Difference between revisions of "LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 40: Line 40:
  
 
|-
 
|-
|| 00.40
+
|| 00:40
 
|| এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
 
|| এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
  
 
|-
 
|-
|| 00.44   
+
|| 00:44   
 
| ''পৃষ্ঠা মার্জিন'' কিয় প্রয়োজনীয় ?
 
| ''পৃষ্ঠা মার্জিন'' কিয় প্রয়োজনীয় ?
  
 
|-
 
|-
|| 00.46
+
|| 00:46
 
|| এটি পাতত'''পৃষ্ঠা মার্জিন'''য়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
 
|| এটি পাতত'''পৃষ্ঠা মার্জিন'''য়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
  
 
|-
 
|-
|| 00.53
+
|| 00:53
 
|| উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
 
|| উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
  
 
|-
 
|-
|| 00.57
+
|| 00:57
 
|| মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
 
|| মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
  
 
|-
 
|-
|| 01.01
+
|| 01:01
 
|| যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
 
|| যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
  
 
|-
 
|-
|| 01.07
+
|| 01:07
 
|| পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত '''WaterCycle''' আঁকাটোক ছাপক
 
|| পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত '''WaterCycle''' আঁকাটোক ছাপক
  
 
|-
 
|-
|| 01.11
+
|| 01:11
 
|| ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
 
|| ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
  
 
|-
 
|-
|| 01.18
+
|| 01:18
 
|| এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়  
 
|| এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়  
  
 
|-
 
|-
|| 01.23
+
|| 01:23
 
|| ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
 
|| ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
  
 
|-
 
|-
|| 01.29
+
|| 01:29
 
|| এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু ''পেজ''' ক্লিক কৰক
 
|| এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু ''পেজ''' ক্লিক কৰক
 
|-
 
|-
|| 01.35
+
|| 01:35
 
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্সে প্রদর্শিত হৈছে
 
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্সে প্রদর্শিত হৈছে
 
|-
 
|-
|| 01.38
+
|| 01:38
 
||''পেজ'' ট্যাবটি নির্বাচন কৰক
 
||''পেজ'' ট্যাবটি নির্বাচন কৰক
 
|-
 
|-
|| 01.41
+
|| 01:41
 
|| 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
 
|| 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
 
|-
 
|-
|| 01.47
+
|| 01:47
 
|| 'মার্জিন''ৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
 
|| 'মার্জিন''ৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
 
|-
 
|-
|| 01.54
+
|| 01:54
 
|| সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
 
|| সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
 
|-
 
|-
|| 01.58
+
|| 01:58
 
|| এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
 
|| এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
 
|-
 
|-
|| 02.02
+
|| 02:02
 
|| ক্লিক কৰক'' 'OK ''' .
 
|| ক্লিক কৰক'' 'OK ''' .
 
|-
 
|-
|| 02.04
+
|| 02:04
 
|| অঙ্কনটো দেখাত কেনে লাগিছে?
 
|| অঙ্কনটো দেখাত কেনে লাগিছে?
 
|-
 
|-
|| 02.06
+
|| 02:06
 
|| এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !  
 
|| এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !  
 
|-
 
|-
|| 02.08
+
|| 02:08
 
|| ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
 
|| ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
 
|-
 
|-
|| 02.14
+
|| 02:14
 
|| আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
 
|| আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
 
|-
 
|-
|| 02.15
+
|| 02:15
 
|| ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
 
|| ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
 
|-
 
|-
|| 02.18
+
|| 02:18
 
|| আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
 
|| আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
 
|-
 
|-
|| 02.23
+
|| 02:23
 
|| সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
 
|| সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
 
|-
 
|-
|| 02.29
+
|| 02:29
 
|| আকৌ প্রধান মেনুৰ পৰা ''ফৰমেট'' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 
|| আকৌ প্রধান মেনুৰ পৰা ''ফৰমেট'' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 
|-
 
|-
|| 02.35
+
|| 02:35
 
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| '''পৃষ্ঠা সেটআপ''' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 02.38
+
|| 02:38
 
|| '''পেজ''' ট্যাবত ক্লিক কৰক ।
 
|| '''পেজ''' ট্যাবত ক্লিক কৰক ।
 
|-
 
|-
|| 02.40
+
|| 02:40
 
|| '''ফৰমেট''' ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক '''A4''' .
 
|| '''ফৰমেট''' ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক '''A4''' .
 
|-
 
|-
|| 02.45
+
|| 02:45
 
|| এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
 
|| এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
 
|-
 
|-
|| 02.48
+
|| 02:48
 
|| ক্লিক কৰক'' 'OK ''' .
 
|| ক্লিক কৰক'' 'OK ''' .
 
