Difference between revisions of "LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(6 intermediate revisions by 3 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|VISUAL CUE
+
|'''Time'''
||NARRATION
+
|'''Narration'''
  
 
|-
 
|-
 
|00:00
 
|00:00
||লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়ক স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|
+
||লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়লৈ আপোনাক স্বাগতম জনাইছোঁ|
  
 
|-
 
|-
Line 13: Line 13:
 
|-
 
|-
 
|00:09
 
|00:09
||প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়:
+
||প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়:
  
 
|-
 
|-
 
|00:12
 
|00:12
||ছৰ্টিং বাই কলম্ছ
+
||columns  দ্বাৰা ছর্ট  কৰা
  
 
|-
 
|-
 
|00:15
 
|00:15
||বেইছিক্ছ অফ ফিল্টাৰিং ডেটা
+
||Data Filtering -ৰ মূল কথা
  
 
|-
 
|-
Line 29: Line 29:
 
|-
 
|-
 
|00:27
 
|00:27
||আহক আমি টিউট’ৰিয়েলটো লিবাৰ অফিচত কেল্কত ব্যৱহৄত বেইছিক ফৰ্মূলাসমূহ শিকি আৰম্ভ কৰোঁ|
+
||আহক আমি এই টিউট’ৰিয়েলটো লিবাৰ অফিচ কেল্কত ব্যৱহাৰ  হোৱা basic ফর্মূলাসমূহেৰে শিকি আৰম্ভ কৰোঁ।
  
 
|-
 
|-
 
|00:35
 
|00:35
||ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যন য’ত এটা ৰিজাল্ট পাবলৈ নাম্বাৰ আৰু ভেৰিয়েবল ব্যৱহাৰ কৰা হয়|
+
||ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যনে যি এটা ফলাফল পাবলৈ নাম্বাৰে আৰু ভেৰিয়েবলে ব্যৱহাৰ কৰা হয়|
  
 
|-
 
|-
Line 41: Line 41:
 
|-
 
|-
 
|00:47
 
|00:47
||সম্পন্ন কৰা হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন|   
+
||সম্পন্ন হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন|   
  
 
|-
 
|-
 
|00:56
 
|00:56
||আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো অপেন কৰোঁ|
+
||আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো খোলো।
  
 
|-
 
|-
 
|01:02
 
|01:02
||আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত আমি “ক’ষ্ট” হেডিঙত থকা সকলো ব্যয়ৰ দাম কেনেকৈ যোগ কৰিব পাৰি তাক চাও আহক|
+
||বলক চাও, আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত “ক’ষ্ট” হেডিঙত কোৱা সকলো খৰচখিনি যোগ কৰিব পাৰি|
  
 
|-
 
|-
 
|01:13
 
|01:13
||“মিচছেলেনিয়াছ”-ৰ তলত আমি “ছাম টোটেল” নামৰ আন এটা হেডিং তৈয়াৰ কৰিম|
+
||“মিচছেলেনিয়াছ”-আমি “ছাম টোটেল” নামৰ আন এটা হেডিংদিম|
  
 
|-
 
|-
 
|01:19
 
|01:19
||আৰু আমি চেল A8-ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম|  
+
||আৰু আমি 8-চেলত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম|  
  
 
|-
 
|-
 
|01:25
 
|01:25
||এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো আহক য’ত আমি খৰচৰ মুঠ পৰিমান দেখুওৱাব খোজো|  
+
||এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো য’ত আমি মুঠ খৰচৰ পৰিমান দেখুওৱাব খোজো|  
  
 
|-
 
|-
 
|01:32
 
|01:32
||সকলোবোৰ kharac যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C কলন C7”|.
+
||সকলোবোৰ যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C3 কলন C7”|.
  
