|-
|| 01:35
+
| 01:35
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্সে প্রদর্শিত হৈছে
+
| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্সে প্রদর্শিত হৈছে
 +
 
 
|-
 
|-
|| 01:38
+
| 01:38
||''পেজ'' ট্যাবটি নির্বাচন কৰক
+
|''পেজ'' ট্যাবটি নির্বাচন কৰক
 +
 
 
|-
 
|-
|| 01:41
+
| 01:41
|| 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
+
| 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
 +
 
 
|-
 
|-
|| 01:47
+
| 01:47
|| 'মার্জিন''ৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
+
| 'মার্জিন''ৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
 +
 
 
|-
 
|-
|| 01:54
+
| 01:54
|| সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
+
| সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
 +
 
 
|-
 
|-
|| 01:58
+
| 01:58
|| এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
+
| এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
 +
 
 
|-
 
|-
|| 02:02
+
| 02:02
|| ক্লিক কৰক'' 'OK ''' .
+
| ক্লিক কৰক'' 'OK ''' .
 +
 
 
|-
 
|-
|| 02:04
+
| 02:04
|| অঙ্কনটো দেখাত কেনে লাগিছে?
+
| অঙ্কনটো দেখাত কেনে লাগিছে?
 +
 
 
|-
 
|-
|| 02:06
+
| 02:06
|| এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !  
+
| এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !  
 +
 
 
|-
 
|-
|| 02:08
+
| 02:08
|| ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
+
| ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
 +
 
 
|-
 
|-
|| 02:14
+
| 02:14
|| আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
+
| আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
 +
 
 
|-
 
|-
|| 02:15
+
| 02:15
|| ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
+
| ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
 +
 
 
|-
 
|-
|| 02:18
+
| 02:18
|| আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
+
| আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
 +
 
 
|-
 
|-
|| 02:23
+
| 02:23
|| সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
+
| সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
 +
 
 
|-
 
|-
|| 02:29
+
| 02:29
|| আকৌ প্রধান মেনুৰ পৰা ''ফৰমেট'' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
+
| আকৌ প্রধান মেনুৰ পৰা ''ফৰমেট'' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 +
 
 
|-
 
|-
|| 02:35
+
| 02:35
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
+
| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 02:38
+
| 02:38
|| '''পেজ''' ট্যাবত ক্লিক কৰক ।
+
| '''পেজ''' ট্যাবত ক্লিক কৰক ।
 
|-
 
|-
|| 02:40
+
| 02:40
|| '''ফৰমেট''' ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক '''A4''' .
+
| '''ফৰমেট''' ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক '''A4''' .
 
|-
 
|-
|| 02:45
+
| 02:45
|| এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
+
| এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
 
|-
 
|-
|| 02:48
+
| 02:48
|| ক্লিক কৰক'' 'OK ''' .
+
| ক্লিক কৰক'' 'OK ''' .
 
|-
 
|-
|| 02:52
+
| 02:52
|| অঙ্কনটো মার্জিনত ৰাখিছে।
+
| অঙ্কনটো মার্জিনত ৰাখিছে।
 
|-
 
|-
|| 02:55
+
| 02:55
|| আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
+
| আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
 
|-
 
|-
|| 03:00
+
| 03:00
|| পৃষ্ঠাত সো ক্লিক কৰি আৰু '''কনটেক্সট ''' মেনু ব্যবহাৰ কৰি ।
+
| পৃষ্ঠাত সো ক্লিক কৰি আৰু '''কনটেক্সট ''' মেনু ব্যবহাৰ কৰি ।
 
|-
 
|-
|| 03:05
+
| 03:05
|| 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
+
| 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
 
|-
 
|-
|| 03:09
+
| 03:09
|| এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
+
| এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
 
|-
 
|-
|| 03:15
+
| 03:15
|| '''WaterCycle''' ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
+
| '''WaterCycle''' ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
 