|-
 
|-
|| 02.52
+
|| 02:52
 
|| অঙ্কনটো মার্জিনত ৰাখিছে।
 
|| অঙ্কনটো মার্জিনত ৰাখিছে।
 
|-
 
|-
|| 02.55
+
|| 02:55
 
|| আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
 
|| আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
 
|-
 
|-
|| 03.00
+
|| 03:00
 
|| পৃষ্ঠাত সো ক্লিক কৰি আৰু '''কনটেক্সট ''' মেনু ব্যবহাৰ কৰি ।
 
|| পৃষ্ঠাত সো ক্লিক কৰি আৰু '''কনটেক্সট ''' মেনু ব্যবহাৰ কৰি ।
 
|-
 
|-
|| 03.05
+
|| 03:05
 
|| 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
 
|| 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
 
|-
 
|-
|| 03.09
+
|| 03:09
 
|| এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
 
|| এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
 
|-
 
|-
|| 03.15
+
|| 03:15
 
|| '''WaterCycle''' ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
 
|| '''WaterCycle''' ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
 
|-
 
|-
|| 03.21
+
|| 03:21
 
|| প্রধান মেনুলৈ যাওক, ''Insert'' নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
 
|| প্রধান মেনুলৈ যাওক, ''Insert'' নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
 
|-
 
|-
|| 03.27
+
|| 03:27
 
|| ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
 
|| ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 03.31
+
|| 03:31
 
|| Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
 
|| Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
 
|-
 
|-
|| 03.35
+
|| 03:35
 
|| আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
 
|| আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
 
|-
 
|-
|| 03.41
+
|| 03:41
 
|| Page number-ৰত ক্লিক কৰো ।
 
|| Page number-ৰত ক্লিক কৰো ।
 
|-
 
|-
|| 03.43
+
|| 03:43
 
|| ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
 
|| ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
 
|-
 
|-
|| 03.48
+
|| 03:48
 
|| এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
 
|| এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
 
|-
 
|-
|| 03.55
+
|| 03:55
 
|| এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক  
 
|| এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক  
 
|-
 
|-
|| 04.01
+
|| 04:01
 
|| নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু '''শিফট''' কী টিপক ।
 
|| নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু '''শিফট''' কী টিপক ।
 
|-
 
|-
|| 04.07
+
|| 04:07
 
|| এতিয়া ইয়াক তললৈ নিয়ক ।
 
|| এতিয়া ইয়াক তললৈ নিয়ক ।
 
|-
 
|-
|| 04.11
+
|| 04:11
 
|| চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
 
|| চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
 
|-
 
|-
|| 04.17
+
|| 04:17
 
|| ইয়াত পৃষ্ঠা নম্বৰ নাই !
 
|| ইয়াত পৃষ্ঠা নম্বৰ নাই !
 
|-
 
|-
|| 04.20
+
|| 04:20
 
|| আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
 
|| আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
 
|-
 
|-
|| 04.26
+
|| 04:26
 
|| এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
 
|| এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
 
|-
 
|-
|| 04.30
+
|| 04:30
 
|| ''প্রধান'' মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 
|| ''প্রধান'' মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
 
|-
 
|-
|| 04.36
+
|| 04:36
 
|| ''পেজ সেটআপ'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| ''পেজ সেটআপ'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 04.39
+
|| 04:39
 
|| ''পেজ'' ট্যাবত ক্লিক কৰক ।
 
|| ''পেজ'' ট্যাবত ক্লিক কৰক ।
 
|-
 
|-
|| 04.41
+
|| 04:41
 
|| Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
 
|| Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
 
|-
 
|-
|| 04.45
+
|| 04:45
 
|| ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
 
|| ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
 
|-
 
|-
|| 04.49
+
|| 04:49
 
|| ক্লিক কৰক 'OK' .
 
|| ক্লিক কৰক 'OK' .
 
|-
 
|-
|| 04.52
+
|| 04:52
 
|| পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
 
|| পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
 
|-
 
|-
|| 04.58
+
|| 04:58
 
|| একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে।   
 
|| একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে।   
 
|-
 
|-
|| 05.01
+
|| 05:01
 
|| এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।  
 
|| এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।  
 
|-
 
|-
|| 05.05
+
|| 05:05
 
|| আপোনি আপোনাৰ ড্র পৃষ্ঠাত '''তাৰিখ''' আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
 
|| আপোনি আপোনাৰ ড্র পৃষ্ঠাত '''তাৰিখ''' আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
 
|-
 
|-
|| 05.10
+
|| 05:10
 
|| ''Insert''' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
 
|| ''Insert''' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
 
|-
 
|-
|| 05.14
+
|| 05:14
 
|| এটি হল তাৰিখ (fixed)  আৰু সময় (fixed)  ।
 
|| এটি হল তাৰিখ (fixed)  আৰু সময় (fixed)  ।
 
|-
 
|-
|| 05.18  
+
|| 05:18  
 
|| অন্যটি হল তাৰিখ (variable)  আৰু সময় (variable)  ।
 
|| অন্যটি হল তাৰিখ (variable)  আৰু সময় (variable)  ।
 
|-
 
|-
|| 05.23
+
|| 05:23
 
|| তাৰিখ (fixed)  আৰু সময় (fixed)  বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
 