 
|-
 
|-
 
|01:44
 
|01:44
||এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
+
||এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” টিপক।|
  
 
|-
 
|-
 
|01:47
 
|01:47
||আপুনি “ক’ষ্ট”-ৰ অধীনত সকলোবোৰ আইটেমৰ যোগ হোৱা দেখিবলৈ পাব|  
+
||আপুনি “ক’ষ্ট”-ৰ অধীনত থকা সকলোবোৰ আইটেমচ যোগ হোৱা দেখিবলৈ পাব|  
  
 
|-
 
|-
Line 81: Line 81:
 
|-
 
|-
 
|01:55
 
|01:55
||আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিল” ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখব বিছাৰো তেনে A9 চেলত প্ৰথমে ক্লিক কৰিব লাগিব|
+
||আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিলৰ”cost মানে খৰচখিনি ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখাব বিছাৰো তেনেহলে প্রথমে  A9 চেলত প্ৰথমে ক্লিক কৰক।
  
 
|-
 
|-
 
|02:06
 
|02:06
||এতিয়া, এই চেলত “ইজ ইকুৱেল টু” টাইপ কৰক আৰু ব্ৰেচৰ ভিতৰত “C3 মাইনাছ C4” চেল পৰিসীমা দিয়ক|  
+
||এতিয়া, এই চেলত টাইপ কৰক “ইজ ইকুৱেল টু” আৰু Brace ত Cell reference সম্বন্ধিত “C3 মাইনাছ C4” (C3 - C4)|  
  
 
|-
 
|-
Line 93: Line 93:
 
|-
 
|-
 
|02:20
 
|02:20
||আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ৰেজাল্টটো প্ৰদৰ্শিত হৈছে|
+
||আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ফলাফল ৰেজাল্টটো প্ৰদৰ্শিত হৈছে|
  
 
|-
 
|-
 
|02:29
 
|02:29
||এতিয়া আমি সাল-সলনিবিলাক আন্ডু কৰিম|
+
||এতিয়া আমি সাল-সলনিখিনি আন্ডু কৰিম|
  
 
|-
 
|-
 
|02:32
 
|02:32
||একেধৰণে, আমি বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো|  
+
||একেধৰণে, এজনে বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো|  
  
 
|-
 
|-
 
|02:37
 
|02:37
||স্প্ৰেডশ্যিটত থকা অইন অটা বেইছিক অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা|  
+
||স্প্ৰেডশ্যিটত থকা অইন অটা মূল অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা|  
  
 
|-
 
|-
 
|02:43
 
|02:43
||এইটো কেনেকৈ কৰা যায় চাও আহক|  
+
||এইটো কেনেকৈ কৰা হয় চাও আহক|  
  
 
|-
 
|-
Line 125: Line 125:
 
|-
 
|-
 
|02:58
 
|02:58
||এতিয়া ব্ৰেচৰ ভিতৰত “ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰক|
+
||এতিয়া আমি ব্ৰেচৰ ভিতৰত “ইজ ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰিম।
  
 
|-
 
|-
 
|03:04
 
|03:04
||এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
+
||এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” key টিপক।
  
 
|-
 
|-
 
|03:07
 
|03:07
||আপুনি দেখা পাব চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে|  
+
||আপুনি দেখা পাব যে চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে|  
  
 
|-
 
|-
Line 141: Line 141:
 
|-
 
|-
 
|03:15
 
|03:15
||হৰাইয’ন্টেল শাৰীত থকা এলিমেন্ট বিলাকৰ এভাৰেজ আমি একে ধৰণে পাব পাৰো|  
+
||একেধৰণে, হৰাইয’ন্টেল শাৰীত আপুনি  এলিমেন্টচ বিলাকৰ এভাৰেজ, উলিয়াব পাৰে|  
  
 
|-
 
|-
 
|03:20
 
|03:20
||আমি এডভান্সড লেভেল টিউট’ৰিয়্লেত ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে অধিক শিকিম|  
+
||আমি ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে এডভান্সড লেভেল টিউট’ৰিয়্লেত অধিক শিকিম|  
  
