Difference between revisions of "LaTeX/C2/Report-Writing/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border = 1 |'''Time''' |'''Narration''' |- | 00:01 | লেতেকত ('''LaTeX''') ৰিপ’ৰ্ত ৰাইতিংৰ ('''Report Writing''') স্প’কে...")
 
 
Line 6: Line 6:
 
| 00:01
 
| 00:01
 
| লেতেকত ('''LaTeX''') ৰিপ’ৰ্ত ৰাইতিংৰ ('''Report Writing''') স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম । মই ইয়াক কৈছো লেতেক (“'''latek'''”) আৰু লেতেক্স (“'''latex'''”) নহয়
 
| লেতেকত ('''LaTeX''') ৰিপ’ৰ্ত ৰাইতিংৰ ('''Report Writing''') স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম । মই ইয়াক কৈছো লেতেক (“'''latek'''”) আৰু লেতেক্স (“'''latex'''”) নহয়
 
|-
 
| 00:09
 
| মোৰ নাম হৈছে কান্নান মৌদগল্য (Kannan Moudgalya)
 
  
 
|-
 
|-

Latest revision as of 17:13, 4 August 2017

Time Narration
00:01 লেতেকত (LaTeX) ৰিপ’ৰ্ত ৰাইতিংৰ (Report Writing) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম । মই ইয়াক কৈছো লেতেক (“latek”) আৰু লেতেক্স (“latex”) নহয়
00:13 এই টিউট’ৰিয়েলটোত, আমি দকোমেন্ত এটা লিখিবলৈ শিকিম
00:19 নিৰ্দিষ্টকৈ, ৰিপ’ৰ্ত (‘report’) আৰু আৰতিক’ল (‘article’) ক্লাচ (class) কেনেকৈ ব্যৱ্হাৰ কৰা হয়, কেনেকৈ চেকচনচ (sections) বনোৱা হয়, চেকচনচৰ নাম্বাৰিংক অট’মেত কৰা, উপাদানৰ টেবল বনোৱা আৰু কেনেকৈ টাইটল পৃষ্ঠাটো বনোৱা হয়
00:38 মই এই টিউট’ৰিয়েলটো আমাৰ 10,000 টকাতকৈ কম দামৰ লেপটপত বনাইছো
00:44 আৰু, মই ব্যৱ্হাৰ কৰিছো উবুন্তো লিনাক্স (Ubuntu Linux), টেকওৱৰ্কচ (TeXworks) আৰু লেতেক (LaTeX)
00:51 আপুনি লগতে টেকওৱৰ্কচ (TeXworks) ব্যৱ্হাৰ কৰিব পাৰে ওইন্দ’চ (Windows) বা মেকত (Mac)- পদ্ধতিটো একেধৰণৰ হয়
00:57 আপুনি নিজে লেতেকক, টেকওৱৰ্কচৰ (TeXworks) অবিহনেওঁ ব্যৱহাৰ কৰিব পাৰে
01:02 আপুনি লগতে অধিক দামী লিনাক্স কম্পিউটাৰচ ব্যৱ্হাৰ কৰিব পাৰে!
01:07 ইয়াক শিকিবলৈ অপৰিহাৰ্য্য খিনি হৈছে:স্প’কেন টিউট’ৰিয়েল যি লেতেকক (LaTeX) পৰিচয় কৰায়, ৰিপ’ৰ্ত দত টেক (report dot tex) ফাইলটো, চাইদ-বাই-চাইদ পদ্ধতিৰ (side-by-side method) জ্ঞান, প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ
01:23 ওপৰৰ সকলোৰে তথ্য আমাৰ ওৱেবচাইত: spoken tutorial dot orgত উপলদ্ধ
01:32 মই টেকওৱৰ্কচ (TeXworks) উইন্দ’লৈ যাওঁ