|-
 
|-
|| 03:21
+
| 03:21
|| প্রধান মেনুলৈ যাওক, ''Insert'' নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
+
| প্রধান মেনুলৈ যাওক, ''Insert'' নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
 
|-
 
|-
|| 03:27
+
| 03:27
|| ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
+
| ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 03:31
+
| 03:31
|| Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
+
| Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
 
|-
 
|-
|| 03:35
+
| 03:35
|| আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
+
| আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
 
|-
 
|-
|| 03:41
+
| 03:41
|| Page number-ৰত ক্লিক কৰো ।
+
| Page number-ৰত ক্লিক কৰো ।
 
|-
 
|-
|| 03:43
+
| 03:43
|| ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
+
| ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
 +
 
 
|-
 
|-
|| 03:48
+
| 03:48
|| এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
+
| এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
 +
 
 
|-
 
|-
|| 03:55
+
| 03:55
|| এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক  
+
| এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক  
 +
 
 
|-
 
|-
|| 04:01
+
| 04:01
|| নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু '''শিফট''' কী টিপক ।
+
| নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু '''শিফট''' কী টিপক ।
 +
 
 
|-
 
|-
|| 04:07
+
| 04:07
|| এতিয়া ইয়াক তললৈ নিয়ক ।
+
| এতিয়া ইয়াক তললৈ নিয়ক ।
 +
 
 
|-
 
|-
|| 04:11
+
| 04:11
|| চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
+
| চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
 +
 
 
|-
 
|-
|| 04:17
+
| 04:17
|| ইয়াত পৃষ্ঠা নম্বৰ নাই !
+
| ইয়াত পৃষ্ঠা নম্বৰ নাই !
 +
 
 
|-
 
|-
|| 04:20
+
| 04:20
|| আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
+
| আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
 +
 
 
|-
 
|-
|| 04:26
+
| 04:26
|| এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
+
| এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
 +
 
 
|-
 
|-
|| 04:30
+
| 04:30
|| ''প্রধান'' মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
+
| ''প্রধান'' মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 +
 
 
|-
 
|-
|| 04:36
+
| 04:36
|| ''পেজ সেটআপ'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
+
| ''পেজ সেটআপ'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 +
 
 
|-
 
|-
|| 04:39
+
| 04:39
|| ''পেজ'' ট্যাবত ক্লিক কৰক ।
+
| ''পেজ'' ট্যাবত ক্লিক কৰক ।
 +
 
 
|-
 
|-
|| 04:41
+
| 04:41
|| Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
+
| Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
 +
 
 
|-
 
|-
|| 04:45
+
| 04:45
|| ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
+
| ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
 +
 
 
|-
 
|-
|| 04:49
+
| 04:49
|| ক্লিক কৰক 'OK' .
+
| ক্লিক কৰক 'OK' .
 +
 
 
|-
 
|-
|| 04:52
+
| 04:52
|| পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
+
| পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
 +
 
 
|-
 
|-
|| 04:58
+
| 04:58
|| একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে।   
+
| একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে।   
 +
 
 
|-
 
|-
|| 05:01
+
| 05:01
|| এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।  
+
| এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।  
 +
 
 
|-
 
|-
|| 05:05
+
| 05:05
|| আপোনি আপোনাৰ ড্র পৃষ্ঠাত '''তাৰিখ''' আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
+
| আপোনি আপোনাৰ ড্র পৃষ্ঠাত '''তাৰিখ''' আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
 +
 
 
|-
 
|-
|| 05:10
+
| 05:10
|| ''Insert''' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
+
| ''Insert''' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
 +
 
 
|-
 
|-
|| 05:14
+
| 05:14
|| এটি হল তাৰিখ (fixed)  আৰু সময় (fixed)  ।
+
| এটি হল তাৰিখ (fixed)  আৰু সময় (fixed)  ।
 +
 
 
|-
 
|-
|| 05:18  
+
| 05:18  
|| অন্যটি হল তাৰিখ (variable)  আৰু সময় (variable)  ।
+
| অন্যটি হল তাৰিখ (variable)  আৰু সময় (variable)  ।
 +
 
 
|-
 
|-
|| 05:23
+
| 05:23
|| তাৰিখ (fixed)  আৰু সময় (fixed)  বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
+
| তাৰিখ (fixed)  আৰু সময় (fixed)  বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
 +
 
 
|-
 
|-
|| 05:29
+
| 05:29
|| এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
+
| এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
 +
 
 
|-
 
|-
|| 05:33
+
| 05:33
|| অন্যফালে, তাৰিখ (variable)  আৰু সময় (variable)  বিকল্পয়ে ।
+
| অন্যফালে, তাৰিখ (variable)  আৰু সময় (variable)  বিকল্পয়ে ।
 +
 
 
|-
 
|-
|| 05:37
+
| 05:37
|| আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
+
| আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
 +
 
 
|-
 
|-
|| 05:42
+
| 05:42
|| ইয়াত সময় (variable)  যোগ কৰো।
+
| ইয়াত সময় (variable)  যোগ কৰো।
 +
 
 
|-
 
|-
|| 05:46
+
| 05:46
|| এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
+
| এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
 +
 
 
|-
 
|-
|| 05:56
+
| 05:56
|| যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
+
| যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
 +
 
 
|-
 
|-
|| 06:03
+
| 06:03
|| এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
+
| এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
 +
 
 
|-
 
|-
|| 06:08
+
| 06:08
||ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো  
+
|ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো  
 +
 
 
|-
 
|-
|| 06:17
+
| 06:17
|| সেয়ে প্রথম পাতলৈ যাও
+
| সেয়ে প্রথম পাতলৈ যাও
 +
 
 
|-
 
|-
|| 06:19
+
| 06:19
|| প্রধান মেনুলৈ যাওক, নির্বাচন কৰক ''টুলস'' আৰু ক্লিক কৰক '''Options''' .
+
| প্রধান মেনুলৈ যাওক, নির্বাচন কৰক ''টুলস'' আৰু ক্লিক কৰক '''Options''' .
 +
 
 
|-
 
|-
|| 06:24
+
| 06:24
|| ''Options'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
+
| ''Options'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 +
 
 
|-
 
|-
|| 06:27
+
| 06:27
|| 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
+
| 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
 +
 
 
|-
 
|-
|| 06:34
+
| 06:34
|| ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
+
| ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
 +
 
 
|-
 
|-
|| 06:40
+
| 06:40
||ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
+
|ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
 +
 
 
|-
 
|-
|| 06:44
+
| 06:44
|| First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
+
| First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
 +
 
 
|-
 
|-
|| 06:53
+
| 06:53
|| '''OK ''' ক্লিক কৰক .  
+
| '''OK ''' ক্লিক কৰক .  
 +
 
 
|-
 
|-
|| 06:55
+
| 06:55
|| প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
+
| প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
 +
 
 
|-
 
|-
|| 07.02
+
| 07.02
|| Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
+
| Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
 +
 
 
|-
 
|-
|| 07:07
+
| 07:07
|| এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
+
| এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
 +
 
 
|-
 
|-
|| 07:15
+
| 07:15
|| এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
+
| এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
 +
 
 
|-
 
|-
|| 07:21
+
| 07:21
|| মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
+
| মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
 +
 
 
|-
 
|-
|| 07:25
+
| 07:25
|| এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
+
| এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
 +
 
 
|-
 
|-
|| 07:28
+
| 07:28
|| আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
+
| আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
 +
 
 
|-
 
|-
|| 07:31
+
| 07:31
|| আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
+
| আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
 +
 
 
|-
 
|-
|| 07:38
+
| 07:38
|| শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
+
| শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
 +
 
 
|-
 
|-
|| 07:45
+
| 07:45
|| ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
+
| ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
 +
 