 
|-
 
|-
 
|03:25
 
|03:25
||এতিয়া আমি কেল্ক স্প্ৰেডশিটত ডেটা কেনেকে ছৰ্ট কৰে তাক শিকিম|  
+
||এতিয়া আমি এখন কেল্ক স্প্ৰেডশিটত ডেটা কেনেকৈ ছৰ্ট কৰে তাক শিকো|  
  
 
|-
 
|-
 
|03:30
 
|03:30
||ছৰ্টিঙে যিকিনো মেনাৰত শিটত থকা ভিজিবল চেল বিলাকক এৰেঞ্জ কৰিব পাৰে|  
+
||ছৰ্টিঙ কৰি্লে শিটত থকা ভিজিবল চেল বিলাকক ইচ্ছা  অনুসাৰে এৰেঞ্জ কৰিব পাৰে|  
  
 
|-
 
|-
 
|03:35
 
|03:35
||কেল্কত, আপুনি ডেটা তিনিটা ক্ৰাইটেৰিয়া এটাৰ পাছত এটা ব্যৱহাৰ কৰি ডেটাসমুহ ছৰ্ট কৰিব পাৰে|
+
||কেল্কত, আপুনি তিনি ধৰণৰ প্রক্রিয়াত ডেটা sort কৰিব পাৰে যি পিছলৈ প্রয়োগ কৰিব পাৰি।
  
 
|-
 
|-
 
|03:43
 
|03:43
||সিহঁত আৰু কামত আহে যেতিয়া আপুনি এটা নিৰ্দিষ্ট বস্তু বিছাৰি থাকে আৰু ডেটা বিলাক ফিল্টাৰ কৰি লয়|
+
||সিহঁত আৰু সুবিধাজনক হয় যেতিয়া আপুনি এটা বিশেষ বস্তু বিছাৰে আৰু আপোনাৰ ওচৰত ফিল্টাৰ হৈ থকা data  থকাৰ পিছত সিহঁত আৰু শক্তিশালী হৈ যাব।
  
 
|-
 
|-
 
|03:51
 
|03:51
||আহক আমি কও যে আমি “ক’ষ্ট” হেডিঙৰ অন্তৰ্ভূক্ত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো|  
+
||ধৰিলওক যে আমি “ক’ষ্ট” হেডিঙৰ অধীনত  ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো|  
  
 
|-
 
|-
 
|03:57
 
|03:57
||গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূহ হাইলাইট কৰক|  
+
||গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূ চিনাক্তট কৰক|  
  
 
|-
 
|-
 
|04:03
 
|04:03
||এতিয়া, বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক ড্ৰেগ কৰক|
+
||এতিয়া, বাওঁফালৰ মাউছৰ বাটনটো ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক column ৰ  লগত ড্ৰেগ কৰক|
  
 
|-
 
|-
Line 185: Line 185:
 
|-
 
|-
 
|04:21
 
|04:21
||ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যন” ছিলেক্ট কৰক|
+
||ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যনক” ছিলেক্ট কৰক|
  
 
|-
 
|-
 
|04:24
 
|04:24
||আপুনি এটা ডায়্লগ বক্স “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতে দেখিবলৈ পাব|
+
||আপুনি দেখিছে যে “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতেএটা ডায়্লগ বক্স ওলায়|
  
 
|-
 
|-
Line 201: Line 201:
 
|-
 
|-
 
|04:44
 
|04:44
||এতিয়া “OK” বাটনটোত ক্লিক কৰক|
+
||এতিয়া “OK” বাটনত ক্লিক কৰক|
  
 
|-
 
|-
Line 217: Line 217:
 
|-
 
|-
 
|05:02
 
|05:02
||মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰিব লাগিব আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰিব লাগিব|  
+
||মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰক আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰক|  
  
 
|-
 
|-
 
|05:09
 
|05:09
||যেনে ধৰক, আমি ছিৰিয়েল নাম্বাৰ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰিছো|  
+
||ধৰক, আমি ছিৰিয়েল নাম্বাৰচ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰো|  
  
 
|-
 
|-
 
|05:14
 
|05:14
||প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰিব লাগিব|  
+
||সেয়ে প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰো|  
  
 
|-
 
|-
Line 241: Line 241:
 
|-
 
|-
 
|05:35
 
|05:35
||দুয়ুটা অপশ্যনৰ কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনটোত ক্লিক কৰক|  
+
||দুয়ুটা অপশ্যনৰে কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনত ক্লিক কৰক|  
  
 
|-
 
|-
Line 253: Line 253:
 
|-
 
|-
 
|05:49
 
|05:49
||এতিয়া আহক আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ|  
+
||এতিয়া আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ|  
  
 
|-
 
|-
 
|05:53
 
|05:53
||ফিল্টাৰ হৈছে প্ৰদৰ্শিত হ’বলৈ প্ৰতিটো এন্ট্ৰিয়ে মানি চলিবলগীয়া কন্ডিশ্যনবিলাকৰ এখন লিষ্ট|  
+
||ফিল্টাৰ কণ্ডিশ্যনবিলাক এখন সূচি হয় যি প্রত্যেক এন্ত্ৰিক পূৰা কৰিবলৈ প্রদর্শিত হয়|  
  
 
|-
 
|-
 
|06:00
 
|06:00
||এখন স্প্ৰেডশ্যিটত এটা ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো আহক|  
+
||এখন স্প্ৰেডশ্যিটত ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো|  
  
 
|-
 
|-
 
|06:07
 
|06:07
||এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনলৈ য়াওক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক|  
+
||এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক|  
  
 
|-
 
|-
 
|06:12
 
|06:12
||পপ আপ মেন্যুত “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক|
+
||পপ আপ মেন্যুত থকা “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক|
  
 
|-
 
|-
 
|06:16
 
|06:16
||আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক ওলাইছে|  
+
||আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক দেখাইছে|  
  
 
|-
 
|-
Line 281: Line 281:
 
|-
 
|-
 
|06:24
 
|06:24
||এতিয়া ধৰা যাওক অপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে|  
+
||এতিয়া ধৰা হওক যে আপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে|  
  
 
|-
 
|-
 
|06:29
 
|06:29
|| “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক|
+
||সেয়ে  “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক|
  
 
|-
 
|-
 
|06:34
 
|06:34
||আপুনি দেখিব যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে|  
+
||আপুনি দেখে যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে|  
  
 
|-
 
|-
 
|06:40
 
|06:40
||বাকী অপশ্যনবিলাক ফিল্টাৰড আউট হৈছে|
+
||বাকী অপশ্যনবিলাক ফিল্টাৰ হোৱা আছে|
  
 
|-
 
|-
 
|06:43
 
|06:43
||গোটেইখিনি ডেটা পুনৰ দেখা পাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক|  
+
||গোটেইখিনি ডেটা চাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক|  
  
 
|-
 
|-
 
|06:52
 
|06:52
||আমি এতিয়া আমি পোন প্ৰথমে লিখা সকলো ডেটা ভিউ কৰিব পাৰিছো|
+
||আমি দেখো যে পোন প্ৰথমে লিখি থুৱা সকলোখিনি ডেটা এতিয়া চাব পাৰিছো|
  
 
|-
 
|-
 
|06:59
 
|06:59
||“অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি এই লানি টিউট’ৰিয়েলৰ শেষৰ ফালে শিকিম|
+
||“অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি পিছত শিকিম।
  
 
|-
 
|-
 
|07:11
 
|07:11
||এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|  
+
||এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্কৰ বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|  
  
 
|-
 
|-
 
|07:15
 
|07:15
||চমুকৈ আমি তলত দিয়াবোৰ শিকিলো:
+
||চমুকৈ আমি শিকিলো:
  
 
|-
 
|-
 
|07:18
 
|07:18
||প্ৰাথমিক ফৰ্মূলাৰ স’তে পৰিচয়|
+
||প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়|
  
 
|-
 
|-
Line 329: Line 329:
 
|-
 
|-
 
|07:26
 
|07:26
||*তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|  
+
||তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|  
  
 
|-
 
|-
 
|07:30
 
|07:30
||*ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
+
||ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
  
 
|-
 
|-
 
|07:33
 
|07:33
||*যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
+
||যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
  
 
|-
 
|-
Line 345: Line 345:
 
|-
 
|-
 
|07:40
 
|07:40
||*স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
+
||স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
  
 
|-
 
|-
 
|07:43
 
|07:43
||* যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
+
||যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
  
 
|-
 
|-
 
|07:47
 
|07:47
||*সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
+
||সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
  
 
|-
 
|-
 
|07:53
 
|07:53
||*স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
+
||স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
  
 
|-
 
|-
 
|07:58
 
|07:58
||*ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|  
+
||ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|  
  
 
|-
 
|-
 
|08:06
 
|08:06
||* এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন   
+
|| এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন   
  
 
|-
 
|-
 
|08:08
 
|08:08
||*স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
+
||স্প’কেন হাইফেন টিউট’ৰিয়েল ডট ওআৰজি শ্লাশ্ব এন এম ই আই চি টি হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
  
 
|-
 
|-
 
|08:16
 
|08:16
||*এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
+
||এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
Thanks for joining
+
 
+
  
 
|-
 
|-
 
|08:20
 
|08:20
||*অংশ গ্ৰহণৰ বাবে ধন্যবাদ|
+
||অংশ গ্ৰহণৰ বাবে ধন্যবাদ|
  
 
|-
 
|-
 
|}
 
|}

Latest revision as of 12:21, 27 March 2017

Time Narration
00:00 লিবাৰ অফিচ কেল্কৰ প্ৰাথমিক ডেটা মেনিপুলেশ্যন বিষয়লৈ আপোনাক স্বাগতম জনাইছোঁ|
00:07 এই টিউট’ৰিয়েলত আমি শিকিম:
00:09 প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়:
00:12 columns দ্বাৰা ছর্ট কৰা
00:15 Data Filtering -ৰ মূল কথা
00:17 ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 10.04 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 3.3.4 ব্যৱহাৰ কৰিছো|
00:27 আহক আমি এই টিউট’ৰিয়েলটো লিবাৰ অফিচ কেল্কত ব্যৱহাৰ হোৱা basic ফর্মূলাসমূহেৰে শিকি আৰম্ভ কৰোঁ।
00:35 ফৰ্মূলাবোৰ হৈছে ইকুৱেশ্যনে যি এটা ফলাফল পাবলৈ নাম্বাৰে আৰু ভেৰিয়েবলে ব্যৱহাৰ কৰা হয়|
00:41 এখন স্প্ৰেডশ্যিটত ভেৰিয়েবল বিলাক হৈছে চেল লোকেশ্যন যিবিলাকে ইকুৱেশ্যনটো সম্পূৰ্ণ হবলৈ দৰকাৰী ডেটা সমূহ ধৰি ৰাখে|
00:47 সম্পন্ন হোৱা আটাইতকৈ বেইছিক এৰিথমেটিক অপাৰেশ্যন বিলাক হৈছে এডিশ্যন, ছাব্ছ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন|
00:56 আহক আমি প্ৰথমে “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলটো খোলো।
01:02 বলক চাও, আমাৰ “পাৰ্ছনেল-ফাইনান্স-ট্ৰেকাৰ.ods” ফাইলত “ক’ষ্ট” হেডিঙত কোৱা সকলো খৰচখিনি যোগ কৰিব পাৰি|
01:13 “মিচছেলেনিয়াছ”-ত আমি “ছাম টোটেল” নামৰ আন এটা হেডিংদিম|
01:19 আৰু আমি 8-চেলত ক্লিক কৰিম আৰু ক্ৰমিক নং হিচাপে “7” দিম|
01:25 এতিয়া, চেল নাম্বাৰ “C8”-ত ক্লিক কৰো য’ত আমি মুঠ খৰচৰ পৰিমান দেখুওৱাব খোজো|
01:32 সকলোবোৰ যোগ কৰিবলৈ আমি টাইপ কৰিম “ইজ ইকুৱেল টু ছাম” আৰু ব্ৰেচৰ ভিতৰত যোগ কৰিবলগীয়া কলমবিলাকৰ পৰিসীমা দিম, অৰ্থাত, “C3 কলন C7”|.
01:44 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” টিপক।|
01:47 আপুনি “ক’ষ্ট”-ৰ অধীনত থকা সকলোবোৰ আইটেমচ যোগ হোৱা দেখিবলৈ পাব|
01:51 এতিয়া কেল্কত কেনেকৈ ছাব্ছষ্ট্ৰেক্ট কৰিব পাৰি তাক শিকো আহক|
01:55 আমি যদি “হাউছ ৰেন্ট” আৰু “ইলেক্ট্ৰিছিটি বিলৰ”cost মানে খৰচখিনি ছাব্ছষ্ট্ৰেক্ট কৰিব বিছাৰো আৰু A9 চেলত ইয়াক দেখাব বিছাৰো তেনেহলে প্রথমে A9 চেলত প্ৰথমে ক্লিক কৰক।
02:06 এতিয়া, এই চেলত টাইপ কৰক “ইজ ইকুৱেল টু” আৰু Brace ত Cell reference সম্বন্ধিত “C3 মাইনাছ C4” (C3 - C4)|
02:17 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” দবাওক|
02:20 আমি দেখা পাম যে দুয়োটা চেল পৰিসীমা ছাব্ছষ্ট্ৰেক্ট হৈছে আৰু চেল নাম্বাৰ A9-ত ফলাফল ৰেজাল্টটো প্ৰদৰ্শিত হৈছে|
02:29 এতিয়া আমি সাল-সলনিখিনি আন্ডু কৰিম|
02:32 একেধৰণে, এজনে বেলেগ বেলেগ চেলত থকা ডেটা ডিভাইড আৰু মাল্টিপ্লাই কৰিব পাৰো|
02:37 স্প্ৰেডশ্যিটত থকা অইন অটা মূল অপাৰেশ্যন হৈছে নাম্বাৰৰ “এভাৰেজ” বিছাৰি উলিওৱা|
02:43 এইটো কেনেকৈ কৰা হয় চাও আহক|
02:45 “ছাম টোটেল” চেলৰ ঠিক তলতে “এভাৰেজ” নামৰ এটা হেডিং দিয়া যাওক|
02:50 ইয়াত আমি টোটেল ক’ষ্টৰ এভাৰেজ প্ৰদৰ্শন কৰিব বিছৰো|
02:55 গতিকে আহক আমি “C9” চেলত ক্লিক কৰো|
02:58 এতিয়া আমি ব্ৰেচৰ ভিতৰত “ইজ ইকুৱেল টু” “এভাৰেজ” আৰু “ক’ষ্ট” টাইপ কৰিম।
03:04 এতিয়া, কী-ব’ৰ্ডত “এণ্টাৰ” key টিপক।
03:07 আপুনি দেখা পাব যে চেলটোত “ক’ষ্ট” কলমটোৰ এভাৰেজ প্ৰদৰ্শিত হৈছে|
03:11 এতিয়া আহক আমি সালসলনিবোৰ আন্ডু কৰো|
03:15 একেধৰণে, হৰাইয’ন্টেল শাৰীত আপুনি এলিমেন্টচ বিলাকৰ এভাৰেজ, উলিয়াব পাৰে|
03:20 আমি ফৰ্মূলা আৰু অপাৰেটৰ বিলাকৰ বিষয়ে এডভান্সড লেভেল টিউট’ৰিয়্লেত অধিক শিকিম|
03:25 এতিয়া আমি এখন কেল্ক স্প্ৰেডশিটত ডেটা কেনেকৈ ছৰ্ট কৰে তাক শিকো|
03:30 ছৰ্টিঙ কৰি্লে শিটত থকা ভিজিবল চেল বিলাকক ইচ্ছা অনুসাৰে এৰেঞ্জ কৰিব পাৰে|
03:35 কেল্কত, আপুনি তিনি ধৰণৰ প্রক্রিয়াত ডেটা sort কৰিব পাৰে যি পিছলৈ প্রয়োগ কৰিব পাৰি।
03:43 সিহঁত আৰু সুবিধাজনক হয় যেতিয়া আপুনি এটা বিশেষ বস্তু বিছাৰে আৰু আপোনাৰ ওচৰত ফিল্টাৰ হৈ থকা data থকাৰ পিছত সিহঁত আৰু শক্তিশালী হৈ যাব।
03:51 ধৰিলওক যে আমি “ক’ষ্ট” হেডিঙৰ অধীনত ডেটাসমূহ এছচেণ্ডিং অৰ্ডাৰত ছৰ্ট কৰিব বিছাৰো|
03:57 গতিকে, প্ৰথমে “ক’ষ্ট” চেলত ক্লিক কৰি ছৰ্ট কৰিব লগীয়া ডেটাসমূ চিনাক্তট কৰক|
04:03 এতিয়া, বাওঁফালৰ মাউছৰ বাটনটো ধৰি “2000” বোলা চেলটোৰ শেষলৈ ইয়াক column ৰ লগত ড্ৰেগ কৰক|
04:12 এইটোৱে আমি ছৰ্ট কৰিব বিচৰা কলমটোক ছিলেক্ট কৰিব|
04:15 এতিয়া, মেন্যু বাৰত থকা “ডেটা” অপশ্যনটো ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”ত ক্লিক কৰক|
04:21 ইয়াৰ পাছত “কাৰেন্ট ছিলেকশ্যনক” ছিলেক্ট কৰক|
04:24 আপুনি দেখিছে যে “ছৰ্ট ক্ৰাইটেৰিয়া” আৰু “অপশ্যনচ” টেবৰ সৈতেএটা ডায়্লগ বক্স ওলায়|
04:31 “ছৰ্ট ক্ৰাইটেৰিয়া” টেবত “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
04:37 “ক’ষ্ট”ক এচছেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ ইয়াৰ পাছতে থকা “এচছেন্ডিং” অপশ্যনটোত ক্লিক কৰক|
04:44 এতিয়া “OK” বাটনত ক্লিক কৰক|
04:47 আপুনি দেখিব যে কলমটো এচছেন্ডিং অৰ্ডাৰত ছৰ্ট হৈছে|
04:51 একেধৰণে, ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট কৰিবলৈ হলে “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তাৰ পাছত “অ’কে” বাটনটোত ক্লিক কৰক|
04:59 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:02 মাল্টিপল কলম ছৰ্ট কৰিবলৈ প্ৰথমে সকলো কলমক ছিলেক্ট কৰক আৰু তাৰ পাছত ছৰ্ট অপশ্যনচ প্ৰয়োগ কৰক|
05:09 ধৰক, আমি ছিৰিয়েল নাম্বাৰচ আৰু ক’ষ্টক ছৰ্ট কৰিব বিচাৰো|
05:14 সেয়ে প্ৰথমে আমি আগতে কৰাৰ দৰে এই কলম কেইটা ছিলেক্ট কৰো|
05:18 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ছৰ্ট”-ত ক্লিক কৰক|
05:24 দেখা পোৱা ডায়লগ বক্সটোত প্ৰথমে “ছৰ্ট বাই” ফিল্ডত “ক’ষ্ট” ছিলেক্ট কৰক|
05:30 তাৰ পাছত “ডেন বাই” ফিল্ডত “এছ এন” ছিলেক্ট কৰক|
05:35 দুয়ুটা অপশ্যনৰে কাষত থকা “ডিচেন্ডিং”-ত ক্লিক কৰক আৰু তা পাছত “অ’কে” বাটনত ক্লিক কৰক|
05:43 আপুনি দুয়ুটা হেডিং ডিচেন্ডিং অৰ্ডাৰত ছৰ্ট হোৱা দেখিবলৈ পাব|
05:47 আহক আমি সালসলনিবিলাক আন্ডু কৰো|
05:49 এতিয়া আমি লিবাৰ অফিচ কেল্কত কেনেকৈ ডেটা ফিল্টাৰ কৰে তাক শিকোঁ|
05:53 ফিল্টাৰ কণ্ডিশ্যনবিলাক এখন সূচি হয় যি প্রত্যেক এন্ত্ৰিক পূৰা কৰিবলৈ প্রদর্শিত হয়|
06:00 এখন স্প্ৰেডশ্যিটত ফিল্টাৰ প্ৰয়োগ কৰিবলৈ আমি “আইটেম” নামৰ চেলটোত ক্লিক কৰো|
06:07 এতিয়া মেন্যু বাৰত থকা “ডেটা” অপশ্যনত ক্লিক কৰক আৰু তাৰ পাছত “ফিল্টাৰ”ত ক্লিক কৰক|
06:12 পপ আপ মেন্যুত থকা “অট’ ফিল্টাৰ” অপশ্যন্টোত ক্লিক কৰক|
06:16 আপুনি দেখিব যে হেডিঙবিলাকত এডাল এৰ’ মাৰ্ক দেখাইছে|
06:20 “আইটেম” নামৰ চেলটোত নিম্ন মুখী এৰ’ ডলত ক্লিক কৰক|
06:24 এতিয়া ধৰা হওক যে আপুনি কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাসমূহহে প্ৰদৰ্শন কৰিব বিচাৰিছে|
06:29 সেয়ে “ইলেক্ট্ৰিচিটি বিল” অপশ্যনত ক্লিক কৰক|
06:34 আপুনি দেখে যে কেৱল “ইলেক্ট্ৰিচিটি বিল” সম্পৰ্কীয় ডেটাবিলাকহে শ্যিটত প্ৰদৰ্শিত হৈছে|
06:40 বাকী অপশ্যনবিলাক ফিল্টাৰ হোৱা আছে|
06:43 গোটেইখিনি ডেটা চাবলৈ, “আইটেম” নামৰ চেলত থকা নিম্নমুখী এৰ’দালত ক্লিক কৰক আৰু তাৰ পাছত “অল”ত ক্লিক কৰক|
06:52 আমি দেখো যে পোন প্ৰথমে লিখি থুৱা সকলোখিনি ডেটা এতিয়া চাব পাৰিছো|
06:59 “অট’ ফিল্টাৰ”ৰ বাহিৰে আৰু দুটা ফিল্টাৰ অপশ্যন আছে, সেইয়া হৈছে “ষ্টেণ্ডাৰ্ড ফিল্টাৰ” আৰু “এডভান্সড ফিল্টাৰ” যিবিলাকৰ বিষয়ে আমি পিছত শিকিম।
07:11 এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্কৰ বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে|
07:15 চমুকৈ আমি শিকিলো:
07:18 প্ৰাথমিক ফৰ্মূলাৰ পৰিচয়|
07:21 কলমৰ দ্বাৰা ছৰ্টিং|
07:23 ডেটা ফিল্টাৰিঙৰ প্ৰাথমিক জ্ঞান|
07:26 তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅ’টো চাওক|
07:30 ইয়ে স্প’কেন টিউট’ৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে|
07:33 যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে|
07:37 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে
07:40 স্প’কেন টিউট’ৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে|
07:43 যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে|
07:47 সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্প’কেন হাইফেন টিউট’ৰিয়েল dot org-লৈ লিখক|
07:53 স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ|
07:58 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত|
08:06 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন
08:08 স্প’কেন হাইফেন টিউট’ৰিয়েল ডট ওআৰজি শ্লাশ্ব এন এম ই আই চি টি হাইফেন ইন্ট্ৰ’ত উপলব্ধ|
08:16 এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ|
08:20 অংশ গ্ৰহণৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Desicrew, Mousumi, Pratik kamble