LaTeX/C2/Report-Writing/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | লেতেকত (LaTeX) ৰিপ’ৰ্ত ৰাইতিংৰ (Report Writing) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম । মই ইয়াক কৈছো লেতেক (“latek”) আৰু লেতেক্স (“latex”) নহয় |
| 00:13 | এই টিউট’ৰিয়েলটোত, আমি দকোমেন্ত এটা লিখিবলৈ শিকিম |
| 00:19 | নিৰ্দিষ্টকৈ, ৰিপ’ৰ্ত (‘report’) আৰু আৰতিক’ল (‘article’) ক্লাচ (class) কেনেকৈ ব্যৱ্হাৰ কৰা হয়, কেনেকৈ চেকচনচ (sections) বনোৱা হয়, চেকচনচৰ নাম্বাৰিংক অট’মেত কৰা, উপাদানৰ টেবল বনোৱা আৰু কেনেকৈ টাইটল পৃষ্ঠাটো বনোৱা হয় |
| 00:38 | মই এই টিউট’ৰিয়েলটো আমাৰ 10,000 টকাতকৈ কম দামৰ লেপটপত বনাইছো |
| 00:44 | আৰু, মই ব্যৱ্হাৰ কৰিছো উবুন্তো লিনাক্স (Ubuntu Linux), টেকওৱৰ্কচ (TeXworks) আৰু লেতেক (LaTeX) |
| 00:51 | আপুনি লগতে টেকওৱৰ্কচ (TeXworks) ব্যৱ্হাৰ কৰিব পাৰে ওইন্দ’চ (Windows) বা মেকত (Mac)- পদ্ধতিটো একেধৰণৰ হয় |
| 00:57 | আপুনি নিজে লেতেকক, টেকওৱৰ্কচৰ (TeXworks) অবিহনেওঁ ব্যৱহাৰ কৰিব পাৰে |
| 01:02 | আপুনি লগতে অধিক দামী লিনাক্স কম্পিউটাৰচ ব্যৱ্হাৰ কৰিব পাৰে! |
| 01:07 | ইয়াক শিকিবলৈ অপৰিহাৰ্য্য খিনি হৈছে:স্প’কেন টিউট’ৰিয়েল যি লেতেকক (LaTeX) পৰিচয় কৰায়, ৰিপ’ৰ্ত দত টেক (report dot tex) ফাইলটো, চাইদ-বাই-চাইদ পদ্ধতিৰ (side-by-side method) জ্ঞান, প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ |
| 01:23 | ওপৰৰ সকলোৰে তথ্য আমাৰ ওৱেবচাইত: spoken tutorial dot orgত উপলদ্ধ |
| 01:32 | মই টেকওৱৰ্কচ (TeXworks) উইন্দ’লৈ যাওঁ |
| 01:36 | মই ইতিমধ্যে report.tex ফাইলটো খুলিলো । অনুগ্ৰহ কৰি এই ফাইলটো দাউনল’দ কৰক আৰু মোৰ সৈতে অভ্যাস কৰক |
| 01:44 | মই ব্যৱ্হাৰ কৰিছো 12 পইন্ত (point) ফন্ট চাইজ হিচাবে, ‘a4 পেপাৰ (paper)’ আৰু আৰতিক’ল (‘article’) ক্লাচ (class) |
| 01:55 | মই জ্যামিত্ৰি পেকেজটো (geometry package) ব্যৱ্হাৰ কৰিছো মাৰজিনচ সজাবলৈ, ইউজপেকেজ ('usepackage') কমান্দটোৰ দ্বাৰা |
| 02:02 | প্ৰতিটো কমান্দৰ আৰম্ভণীতে এটা ৰিভাৰ্চ শ্লাচ (reverse slash) আহিব |
| 02:07 | যদিওঁ মই ইয়াক স্পষ্টভাবে নকওঁ, আপুনি ৰিভাৰ্চ শ্লাচটো দিবলৈ নাপাহৰিব |
| 02:13 | একেদৰে, মই স্পষ্টভাবে বন্ধনীক উল্লেখ নকৰো, কিন্তু আপুনি সিহতক ব্যৱ্হাৰ কৰিব লাগিব |
| 02:20 | অনুগ্ৰহ কৰি ভিদিঅ’টোত যি কৰা হয় তাক ৰিপ্ৰদিউচ কৰিব |
| 02:25 | ইউজপেকেজ (usepackage) কমান্দটোৰ অপচনেল পাৰামিতাৰচ আছে বৰ বন্ধনীৰ ভিতৰত |
| 02:31 | পেকেজটোৰ নামটো বন্ধনীৰ ভিতৰত আছে |
| 02:35 | মই সমান্তৰাল আৰু লম্বভাবে প্ৰত্যেকৰে মাৰজিনচ 4.5 cmকৈ সজাইছো |
| 02:41 | টেকওৱৰ্কচ ("TexWorks") উইন্দ’ৰ ওপৰৰ বাওঁফালে চুকলৈ চাওঁক |
| 02:47 | যদিহে pdfLaTeX ইতিমধ্যে নিৰ্বাচিত হোৱা নাই, অনুগ্ৰহ কৰি ইয়াক পোল দাউন মেনুৰ পৰা বাচক |
| 02:55 | বাওঁফালে, এৰ’ এদালৰ সৈতে সেউজীয়া বৃত্ত এটা আছে |
| 02:59 | এৰ’দালত টিপক আৰু এই ফাইলটো কম্পাইল কৰক |
| 03:04 | আমি ‘report.pdf’ ফাইলটো সোফালে দেখিবলৈ পাইছো |
| 03:09 | টাইটল চাওঁক - চেকচন (section), চাব-চেকচন (sub-section) আৰু চাব-চাব-চেকচন (sub-sub-section) আউতপুত ফাইলটোত |
| 03:18 | এইবোৰ নিৰ্মান হৈছে চৌৰ্চ ফাইলটোত (source file) দিয়া একেধৰণৰ কমান্দচ (commands) ব্যৱ্হাৰ কৰি |
| 03:23 | 'pdf' ফাইলটোত এই চেকচন টাইটলচৰ স্বতন্ত্ৰ বৈশিষ্ট্যসমূহক লক্ষ্য কৰক |
| 03:30 | এই টাইটলচৰ আকাৰ সমানুপাতিকভাবে আৰু স্বয়ংক্ৰিয়ভাবে নিৰ্মান হয় |
| 03:37 | লগতে, চেকচন (section) টাইটলটো সৰ্ববৃ্হৎ আৰু চাব-চাব-চেকচন (sub-sub-section) টাইটলটো সৰ্বনিম্ন হয় |
| 03:45 | চৌৰ্চ ফাইলটোত নিৰপেক্ষ খালী শাৰীসমূহত, আউতপুতটো একে থাকে |
| 03:50 | মই ইয়াত এটা শাৰী দিলিত কৰিম । কম্পাইল |
| 03:55 | ইয়াত একো সলনি হোৱা নাই |
| 03:57 | এতিয়া মই পেপাৰ চাইজ a5লৈ সলাম |
| 04:02 | ই আউতপুতটোত প্ৰতিটো শাৰীৰ বহলতাক কমাব |
| 04:06 | মই টেকস্তটো কম্পাইল কৰো আমি আগতে কৰাৰ দৰে |
| 04:10 | মই ইয়াক ডাঙৰ কৰো কনট্ৰ’ল + টিপি যাতে আপুনি আউতপুতটো সঠিককৈ চাব পাৰে |
| 04:17 | মই ইয়াক মাজলৈ নিওঁ |
| 04:20 | এই টিউট’ৰিয়েলটোৰ বাকী অংশত, আমি মাত্ৰ a5 পেপাৰ ব্যৱ্হাৰ কৰিম । আপুনি ইয়াক a4লৈ সলাব পাৰে |
| 04:28 | মন কৰিব যে মই ফাইলটো ছেভ (save) কৰা নাই । কাৰণ টেকওৱৰ্কচে (TexWorks) ফাইলটো স্বয়ংক্ৰিয়ভাবে কম্পাইলেচনৰ আগতে ছেভ কৰে |
| 04:37 | আহক আমি ফন্টটো 10 পইন্তৰ (point) সৰু এটালৈ সলাওঁ আৰু কম্পাইল কৰো |
| 04:44 | ফন্ট চাইজটো সৰু হ’ল - আমি আচৰিত হ’ব লাগিবনে? কিন্তু, সমানুপাতিক আকাৰ আৰু দুৰত্ব একেই থাকে |
| 04:54 | মই ফন্টটো 12 পইন্তলৈ (point) সলাম |
| 04:59 | আমি এতিয়া চেকচন টাইটলচৰ (section titles) আনএটা দৰকাৰী দৃষ্টিভঙ্গী আলোচনা কৰিম |
| 05:04 | ই হৈছে চেকচন সংখ্যা স্বয়ংক্ৰিয়ভাবে উৎপন্ন হোৱাটো |
| 05:09 | ইয়াক আগলৈ ব্যাখ্যা কৰিবলৈ, মই এটা নতুন চেকচন যোগ কৰিম ইনচাৰ্তেদ চেকচন (‘Inserted section’) নামৰ |
| 05:18 | কম্পাইলেচনত, ই ইয়াত অৱতীৰ্ন হয় এটা শুদ্ধ সংখ্যাৰ ক্ৰমৰ সৈতে । গতিকে, নাম্বাৰিংওঁ স্বয়ংক্ৰিয়ভাবে লেতেকে চাই |
| 05:29 | লেতেকে উপাদানৰ টেবল বনায় “toc” এক্সটেনচনৰ সৈতে ফাইল এটাৰ দ্বাৰা |
| 05:36 | মই উপাদানৰ টেবল যোগ কৰিম, এটা শব্দ, ইয়াত |
| 05:42 | কম্পাইল |
| 05:44 | কন্টেনতচ (‘Contents’) শব্দটো আউতপুতটোত আহিছে কিন্তু আৰু একো নাই |
| 05:50 | মই পুনৰ এবাৰ কম্পাইল কৰিম |
| 05:53 | এতিয়া সকলো টাইটলচ উপাদানৰ টেবলত উপলদ্ধ পৃষ্ঠা সংখ্যাৰ সৈতে |
| 05:59 | আপুনি ইয়াক তৃতীয়বাৰ কম্পাইল কৰিব লাগিব শুদ্ধ পৃষ্ঠা সংখ্যা পাবলৈ |
| 06:05 | তিনিবাৰ কিয়? অনুগ্ৰহ কৰি এচাইনমেন্তটো চাওঁক |
| 06:09 | মাত্ৰ এটা শব্দ, ‘উপাদানৰ টেবল (table of contents)’, সিয়েই হৈছে প্ৰয়োজনীয়টো |
| 06:14 | কি এটা আচৰিত ক্ষমতা লেতেকত! |
| 06:17 | ইয়াক পোৱা গৈছে “toc” এক্সটেনচনৰ সৈতে ফাইল এটাৰ দ্বাৰা যাক লেতেকে চলায় |
| 06:24 | এই মাল্টি পাচ কম্পাইলেচন পদ্ধতিটোৱে লগতে টাইটলচৰ সলনিৰ সৈতেওঁ কাম কৰে |
| 06:30 | মই চেকচন টাইটলটো ম’দিফাইদ চেকচনলৈ (‘Modified section’) সলাম |
| 06:36 | মই ইয়াক কম্পাইল কৰো । উপাদানৰ টেবল সলনি নহয় |
| 06:42 | মই ইয়াক আৰু এবাৰ কম্পাইল কৰিম আৰু এই সমস্যাটো সমাধান কৰিম |
| 06:46 | এতিয়া আমাৰ এটা ম’দিফাইদ চেকচন আছে ইয়াত |
| 06:49 | আমি এটা টাইটল বনাম এই দকোমেন্তটোৰ বাবে । মই ইয়াক ইয়াত কৰিম, বিগিন দকোমেন্তৰ (‘begin document’) আগতে |
| 06:57 | মই এটা টাইটল (‘title’) বনাম, অথৰ (‘Author’) তথ্য আৰু দেত (‘date’) |
| 07:13 | গতিকে, মই এই তিনিটা কমান্দ যোগ কৰিলো |
| 07:17 | এইবোৰ কি ক্ৰমত আহে বা সিহঁত কোন ঠাইত আহে সি মেতাৰ নকৰে |
| 07:22 | কিন্তু সিহঁত বিগিন দকোমেন্ত (begin document) কমান্দৰ আগতে আহিব লাগিব |
| 07:26 | সকলো কমান্দত ৰিভাৰ্চ শ্লাচক (reverse slash) নাপাহৰিব |
| 07:31 | দুডাল শ্লাচে ইয়াত পাছৰ শাৰীটোক বুজায় । আমি ইয়াক কম্পাইল কৰো |
| 07:38 | ‘pdf’ ফাইলটোত কোনো সলনি হোৱা নাই |
| 07:42 | কাৰণটো হৈছে মই লেতেকক এই তথ্যৰ সৈতে কি কৰিব লাগে কোৱা নাই |
| 07:47 | গতিকে, মই মেক টাইটল (‘make title’) কমান্দটো যোগ কৰিম, এটা শব্দ, বিগিন দকোমেন্তটোৰ পাছত |
| 07:55 | মই ইয়াক কম্পাইল কৰিম |
| 07:58 | টাইটল (title) আউতপুতটোত আহিছে, মই এই কমান্দটো ঠোৱা ঠাইত |
| 08:03 | নামমতে, দকোমেন্তটোৰ আৰম্ভণীতে |
| 08:07 | আমি এতিয়া এই দকোমেন্তটোৰ ক্লাচক (class) আৰতিক’লৰ (article) পৰা ৰিপ’ৰ্তলৈ (report) সলাম |
| 08:15 | একেলগে, আমি এটা চেপতাৰ (chapter) সূচীত কৰিম এই কমান্দটোৰ সৈতে: 'Chapter First Chapter' |
| 08:24 | ৰিপ’ৰ্ত ষ্টাইলক (Report style) অতিকমেওঁ এটা চেপতাৰ (chapter) প্ৰয়োজন হয় |
| 08:27 | আহক আমি ইয়াক কম্পাইল কৰো আৰু আউতপুতটো চাওঁ |
| 08:31 | আউতপুতটোত হোৱা পৰিবৰ্তনক মন কৰক |
| 08:35 | টাইটল এটা সম্পূৰ্ণ পৃষ্ঠাত ওলায় যাৰ কোনো সংখ্যা নাই |
| 08:40 | উপাদান (Contents) লগতে এটা সম্পূৰ্ণ পৃষ্ঠাত ওলায়, পৃষ্ঠা সংখ্যা 1ৰ সৈতে |
| 08:47 | অনুগ্ৰহ কৰি ইয়াত পঅজ কৰক আৰু উপাদানত কিমানটা এনত্ৰি ভুল বিচাৰি উলিয়াওঁক |
| 08:54 | আহক আমি পাছৰ পৃষ্ঠাটোলৈ যাওঁ । চেপতাৰটো (chapter) আৰম্ভ হোৱা ধৰণটো মন কৰক |
| 09:00 | কিমানটা স্বতন্ত্ৰ বৈশিষ্ট্য আপুনি চিনাক্ত কৰিব পাৰিব? আপুনি অতিকমেওঁ পাচটা পাব লাগিব |
| 09:08 | আহক আমি ইয়াক দ্বিতীয় বাৰৰ বাবে কম্পাইল কৰো |
| 09:12 | মন কৰিব যে উপাদানৰ পৃষ্ঠাটোত এতিয়া সঠিক তথ্য আছে । পৃষ্ঠা সংখ্যাসমূহো এতিয়া শুদ্ধ |
| 09:21 | আহক আমি এটা চেপতাৰ যোগ কৰো, নিউ চেপতাৰ (‘New Chapter’) নামৰ |
| 09:32 | ইয়াক কম্পাইল কৰক |
| 09:34 | মই পুনৰ এবাৰ কম্পাইল কৰিম আৰু ই নতুন পৃষ্ঠা এটাত অহা চাম |
| 09:47 | এপেনদিক্স (appendix) কমান্দটো ইনচাৰ্ত কৰক এই নতুন চেপতাৰটোৰ আগতে |
| 09:53 | কম্পাইলেচনত, আপুনি এপেনদিক্স (“Appendix”) শব্দটো অহা দেখিব |
| 09:59 | চেপতাৰ সংখ্যাটো হৈছে A |
| 10:02 | আহক আমি এতিয়া শ্লাইচলৈ যাওঁ |
| 10:05 | আহক আমি এই টিউট’ৰিয়েলটোত যি শিকিলো তাৰ মূলভাব চাওঁ |
| 10:08 | লেতেকত দকোমেন্ত এটা লিখিবলৈ, স্বয়ংক্ৰিয়ভাবে চেপতাৰ (chapter) আৰু চেকচন (section) টাইটলচ বনাবলৈ, স্বয়ংক্ৰিয় নাম্বাৰিং, উপাদানৰ টেবল আৰু টাইটল পৃষ্ঠা বনোৱা, এপেনদিক্স (Appendix) বনাবলৈ |
| 10:21 | মই কিছু এচাইনমেন্তচ দিওঁ |
| 10:24 | এই এচাইনমেন্তটো হৈছে a4 পেপাৰ আৰু লেতাৰ পেপাৰৰ (letter paper) |
| 10:29 | অনুগ্ৰহ কৰি ভিদিঅ’টো পঅজ কৰক, শ্লাইদ পঢ়ক আৰু এচাইনমেন্তটো কৰক |
| 10:35 | এই এচাইনমেন্তটো হৈছে ফন্ট চাইজৰ (font size) |
| 10:41 | এইটো হৈছে ৰিপ’ৰ্ত (report) দত (dot) toc |
| 10:47 | এইটো হৈছে কম্পাইলেচনৰ সংখ্যাৰ |
| 10:52 | এইটো হৈছে উপাদানৰ টেবলৰ স্থানৰ |
| 10:59 | এই এচাইনমেন্তটো হৈছে ৰিপ’ৰ্ত আৰু আৰতিক’লত চেপতাৰ কমান্দটোৰ ব্যৱ্হাৰৰ ওপৰত |
| 11:07 | এই এচাইনমেন্তটো হৈছে ৰিপ’ৰ্ত ক্লাচত (class) এপেনদিক্স কমান্দটোৰ প্ৰভাৱৰ ওপৰত |
| 11:15 | এইটো আগৰ এচাইনমেন্তটোৰ সৈতে একে, কিন্তু আৰতিক’ল ক্লাচত ('article' class) |
| 11:22 | এইট হৈছে জ্যামিত্ৰি পেকেজৰ (geometry package) ওপৰত |
| 11:27 | এই এচাইনমেন্তটো হৈছে লেতেক ক্লাচেচৰ (LaTeX classes) ওপৰত, সাধাৰণতে |
| 11:34 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 11:38 | এই কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । যদি আপোনাৰ বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
| 11:46 | আমি স্প’কেন টিউট’ৰিয়েলচ (Spoken Tutorials) ব্যৱ্হাৰ কৰি কৰ্মশালা পাতো । প্ৰমাণপত্ৰ দিওঁ । অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক |
| 11:53 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত (Spoken Tutorial) কিবা প্ৰশ্ন আছে নেকি? |
| 11:56 | অনুগ্ৰহ কৰি এই চাইতটো চাওঁক । আপোনাৰ প্ৰশ্ন থকা মিনিট আৰু চেকেন্দটো বাচক |
| 12:03 | আপোনাৰ প্ৰশ্নটো বহলভাবে বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 12:09 | স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে এই টিউট’ৰিয়েলটোৰ নিৰ্দিষ্ট প্ৰশ্নৰ বাবে |
| 12:13 | অনুগ্ৰহ কৰি তেওঁলোকক সম্পৰ্কহীন আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 12:19 | ই বিশৃঙ্খলতাক কমাবলৈ সহায় কৰিব । কম বিশৃঙ্খলতাৰ সৈতে, আমি এই আলোচনাক নিৰ্দেশমূলক উপাদান হিচাবে ব্যৱ্হাৰ কৰিব পাৰো |
| 12:28 | স্প’কেন টিউট’ৰিয়েলচত নাসামৰা টপিকচৰ বাবে, এই এদ্ৰেচত ষ্টাক এক্সচেঞ্জ (stack exchange) চাওঁক |
| 12:35 | ই হৈছে এটা উত্তম ঠাই লেতেকৰ উত্তৰ পাবলৈ । আপোনাৰ লগতে আমাৰ কৰ্মশালা, প্ৰমাণপত্ৰ ইত্যাদিৰ বিষয়ে প্ৰশ্ন থাকিব পাৰে |
| 12:45 | ইয়াৰ বাবে, এই ইমেইল এদ্ৰেচটোত আমাৰ সৈতে যোগাযোগ কৰক |
| 12:50 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত |
| 12:56 | সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায় |