 
|-
 
|-
|| 07:48
+
| 07:48
|| আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো।   
+
| আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো।   
 +
 
 
|-
 
|-
|| 07:53
+
| 07:53
|| প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
+
| প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
 +
 
 
|-
 
|-
|| 07:57
+
| 07:57
|| লেখকৰ নাম আৰু দেখা নাযায় !
+
| লেখকৰ নাম আৰু দেখা নাযায় !
 +
 
 
|-
 
|-
||08:00        
+
|08:00        
|| CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
+
| CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
 +
 
 
|-
 
|-
|| 08:06
+
| 08:06
|| আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
+
| আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
 +
 
 
|-
 
|-
|| 08:13
+
| 08:13
|| এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
+
| এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
 +
 
 
|-
 
|-
|| 08:18
+
| 08:18
|| এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
+
| এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
 
|-
 
|-
|| 08:23
+
| 08:23
|| এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
+
| এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
 
|-
 
|-
|| 08:26
+
| 08:26
|| লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
+
| লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
 +
 
 
|-
 
|-
|| 08:29
+
| 08:29
|| এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
+
| এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
 +
 
 
|-
 
|-
|| 08:33
+
| 08:33
|| দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
+
| দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
 +
 
 
|-
 
|-
|| 08:38
+
| 08:38
|| এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
+
|এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
 +
 
 
|-
 
|-
|| 08:42
+
| 08:42
|| পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
+
| পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
 +
 
 
|-
 
|-
|| 08:51
+
| 08:51
|| এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
+
| এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
 +
 
 
|-
 
|-
|| 08:54
+
| 08:54
|| Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
+
| Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
 +
 
 
|-
 
|-
|| 09:00
+
| 09:00
|| Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
+
| Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
 +
 
 
|-
 
|-
|| 09:03
+
| 09:03
|| নামৰ ক্ষেত্ত, নাম হিসাবে লিখক ''WaterCycleSlide" .
+
| নামৰ ক্ষেত্ত, নাম হিসাবে লিখক ''WaterCycleSlide" .
 +
 
 
|-
 
|-
|| 09:08
+
| 09:08
|| '' 'OK '''ক্লিক কৰক .
+
|'' 'OK '''ক্লিক কৰক .
 +
 
 
|-
 
|-
|| 09:10
+
| 09:10
|| এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
+
| এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
 +
 
 
|-
 
|-
||09:14  
+
|09:14  
|| আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
+
| আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
 +
 
 
|-
 
|-
||09:18  
+
|09:18  
|| পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
+
| পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
  
 
|-
 
|-
||09:23
+
|09:23
|| এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু '''WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
+
| এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু '''WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
  
 
|-
 
|-
|| 09:28
+
|09:28
|মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
+
| মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
 +
 
 
|-
 
|-
||09:33  
+
|09:33  
||প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
+
|প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
 +
 
 
|-
 
|-
||09:36
+
|09:36
||''General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
+
|''General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
 +
 
 
|-
 
|-
||09:41  
+
|09:41  
|| অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
+
| অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
 +
 
 
|-
 
|-
|| 09:48
+
|09:48
|| বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
+
|বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
 +
 
 
|-
 
|-
|| 09:53
+
| 09:53
|| প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
+
| প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
 +
 
 
|-
 
|-
|| 09:58
+
| 09:58
|| General, LibreOffice Draw, Page Layout, বিকল্প ।
+
| General, LibreOffice Draw, Page Layout, বিকল্প ।
 +
 
 
|-
 
|-
|| 10:04
+
| 10:04
||LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।  
+
|LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।  
 +
 
 
|-
 
|-
|| 10:09
+
| 10:09
|| '''LibreOffice Draw''' ট্যাবত ক্লিক কৰক ।
+
| '''LibreOffice Draw''' ট্যাবত ক্লিক কৰক ।
 +
 
 
|-
 
|-
|| 10:13
+
| 10:13
|| ''পৃষ্ঠাৰ নাম'' আৰু '' তাৰিখ আৰু সময়'' বক্স দুটিত টিক দিয়ক ।
+
| ''পৃষ্ঠাৰ নাম'' আৰু '' তাৰিখ আৰু সময়'' বক্স দুটিত টিক দিয়ক ।
 +
 
 
|-
 
|-
|| 10:17
+
| 10:17
|| এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
+
| এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
 +
 
 
|-
 
|-
|| 10:23
+
| 10:23
 
|| ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
 
|| ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
 +
 
|-
 
|-
|| 10:29
+
| 10:29
|| আপোনাৰ কম্পিউটাৰ পৰা'''WaterCycle''' ছবিটি ছপাবৰ বাবে ক্লিক কৰক '''প্রিন্ট''' ।
+
| আপোনাৰ কম্পিউটাৰ পৰা'''WaterCycle''' ছবিটি ছপাবৰ বাবে ক্লিক কৰক '''প্রিন্ট''' ।
 +
 
 
|-
 
|-
|| 10:34
+
| 10:34
|| আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
+
| আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
 +
 
 
|-
 
|-
|| 10:40
+
|10:40
|| এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
+
|এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
 +
 
 
|-
 
|-
|| 10:45
+
| 10:45
|| এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
+
| এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
 +
 
 
|-
 
|-
|| 10:48
+
| 10:48
|| ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
+
|ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
 +
 
 
|-
 
|-
|| 10:50
+
| 10:50
|| আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
+
|আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
 +
 
 
|-
 
|-
|| 10:54
+
| 10:54
|| আনডু আৰু ৰিডু কৰা ।
+
| আনডু আৰু ৰিডু কৰা ।
 +
 
 
|-
 
|-
|| 10:57
+
|10:57
|| এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
+
|এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
 +
 
 
|-
 
|-
|| 10:58
+
| 10:58
|| এটি পৃষ্ঠা ছপা ।
+
| এটি পৃষ্ঠা ছপা ।
 +
 
 
|-
 
|-
|| 11:01
+
| 11:01
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
+
| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 +
 
 
|-
 
|-
|| 11:03
+
|11:03
|| আৰু দুটি পৃষ্ঠা যোগ কৰক ।
+
| আৰু দুটি পৃষ্ঠা যোগ কৰক ।
 +
 
 
|-
 
|-
|| 11:06
+
| 11:06
|| প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
+
| প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
 +
 
 
|-
 
|-
|| 11:14
+
| 11:14
|| এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত ''Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
+
| এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত ''Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
 +
 
 
|-
 
|-
||11:21  
+
|11:21  
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
+
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
  
 
|-
 
|-
||11:24  
+
|11:24  
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 +
 
 
|-
 
|-
||11:28  
+
|11:28  
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 +
 
 
|-
 
|-
||11:32
+
|11:32
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
+
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 +
 
 
|-
 
|-
||11:34
+
|11:34
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
+
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
  
 
|-
 
|-
||11:37  
+
|11:37  
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
+
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
||11:41  
+
|11:41  
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
+
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 +
 
 
|-
 
|-
||11:47  
+
|11:47  
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
||11:52  
+
|11:52  
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়  
+
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়  
 +
 
 
|-
 
|-
||11:59
+
|11:59
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 +
 
 
|-
 
|-
||12:10
+
|12:10
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 16:35, 24 July 2014

Time Narration
00:01 LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম
00:08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00:10 ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা
00:13 পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা
00:16 আনডু আৰু ৰিডু কৰা
00:18 এটি পাতৰ পুনঃনামকৰণ
00:20 আৰু এটি পৃষ্ঠা ছপা কৰা
00:22 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
00:33 WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
00:40 এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
00:44  পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ?
00:46 এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
00:53 উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
00:57 মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
01:01 যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
01:07 পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক
01:11 ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
01:18 এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়
01:23 ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
01:29 এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক
01:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে
01:38 পেজ ট্যাবটি নির্বাচন কৰক
01:41 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
01:47 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
01:54 সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
01:58 এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
02:02 ক্লিক কৰক 'OK ' .
02:04 অঙ্কনটো দেখাত কেনে লাগিছে?
02:06 এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !
02:08 ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
02:14 আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
02:15 ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
02:18 আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
02:23 সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
02:29 আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
02:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
02:38 পেজ ট্যাবত ক্লিক কৰক ।
02:40 ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 .
02:45 এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
02:48 ক্লিক কৰক 'OK ' .
02:52 অঙ্কনটো মার্জিনত ৰাখিছে।
02:55 আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
03:00 পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি ।
03:05 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
03:09 এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
03:15 WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
03:21 প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
03:27 ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
03:31 Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
03:35 আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
03:41 Page number-ৰত ক্লিক কৰো ।
03:43 ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
03:48 এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
03:55 এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক
04:01 নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক ।
04:07 এতিয়া ইয়াক তললৈ নিয়ক ।
04:11 চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
04:17 ইয়াত পৃষ্ঠা নম্বৰ নাই !
04:20 আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
04:26 এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
04:30 প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
04:36 পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
04:39 পেজ ট্যাবত ক্লিক কৰক ।
04:41  Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
04:45 ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
04:49 ক্লিক কৰক 'OK' .
04:52 পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
04:58 একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। 
05:01 এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।
05:05 আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
05:10 Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
05:14 এটি হল তাৰিখ (fixed) আৰু সময় (fixed) ।
05:18 অন্যটি হল তাৰিখ (variable) আৰু সময় (variable) ।
05:23 তাৰিখ (fixed) আৰু সময় (fixed) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
05:29 এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
05:33 অন্যফালে, তাৰিখ (variable) আৰু সময় (variable) বিকল্পয়ে ।
05:37 আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
05:42 ইয়াত সময় (variable) যোগ কৰো।
05:46 এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
05:56 যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
06:03 এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
06:08 ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো
06:17 সেয়ে প্রথম পাতলৈ যাও
06:19 প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options .
06:24 Options ডায়লগ বাক্স প্রদর্শিত হৈছে ।
06:27 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
06:34 ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
06:40 ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
06:44 First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
06:53 OK ক্লিক কৰক .
06:55 প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
07.02 Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
07:07 এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
07:15 এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
07:21 মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
07:25 এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
07:28 আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
07:31 আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
07:38 শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
07:45 ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
07:48 আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। 
07:53 প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
07:57 লেখকৰ নাম আৰু দেখা নাযায় !
08:00         CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
08:06 আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
08:13 এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
08:18 এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
08:23 এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
08:26 লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
08:29 এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
08:33 দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
08:38 এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
08:42 পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
08:51 এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
08:54 Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
09:00 Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
09:03 নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" .
09:08 'OK 'ক্লিক কৰক .
09:10 এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
09:14 আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
09:18 পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
09:23 এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
09:28 মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
09:33 প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
09:36 General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
09:41 অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
09:48 বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
09:53 প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
09:58 General, LibreOffice Draw, Page Layout, বিকল্প ।
10:04 LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।
10:09 LibreOffice Draw ট্যাবত ক্লিক কৰক ।
10:13 পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক ।
10:17 এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
10:23 ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
10:29 আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট
10:34 আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
10:40 এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
10:45 এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
10:48 ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
10:50 আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
10:54 আনডু আৰু ৰিডু কৰা ।
10:57 এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
10:58 এটি পৃষ্ঠা ছপা ।
11:01 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
11:03 আৰু দুটি পৃষ্ঠা যোগ কৰক ।
11:06 প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
11:14 এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
11:21 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
11:24 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:28 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:32 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:34 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:37 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:41 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:47 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:10 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble