LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Assamese

From Script | Spoken-Tutorial
Revision as of 15:10, 10 March 2014 by Desicrew (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
VISUAL CUE NARRATION
00:00 লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
00:07 এই টিউট’ৰিয়েলত আমি শিকিম:
00:09 প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়:
00:12 ছৰ্টিং বাই কলম্ছ
00:15 বেইছিক্ছ অফ ফিল্টাৰিং ডেটা
00:17 ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো|
00:27 আহক আমি টিউট’ৰিয়েলটো লিবাৰ অফিচত কেল্কত ব্যৱহৄত বেইছিক ফৰ্মূলাসমূহ শিকি আৰম্ভ কৰোঁ|
00:35 ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যন য’ত এটা ৰিজাল্ট পাবলৈ নাম্বাৰ আৰু ভেৰিয়েবল ব্যৱহাৰ কৰা হয়|
00:41 এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে|
00:47 সম্পন্ন কৰা হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন|
00:56 আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰোঁ|
01:02 আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত আমি “ক’ষ্ট” হেডিঙত থকা সকলো ব্যয়ৰ দাম কেনেকৈ যোগ কৰিব পাৰি তাক চাও আহক|
01:13 “মিচছেলেনিয়াছ”-ৰ তলত আমি “ছাম টোটেল” নামৰ আন এটা হেডিং তৈয়াৰ কৰিম|
01:19 আৰু আমি চেল A8-ত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম|
01:25 এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো আহক য’ত আমি খৰচৰ মুঠ পৰিমান দেখুওৱাব খোজো|
01:32 সকলোবোৰ kharac যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C কলন C7”|.
01:44 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
01:47 আপুনি “ক’ষ্ট”-ৰ অধীনত সকলোবোৰ আইটেমৰ যোগ হোৱা দেখিবলৈ পাব|
01:51 এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক|
01:55 আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিল” ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখব বিছাৰো তেনে A9 চেলত প্ৰথমে ক্লিক কৰিব লাগিব|
02:06 এতিয়া, এই চেলত “ইজ ইকুৱেল টু” টাইপ কৰক আৰু ব্ৰেচৰ ভিতৰত “C3 মাইনাছ C4” চেল পৰিসীমা দিয়ক|
02:17 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
02:20 আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ৰেজাল্টটো প্ৰদৰ্শিত হৈছে|
02:29 এতিয়া আমি সাল-সলনিবিলাক আন্ডু কৰিম|
02:32 একেধৰণে, আমি বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো|
02:37 স্প্ৰেডশ্যিটত থকা অইন অটা বেইছিক অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা|
02:43 এইটো কেনেকৈ কৰা যায় চাও আহক|
02:45 “ছাম টোটেল” চেলৰ ঠিক তলতে “এভাৰেজ” নামৰ এটা হেডিং দিয়া যাওক|
02:50 ইয়াত আমি টোটেল ক’ষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো|
02:55 গতিকে আহক আমি “C9” চেলত ক্লিক কৰো|
02:58 এতিয়া ব্ৰেচৰ ভিতৰত “ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰক|
03:04 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
03:07 আপুনি দেখা পাব চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে|
03:11 এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো|
03:15 হৰাইয’ন্টেল শাৰীত থকা এলিমেন্ট বিলাকৰ এভাৰেজ আমি একে ধৰণে পাব পাৰো|
03:20 আমি এডভান্সড লেভেল টিউট’ৰিয়্লেত ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে অধিক শিকিম|
03:25 এতিয়া আমি কেল্ক স্প্ৰেডশিটত ডেটা কেনেকে ছৰ্ট কৰে তাক শিকিম|
03:30 ছৰ্টিঙে যিকিনো মেনাৰত শিটত থকা ভিজিবল চেল বিলাকক এৰেঞ্জ কৰিব পাৰে|
03:35 কেল্কত, আপুনি ডেটা তিনিটা ক্ৰাইটেৰিয়া এটাৰ পাছত এটা ব্যৱহাৰ কৰি ডেটাসমুহ ছৰ্ট কৰিব পাৰে|
03:43 সিহঁত আৰু কামত আহে যেতিয়া আপুনি এটা নিৰ্দিষ্ট বস্তু বিছাৰি থাকে আৰু ডেটা বিলাক ফিল্টাৰ কৰি লয়|
03:51 আহক আমি কও যে আমি “ক’ষ্ট” হেডিঙৰ অন্তৰ্ভূক্ত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো|
03:57 গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূহ হাইলাইট কৰক|
04:03 এতিয়া, বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক ড্ৰেগ কৰক|
04:12 এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব|
04:15 এতিয়া, মেন্যু বাৰত থকা “ডেটা” অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”ত ক্লিক কৰক|
04:21 ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যন” ছিলেক্ট কৰক|
04:24 আপুনি এটা ডায়্লগ বক্স “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতে দেখিবলৈ পাব|
04:31 “ছৰ্ট ক্ৰাইটেৰিয়া” টেবত “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
04:37 “ক’ষ্ট”ক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা “এচছেন্ডিং” অপশ্যনটোত ক্লিক কৰক|
04:44 এতিয়া “OK” বাটনটোত ক্লিক কৰক|
04:47 আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে|
04:51 একেধৰণে, ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনটোত ক্লিক কৰক|
04:59 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:02 মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰিব লাগিব|
05:09 যেনে ধৰক, আমি ছিৰিয়েল নাম্বাৰ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰিছো|
05:14 প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰিব লাগিব|
05:18 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”-ত ক্লিক কৰক|
05:24 দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
05:30 তাৰ পাছত “ডেন বাই” ফিল্ডত “এছ এন” ছিলেক্ট কৰক|
05:35 দুয়ুটা অপশ্যনৰ কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনটোত ক্লিক কৰক|
05:43 আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব|
05:47 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:49 এতিয়া আহক আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ|
05:53 ফিল্টাৰ হৈছে প্ৰদৰ্শিত হ’বলৈ প্ৰতিটো এন্ট্ৰিয়ে মানি চলিবলগীয়া কন্ডিশ্যনবিলাকৰ এখন লিষ্ট|
06:00 এখন স্প্ৰেডশ্যিটত এটা ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো আহক|
06:07 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনলৈ য়াওক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক|
06:12 পপ আপ মেন্যুত “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক|
06:16 আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক ওলাইছে|
06:20 “আইটেম” নামৰ চেলটোত নিম্ন মুখী এৰ’ ডলত ক্লিক কৰক|
06:24 এতিয়া ধৰা যাওক অপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে|
06:29 “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক|
06:34 আপুনি দেখিব যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে|
06:40 বাকী অপশ্যনবিলাক ফিল্টাৰড আউট হৈছে|
06:43 গোটেইখিনি ডেটা পুনৰ দেখা পাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক|
06:52 আমি এতিয়া আমি পোন প্ৰথমে লিখা সকলো ডেটা ভিউ কৰিব পাৰিছো|
06:59 “অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি এই লানি টিউট’ৰিয়েলৰ শেষৰ ফালে শিকিম|
07:11 এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|
07:15 চমুকৈ আমি তলত দিয়াবোৰ শিকিলো:
07:18 প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়|
07:21 কলমৰ দ্বাৰা ছৰ্টিং|
07:23 ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান|
07:26 *তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|
07:30 *ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
07:33 *যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
07:37 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
07:40 *স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
07:43 * যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
07:47 *সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
07:53 *স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
07:58 *ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
08:06 * এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন
08:08 *স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
08:16 *এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
Thanks for joining


08:20 *অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Pratik kamble