|| তাৰিখ (fixed)  আৰু সময় (fixed)  বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
 
|-
 
|-
|| 05.29
+
|| 05:29
 
|| এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
 
|| এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
 
|-
 
|-
|| 05.33
+
|| 05:33
 
|| অন্যফালে, তাৰিখ (variable)  আৰু সময় (variable)  বিকল্পয়ে ।
 
|| অন্যফালে, তাৰিখ (variable)  আৰু সময় (variable)  বিকল্পয়ে ।
 
|-
 
|-
|| 05.37
+
|| 05:37
 
|| আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
 
|| আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
 
|-
 
|-
|| 05.42
+
|| 05:42
 
|| ইয়াত সময় (variable)  যোগ কৰো।
 
|| ইয়াত সময় (variable)  যোগ কৰো।
 
|-
 
|-
|| 05.46
+
|| 05:46
 
|| এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
 
|| এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
 
|-
 
|-
|| 05.56
+
|| 05:56
 
|| যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
 
|| যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
 
|-
 
|-
|| 06.03
+
|| 06:03
 
|| এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
 
|| এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
 
|-
 
|-
|| 06.08
+
|| 06:08
 
||ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো  
 
||ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো  
 
|-
 
|-
|| 06.17
+
|| 06:17
 
|| সেয়ে প্রথম পাতলৈ যাও
 
|| সেয়ে প্রথম পাতলৈ যাও
 
|-
 
|-
|| 06.19
+
|| 06:19
 
|| প্রধান মেনুলৈ যাওক, নির্বাচন কৰক ''টুলস'' আৰু ক্লিক কৰক '''Options''' .
 
|| প্রধান মেনুলৈ যাওক, নির্বাচন কৰক ''টুলস'' আৰু ক্লিক কৰক '''Options''' .
 
|-
 
|-
|| 06.24
+
|| 06:24
 
|| ''Options'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| ''Options'' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 06.27
+
|| 06:27
 
|| 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
 
|| 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
 
|-
 
|-
|| 06.34
+
|| 06:34
 
|| ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
 
|| ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
 
|-
 
|-
|| 06.40
+
|| 06:40
 
||ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
 
||ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
 
|-
 
|-
|| 06.44
+
|| 06:44
 
|| First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
 
|| First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
 
|-
 
|-
|| 06.53
+
|| 06:53
 
|| '''OK ''' ক্লিক কৰক .  
 
|| '''OK ''' ক্লিক কৰক .  
 
|-
 
|-
|| 06.55
+
|| 06:55
 
|| প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
 
|| প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
 
|-
 
|-
Line 299: Line 299:
 
|| Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
 
|| Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
 
|-
 
|-
|| 07.07
+
|| 07:07
 
|| এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
 
|| এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
 
|-
 
|-
|| 07.15
+
|| 07:15
 
|| এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
 
|| এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
 
|-
 
|-
|| 07.21
+
|| 07:21
 
|| মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
 
|| মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
 
|-
 
|-
|| 07.25
+
|| 07:25
 
|| এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
 
|| এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
 
|-
 
|-
|| 07.28
+
|| 07:28
 
|| আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
 
|| আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
 
|-
 
|-
|| 07.31
+
|| 07:31
 
|| আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
 
|| আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
 
|-
 
|-
|| 07.38
+
|| 07:38
 
|| শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
 
|| শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
 
|-
 
|-
|| 07.45
+
|| 07:45
 
|| ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
 
|| ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
 
|-
 
|-
|| 07.48
+
|| 07:48
 
|| আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো।   
 
|| আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো।   
 
|-
 
|-
|| 07.53
+
|| 07:53
 
|| প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
 
|| প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
 
|-
 
|-
|| 07.57
+
|| 07:57
 
|| লেখকৰ নাম আৰু দেখা নাযায় !
 
|| লেখকৰ নাম আৰু দেখা নাযায় !
 
|-
 
|-
||08.00        
+
||08:00        
 
|| CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
 
|| CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
 
|-
 
|-
|| 08.06
+
|| 08:06
 
|| আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
 
|| আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
 
|-
 
|-
|| 08.13
+
|| 08:13
 
|| এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
 
|| এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
 
|-
 
|-
|| 08.18
+
|| 08:18
 
|| এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
 
|| এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
 
|-
 
|-
|| 08.23
+
|| 08:23
 
|| এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
 
|| এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
 
|-
 
|-
|| 08.26
+
|| 08:26
 
|| লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
 
|| লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
 
|-
 
|-
|| 08.29
+
|| 08:29
 
|| এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
 
|| এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
 
|-
 
|-
|| 08.33
+
|| 08:33
 
|| দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
 
|| দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
 
|-
 
|-
|| 08.38
+
|| 08:38
 
|| এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
 
|| এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
 
|-
 
|-
|| 08.42
+
|| 08:42
 
|| পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
 
|| পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
 
|-
 
|-
|| 08.51
+
|| 08:51
 
|| এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
 
|| এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
 
|-
 
|-
|| 08.54
+
|| 08:54
 
|| Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
 
|| Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
 
|-
 
|-
|| 09.00
+
|| 09:00
 
|| Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
 
|| Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
 
|-
 
|-
|| 09.03
+
|| 09:03
 
|| নামৰ ক্ষেত্ত, নাম হিসাবে লিখক ''WaterCycleSlide" .
 
|| নামৰ ক্ষেত্ত, নাম হিসাবে লিখক ''WaterCycleSlide" .
 
|-
 
|-
|| 09.08
+
|| 09:08
 
|| '' 'OK '''ক্লিক কৰক .
 
|| '' 'OK '''ক্লিক কৰক .
 
|-
 
|-
|| 09.10
+
|| 09:10
 
|| এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
 
|| এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
 
|-
 
|-
||09.14  
+
||09:14  
 
|| আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
 
|| আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
 
|-
 
|-
||09.18  
+
||09:18  
 
|| পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
 
|| পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
  
 
|-
 
|-
||09.23
+
||09:23
 
|| এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু '''WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
 
|| এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু '''WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
  
 
|-
 
|-
|| 09.28
+
|| 09:28
 
||  মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
 
||  মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
 
|-
 
|-
||09.33  
+
||09:33  
 
||প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
 
||প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
 
|-
 
|-
||09.36
+
||09:36
 
||''General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
 
||''General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
 
|-
 
|-
||09.41  
+
||09:41  
 
|| অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
 
|| অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
 
|-
 
|-
|| 09.48
+
|| 09:48
 
|| বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
 
|| বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
 
|-
 
|-
|| 09.53
+
|| 09:53
 
|| প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
 
|| প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
 
|-
 
|-
|| 09.58
+
|| 09:58
 
|| General, LibreOffice Draw, Page Layout, বিকল্প ।
 
|| General, LibreOffice Draw, Page Layout, বিকল্প ।
 
|-
 
|-
|| 10.04
+
|| 10:04
 
||LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।  
 
||LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।  
 
|-
 
|-
|| 10.09
+
|| 10:09
 
|| '''LibreOffice Draw''' ট্যাবত ক্লিক কৰক ।
 
|| '''LibreOffice Draw''' ট্যাবত ক্লিক কৰক ।
 
|-
 
|-
|| 10.13
+
|| 10:13
 
|| ''পৃষ্ঠাৰ নাম'' আৰু '' তাৰিখ আৰু সময়'' বক্স দুটিত টিক দিয়ক ।
 
|| ''পৃষ্ঠাৰ নাম'' আৰু '' তাৰিখ আৰু সময়'' বক্স দুটিত টিক দিয়ক ।
 
|-
 
|-
|| 10.17
+
|| 10:17
 
|| এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
 
|| এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
 
|-
 
|-
|| 10.23
+
|| 10:23
 
|| ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
 
|| ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
 
|-
 
|-
|| 10.29
+
|| 10:29
 
|| আপোনাৰ কম্পিউটাৰ পৰা'''WaterCycle''' ছবিটি ছপাবৰ বাবে ক্লিক কৰক '''প্রিন্ট''' ।
 
|| আপোনাৰ কম্পিউটাৰ পৰা'''WaterCycle''' ছবিটি ছপাবৰ বাবে ক্লিক কৰক '''প্রিন্ট''' ।
 
|-
 
|-
|| 10.34
+
|| 10:34
 
|| আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
 
|| আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
 
|-
 
|-
|| 10.40
+
|| 10:40
 
|| এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
 
|| এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
 
|-
 
|-
|| 10.45
+
|| 10:45
 
|| এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
 
|| এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
 
|-
 
|-
|| 10.48
+
|| 10:48
 
|| ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
 
|| ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
 
|-
 
|-
|| 10.50
+
|| 10:50
 
|| আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
 
|| আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
 
|-
 
|-
|| 10.54
+
|| 10:54
 
|| আনডু আৰু ৰিডু কৰা ।
 
|| আনডু আৰু ৰিডু কৰা ।
 
|-
 
|-
|| 10.57
+
|| 10:57
 
|| এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
 
|| এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
 
|-
 
|-
|| 10.58
+
|| 10:58
 
|| এটি পৃষ্ঠা ছপা ।
 
|| এটি পৃষ্ঠা ছপা ।
 
|-
 
|-
|| 11.01
+
|| 11:01
 
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 
|| ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 
|-
 
|-
|| 11.03
+
|| 11:03
 
|| আৰু দুটি পৃষ্ঠা যোগ কৰক ।
 
|| আৰু দুটি পৃষ্ঠা যোগ কৰক ।
 
|-
 
|-
|| 11.06
+
|| 11:06
 
|| প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
 
|| প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
 
|-
 
|-
|| 11.14
+
|| 11:14
 
|| এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত ''Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
 
|| এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত ''Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
 
|-
 
|-
||11.21  
+
||11:21  
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
  
 
|-
 
|-
||11.24  
+
||11:24  
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
||11.28  
+
||11:28  
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
||11.32
+
||11:32
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
|-
 
|-
||11.34
+
||11:34
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
  
 
|-
 
|-
||11.37  
+
||11:37  
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
||11.41  
+
||11:41  
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
||11.47  
+
||11:47  
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
||11.52  
+
||11:52  
 
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়  
 
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়  
 
|-
 
|-
||11.59
+
||11:59
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
||12.10
+
||12:10
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 16:12, 24 July 2014

Time Narration
00:01 LibreOffice ড্র ত সাধাৰণ সম্পাদনা আৰু ছপাৰ কার্যাবলীৰ উপৰৰ এই স্পকেন টিউটোৰিয়েল-লৈ আপোনাক স্বাগতম
00:08 এই টিউটোৰিয়েলটিত আপোনি শিকিব:
00:10 ড্র পাতাৰ বাবে মার্জিন নির্দিষ্ট কৰা
00:13 পাতৰ নম্বৰ, তাৰিখ আৰু সময় যোগ কৰা
00:16 আনডু আৰু ৰিডু কৰা
00:18 এটি পাতৰ পুনঃনামকৰণ
00:20 আৰু এটি পৃষ্ঠা ছপা কৰা
00:22 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰো
00:33 WaterCycle ফাইলটো খুলু আৰু পৃষ্ঠাত থকা WaterCycle ছবিটো নির্বাচন কৰক
00:40 এই আঁকাৰৰ বাবে পৃষ্ঠাৰ মার্জিন চেত কৰক
00:44  পৃষ্ঠা মার্জিন কিয় প্রয়োজনীয় ?
00:46 এটি পাততপৃষ্ঠা মার্জিনয়ে স্পেচ নিৰ্ধাৰন কৰে যত কোনো বস্তুক স্থাপন কৰিব পাৰে
00:53 উদাহৰণস্বৰুপে, আমাৰ অঙ্কনটোক ছপাবলৈ প্রয়োজন হব পাৰে আৰু ফাইল কৰি ৰখা
00:57 মার্জিনে নিশ্চিত কৰে চাইদত পর্যাপ্ত স্থান থাকে ,
01:01 যাতে যেতিয়া আমি ছবিটি প্ৰীন্ট কৰো, তাৰ কোনো এটি অংশ লুকাই বা কটা নাযায়
01:07 পৃষ্ঠা মার্জিন নির্দিষ্ট কৰা যাওক আৰু তাৰপিছত WaterCycle আঁকাটোক ছাপক
01:11 ধৰক যে এই ছবিটো প্ৰীন্ট কৰিবলৈ বয়ৱহাৰ কৰা কাগজৰ আকাৰ প্রমান মাপৰ নহয়
01:18 এইটোৰ উচ্চতা 20 সেমি আৰু 'প্রস্থ' 20 সেমি হয়
01:23 ইয়াক এটি Bottom মার্জিন' 1.5 সেমি প্রয়োজন হয়
01:29 এই পৰিমাপ নির্দিষ্ট কৰিবলৈ, প্রধান মেনুৰ পৰা, 'ফৰমেট' নির্বাচন কৰক আৰু পেজ' ক্লিক কৰক
01:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্সে প্রদর্শিত হৈছে
01:38 পেজ ট্যাবটি নির্বাচন কৰক
01:41 'প্রস্থ' ক্ষেত্রত 20 আৰু উচ্চতা ক্ষেত্রত "20" লিখক
01:47 'মার্জিনৰ আধিনত, Bottom ক্ষেত্রত 1.5 লিখক
01:54 সো ফালৰ লৈ, আপোনি ড্র পাতৰ এটি পূর্বৰুপ দেখিব পাৰে
01:58 এই পূর্বৰুপে ড্র পাতৰ পৰিবর্তনবোৰক দেখোৱায়
02:02 ক্লিক কৰক 'OK ' .
02:04 অঙ্কনটো দেখাত কেনে লাগিছে?
02:06 এইটোৱে পৃষ্ঠাৰ পৰা spills মানে উলায় আহিছে !
02:08 ইয়াৰ মানে এইতোও যে এই ছবিটোৰ এটি অংশ ছপাৰ সময়ত হেৰায় যাব ।
02:14 আপোনি অবশ্যই নিশ্চিত কিৰিব যে:
02:15 ছবিটো সদায়ে মার্জিনৰ ভিতৰত থাকে ।
02:18 আপোনি যেতিয়া কোনো অঙ্কন কৰে তাৰ কোনো অংশ মার্জিনৰ বাহিৰত যাব নোৱাৰে ।
02:23 সেয়ে, আপোনি ছবি আঁকা আৰম্ভ কৰাৰ আগতে পাতৰ মার্জিন নির্দিষ্ট কৰা ভাল অভ্যাস।
02:29 আকৌ প্রধান মেনুৰ পৰা ফৰমেট নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
02:35 পৃষ্ঠা সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
02:38 পেজ ট্যাবত ক্লিক কৰক ।
02:40 ফৰমেট ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু নির্বাচন কৰক A4 .
02:45 এইটো হল মূল মার্জিন যি আমি নির্দিষ্ট কৰিছিলো।
02:48 ক্লিক কৰক 'OK ' .
02:52 অঙ্কনটো মার্জিনত ৰাখিছে।
02:55 আপনি ড্র পৃষ্ঠাৰ পৰা 'পৃষ্ঠা সেটআপ' ডায়ালগ বাক্স লৈ যাব পাৰো,
03:00 পৃষ্ঠাত সো ক্লিক কৰি আৰু কনটেক্সট মেনু ব্যবহাৰ কৰি ।
03:05 'ক্যানসেলত ', ক্লিক কৰি আৰু ডায়লগ বক্সৰ পৰা উলায় যাওক।
03:09 এতিয়া, পৃষ্ঠা সংখ্যা, তাৰিখ, সময় আৰু লেখকৰ নাম ভৰোৱা যাওক ।
03:15 WaterCycle ছবিটিৰ সৈতে পাত নির্বাচন কৰো আৰু পৃষ্ঠাৰ নম্বৰ যোগ কৰো ।
03:21 প্রধান মেনুলৈ যাওক, Insert নির্বাচন কৰক আৰু ক্লিক কৰক Fields ।
03:27 ক্ষেত্রবোৰ ৰ তালিকা প্রদর্শিত হৈছে ।
03:31 Fieldচত মান থাকে যি ড্র দ্ৱাৰা স্বয়ংক্রিয়ভাবে উৎপন্ন হয় ।
03:35 আমি মাত্র একােটা Field আৰু ড্র দ্ৱাৰা উৎপন্ন হোৱা মানক ভৰাব লাগিব।
03:41 Page number-ৰত ক্লিক কৰো ।
03:43 ড্র পৃষ্ঠাত ১ কৰ সৈতে একোটা টেক্সট বাক্স যুক্ত হৈছে  ।
03:48 এই টেক্সট বক্সৰ আকাৰক খাপ খোৱাক আৰু ইয়াক অলপ সৰু কৰা যাওক ।
03:55 এতিয়া, বাক্সটোক টানি আনো আৰু পৃষ্ঠাৰ তলৰ সো কোনত ইয়াক ৰাখক
04:01 নম্বৰ বক্সক ভালভাবে নিবলৈ, নম্বৰ বক্স নির্বাচন কৰক আৰু শিফট কী টিপক ।
04:07 এতিয়া ইয়াক তললৈ নিয়ক ।
04:11 চাওক যদি পৰবর্তী সংখ্যাটো এই ড্র ফাইলৰ দ্বিতীয় পৃষ্ঠাত আছে।
04:17 ইয়াত পৃষ্ঠা নম্বৰ নাই !
04:20 আমি যত fieldটো ভৰাইছো, পৃষ্ঠা নম্বৰ মাত্র সেই পাততে আছে!
04:26 এতিয়া শিকা যাওক কিভাবে পৃষ্ঠা সংখ্যাৰ ফৰ্মেট পৰিবর্তন কৰা যায় ।
04:30 প্রধান মেনুৰ পৰা 'ফৰমেট' নির্বাচন কৰক আৰু ক্লিক কৰক 'পেজ' ।
04:36 পেজ সেটআপ ডায়লগ বাক্স প্রদর্শিত হৈছে ।
04:39 পেজ ট্যাবত ক্লিক কৰক ।
04:41  Layout settings,ৰ অধীনত, নির্বাচন কৰক 'ফৰমেট' ।
04:45 ড্রপ ডাউন তালিকাৰ পৰা a , b , c নির্বাচন কৰক ।
04:49 ক্লিক কৰক 'OK' .
04:52 পাতৰ সংখ্যা 1, 2, 3 পৰা a ,b ,c লৈ পৰিবর্তিত হৈছে।
04:58 একেইভাবে, আপোনি এইটোক যিকোনো এটি ফৰ্মেতলৈ পৰিবর্তন কৰিব পাৰে। 
05:01 এতিয়া শিকা যাওক কিভাবে তাৰিখ আৰু সময়ৰ ক্ষেত্র ভৰোৱা যায় ।
05:05 আপোনি আপোনাৰ ড্র পৃষ্ঠাত তাৰিখ আৰু সময়ৰ স্তেম্পো  যোগ কৰিব পাৰে।
05:10 Insert' আৰু Fields' ত ক্লিক কৰি আপোনি সেয়া কৰিব পাৰে ।
05:14 এটি হল তাৰিখ (fixed) আৰু সময় (fixed) ।
05:18 অন্যটি হল তাৰিখ (variable) আৰু সময় (variable) ।
05:23 তাৰিখ (fixed) আৰু সময় (fixed) বিকল্পয়ে বর্তমান তাৰিখ আৰু সময় যোগ কৰে ।
05:29 এই তাৰিখ আৰু সময়ৰ মান পৰিবর্তন নহয়।
05:33 অন্যফালে, তাৰিখ (variable) আৰু সময় (variable) বিকল্পয়ে ।
05:37 আপোনি যেতিয়াই ফাইলটি খুলিব, ই নিজেই পৰিবর্তন হয়।
05:42 ইয়াত সময় (variable) যোগ কৰো।
05:46 এতিয়া, বক্সটো ট‍ানি লৈ পৃষ্ঠাৰ তলৰ সো কোণত পাতৰ নম্বৰৰ উপৰত ৰাখক।
05:56 যেতিয়াই আপোনি ড্র পৃষ্ঠাটি খুলিব, তেতিয়াই ভৰাই থোৱা সময়টো বর্তমানৰ সময়লৈ পৰিবর্তন হব।
06:03 এতিয়া সেই লেখকৰ নাম যোগ কৰা যাওক, যিয়ে এই ফাইলটি তৈয়াৰ কৰিছে।
06:08 ইয়াত, “Teacher. A. B.” হিচাবে আমি লেখকৰ নাম ১ক পৃস্ঠাত লিখো
06:17 সেয়ে প্রথম পাতলৈ যাও
06:19 প্রধান মেনুলৈ যাওক, নির্বাচন কৰক টুলস আৰু ক্লিক কৰক Options .
06:24 Options ডায়লগ বাক্স প্রদর্শিত হৈছে ।
06:27 'Options' ডায়লগ বাক্সত 'LibreOffice' ত ক্লিক কৰক, আৰু তাৰপিছত ক্লিক কৰক User Data.
06:34 ডায়লগ বাক্সৰ সো ফালে, আপোনি user data information মানে ব্যবহাৰকাৰী সংক্রান্ত তথ্য লিখিব পাৰে।
06:40 ইয়াত আপোনি আপোনাৰ প্রয়োজনীয়তাৰ বিবৰণ লিখিব পাৰে।
06:44 First/Last Name বা Initialsত যথাক্রমে লিখক Teacher 'A', আৰু 'B'
06:53 OK ক্লিক কৰক .
06:55 প্রধান মেনুৰ পৰা  এতিয়া Insert ক্লিক কৰক, Fields নির্বাচন কৰক আৰু Author ক্লিক কৰক ।
07.02 Teacher A B নামটি টেক্সট বাক্সত ভৰোৱা হৈছে ।
07:07 এই বক্সটোক টানি আনি ড্র পৃষ্ঠাৰ তলৰ সো কোণত ৰাখক ।
07:15 এতিয়া, আপোনি যদি আমি ড্র পাতত ভৰোৱা ক্ষেত্রবোৰক মুচিব বিচাৰে, তেনেহলে কি কৰিব  ?
07:21 মাত্ৰ সেই টেক্সট বাক্সটি নির্বাচন কৰক আৰু 'ডিলিট' কী টিপক ।
07:25 এতিয়া 'লেখকৰ নাম' ক্ষেত্রটো ডিলিট কৰা যাওক ।
07:28 আৰু যদি আপোনি এই ক্রিয়াটো আনডো কৰিব বিছাৰো, তেনেহলে কি কৰিব ?
07:31 আপোনি CTRL আৰু Z এই কী-দুটি একেলগে টিপি যিকোনো ক্ৰীয়া আনডো কৰিব পাৰে  ।
07:38 শেষত যি কামটো দেখোৱা হৈছিলে, অর্থাত লেখকৰ ক্ষেত্রৰ  গেছে ।
07:45 ক্ষেত্রটি আকৌ এবাৰ দেখা গৈছে ।
07:48 আমি প্রধান মেনুৰ পৰা আনডু আৰু ৰিডু কৰিব পাৰো। 
07:53 প্রধান মেনুৰ পৰা নির্বাচন কৰক 'Edit'আৰু ক্লিক কৰক 'Redo' .
07:57 লেখকৰ নাম আৰু দেখা নাযায় !
08:00         CTRL + Z কী একেলগে টিপি আৰু আমি বনাই থোৱা field insertions ক আনডু কৰো।
08:06 আপোনি redo আৰু undo কম্মান্দৰ বাবে কী বোর্ডৰ পৰা শর্ট কাট কীও ব্যবহাৰ কৰিব পাৰো।
08:13 এটি কাম undo কৰাৰ বাবে CTRL আৰু Z কী একেলগে টিপক ।
08:18 এটি কাম redo কৰাৰ বাবে CTRL আৰু Y কী একেলগে টিপক ।
08:23 এই টিউটোৰিয়েলটি ৰখাওক আৰু এই অনুশীলনীটি কৰক ।
08:26 লেখকৰ নাম পৰিবর্তন কৰক আৰু সংৰক্ষণ কৰক ।
08:29 এতিয়া পৃষ্ঠাটোলৈ আৰো দুটি এৰো যোগ কৰক ।
08:33 দ্বিতীয় পৃষ্ঠাত পৃষ্ঠা নম্বৰ আৰু তাৰিখ যোগ কৰক ।
08:38 এতিয়া শেষৰ পাঁচটি কর্ম আনডু আৰু ৰিডু কৰক ।
08:42 পৰীক্ষা কৰি চাওক যদি undo  আৰু Redo বিকল্পয়ে সমস্ত কর্মক undo কৰিছে, বা কিছু কামক undo কৰিব পৰা নাই ।
08:51 এই পৃষ্ঠাৰ নাম WaterCycleSlide দিও.
08:54 Pagesৰ অংশত থকা স্লাইড নির্বাচন কৰক আৰু সো ক্লিক কৰক আৰু নির্বাচন কৰক Rename Page .
09:00 Rename Slide ডায়লগ বক্সটি দেখা গৈছে ।
09:03 নামৰ ক্ষেত্ত, নাম হিসাবে লিখক WaterCycleSlide" .
09:08 'OK 'ক্লিক কৰক .
09:10 এতিয়া, এই পাতৰ উপৰত কার্সাৰটি আনক ।
09:14 আপোনি ইয়াত প্ৰৰ্দশিত হোৱা WaterCycleSlide” ' নামটো দেখিছেনেকি 
09:18 পাঠটিৰ  সম্পর্কীয় নাম এটা দিয়া ভাল অভয়াস হয় 
09:23 এতিয়া প্ৰিন্টিঙ অপছনটো সেত কৰো আৰু WaterCycle ' ছবিটো প্ৰিন্ট কৰো 
09:28 মেইন মেনুত ফাইল ক্লিক কৰক তাৰ পিছত প্ৰিন্ট 
09:33 প্ৰিন্ট ডাইলগ বক্চ প্ৰৰ্দশিত হয় 
09:36 General আৰু Options টেব্চৰ অধিনত থকা চেটিন্ঙচৰ বিষয়ে জানিবলৈ 
09:41 অনুগ্ৰহ কৰি LibreOffice Writer' চিৰিজত Viewing and printing Documents চটিউটৰিয়েল চাওক
09:48 বাও ফালে আপোনি পৃষ্ঠাৰ প্রিভিউ এলাকা দেখীব।
09:53 প্রিন্ট ডায়লগ বক্সৰ সো ফালে চাৰিটা ট্যাব আছে:
09:58 General, LibreOffice Draw, Page Layout, বিকল্প ।
10:04 LibreOffice Drawৰ নির্দিষ্ট বিকল্পবোৰ লক্ষ্য কৰক।
10:09 LibreOffice Draw ট্যাবত ক্লিক কৰক ।
10:13 পৃষ্ঠাৰ নাম আৰু তাৰিখ আৰু সময় বক্স দুটিত টিক দিয়ক ।
10:17 এইটোৱে ছবিৰ সৈতে এই পৃষ্ঠাৰ নাম, তাৰিখ আৰু সময় প্ৰীন্ট কৰিব।
10:23 ছবি প্ৰীন্ট কৰিবৰ বাবে, Original colors আৰু Fit to printable page নির্বাচন কৰক ।
10:29 আপোনাৰ কম্পিউটাৰ পৰাWaterCycle ছবিটি ছপাবৰ বাবে ক্লিক কৰক প্রিন্ট
10:34 আপোনি যদি আপোনাৰ প্রিন্টাৰটিক সঠিকভাবে কনফিগাৰ কৰি থৈছে, তেনেহলে আপোনাৰ ছবিটো এতিয়া ছপা আৰম্ভ কৰা উচিত ।
10:40 এইখিনিতে LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল।
10:45 এই টিউটোৰিয়েলটিত, আপোনি শিকিছে কিভাবে:
10:48 ড্র পৃষ্ঠাৰ বাবে মার্জিন নির্দিষ্ট কৰা ।
10:50 আৰু কিভাবে পাতৰ সংখ্যা, তাৰিখ আৰু সময় যোগ কৰা যায় ।
10:54 আনডু আৰু ৰিডু কৰা ।
10:57 এটি পৃষ্ঠাৰ পুনঃনামকৰণ।
10:58 এটি পৃষ্ঠা ছপা ।
11:01 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
11:03 আৰু দুটি পৃষ্ঠা যোগ কৰক ।
11:06 প্রতিটো পৃষ্ঠাৰ বাবে বিভিন্ন মার্জিন নির্দিষ্ট কৰক আৰু লেবেল আৰু আপোনি আগৰ টিউটোৰিয়েলত তৈয়াৰ কৰা আমন্ত্রণপত্রটি ছাপক।
11:14 এই পৃষ্ঠাবোৰৰ প্রতিটো পৃষ্ঠাত Page count "  ফিল্দ ভৰাওক আৰু চাওক কি হয় ।
11:21 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
11:24 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:28 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:32 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:34 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:37 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:41 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:47 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:10 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble