LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়লৈ আপোনাক স্বাগতম জনাইছোঁ|
00:07 এই টিউট’ৰিয়েলত আমি শিকিম:
00:09 প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়:
00:12 columns দ্বাৰা ছর্ট কৰা
00:15 Data Filtering -ৰ মূল কথা
00:17 ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো|
00:27 আহক আমি এই টিউট’ৰিয়েলটো লিবাৰ অফিচ কেল্কত ব্যৱহাৰ হোৱা basic ফর্মূলাসমূহেৰে শিকি আৰম্ভ কৰোঁ।
00:35 ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যনে যি এটা ফলাফল পাবলৈ নাম্বাৰে আৰু ভেৰিয়েবলে ব্যৱহাৰ কৰা হয়|
00:41 এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে|
00:47 সম্পন্ন হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন|
00:56 আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো খোলো।
01:02 বলক চাও, আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত “ক’ষ্ট” হেডিঙত কোৱা সকলো খৰচখিনি যোগ কৰিব পাৰি|
01:13 “মিচছেলেনিয়াছ”-ত আমি “ছাম টোটেল” নামৰ আন এটা হেডিংদিম|
01:19 আৰু আমি 8-চেলত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম|
01:25 এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো য’ত আমি মুঠ খৰচৰ পৰিমান দেখুওৱাব খোজো|
01:32 সকলোবোৰ যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C3 কলন C7”|.
01:44 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” টিপক।|
01:47 আপুনি “ক’ষ্ট”-ৰ অধীনত থকা সকলোবোৰ আইটেমচ যোগ হোৱা দেখিবলৈ পাব|
01:51 এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক|
01:55 আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিলৰ”cost মানে খৰচখিনি ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখাব বিছাৰো তেনেহলে প্রথমে A9 চেলত প্ৰথমে ক্লিক কৰক।
02:06 এতিয়া, এই চেলত টাইপ কৰক “ইজ ইকুৱেল টু” আৰু Brace ত Cell reference সম্বন্ধিত “C3 মাইনাছ C4” (C3 - C4)|
02:17 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
02:20 আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ফলাফল ৰেজাল্টটো প্ৰদৰ্শিত হৈছে|
02:29 এতিয়া আমি সাল-সলনিখিনি আন্ডু কৰিম|
02:32 একেধৰণে, এজনে বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো|
02:37 স্প্ৰেডশ্যিটত থকা অইন অটা মূল অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা|
02:43 এইটো কেনেকৈ কৰা হয় চাও আহক|
02:45 “ছাম টোটেল” চেলৰ ঠিক তলতে “এভাৰেজ” নামৰ এটা হেডিং দিয়া যাওক|
02:50 ইয়াত আমি টোটেল ক’ষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো|
02:55 গতিকে আহক আমি “C9” চেলত ক্লিক কৰো|
02:58 এতিয়া আমি ব্ৰেচৰ ভিতৰত “ইজ ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰিম।
03:04 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” key টিপক।
03:07 আপুনি দেখা পাব যে চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে|
03:11 এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো|
03:15 একেধৰণে, হৰাইয’ন্টেল শাৰীত আপুনি এলিমেন্টচ বিলাকৰ এভাৰেজ, উলিয়াব পাৰে|
03:20 আমি ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে এডভান্সড লেভেল টিউট’ৰিয়্লেত অধিক শিকিম|
03:25 এতিয়া আমি এখন কেল্ক স্প্ৰেডশিটত ডেটা কেনেকৈ ছৰ্ট কৰে তাক শিকো|
03:30 ছৰ্টিঙ কৰি্লে শিটত থকা ভিজিবল চেল বিলাকক ইচ্ছা অনুসাৰে এৰেঞ্জ কৰিব পাৰে|
03:35 কেল্কত, আপুনি তিনি ধৰণৰ প্রক্রিয়াত ডেটা sort কৰিব পাৰে যি পিছলৈ প্রয়োগ কৰিব পাৰি।
03:43 সিহঁত আৰু সুবিধাজনক হয় যেতিয়া আপুনি এটা বিশেষ বস্তু বিছাৰে আৰু আপোনাৰ ওচৰত ফিল্টাৰ হৈ থকা data থকাৰ পিছত সিহঁত আৰু শক্তিশালী হৈ যাব।
03:51 ধৰিলওক যে আমি “ক’ষ্ট” হেডিঙৰ অধীনত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো|
03:57 গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূ চিনাক্তট কৰক|
04:03 এতিয়া, বাওঁফালৰ মাউছৰ বাটনটো ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক column ৰ লগত ড্ৰেগ কৰক|
04:12 এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব|
04:15 এতিয়া, মেন্যু বাৰত থকা “ডেটা” অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”ত ক্লিক কৰক|
04:21 ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যনক” ছিলেক্ট কৰক|
04:24 আপুনি দেখিছে যে “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতেএটা ডায়্লগ বক্স ওলায়|
04:31 “ছৰ্ট ক্ৰাইটেৰিয়া” টেবত “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
04:37 “ক’ষ্ট”ক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা “এচছেন্ডিং” অপশ্যনটোত ক্লিক কৰক|
04:44 এতিয়া “OK” বাটনত ক্লিক কৰক|
04:47 আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে|
04:51 একেধৰণে, ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনটোত ক্লিক কৰক|
04:59 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:02 মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰক আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰক|
05:09 ধৰক, আমি ছিৰিয়েল নাম্বাৰচ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰো|
05:14 সেয়ে প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰো|
05:18 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”-ত ক্লিক কৰক|
05:24 দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
05:30 তাৰ পাছত “ডেন বাই” ফিল্ডত “এছ এন” ছিলেক্ট কৰক|
05:35 দুয়ুটা অপশ্যনৰে কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনত ক্লিক কৰক|
05:43 আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব|
05:47 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:49 এতিয়া আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ|
05:53 ফিল্টাৰ কণ্ডিশ্যনবিলাক এখন সূচি হয় যি প্রত্যেক এন্ত্ৰিক পূৰা কৰিবলৈ প্রদর্শিত হয়|
06:00 এখন স্প্ৰেডশ্যিটত ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো|
06:07 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক|
06:12 পপ আপ মেন্যুত থকা “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক|
06:16 আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক দেখাইছে|
06:20 “আইটেম” নামৰ চেলটোত নিম্ন মুখী এৰ’ ডলত ক্লিক কৰক|
06:24 এতিয়া ধৰা হওক যে আপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে|
06:29 সেয়ে “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক|
06:34 আপুনি দেখে যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে|
06:40 বাকী অপশ্যনবিলাক ফিল্টাৰ হোৱা আছে|
06:43 গোটেইখিনি ডেটা চাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক|
06:52 আমি দেখো যে পোন প্ৰথমে লিখি থুৱা সকলোখিনি ডেটা এতিয়া চাব পাৰিছো|
06:59 “অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি পিছত শিকিম।
07:11 এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্কৰ বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|
07:15 চমুকৈ আমি শিকিলো:
07:18 প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়|
07:21 কলমৰ দ্বাৰা ছৰ্টিং|
07:23 ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান|
07:26 তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|
07:30 ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
07:33 যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
07:37 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
07:40 স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
07:43 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
07:47 সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
07:53 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
07:58 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
08:06 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন
08:08 স্প’কেন হাইফেন টিউট’ৰিয়েল ডট ওআৰজি শ্লাশ্ব এন এম ই আই চি টি হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
08:16 এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
08:20 অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Pratik kamble