01:36 মই ইতিমধ্যে report.tex ফাইলটো খুলিলো । অনুগ্ৰহ কৰি এই ফাইলটো দাউনল’দ কৰক আৰু মোৰ সৈতে অভ্যাস কৰক
01:44 মই ব্যৱ্হাৰ কৰিছো 12 পইন্ত (point) ফন্ট চাইজ হিচাবে, ‘a4 পেপাৰ (paper)’ আৰু আৰতিক’ল (‘article’) ক্লাচ (class)
01:55 মই জ্যামিত্ৰি পেকেজটো (geometry package) ব্যৱ্হাৰ কৰিছো মাৰজিনচ সজাবলৈ, ইউজপেকেজ ('usepackage') কমান্দটোৰ দ্বাৰা
02:02 প্ৰতিটো কমান্দৰ আৰম্ভণীতে এটা ৰিভাৰ্চ শ্লাচ (reverse slash) আহিব
02:07 যদিওঁ মই ইয়াক স্পষ্টভাবে নকওঁ, আপুনি ৰিভাৰ্চ শ্লাচটো দিবলৈ নাপাহৰিব
02:13 একেদৰে, মই স্পষ্টভাবে বন্ধনীক উল্লেখ নকৰো, কিন্তু আপুনি সিহতক ব্যৱ্হাৰ কৰিব লাগিব
02:20 অনুগ্ৰহ কৰি ভিদিঅ’টোত যি কৰা হয় তাক ৰিপ্ৰদিউচ কৰিব
02:25 ইউজপেকেজ (usepackage) কমান্দটোৰ অপচনেল পাৰামিতাৰচ আছে বৰ বন্ধনীৰ ভিতৰত
02:31 পেকেজটোৰ নামটো বন্ধনীৰ ভিতৰত আছে
02:35 মই সমান্তৰাল আৰু লম্বভাবে প্ৰত্যেকৰে মাৰজিনচ 4.5 cmকৈ সজাইছো
02:41 টেকওৱৰ্কচ ("TexWorks") উইন্দ’ৰ ওপৰৰ বাওঁফালে চুকলৈ চাওঁক
02:47 যদিহে pdfLaTeX ইতিমধ্যে নিৰ্বাচিত হোৱা নাই, অনুগ্ৰহ কৰি ইয়াক পোল দাউন মেনুৰ পৰা বাচক
02:55 বাওঁফালে, এৰ’ এদালৰ সৈতে সেউজীয়া বৃত্ত এটা আছে
02:59 এৰ’দালত টিপক আৰু এই ফাইলটো কম্পাইল কৰক
03:04 আমি ‘report.pdf’ ফাইলটো সোফালে দেখিবলৈ পাইছো
03:09 টাইটল চাওঁক - চেকচন (section), চাব-চেকচন (sub-section) আৰু চাব-চাব-চেকচন (sub-sub-section) আউতপুত ফাইলটোত
03:18 এইবোৰ নিৰ্মান হৈছে চৌৰ্চ ফাইলটোত (source file) দিয়া একেধৰণৰ কমান্দচ (commands) ব্যৱ্হাৰ কৰি
03:23 'pdf' ফাইলটোত এই চেকচন টাইটলচৰ স্বতন্ত্ৰ বৈশিষ্ট্যসমূহক লক্ষ্য কৰক
03:30 এই টাইটলচৰ আকাৰ সমানুপাতিকভাবে আৰু স্বয়ংক্ৰিয়ভাবে নিৰ্মান হয়
03:37 লগতে, চেকচন (section) টাইটলটো সৰ্ববৃ্হৎ আৰু চাব-চাব-চেকচন (sub-sub-section) টাইটলটো সৰ্বনিম্ন হয়
03:45 চৌৰ্চ ফাইলটোত নিৰপেক্ষ খালী শাৰীসমূহত, আউতপুতটো একে থাকে
03:50 মই ইয়াত এটা শাৰী দিলিত কৰিম । কম্পাইল
03:55 ইয়াত একো সলনি হোৱা নাই
03:57 এতিয়া মই পেপাৰ চাইজ a5লৈ সলাম
04:02 ই আউতপুতটোত প্ৰতিটো শাৰীৰ বহলতাক কমাব
04:06 মই টেকস্তটো কম্পাইল কৰো আমি আগতে কৰাৰ দৰে
04:10 মই ইয়াক ডাঙৰ কৰো কনট্ৰ’ল + টিপি যাতে আপুনি আউতপুতটো সঠিককৈ চাব পাৰে
04:17 মই ইয়াক মাজলৈ নিওঁ
04:20 এই টিউট’ৰিয়েলটোৰ বাকী অংশত, আমি মাত্ৰ a5 পেপাৰ ব্যৱ্হাৰ কৰিম । আপুনি ইয়াক a4লৈ সলাব পাৰে
04:28 মন কৰিব যে মই ফাইলটো ছেভ (save) কৰা নাই । কাৰণ টেকওৱৰ্কচে (TexWorks) ফাইলটো স্বয়ংক্ৰিয়ভাবে কম্পাইলেচনৰ আগতে ছেভ কৰে
04:37 আহক আমি ফন্টটো 10 পইন্তৰ (point) সৰু এটালৈ সলাওঁ আৰু কম্পাইল কৰো
04:44 ফন্ট চাইজটো সৰু হ’ল - আমি আচৰিত হ’ব লাগিবনে? কিন্তু, সমানুপাতিক আকাৰ আৰু দুৰত্ব একেই থাকে
04:54 মই ফন্টটো 12 পইন্তলৈ (point) সলাম
04:59 আমি এতিয়া চেকচন টাইটলচৰ (section titles) আনএটা দৰকাৰী দৃষ্টিভঙ্গী আলোচনা কৰিম
05:04 ই হৈছে চেকচন সংখ্যা স্বয়ংক্ৰিয়ভাবে উৎপন্ন হোৱাটো
05:09 ইয়াক আগলৈ ব্যাখ্যা কৰিবলৈ, মই এটা নতুন চেকচন যোগ কৰিম ইনচাৰ্তেদ চেকচন (‘Inserted section’) নামৰ
05:18 কম্পাইলেচনত, ই ইয়াত অৱতীৰ্ন হয় এটা শুদ্ধ সংখ্যাৰ ক্ৰমৰ সৈতে । গতিকে, নাম্বাৰিংওঁ স্বয়ংক্ৰিয়ভাবে লেতেকে চাই
05:29 লেতেকে উপাদানৰ টেবল বনায় “toc” এক্সটেনচনৰ সৈতে ফাইল এটাৰ দ্বাৰা
05:36 মই উপাদানৰ টেবল যোগ কৰিম, এটা শব্দ, ইয়াত
05:42 কম্পাইল
05:44 কন্টেনতচ (‘Contents’) শব্দটো আউতপুতটোত আহিছে কিন্তু আৰু একো নাই
05:50 মই পুনৰ এবাৰ কম্পাইল কৰিম
05:53 এতিয়া সকলো টাইটলচ উপাদানৰ টেবলত উপলদ্ধ পৃষ্ঠা সংখ্যাৰ সৈতে
05:59 আপুনি ইয়াক তৃতীয়বাৰ কম্পাইল কৰিব লাগিব শুদ্ধ পৃষ্ঠা সংখ্যা পাবলৈ
06:05 তিনিবাৰ কিয়? অনুগ্ৰহ কৰি এচাইনমেন্তটো চাওঁক
06:09 মাত্ৰ এটা শব্দ, ‘উপাদানৰ টেবল (table of contents)’, সিয়েই হৈছে প্ৰয়োজনীয়টো
06:14 কি এটা আচৰিত ক্ষমতা লেতেকত!
06:17 ইয়াক পোৱা গৈছে “toc” এক্সটেনচনৰ সৈতে ফাইল এটাৰ দ্বাৰা যাক লেতেকে চলায়
06:24 এই মাল্টি পাচ কম্পাইলেচন পদ্ধতিটোৱে লগতে টাইটলচৰ সলনিৰ সৈতেওঁ কাম কৰে
06:30 মই চেকচন টাইটলটো ম’দিফাইদ চেকচনলৈ (‘Modified section’) সলাম
06:36 মই ইয়াক কম্পাইল কৰো । উপাদানৰ টেবল সলনি নহয়
06:42 মই ইয়াক আৰু এবাৰ কম্পাইল কৰিম আৰু এই সমস্যাটো সমাধান কৰিম
06:46 এতিয়া আমাৰ এটা ম’দিফাইদ চেকচন আছে ইয়াত
06:49 আমি এটা টাইটল বনাম এই দকোমেন্তটোৰ বাবে । মই ইয়াক ইয়াত কৰিম, বিগিন দকোমেন্তৰ (‘begin document’) আগতে
06:57 মই এটা টাইটল (‘title’) বনাম, অথৰ (‘Author’) তথ্য আৰু দেত (‘date’)
07:13 গতিকে, মই এই তিনিটা কমান্দ যোগ কৰিলো
07:17 এইবোৰ কি ক্ৰমত আহে বা সিহঁত কোন ঠাইত আহে সি মেতাৰ নকৰে
07:22 কিন্তু সিহঁত বিগিন দকোমেন্ত (begin document) কমান্দৰ আগতে আহিব লাগিব
07:26 সকলো কমান্দত ৰিভাৰ্চ শ্লাচক (reverse slash) নাপাহৰিব
07:31 দুডাল শ্লাচে ইয়াত পাছৰ শাৰীটোক বুজায় । আমি ইয়াক কম্পাইল কৰো
07:38 ‘pdf’ ফাইলটোত কোনো সলনি হোৱা নাই
07:42 কাৰণটো হৈছে মই লেতেকক এই তথ্যৰ সৈতে কি কৰিব লাগে কোৱা নাই
07:47 গতিকে, মই মেক টাইটল (‘make title’) কমান্দটো যোগ কৰিম, এটা শব্দ, বিগিন দকোমেন্তটোৰ পাছত
07:55 মই ইয়াক কম্পাইল কৰিম
07:58 টাইটল (title) আউতপুতটোত আহিছে, মই এই কমান্দটো ঠোৱা ঠাইত
08:03 নামমতে, দকোমেন্তটোৰ আৰম্ভণীতে
08:07 আমি এতিয়া এই দকোমেন্তটোৰ ক্লাচক (class) আৰতিক’লৰ (article) পৰা ৰিপ’ৰ্তলৈ (report) সলাম
08:15 একেলগে, আমি এটা চেপতাৰ (chapter) সূচীত কৰিম এই কমান্দটোৰ সৈতে: 'Chapter First Chapter'
08:24 ৰিপ’ৰ্ত ষ্টাইলক (Report style) অতিকমেওঁ এটা চেপতাৰ (chapter) প্ৰয়োজন হয়
08:27 আহক আমি ইয়াক কম্পাইল কৰো আৰু আউতপুতটো চাওঁ
08:31 আউতপুতটোত হোৱা পৰিবৰ্তনক মন কৰক
08:35 টাইটল এটা সম্পূৰ্ণ পৃষ্ঠাত ওলায় যাৰ কোনো সংখ্যা নাই
08:40 উপাদান (Contents) লগতে এটা সম্পূৰ্ণ পৃষ্ঠাত ওলায়, পৃষ্ঠা সংখ্যা 1ৰ সৈতে
08:47 অনুগ্ৰহ কৰি ইয়াত পঅজ কৰক আৰু উপাদানত কিমানটা এনত্ৰি ভুল বিচাৰি উলিয়াওঁক
08:54 আহক আমি পাছৰ পৃষ্ঠাটোলৈ যাওঁ । চেপতাৰটো (chapter) আৰম্ভ হোৱা ধৰণটো মন কৰক
09:00 কিমানটা স্বতন্ত্ৰ বৈশিষ্ট্য আপুনি চিনাক্ত কৰিব পাৰিব? আপুনি অতিকমেওঁ পাচটা পাব লাগিব
09:08 আহক আমি ইয়াক দ্বিতীয় বাৰৰ বাবে কম্পাইল কৰো
09:12 মন কৰিব যে উপাদানৰ পৃষ্ঠাটোত এতিয়া সঠিক তথ্য আছে । পৃষ্ঠা সংখ্যাসমূহো এতিয়া শুদ্ধ
09:21 আহক আমি এটা চেপতাৰ যোগ কৰো, নিউ চেপতাৰ (‘New Chapter’) নামৰ
09:32 ইয়াক কম্পাইল কৰক
09:34 মই পুনৰ এবাৰ কম্পাইল কৰিম আৰু ই নতুন পৃষ্ঠা এটাত অহা চাম
09:47 এপেনদিক্স (appendix) কমান্দটো ইনচাৰ্ত কৰক এই নতুন চেপতাৰটোৰ আগতে
09:53 কম্পাইলেচনত, আপুনি এপেনদিক্স (“Appendix”) শব্দটো অহা দেখিব
09:59 চেপতাৰ সংখ্যাটো হৈছে A
10:02 আহক আমি এতিয়া শ্লাইচলৈ যাওঁ
10:05 আহক আমি এই টিউট’ৰিয়েলটোত যি শিকিলো তাৰ মূলভাব চাওঁ
10:08 লেতেকত দকোমেন্ত এটা লিখিবলৈ, স্বয়ংক্ৰিয়ভাবে চেপতাৰ (chapter) আৰু চেকচন (section) টাইটলচ বনাবলৈ, স্বয়ংক্ৰিয় নাম্বাৰিং, উপাদানৰ টেবল আৰু টাইটল পৃষ্ঠা বনোৱা, এপেনদিক্স (Appendix) বনাবলৈ
10:21 মই কিছু এচাইনমেন্তচ দিওঁ
10:24 এই এচাইনমেন্তটো হৈছে a4 পেপাৰ আৰু লেতাৰ পেপাৰৰ (letter paper)
10:29 অনুগ্ৰহ কৰি ভিদিঅ’টো পঅজ কৰক, শ্লাইদ পঢ়ক আৰু এচাইনমেন্তটো কৰক
10:35 এই এচাইনমেন্তটো হৈছে ফন্ট চাইজৰ (font size)
10:41 এইটো হৈছে ৰিপ’ৰ্ত (report) দত (dot) toc
10:47 এইটো হৈছে কম্পাইলেচনৰ সংখ্যাৰ
10:52 এইটো হৈছে উপাদানৰ টেবলৰ স্থানৰ
10:59 এই এচাইনমেন্তটো হৈছে ৰিপ’ৰ্ত আৰু আৰতিক’লত চেপতাৰ কমান্দটোৰ ব্যৱ্হাৰৰ ওপৰত
11:07 এই এচাইনমেন্তটো হৈছে ৰিপ’ৰ্ত ক্লাচত (class) এপেনদিক্স কমান্দটোৰ প্ৰভাৱৰ ওপৰত
11:15 এইটো আগৰ এচাইনমেন্তটোৰ সৈতে একে, কিন্তু আৰতিক’ল ক্লাচত ('article' class)
11:22 এইট হৈছে জ্যামিত্ৰি পেকেজৰ (geometry package) ওপৰত
11:27 এই এচাইনমেন্তটো হৈছে লেতেক ক্লাচেচৰ (LaTeX classes) ওপৰত, সাধাৰণতে
11:34 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:38 এই কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । যদি আপোনাৰ বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
11:46 আমি স্প’কেন টিউট’ৰিয়েলচ (Spoken Tutorials) ব্যৱ্হাৰ কৰি কৰ্মশালা পাতো । প্ৰমাণপত্ৰ দিওঁ । অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক
11:53 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত (Spoken Tutorial) কিবা প্ৰশ্ন আছে নেকি?
11:56 অনুগ্ৰহ কৰি এই চাইতটো চাওঁক । আপোনাৰ প্ৰশ্ন থকা মিনিট আৰু চেকেন্দটো বাচক
12:03 আপোনাৰ প্ৰশ্নটো বহলভাবে বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
12:09 স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে এই টিউট’ৰিয়েলটোৰ নিৰ্দিষ্ট প্ৰশ্নৰ বাবে
12:13 অনুগ্ৰহ কৰি তেওঁলোকক সম্পৰ্কহীন আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
12:19 ই বিশৃঙ্খলতাক কমাবলৈ সহায় কৰিব । কম বিশৃঙ্খলতাৰ সৈতে, আমি এই আলোচনাক নিৰ্দেশমূলক উপাদান হিচাবে ব্যৱ্হাৰ কৰিব পাৰো
12:28 স্প’কেন টিউট’ৰিয়েলচত নাসামৰা টপিকচৰ বাবে, এই এদ্ৰেচত ষ্টাক এক্সচেঞ্জ (stack exchange) চাওঁক
12:35 ই হৈছে এটা উত্তম ঠাই লেতেকৰ উত্তৰ পাবলৈ । আপোনাৰ লগতে আমাৰ কৰ্মশালা, প্ৰমাণপত্ৰ ইত্যাদিৰ বিষয়ে প্ৰশ্ন থাকিব পাৰে
12:45 ইয়াৰ বাবে, এই ইমেইল এদ্ৰেচটোত আমাৰ সৈতে যোগাযোগ কৰক
12:50 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত
12:56 সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9